APSC New Member Appointed:
অসম লোকসেৱা আয়োগৰ নতুন সদস্য ৰূপে নিযুক্তি আইএএছ বিষয়া প্রভাতী থাওচেনক ৷ থাউচেন ইয়াৰ পূৰ্বে সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ সচিব হিচাপে কাৰ্যৰত হৈ আছিল ৷ নৱ নিযুক্ত সদস্যা গৰাকীয়ে অচিৰেই নিজৰ দায়িত্ব গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে ৷
ADVERTISEMENT
উল্লেখ্য যে এপিএছচিৰ অধ্যক্ষ ৰূপে কাৰ্যনিৰ্বাহ কৰি আছে অৱসৰপ্ৰাপ্ত আইপিএছ বিষয়া দেৱৰাজ উপাধ্যায় ৷





























