Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা

    মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ

    ‘ডাঙৰ’ হৈছে আফ্রিকা-আকাৰ ক্ষুদ্ৰ হ’ল উত্তৰ আমেৰিকাৰ

    শিক্ষাত কৃত্রিম বুদ্ধিমত্তা নিষিদ্ধ কৰিলে চিকাগো বিশ্ববিদ্যালয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Nagaon:অভি-নীল হত্যাকাণ্ডৰ আজিৰে পৰা আৰম্ভ তিনিদিনীয়া শুনানি নগাঁও আদালতত উপস্থিত অভি আৰু নিলোৎপলৰ পিতৃ

ন্যায় প্ৰক্ৰিয়াৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে বুলি প্ৰকাশ কৰাৰ লগতে তেওঁলোকে ন্যায় পাব:নিলোৎপলৰ পিতৃ

publisher by publisher
February 6, 2026
in Assam, Crime
Reading Time: 1 min read
0
Nagaon:অভি-নীল হত্যাকাণ্ডৰ আজিৰে পৰা আৰম্ভ তিনিদিনীয়া শুনানি নগাঁও আদালতত উপস্থিত অভি আৰু নিলোৎপলৰ পিতৃ
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

Abhi -neel Case:অন্তিম পর্যায়ত অভি-নীল কাণ্ডৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া

Abhineel Murder Incident: মন্থৰ হৈছে অভি-নীল হত্যাকাণ্ডৰ বিচাৰ

Nagaon:

সাত বছৰ জোৰা প্ৰতীক্ষাৰ অন্ত পেলাই অৱশেষত আদালতত আৰম্ভ হ’ল দেশ কঁপোৱা অভি-নীল হত্যাকাণ্ডৰ গোচৰৰ তিনিদিনীয়া চূড়ান্ত শুনানি ৷

ADVERTISEMENT

উল্লেখ্য যে সভ্য সমাজক লজ্জানত কৰি আৰু দেশৰ প্ৰচলিত আইন ব্যৱস্থাক উপহাস কৰি ২০১৮ৰ আঠ জুনত কাৰ্বি আংলং জিলাৰ ডকমকা আৰক্ষী থানাৰ অন্তৰ্গত পাণজুৰি গাঁৱত এদল উন্মত্ত লোকে দুই প্রকৃতিপ্রেমী যুৱক গুৱাহাটীৰ অভিজিৎ নাথ আৰু নীলোৎপল দাসক মৰিয়াই হত্যা কৰে। তেতিয়াৰে পৰা যুৱকদ্বয়ৰ ভুক্তভোগী পৰিয়াল ন্যায়ৰ প্রতীক্ষাত আছে। ভুক্তভোগীৰ এই প্ৰতীক্ষাৰ মাজত আজিৰ পৰা নগাঁৱৰ সত্ৰ ন্যায়াধীশৰ আদালতত আৰম্ভ হৈছে গোচৰটোৰ চূড়ান্ত যুক্তিতর্ক শুনানি প্রক্রিয়া। এই শুনানি প্রক্রিয়া অহা সাত ফেব্ৰুৱাৰীলৈকে চলিব। গতিকে গোচৰীয়া পক্ষই সাময়িক সকাহ লাভ কৰিছে। উল্লেখ্য যে অভি-নীল হত্যাকাণ্ডৰ মুঠ অভিযুক্তৰ সংখ্যা হৈছে ৪৫জন। ঘটনাটো চাক্ষুষ সাক্ষী আছিল ১২জন। ইয়াৰে পাঁচজনে সত্যতা স্বীকাৰ কৰাৰ বিপৰীতে সাতজনে সত্যতা স্বীকাৰ নকৰি গোচৰ প্ৰক্ৰিয়া লেহেমীয়া কৰি তোলে। ফলত আদালতে দুয়োপক্ষৰ যুক্তি শুনাৰ ব্যৱস্থা গ্রহণ কৰে। এক দীঘলীয়া পৰিক্ৰমাৰ অন্তত আজিৰ পৰা সাত ফেব্ৰুৱাৰীলৈকে গুচৰীয়া অভিযুক্ত পক্ষৰ যুক্তি শুনানির দিন ধার্য কৰিছে। এই শুনানি গ্রহণৰ পাছতে অভিযুক্ত পক্ষৰ যুক্তিতর্ক আৰম্ভ হ’ব। দুয়োপক্ষৰ যুক্তিতর্ক শুনাৰ পাছত গোচৰটোৰ আদালতে ৰায়দান কৰাৰ সম্ভাৱনা আছে। অৱশ্যে গুচৰীয়া পক্ষৰ ‘প্ৰতিৰক্ষা’ আবেদনৰ ভিত্তিত এই শুনানি গ্ৰহণৰ দিনৰ সংখ্যা বৃদ্ধি হোৱাৰো সম্ভাৱনা আছে। আজি আদালতত গুচৰীয়া পক্ষৰ হৈ যুক্তি আগবঢ়ায় জ্যেষ্ঠ অধিবক্তা জিয়াউৰ কামাৰে।

