Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    ৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

    পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    ১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

    হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Guwahati Lanslide Incident Update:গুৱাহাটীত ভূমিস্খলনৰ ভয়ংকৰ ৰূপ

খহি পৰিল বৃহদাকাৰৰ শিল-পাহাৰৰ অংশ ১২ পৰিয়ালক আঁতৰিবলৈ নিৰ্দেশ,তিনিটা গৃহ ভাঙি চূৰমাৰ , ১৭ ঘণ্টাৰ মূৰতহে মাটিত পোত যোৱা এজনক উদ্ধাৰ

publisher by publisher
June 8, 2025
in Assam, News
Reading Time: 3 mins read
0
Guwahati Lanslide Incident Update:গুৱাহাটীত ভূমিস্খলনৰ ভয়ংকৰ ৰূপ
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

Guwahati Lanslide Incident Update:

প্রকৃতিৰ ওপৰত চলা মানুহৰ নিৰন্তৰ অত্যাচাৰৰ পৰিণতিত গুৱাহাটীত শুক্ৰবাৰে নিশা যি ভয়াৱহ ভূমিস্খলনৰ ঘটনা সংঘটিত হ’ল, তাৰ আশংকা প্রকাশ কৰিও নির্লিপ্ত হৈয়ে ৰ’ল প্রশাসন। পশ্চিম ৰূপনগৰত সংঘটিত এই ঘটনাত এজন লোকে প্ৰণ হেৰুওৱাৰ বিপৰীতে কথমপি প্ৰাণৰক্ষা পৰে ১০ জনৰো অধিক লোকৰ। ভাঙি চুৰমাৰ হয় কমেও তিনিটা ঘৰ। ৰূপনগৰ পাহাৰৰ এক বৃহৎ অংশ বিয়াগোম কে’বাটাও শিলসহ খহি পৰাৰ পাছত পাহাৰখনৰ ওপৰৰ আৰু তলৰ পৰিৱেশ অতি বিপদসংকুল হৈ পৰিছে।

ADVERTISEMENT

যিকোনো মুহূর্তত খহি পৰাৰ সম্ভাৱনা বৃদ্ধি হৈছে কে’বাটাও আৰচিচি, অসম আৰ্হিৰ পকী ঘৰসহ সাধাৰণ আন বহুকেইটা গৃহ। ইয়াৰ পৰিণতিত প্রশাসনে ১২টা পৰিয়ালক সেই স্থান ত্যাগ কৰিবলৈ জৰুৰী নির্দেশ দিছে। তদুপৰি নিৰাপত্তাজনিত কাৰণত পাহাৰৰ তলৰ কে’বাটাও পৰিয়ালকো আন স্থানত আশ্ৰয়ৰ ব্যৱস্থা কৰা হৈছে। ৰূপনগৰ প্রথমিক বিদ্যালয়ত ইয়াৰ বাবে সাময়িক ব্যৱস্থা গঢ়ি তোলা হৈছে। ঘটনাৰ বিৱৰণি দি স্থানীয় বাসিন্দাই ‘দৈনিক অগ্রদূত’ক জনায় যে নিশা তেতিয়া ১১.৩০ বাজিছিল। ৰূপনগৰৰ বহু মানুহ তেতিয়া শুই পৰিছিল।

বহুতে ভাত খাই উঠি গৰমৰ বাবে পথ, ঘৰৰ চোতালত ইফাল-সিফাল কৰি আছিল। সেই মুহূর্ততে এটা অভাৱনীয় বৃহৎ শব্দই জোঁকাৰি দিছিল সমগ্ৰ ৰূপনগৰ অঞ্চলক। ক’ত কি হৈছে, কোনেও ধৰিব পৰা নাছিল। বিছনাত উঠাসকলেও জঁপিয়াই নামি শব্দৰ উৎসৰ সন্ধান কৰিছিল। মাধৱ ৰাজবংশীয়েও ক’ত কি হৈছে বুলি ঘৰৰ পৰা ওলাই ইফালে সিফালে চাইছিল। সেই মুহূর্ততে আন এটা বৃহৎ শব্দ হৈছিল, সেই শব্দৰ মুহূৰ্ততে তেওঁৰ চুবুৰীয়া বিমান সিং আৰু বন্দনা সিঙৰ পৰিয়ালৰ মানুহবোৰে ঘৰৰ পৰা দৌৰি ওলাই আঁতৰি গৈছিল।

ৰাজবংশীয়ে ঘূৰিবলৈ নাপালেই। তেওঁক ইতিমধ্যে হুৰমূৰকৈ নামি অহা মাটি আৰু শিলৰ এটা বৃহৎ অংশই পুতি পেলায়। তেওঁৰ পৰিয়ালৰ লোকৰ ভাষ্যত এই কথা প্রকাশ পাইছে। পৰিয়ালৰ আন তিনিজন সদস্যই কথমপি প্ৰাণৰক্ষা কৰিবলৈ সক্ষম হয়। সেই যে নিশা ৰাজবংশী মাটিৰ তলত সোমাই গৈছিল, তাৰ পাছত সুদীর্ঘ ১৭ ঘণ্টাৰ বিচাৰ-খোচাৰৰ অন্তত এনডিআৰএফ, এছডিআৰএফৰ উদ্ধাৰকাৰী দলে এখন শ্লেবৰ তলত বোকা লুতুৰি-পুতুৰি হৈ থকা মানুহৰ এখন হাত প্ৰত্যক্ষ কৰে।

