Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    চমকি উঠিল অস্ত্রোপচাৰ কৰা চিকিৎসক, যুৱকৰ শৰীৰত উদ্ধাৰ নাৰীৰ অংগ

    আন্দোলন গঢ়ি তুলি মোদী চকুৰ কুটা দাঁতৰ শূলত পৰিণত

    ‘ভোট চুৰি’, এছ আই আৰ বন্ধ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘দিল্লী চলো—মাৰ্চ ফৰ ডেম’ক্ৰেচি’

    বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

এইবোৰ লক্ষণে ক’ব যে আপোনাৰ স্মার্টফোনটো মৃত্যুমুখত পৰিছে

publisher by publisher
December 20, 2025
in Lifestyle
Reading Time: 1 min read
0
এইবোৰ লক্ষণে ক’ব যে আপোনাৰ স্মার্টফোনটো মৃত্যুমুখত পৰিছে
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

World Most Expensive Phone : বিশ্বৰ সবাতোকৈ দামী ফ’ন ব্যৱহাৰ কৰে নীতা আম্বানীয়ে

আপোনাৰ মৰমৰ স্মার্টফোনটো যে মৃত্যু হ’বলৈ ওলাইছে সেই কথা বুজিবলৈ কেইটামান লক্ষণেই যথেষ্ট। আজিৰ সময়ত এই যন্ত্ৰটো এক অপৰিহাৰ্য সংগী। গতিকে যদি আপোনাৰ আগতীয়াকৈ সতর্কবাণী থাকে যে ই কেতিয়া ‘মৃত’ হ’ব পাৰে, তেন্তে আপুনি কোনো বিপদৰ সন্মুখীন হ’ব নালাগে। আটাইতকৈ সাধাৰণ আৰু পৰিচিত চিনটো হ’ল বেটাৰীৰ সমস্যা। যেনে ৰেপিড, চার্জিং। দিনটোত একাধিকবাৰ ফোনটো চার্জ কৰিবলীয়া হোৱা।

ADVERTISEMENT

লগতে ২০ৰ পৰা ৩০ শতাংশ চার্জ থকাৰ পাছতো হঠাতে ফোনটো বন্ধ হৈ গ’লে সাৱধান হওক। লগতে ফোনটোৰ বেটাৰী বহু সময় চার্জ কৰি থকাৰ পাছতো যদি এশ শতাংশতকৈ উপনীত হ’বলৈ বহু সময় লাগে তেন্তে ইয়াক বেয়া চিন বুলি গণ্য কৰা উচিত।

অৱশ্যেই ফোনটো অস্বাভাবিকভাবে গৰম হৈ আহিছে নে নাই সেইটোলৈ মন দিব লাগে। ইয়াত বেটাৰীৰ স্বাস্থ্য পৰীক্ষা কৰাৰ এটা বিশেষ উপায় আগবঢ়োৱা হ’ল। ইয়াৰ বাবে আপুনি ছেটিংছলৈ যাব লাগিব আৰু বেটাৰীলৈ যাব লাগিব। আইফোনত বেটাৰীলৈ গৈ বেটাৰী হেল্থ এণ্ড চার্জিং চাওক।

কর্মক্ষমতাৰ সমস্যা

যদি আপুনি ফোনটোৰ সাধাৰণ কাৰ্যসমূহৰ স’তে সমস্যাত পৰে, অর্থাৎ যদি এপসমূহ চলাওঁতে বা কিব’ৰ্ডত টাইপ কৰাৰ সময়ত বা বিভিন্ন কামৰ মাজত ছুইচ কৰাৰ সময়ত ফোনটো ফ্রীজ বা লেগ হয়, তেন্তে আপুনি সাৱধান হ’ব লাগিব। ইয়াৰ উপৰি ফাইল আৰু এপ ডিলিট কৰাৰ পাছতো যদি বাৰে বাৰে ফোনটোৰ ষ্ট’ৰেজ শেষ হৈ যায়, তেন্তে সেয়াও ভাল লক্ষণ নহয়।

ছফটৱেৰ আৰু সুৰক্ষা

যদি আপোনাৰ ফোনটো বহুদিনৰ পৰা আপডেট হোৱা নাই, তেন্তে আপুনি নিশ্চিতভাবে ডাটা চুৰিৰ দৰে সমস্যাৰ সন্মুখীন হ’ব পাৰে। অর্থাৎ ছ’চিয়েল মিডিয়া আৰু বেংকিং এপসমূহ পূৰণি অপাৰেটিং ছিষ্টেমৰ স’তে এতিয়া সামঞ্জস্যপূর্ণ নহয়। এনে পৰিস্থিতিত ফোন সলনি কৰাৰ সিদ্ধান্ত সঠিক হ’ব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Phone
publisher

publisher

Related Posts

কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল
Lifestyle

October 10, 2026
শেৱালি ফুলৰো আছে ঔষধি গুণ
Lifestyle

শেৱালি ফুলৰো আছে ঔষধি গুণ

October 4, 2026
গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি
Lifestyle

গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

October 4, 2026
ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?
Lifestyle

ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

September 28, 2026
হাতৰ জোৰাৰ ক’লা দাগ
Lifestyle

হাতৰ জোৰাৰ ক’লা দাগ

September 25, 2026
শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে
Lifestyle

শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

September 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d