Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

লখিমপুৰৰ লালুকত ৰঙানদী কেন্দ্ৰীয় ৰঙালী মহোৎসৱত মন্ত্ৰী পীযুষ হাজৰীকা

publisher by publisher
April 18, 2025
in Assam, News
Reading Time: 1 min read
0
লখিমপুৰৰ লালুকত ৰঙানদী কেন্দ্ৰীয় ৰঙালী মহোৎসৱত মন্ত্ৰী পীযুষ হাজৰীকা
1
SHARES
7
VIEWS
ShareShareShareShare

RelatedPosts

Tragic road accident in Lakhimpur:লখিমপুৰৰ পথালি পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা

দেশজোৰা সাধাৰণ ধৰ্মঘটৰ সমর্থনত লক্ষীমপুৰত ২৪ ঘণ্টীয়া চকা বন্ধ

Dead body Recovered in Kerala:বহিঃৰাজ্যত পুনৰ মৃত্যু অসমৰ এজন লোকৰ

বিহু আমাৰ জাতীয় সম্পদ। বিহু অসমীয়া জাতিৰ আয়ুসৰেখা, বিহু আমাৰ অভিমান, বিহু আমাৰ স্বাভিমান। বিহু নহ’লে অসমীয়া জাতি হৈ পৰিব নিঃকিন।- এই মন্তব্য অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰীকাৰ।

ADVERTISEMENT

লখিমপুৰৰ লালুক নাওবৈচাত ৰঙানদী উন্নয়ন মঞ্চৰ উদ্যোগত আৰু ৰঙানদী সমষ্টিবাসীৰ সহযোগত আয়োজিত ৰঙানদী কেন্দ্ৰীয় ৰঙালী মহোৎসৱত আজি উপস্থিত থাকি মন্ত্ৰীগৰাকীয়ে ভাষণত এইদৰে কয়।

ভাষণত তেওঁ আৰু কয় যে আজি সমগ্ৰ অসমত, অসমৰ প্ৰত্যেকটো অঞ্চল, প্ৰতিখন গাঁৱত সকলোৱে বিহু উদযাপন কৰিছে। এই বিহু উদযাপন নকৰিলে, অসমীয়াৰ অস্তিত্ব বিপদাপন্ন হ’ব। অসমীয়াৰ অস্তিত্বক আমি কোনেও বিপদাপন্ন কৰিব নোৱাৰো।

গতিকে বিহু আগতেও পাতিছিলো, আজিও পাতিছো, ভৱিষ্যতেও পাতিম আৰু অসমীয়াই বিশ্ব দৰবাৰত বিহুক লৈ সদায় গৌৰৱ কৰিব। তেওঁ কয় যে অসমীয়া চহা জীৱনৰ লগত এই বিহুৰ সংযোগ অতিকৈ গুৰুত্বপূৰ্ণ। আমাৰ তিনিটা বিহুৰ সকলোতকৈ আনন্দ-উছাহ কৰা বিহুটো হৈছে ৰঙালী বিহু।

এই ৰঙালী বিহুৰ আনন্দ উপভোগ কৰি আমি সকলোৱে খেতি পথাৰলৈকে গুচি যাম আৰু অসমীয়া জাতিয়ে যাতে আত্মনিৰ্ভৰ হ’ব পাৰে তাৰ বাবে আমি কাম কৰিম।ভাষণৰ মাজতে মন্ত্ৰীগৰাকীয়ে ৰঙালী মহোৎসৱত উপস্থিত থকা সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে।

বিহু আৰু শক্তিশালী হওক, অসম আৰু শক্তিশালী হওক, অসমীয়া আৰু শক্তিশালী হওক এই কামনাৰে মন্ত্ৰীগৰাকীয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই ৰঙানদী কেন্দ্ৰীয় ৰঙালী মহোৎসৱৰ কাৰ্যসূচী আনুষ্ঠানিকভাৱে মুকলি কৰে।

বিহুৰ অনুষ্ঠানত ‘ৰঙানদীৰ লখিমী’ শীৰ্ষক দলৰ দুই হেজাৰ নাচনীয়ে পৰিৱেশন কৰা বিহু তথা গায়ন-বায়ন, সোণোৱাল কছাৰী আৰু মিছিং সম্প্ৰদায়ৰ বৰ্ণাঢ্য নৃত্য উপভোগ কৰি মন্ত্ৰীগৰাকী অভিভূত হৈ পৰে।

তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত ৰঙানদী কেন্দ্ৰীয় ৰঙালী মহোৎসৱৰ কাৰ্যসূচীৰ সফলতা কামনা কৰি মন্ত্ৰীগৰাকীয়ে উদ্যোক্তাসকলক শুভেচ্ছা জ্ঞাপন কৰে।

অনুষ্ঠানত বিধায়ক মানৱ ডেকা, অসম যুৱ আয়োগৰ সদস্য তথা বিহুৰ মুখ্য উদ্যোক্তা ঋষিৰাজ হাজৰিকা, ধলপুৰ আঠাবাৰী সত্ৰৰ শ্ৰীশ্ৰী গোপাল মহাপ্ৰভু, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াসহ বহুকেইগৰাকী স্বনামধন্য অভিনেতা-অভিনেত্ৰী, সাংস্কৃতিক কৰ্মী, সাংবাদিক আৰু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

ইপিনে, এই অনুষ্ঠানৰ পাছত মন্ত্ৰীগৰাকীয়ে লখিমপুৰৰ নাৰায়ণপুৰত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত কংগ্ৰেছক তীব্ৰ কটাক্ষ কৰে। তেওঁ কয় যে এতিয়া মানুহে আৰু কংগ্ৰেছক ভোট নিদিয়ে। অন্য দলৰতো অৱস্থা নায়েই। গতিকে য’ত য’ত পঞ্চায়ত নিৰ্বাচন হ’ব তাতেই আমি বিপুল ভোটত জয়লাভ কৰিম।

তেওঁ কয় যে আমি ৩৩ খন জিলা পৰিষদ, ৩১১ খন আঞ্চলিক পঞ্চায়তত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছো। ইতিমধ্যে আমি বহুত আগুৱাই গ’লো। ড০ হীৰেন গোহাঁইৰ নেতৃত্ব বিৰোধী পুনৰ ঐক্যবদ্ধ হোৱা বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে ইয়াৰ পৰা তেওঁলোকে কি উত্তৰ পাব মই নাজানো, কিন্তু ৰাইজে যে তেওঁলোকক কিবা ভাল উত্তৰ দিব বুলি মই নাভাবো। ৰাইজে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনক আশীৰ্বাদ কৰে, নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আশীৰ্বাদ কৰে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আশীৰ্বাদ কৰে বুলি তেওঁ মন্তব্য কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Bihu 2025LAKHIMPURMinister Piyush Hazarika
publisher

publisher

Related Posts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d