Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Delhi: দিল্লীৰ প্ৰাক্তন মন্ত্ৰী তথা আপ নেতা সত্যেন্দ্ৰ জৈনৰ জামিন মঞ্জুৰ

    Husband and wife dismissed from their Jobs:ঔষধ পৰিদৰ্শক হিচাপে কাৰ্যৰত পতি-পত্নীক চাকৰিৰ পৰা বৰ্খাস্ত

    Delhi:আলফা (স্বাধীন)ৰে সম্পৰ্কৰ অভিযোগত দিল্লীত গ্রেপ্তাৰ এজন যুৱকক

    চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

    তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি

    গহপুৰ-নুমলীগড়ৰ প্ৰস্তাৱিত সুৰংগ নিৰ্মাণৰ বাবে নিবিদা আহ্বান ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

CM Pressmeet In Loksewa bhawan:১৯০০ শিক্ষা প্রতিষ্ঠানক ভূমি পট্টা প্ৰদানৰ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ ,সংবাদমেলত সদৰি মুখ্যমন্ত্ৰীৰ

publisher by publisher
June 27, 2025
in Assam, News
Reading Time: 1 min read
0
CM Pressmeet In Loksewa bhawan:১৯০০ শিক্ষা প্রতিষ্ঠানক ভূমি পট্টা প্ৰদানৰ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ ,সংবাদমেলত সদৰি মুখ্যমন্ত্ৰীৰ
3
SHARES
32
VIEWS
ShareShareShareShare

RelatedPosts

Indo-Bangla:বিদেশী প্রত্যর্পণৰ বাবে ঢাকাৰ সহযোগিতা বিচাৰিলে নতুন দিল্লীয়ে

Mamata Banerjee Pressmeet :বংগত দলৰ শোচনীয় পৰাজয়ৰ পিছতে সংবাদমেল সম্বোধন মমতা বেনাৰ্জী

Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ

CM Pressmeet In Loksewa bhawan:

দিশপুৰস্থ লোকসেৱা ভৱনত শুকুৰবাৰে অনুষ্ঠিত হোৱা ৰাজ্যিক বৈঠকত লোৱা হয় কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ কেবিনেট অন্তত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যৰ বহু শিক্ষানুষ্ঠান আৰু নামঘৰ, মন্দিৰ, ক্লাৱে ভূমিৰ পট্টা বিচাৰি আবেদন কৰিছিল ৷ সেই অনুসৰি ৰাজ্য চৰকাৰে সকলো পৰীক্ষা- নিৰীক্ষাৰ অন্তত ১৯০০ শিক্ষা প্রতিষ্ঠানৰ লগতে ৯৪২টা নামঘৰ, মন্দিৰ, ক্লাৱক ভূমি পট্টা প্ৰদানৰ সিদ্ধান্ত লোৱা হয় ৷ একেদৰে ইতিমধ্যে নিৰ্বাচন হৈ যোৱা ৰাজ্যৰ ২৭ খন জিলা পৰিষদৰ অধ্যক্ষ-উপাধ্যক্ষৰ সংৰক্ষণ প্ৰক্ৰিয়া সম্পন্নৰ সিদ্ধান্ত লোৱা হয় ৷লটাৰীৰ জৰিয়তে নিৰ্ধাৰণ কৰা হ’ব ২৭জিলা পৰিষদৰ আসন ৷

ADVERTISEMENT

আনহাতে মৰাণ-মটক স্বায়ত্তশাসিত পৰিষদক লৈও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ সন্দৰ্ভত কয় এতিয়াৰ পৰা পৰিষদৰ নিৰ্বাচন হ’লে সংশ্লিষ্ট অঞ্চল বা গাৱঁৰ মৰাণ-মটকৰ পৰিয়ালেহে ভোটদান কৰিব পাৰিব ৷আন জনগোষ্ঠীয় লোক সকলে ভোটদান কৰিব নোৱাৰিব ৷ চলিতবৰ্ষৰ নৱেম্বৰ- ডিচেম্বৰৰ ভিতৰত অনুষ্ঠিত হ’ব মৰাণ-মটক স্বায়ত্তশাসিত পৰিষদ নিৰ্বাচনৰ ৷নিৰ্বাচনৰ বাবে প্ৰস্তুত কৰা ভোটাৰ তালিকাত নাম অন্তভুৰ্ক্ত হ’ব মৰাণ-মটকৰ পৰিয়ালৰ লোকৰ ।

আনহাতে শেহতীয়াকৈ ২০জন বাংলাদেশীক পুনৰ Puch Back কৰা হৈছে ৷ এই সকলৰ প্ৰায়বোৰৰ হাতত পোৱা গৈছে আধাৰ কাৰ্ড ৷ এনেদৰে আধাৰ কাৰ্ডৰ অচিলা লৈ নাগৰিকত্বৰ প্ৰমাণ কৰাৰ সমান্তৰালভাৱে বহু সুবিধা লাভ কৰিছে অবৈধ বাংলাদেশীয়ে ৷ অৱশ্যে এইটো স্পষ্ট যে আধাৰে নাগৰিকত্বৰ প্ৰমাণ নকৰে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় এনে প্ৰেক্ষাপটত এতিয়াৰ পৰা প্ৰাপ্তবয়স্ক সকলে আধাৰৰ বাবে আবেদন কৰিব পাৰিব জিলা আয়ুক্তক ৷ এই সম্পৰ্কীয় সিদ্ধান্ত অহা কেবিনেটত লোৱা হ’ব ।