শুনানিৰ সময়ত আদালত চৌহদত উপস্থিত থাকে প্রয়াত অভিজিৎ নাথৰ পিতৃ অজিত নাথ আৰু নীলোৎপল দাসৰ পিতৃ গোপাল চন্দ্ৰ দাসৰ লগতে অভি-নীল স্মৃতিৰক্ষা সমিতিৰ একাংশ সদস্য।

আনহাতে, আ আদালতত যুক্তিতর্ক আগবঢ়োৱাৰ পাছত জ্যেষ্ঠ অধিবক্তা কামাৰে সাংবাদিকৰ আগত কয়, ‘গোচৰটোৰ চূড়ান্ত যুক্তিতর্ক গ্ৰহণ আজিৰ পৰা আৰম্ভ হৈছে। আদালতে তিনিদিনৰ এক সময়সূচী দিছে। সাত ফেব্ৰুৱাৰীলৈকে আমাৰ যুক্তিতর্ক প্রদর্শন হ’ব। এই তিনিদিনত আমাৰ যুক্তিতর্ক অন্ত পেলাব লাগিব। চাক্ষুষ সাক্ষীৰ ভাষ্যৰ লগতে এই ঘটনা কেনেকৈ, কাৰ পৰিকল্পনাত, কাৰ প্ৰৰোচনাত সংঘটিত হ’ল, সেই গোটেইখিনি আদালতত দাঙি ধৰা হ’ব। ‘ এই সম্পর্কত অধিবক্তাজনে আৰু কয়, ‘যিসমূহ অস্ত্র-শস্ত্ৰৰে আঘাত কৰা হৈছিল সেইসমূহৰ লগতে চিকিৎসালয়ৰ প্রতিবেদন আদি আদালতত দেখুওৱা হ’ব। সাত তাৰিখলৈকে যুক্তি-তৰ্কৰ তাৰিখ আমাক দিয়া হৈছে। তাৰ পাছত হয়তো অভিযুক্ত পক্ষৰ যুক্তিতৰ্কৰ শুনানি আৰম্ভ হ’ব। শুনানি সমাপ্ত হ’লে ৰায়দান হ’ব। তাৰ পাছতো শাস্তিৰ ৰায়দানৰ বাবে এটা তাৰিখ দিব।’ এই লোমহর্ষক হত্যাকাণ্ডৰ গোচৰ সম্পৰ্কত তেওঁ আৰু কয়, ‘আমি যদি ৩০২ (ভাৰতীয় দণ্ড বিধিৰ)ত দোষী সাব্যস্ত কৰিব পাৰো তেতিয়া দোষীৰ হয় মৃত্যুদণ্ড বা যাবজ্জীবন কাৰাদণ্ড হ’ব। ইয়াৰ কোনো বিকল্প নাই।’

