Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ভটিয়াপাৰস্থিত অ’এনজিচিত ডিএছ-১৪৭ তৈলখাদৰ পৰা গেছ নির্গমন অব্যাহত

তিনিদিন ধৰি অহৰহ গেছ নিৰ্গত, গেছ নিৰ্গমন ৰোধ কৰাত ব্যৰ্থ অ'এনজিচি, ৪৭টাৰো অধিক পৰিয়ালক আশ্রয় শিবিৰলৈ স্থানান্তৰ

publisher by publisher
June 14, 2025
in Assam, News
Reading Time: 3 mins read
0
ভটিয়াপাৰস্থিত অ’এনজিচিত ডিএছ-১৪৭ তৈলখাদৰ পৰা গেছ নির্গমন অব্যাহত
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

শিৱসাগৰত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ স’তে একেখন মঞ্চত অখিল গগৈ

উজনিত মিঞা কেন্দ্ৰীক বিষয়ক লৈ উত্তাল হৈ থকাৰ মাজতে কঠোৰস্থিতি জিলা প্ৰশাসনৰ ১৬৩ ধাৰা জাৰি

Rantu Pani Phukan:শৃংখল চলিহাক বিশ্ৰাম দিয়াক লৈ বিৰূপ মন্তব্য কৰা অখিল গগৈৰ বিৰুদ্ধে গৰজি উঠিল ৰন্টু পানীফুকন

Gas emissions from ONGC oil fields in Shivsagar continue:

আজি তৃতীয় দিনাও অব্যাহত থাকে শিৱসাগৰৰ ভটীয়াপাৰত অ’এনজিচিৰ আৰ ডিএছ-১৪৭ তৈলখাদৰ পৰা গেছ নির্গমন। বৃহস্পতিবাৰে ভটীয়াপাৰাৰ বাৰীচুকত প্রতিষ্ঠানটোৰ উক্ত তৈলখাদৰ পৰা গেছ নির্গমন আৰম্ভ হয়। অঞ্চলটোৰ চৌদিশে তীব্র আতংক বিৰাজ কৰি আছে। এই গেছ নির্গমন বন্ধ কৰাৰ বাবে অ’এনজিচি কর্তৃপক্ষই গ্রহণ কৰা সকলো চেষ্টা বিফল হৈছে।

ADVERTISEMENT

আজি তৃতীয় দিনাও পৰিস্থিতি মুঠেই নিয়ন্ত্রণলৈ নাহিল। তাৰ পৰিৱৰ্তে তীব্ৰ গতিত গেছৰ নিৰ্গমন অব্যাহত আছে। ফলত যিকোনো মুহূর্ততে ভয়ংকৰ পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ আশংকা প্রবল হৈছে। খাৰুৱা তেল মিশ্রিত এই গেছত

যাতে অগ্নিকাণ্ডৰ সূত্রপাত নহয় তাৰ বাবে অ’এনজিচিয়ে অগ্নিনির্বাপক বাহিনীৰ দ্বাৰা চেষ্টা অব্যাহত ৰাখিছে। অৱশ্যে স্থানীয় ৰাইজ ইয়াক লৈ আশ্বস্ত হোৱা নাই। অগ্নিনির্বাপক বাহিনীয়ে তীব্র বেগত গেছ নির্গত হৈ থকা স্থানত অহৰহ পানী ছটিয়াই আছে যদিও সেই পানী ওফৰাই ১৫-২০ ফুট ওপৰলৈ উঠিছে নির্গত গেছ। ফলত অঞ্চলটোত তিনিচুকীয়াৰ বাঘজান কাণ্ডৰ পুনৰাবৃত্তি ঘটাৰ আশংকাৰ সৃষ্টি হৈছে।

ইপিনে, অভিযোগ অনুসৰি অ’এনজিচিৰ একাংশ বিষয়া-কৰ্মচাৰীৰ মইমতালিত এই ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছে। প্রতিষ্ঠানটোৰ এটা অসম বিৰোধী চক্রই ব্যক্তিগত স্বার্থসিদ্ধিৰ উদ্দেশ্যে তৈলক্ষেত্ৰসমূহৰ লগতে খাদসমূহ ঠিকাদাৰী প্রতিষ্ঠানক চলাবলৈ দিছে। ভটীয়াপাৰত বিস্ফোৰণ ঘটা এই তৈলখাদ এটা পুঁজিপতি ঠিকাদাৰী প্রতিষ্ঠানে ঠিকাভিত্তিক চলাই আছে। ৰুদ্রসাগৰ তৈল ক্ষেত্ৰৰ অন্তৰ্গত এই তৈল খাদৰ পৰা অধিক খাৰুৱা তেল সংগ্ৰহৰ স্বাৰ্থত প্রতিষ্ঠানটোরে কালি ভূগৰ্ভত পদ্ধতিৰে বোমা স্থাপন কৰি বিস্ফোৰণ ঘটায়।

