Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মৰাণৰ কচুমাৰীত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন

    জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

    Fan of Zubin:জুবিন গাৰ্গকভালপোৱাৰ অনন্য নিৰ্দশন দাঙি ধৰিলে শিৱসাগৰ এজন যুৱ

    Zuben Garg Tribute:মহানগৰীৰ পার্শ্বৱর্তী সেউজ পাহাৰৰে ঘেৰা সোণাপুৰৰ জুবিন ক্ষেত্ৰত আজি জুবিন দিৱসৰ তৃতীয় দিন

    Blood Donation Camp:ৰক্তদানেৰে হিয়াৰ আমঠু জুবিন গাৰ্গলৈ শ্রদ্ধাঞ্জলি ৰাজ্যিক বিজেপিৰ

    CM Reaction:১৯ ছেপ্তেম্বৰৰ দিনটো জুবিন দিৱস ‘প্ৰসংগত মুখ্যমন্ত্ৰীৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

অভিনেত্ৰী মাধুৰীৰ চুলি ৰেচমৰ দৰে !

ডাঠ চুলিৰ ৰহস্য নিহিত হৈ আছে ঘৰতে বনুৱা এই তেল

publisher by publisher
April 12, 2025
in Lifestyle
Reading Time: 1 min read
0
অভিনেত্ৰী মাধুৰীৰ চুলি ৰেচমৰ দৰে !
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

চুলিৰ ঘনত্ব বৃদ্ধিৰ বাবে পাঁচটা পদ্ধতি

মূৰৰ ছাল আৰু চুলিত ছিৰাম কেনেকৈ ব্যৱহাৰ কৰিব?

প্ৰতিমাহে চুলিত ৰং কৰে ?

Hair Care:১০ বছৰ বয়সৰ ওচৰ চাপি অহা অভিনেত্রী মাধুৰী দীক্ষিতৰ সৌন্দৰ্যই এতিয়াও সকলোৰে চকু কপালত তুলিছে। তেওঁৰ ছালখন যেনেকৈ টান, তেনেকৈয়ে চুলিবোৰো ৰেচমৰ দৰে চিকচিকিয়া। ‘তেজাব’ৰ নায়িকাগৰাকীয়ে এতিয়াও সৌন্দর্যত বর্তমান প্ৰজন্মৰ বহু নায়িকাৰে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে। চেলিব্রিটিসকলে নিজৰ ছাল আৰু চুলিৰ বাবে কঠোৰ পৰিশ্ৰম কৰে। দামী প্রসাধন সামগ্ৰীৰ পৰা আৰম্ভ কৰি চিকিৎসালৈকে একোৱেই বাদ দিয়া নহয়। কিন্তু বহুতৰে সৌন্দৰ্যত কৃত্ৰিমতাৰ স্পৰ্শ নাথাকে, বৰঞ্চ ঘৰতে বনোৱা পদ্ধতিৰ ওপৰত নিৰ্ভৰ কৰে। সেই তালিকাত মাধুৰী দীক্ষিত আছে। চুলিৰ যত্নৰ বাবে ঘৰতে বনোৱা তেল ব্যৱহাৰ কৰে অভিনেত্ৰীগৰাকীয়ে। ঘৰতে বনোৱা তেলৰ যাদুৰ বাবেই ৫৭ বছৰ বয়সতো নায়িকাৰ চুলি চিকচিকীয়া হৈয়ে আছে। মাধুৰীৰ বিশেষ তেলৰ ৰহস্য

ADVERTISEMENT

জানি লওক—

উপকৰণ : ১-২ কাপ নাৰিকল তেল, ১৫-২০টা নৰসিংহ পাত, এচামুচ মেথি গুটি, এটা সৰু পিঁয়াজ।

কেনেকৈ বনাব : কেৰাহীত কম জুইত নাৰিকল তেল গৰম কৰক। তাৰ পাছত ১৫-২০টা নৰসিংহ পাত, পিঁয়াজ,মেথি গুটি দিব। সকলো উপাদান ভালদৰে মিহলাই অলপ সময় উতলাব। তাৰ পাছত ঠাণ্ডা হ’লে তেলখিনি চেকি বটলত ঢালি দিব।

এই তেল সপ্তাহত তিনিদিন ব্যৱহাৰ কৰিব লাগে। এই তেলখিনি চুলিৰ গুৰিৰ পৰা মূৰলৈকে সকলো চুলিতে ভালদৰে লগাব লাগে। তেলখিনি মূৰত ৩০-৪৫ মিনিট ৰখাৰ পাছত আপুনি শ্বেম্পু কৰিলে উপকৃত হ’ব। এই তেল নিয়মিতভাৱে প্ৰয়োগ কৰিলে চুলি সৰা কম হোৱাই নহয়,সামগ্ৰিকভাৱে চুলিৰ স্বাস্থ্যও উন্নত হ’ব। নাৰিকল তেলে ফাটি যোৱা চুলি আৰু উফি, ময়লা ৰোধ কৰে।

নাৰিকল তেলে চুলিত প্রয়োজনীয় আৰ্দ্ৰতা প্ৰদান কৰে। নৰসিংহ পাতত এণ্টি অক্সিডেণ্ট থাকে। যাৰ ফলত চুলিখিনি কোমল আৰু মসৃণ হৈ থাকে। মেথিৰ গুটিয়ে উফিকে ধৰি মূৰৰ ছালৰ যিকোনো সংক্রমণ আঁতৰাই ৰাখে। চুলিৰ স্বাস্থ্যৰ বাবেও পিঁয়াজ অতি উপকাৰী। আৰু এই সকলোবোৰ সামগ্ৰীৰে তৈয়াৰী তেল ব্যৱহাৰ কৰিলে মাধুৰী দীক্ষিতৰ দৰে ধুনীয়া আৰু স্বাস্থ্যসন্মত চুলি পাব। কিন্তু যদি আপোনাৰ চুলিৰ কোনো নিৰ্দিষ্ট সমস্যা আছে তেন্তে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ লওক।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Hair CareMadhuri Dixit
publisher

publisher

Related Posts

মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়
Lifestyle

September 18, 2026
বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!
Lifestyle

বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

September 14, 2026
গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ
Lifestyle

গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

September 14, 2026
ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ
Lifestyle

ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

September 13, 2026
আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?
Lifestyle

আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

September 12, 2026
সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে
Lifestyle

সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

September 6, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d