ইপিনে,আদালত চৌহদত দুর্ভগীয়া নিলো ৎপলৰ পিতৃ গোপাল চন্দ্র দাসে কয়, ‘যুক্তিতৰ্কৰ প্ৰক্ৰিয়াটো আজিৰ পৰা আৰম্ভ হৈছে। অহা তিনিদিনলৈ নিয়মীয়াকৈ চলিব। আমি ন্যায়ৰ বাবে বহু বাট চাবলগীয়া হৈছে। আমি যথেষ্ট হতাশ হৈছো। এটা সময়ত আমাৰ বিশ্বাস প্রায় ভাগি গৈছিল। সঁচাকৈ ন্যায় পাম নে নাপাম তাক লৈ দ্বিধাগ্রস্ত আছিলো। আজিৰ পৰা গোচৰটোৰ চূড়ান্ত যুক্তিতর্ক আৰম্ভ হোৱাত এতিয়া কিছু সকাহ পাইছো। নিশ্চয় কিবা এটা ফল পাম। ন্যায়ৰ বাবে আশা কৰিছো। জ্যেষ্ঠ অধিবক্তা কামাৰে যুক্তিতর্ক প্রক্রিয়াটো সুন্দৰভাৱে আগুৱাই নিছে।’

ইপিনে, নৃশংসতাৰ বলি আনজন যুৱক অভিজিতৰ পিতৃ অজিত নাথে কয়, ‘ন্যায়ৰ আশাতে জীয়াই আছো। ন্যায়পালিকাৰ ওপৰত বিশ্বাস আছে। আজি যুক্তিতৰ্কৰ প্ৰক্ৰিয়াটো সুন্দৰকৈ আগুৱাই নিছে। আমি বহু সুখী। এইটোৱে হয়তো মোকদমাটোৰ শেষ পর্যায়। ইয়াৰ পাছত ৰায়দান প্রক্রিয়া আৰম্ভ হ’ব। আমি আশাবাদী দোষীসকলে, যিসকলে আমাৰ ল’ৰা দুটাক মাৰি পেলালে, সেইসকল কোনোপধ্যে সাৰি যাব নোৱাৰে। দোষীয়ে চৰম পৰ্যায়ৰ শাস্তি পাব বুলি আমি আশাবাদী।’

উল্লেখ্য যে অভি-নীল হত্যা সম্পর্কত ডকমকা আৰক্ষী থানাত ৩৩/২০১৮ নম্বৰত ৰুজু হোৱা গোচৰৰ ৪৭জন অভিযুক্ত গ্ৰেপ্তাৰ হয়। এই অভিযুক্তসকল নগাঁও কাৰাগাৰত ন্যায়িক জিম্মাত আছে। প্রথম অৱস্থাত ডিফু আদালতত গোচৰটোৰ বিচাৰ চলে যদিও অভি-নীলৰ পৰিয়ালৰ লেখ আবেদনৰ ভিত্তিত গোচৰটোৰ বিচাৰ নগাঁৱৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতলৈ স্থানান্তৰ হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Abhineel Murder Incidentfinal hearingNagaon Sessions Court
publisher

publisher

Related Posts

Assam

ACS officer Arrested:ধেমাজিৰ জিলা উন্নয়ন আয়ুক্ত দেৱেশ্বৰ বৰাক গ্ৰেপ্তাৰ চিএম ভিজিলেঞ্চৰ

September 7, 2026
Horrific murder in Beltala: মহানগৰীৰ বেলতলাৰ বশিষ্ঠপুৰত লোমহৰ্ষক হত্যাকাণ্ড
Assam

Horrific murder in Beltala: মহানগৰীৰ বেলতলাৰ বশিষ্ঠপুৰত লোমহৰ্ষক হত্যাকাণ্ড

September 7, 2026
দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা
Assam

দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা

September 6, 2026
ৰাজ্যজুৰি আকস্মিক অভিযানত কমেও ৩৩০ ঠগ-প্ৰৱঞ্চকক আটক

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক
Assam

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

September 5, 2026
দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d