সংবাদমেলত এপিএছচিৰ বৰ্খাস্ত হোৱা ৰাজপত্ৰিত বিষয়াক পুনৰ নিযুক্তি সম্পৰ্কত গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া ৰায়ৰ বিষয়ে মুখ্যমন্ত্ৰীয়ে কয়, ন্যায়ালয়ৰ যুটীয়া বিচাৰপীঠে দিয়া ৰায়ক লৈ শেহতীয়াকৈ একাংশ সংবাদ মাধ্যমত কেতবোৰ বিভ্ৰান্তিকৰ বাতৰি প্ৰকাশ পাইছিল ৷ ইতিমধ্যে আদালতৰ ৰায় তন্নতন্নকৈ চোৱা হৈছে ৷তাত ক’তে উল্লেখ কৰা হোৱা নাই যে বৰ্খাস্ত হোৱা ৰাজপত্ৰিত বিষয়াক পুনৰ নিযুক্তি দিয়া হওক ৷ এপিএছক বাদ দি আন আন সকল ৰাজপত্ৰিত বিষয়াৰ বৰ্খাস্তকৰণ নিৰ্দেশটো বাতিল কৰি পুনৰ আন এক নিৰ্দেশ যোগে তেওঁলোকক চাকৰিৰ পৰা বিদায় দিব পাৰে ৷ ন্যায়ালয়ে এই সন্দৰ্ভত কয় ,পুনৰ চাকৰিৰ পৰা বিদায় লোৱা সকলে যাতে আন ব্যক্তিগত প্ৰতিষ্ঠানত সন্মান সহকাৰে কাম কৰিব পাৰে ৷
মুখ্যমন্ত্ৰী গৰাকীয়ে অসম আৰক্ষী সেৱা বিষয়া সকলৰ ক্ষেত্ৰত ন্যায়ালয়ে কোৱাৰ দৰে তেওঁলোকক তিনিমাহৰ বাবে চাকৰি পাব ৷কিন্ত কোনো দায়িত্ব নোপোৱাকৈ বিভাগীয়ভাৱে তেওঁলোকক বিদায় দিব ৷ এপিএছৰ ক্ষেত্ৰত চৰকাৰে হয়তো সৰ্বোচ্চ ন্যায়ালয়ত আপীল কৰিব৷ কিন্ত ৰাজপত্ৰিত বিষয়া সকলৰ দা- দৰমহা দিয়াৰ কোনো স্পষ্ট নিৰ্দেশ নাই আদালতৰ।

এনে প্ৰেক্ষাপটত হয়তো বৰ্খাস্ত হোৱা ৰাজপত্ৰিত বিষয়া সকলে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ শেহতীয়া ৰায়ত সন্তষ্ট নহৈ উচ্চতম ন্যায়ালয়ত আপীল কৰাৰ অৱকাশ আছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য দিয়ে মুখ্যমন্ত্ৰীয়ে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Addressing Cm Himanta Biswa SarmaDispurLoksewa BhawanPressmeetstate cebinet
publisher

publisher

Related Posts

নেপালৰ বানপীড়িতলৈ ১০ হেজাৰ টকা দান কৰিলে তামিলনাডুৰ এজন ভিক্ষাৰীয়ে
India

September 3, 2026
Delhi: দিল্লীৰ প্ৰাক্তন মন্ত্ৰী তথা আপ নেতা সত্যেন্দ্ৰ জৈনৰ জামিন মঞ্জুৰ
Crime

Delhi: দিল্লীৰ প্ৰাক্তন মন্ত্ৰী তথা আপ নেতা সত্যেন্দ্ৰ জৈনৰ জামিন মঞ্জুৰ

September 3, 2026
Husband and wife dismissed from their Jobs:ঔষধ পৰিদৰ্শক হিচাপে কাৰ্যৰত পতি-পত্নীক চাকৰিৰ পৰা বৰ্খাস্ত
Assam

Husband and wife dismissed from their Jobs:ঔষধ পৰিদৰ্শক হিচাপে কাৰ্যৰত পতি-পত্নীক চাকৰিৰ পৰা বৰ্খাস্ত

September 3, 2026
Delhi:আলফা (স্বাধীন)ৰে সম্পৰ্কৰ অভিযোগত দিল্লীত গ্রেপ্তাৰ এজন যুৱকক
Assam

Delhi:আলফা (স্বাধীন)ৰে সম্পৰ্কৰ অভিযোগত দিল্লীত গ্রেপ্তাৰ এজন যুৱকক

September 3, 2026
চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা
Assam

চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

September 3, 2026
তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি
Assam

তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি

September 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d