তাৰ পাছতে খাদটোৰ অহৰহ গেছ নিগৰিত হ’বলৈ ধৰাৰ অভিযোগ উত্থাপন হৈছে। এক সূত্রই জনোৱা মতে, ঠিকাদাৰী প্রতিষ্ঠানটোৱে ভুলবশতঃ খাৰুৱা তেল পৰিবাহী পাইপৰ পৰিৱৰ্তে গেছ পৰিবাহী পাইপত বোমা স্থাপন কৰি বিস্ফোৰণ ঘটোৱাত এনে ভয়াৱহ পৰিস্থিতিৰ উদ্ভৱ হৈছে। এই বিস্ফোৰণৰ শব্দ পাঁচ কিলোমিটাৰ দূৰৰ পৰা শুনিবলৈ পোৱা যায়। এই বিস্ফোৰণে খাদৰ ওচৰ-পাজৰৰ ৰাইজৰ ঘৰ-দুৱাৰ কঁপাই তোলে। উল্লেখ্য যে এ কে পেট্র’ নামৰ এই ঠিকাদাৰী প্রতিষ্ঠানে ২০২৪ৰ ৩১ আগষ্টত গেলেকী তৈলক্ষেত্ৰৰ খাদত কাম কৰি থকাৰ সময়ত এনে ভয়ংকৰ বিস্ফোৰণ ঘটি বিধ্বংসী অগ্নিকাণ্ডৰ সূত্রপাত হৈছিল।

তৎসত্ত্বেও প্রতিষ্ঠানটোক অ’এনজিচিয়ে পুনৰ তেল খননৰ দায়িত্ব দিয়াক লৈ স্থানীয় ৰাইজে প্রশ্ন উত্থাপন কৰিছে। সূত্রই জনোৱা মতে, প্রতিটো তৈল খাদত সুৰক্ষা বিষয়া (ছেফটি অফিচাৰ) নিযুক্তি দিব লাগে। সুৰক্ষা বিষয়াই সকলো দিশ পৰীক্ষা কৰাৰ পাছত বিস্ফোৰণৰ অনুমতি দিলেহে বিস্ফোৰণ কাৰ্যকৰী কৰিব লাগে। কালি বিস্ফোৰণ ঘটোৱাৰ পূৰ্বে সংশ্লিষ্ট প্রতিষ্ঠানে সুৰক্ষা বিষয়াৰ অনুমতি লৈছিল নে নাই সেয়া ৰহস্যৰ আৱৰ্তত আছে। অৱশ্যে খাদটোৰ পৰা তীব্ৰ গতিত নির্গত গেছৰ নিৰ্গমন বন্ধ কৰাৰ উদ্দেশ্যে অ’এনজিচিয়ে ৰাজ্যৰ বাহিৰৰ পৰা বিশেষজ্ঞ অনাৰ সিদ্ধান্ত লৈছে যদিও বাতৰি লিখা পৰলৈ ঘটনাস্থলীত বিশেষজ্ঞ উপস্থিত হোৱা নাই।

ইপিনে, ভয়ংকৰ বিপদৰ আশংকাত ঘৰ-বাৰী এৰি স্থানীয় ৰাইজে আশ্রয় শিবিৰত ভৰ্তি হ’ব লগা হৈছে। আশ্রয় শিবিৰত থকা এই পৰিয়ালসমূহ সম্প্রতি মহা বিপাঙত পৰিব লগা হৈছে। কাৰণ তেওঁলোকৰ অধিকাংশই দিন-হাজিৰা কৰি জীৱন-যাপন কৰা পৰিয়াল। লক্ষ্যণীয়ভাবে এইসকল লোকৰ অৱস্থাৰ বুজ লোৱা নাই অ’এনজিচি কর্তৃপক্ষই। প্রতিষ্ঠানটোৰ বিষয়াবৰ্গই সাংবাদিককো এৰাই চলিছে। ঘটনাস্থলীত সাংবাদিকৰ প্ৰৱেশ নিষিদ্ধ কৰি প্ৰতিষ্ঠানটোৱে কটকটীয়া নিৰাপত্তা বেহু গঢ়ি তুলিছে।

# নিশা আশ্রয় শিবিৰ উত্তপ্ত পৰিস্থিতি

ভয়ত বিমূঢ় হৈ ঘৰ-বাৰী এৰি স্থানীয় ২৮ টা পৰিয়ালে বনগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ত আশ্রয় লৈছে। বিদ্যালয়খনত প্রশাসনে এই পৰিয়ালসমূহৰ বাবে অস্থায়ী শিবিৰ স্থাপন কৰিছে। আশ্রয় শিবিৰত পৰ্যাপ্ত সা-সুবিধা যোগান নধৰাত বৃহস্পতিবাৰে নিশা উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয়। নিশা ১১ বজা পর্যন্ত অসহায় পৰিয়ালসমূহক খাদ্য, বিশুদ্ধ খোৱাপানী আৰু বিদ্যুৎ যোগান ধৰা পৰা প্রশাসন বিৰত থাকে। ইয়াক লৈ ৰাইজে জিলা প্রশাসন বিষয়াক জবাবদিহি কৰে। পাছত অতিৰিক্ত জিলা আয়ুক্ত উপস্থিত হৈ খাদ্যবস্তু যোগান ধৰি ৰাইজক শান্ত কৰে। আনহাতে, গেছ নির্গত খাদটোৰ ওচৰৰ আঠশ পৰিয়ালক প্রশাসনে খাদ্য যোগান ধৰা বুলি সূত্ৰই প্ৰকাশ কৰিছে। ইপিনে আৰু ৪৭টাৰো অধিক পৰিয়ালক আশ্রয় শিবিৰলৈ স্থানান্তৰ কৰিছে শিৱসাগৰ জিলা প্ৰশাসনে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Gas emissionsONGC oil fieldsSIBSAGAR
publisher

publisher

Related Posts

নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু
International

September 27, 2026
পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’
Entertainment

পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

September 27, 2026
ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই
International

ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

September 27, 2026
মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!
India

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

September 27, 2026
জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক
India

জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

September 27, 2026
নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d