তাৰ পাছতে এক্সকেভেটৰৰে ঠাই টুকুৰা খান্দি পোত যোৱা এটা কুঁৱাৰ বেৰৰ লগত চেপেটা খাই থকা অৱস্থাত ৰাজবংশীৰ মৃতদেহটো উদ্ধাৰ কৰা হয়। শিল, ভাঙি যোৱা পকী বেৰাৰ অংশ, মাটি আদিয়ে চেপেটা কৰি পেলোৱা ৰাজবংশীৰ পেটৰ অংশতো সম্পূর্ণৰূপে ফাটি গৈছিল। দেহৰ আন অংশবোৰো চেপেটা হোৱাৰ দৰে হৈছিল। তেনে অৱস্থাৰে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে সমীপৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়। সেই সময়ত সন্ধিয়া প্রায় পাঁচ বাজিছিল।

# কি কয় প্রত্যক্ষদর্শী-স্থানীয় বাসিন্দাই

নিহত মাধৱ ৰাজবংশীৰ চিন-মোকাম নোহোৱা হোৱা ঘৰটোৰ সীমাৰ বাসিন্দা লংকেশ্বৰ তালুকদাৰে কয় যে যোৱা নিশা যি দুটাকৈ বৃহৎ শব্দৰে পাহাৰৰ অংশটো ভাঙি পৰিছিল, সেই শব্দৰ উৎস প্রথমতে তেওঁলোকে ধৰিব পৰা নাছিল। কেইমুহূৰ্তমানৰ পাছত হোৱা চিঞৰ-বাখৰতহে ঘৰৰ বাহিৰত কিবা এটা ভয়ংকৰ ঘটনা হোৱা বুলি আশংকা কৰি ওলাই গৈছিল। তাৰ পাছতে নিশাৰ অন্ধকাৰৰ মাজতে দেখা পাইছিল- তিনিটা বিধ্বস্ত ঘৰ। তেওঁ জনায় যে প্ৰথমতে ৰাজবংশীৰ ঘৰৰ পাছফালৰ পাহাৰৰ ওপৰৰ পৰা বিশালকায় এটা শিল তললৈ নামি আহিছিল।

সেই শিলটো বাগৰি আহি বিমান সিঙৰ ঘৰৰ পাছফালৰ পকী সুৰক্ষা বেৰত খুন্দা মাৰিছিল। বেৰখন ভাঙি পৰিছিল আৰু শিলটোৱে গতিপথ সলনি কৰি ৰাজবংশীৰ ঘৰৰ পাছফাললৈ বাগৰি আহিছিল। তাৰ পাছতে আন কে’বাটাও শিল আৰু পাহাৰৰ বৃহৎ অংশ এটাও খহি পৰিছিল। খহি পৰা শিল আৰু পাহাৰৰ অংশটোৰ খুন্দাত বন্দনা সিং, বিমান সিং আৰু মাধৱ ৰাজবংশীৰ ঘৰ ভাঙে। খহি পৰা পাহাৰৰ অংশটোৱে ৰাজবংশীৰ লগতে তেওঁৰ ঘৰটোও পুতি পেলায়।

উল্লেখ্য যে নিশাই ঘটনাস্থলীত এছডিআৰএফ আৰু অসম আৰক্ষীৰ উদ্ধাৰকাৰী দল উপস্থিত হয়; কিন্তু চৌদিশে যি ধ্বংসস্তূপৰ সৃষ্টি হয়, তাৰ ফলত সন্ধানহীন ৰাজবংশীৰ উদ্ধাৰকাৰ্য ক’ৰ পৰা চলাব, কোনেও ধৰিব পৰা নাছিল। তথাপি যুদ্ধসদৃশ তৎপৰতাৰে প্ৰথমে এছডিআৰএফ আৰু তাৰ পাছত এনডিআৰএফৰ দলেও উদ্ধাৰকাৰ্যত অৱতীৰ্ণ হয়। খহি পৰা অংশটো ইমান বৃহৎ আছিল যে বিয়লি পর্যন্ত মাটি খান্দি, শিলৰ কিছু অংশ আঁতৰায়ো ৰাজংবশীৰ কোনো সন্ধান পোৱা নাছিল।

অৱশেষত বিয়লিহে সন্ধান ওলায়। উদ্ধাৰকাৰ্যত নিয়োজিত এনডিআৰএফক নেতৃত্ব দিয়া পংকজ কে’ই কয়, ‘নিশাৰ পৰাই উদ্ধাৰকাৰ্য চলাই থকা হৈছে। প্রশিক্ষণপ্রাপ্ত কুকুৰো সন্ধানহীন লোকজনৰ সম্ভেদ উলিওৱা কার্যত নিয়োগ কৰা হয়। অৱশেষত ধাৰাবাহিক অভিযানৰ ফলত তেওঁলোকে সফলতা লাভ কৰিবলৈ হয়।

#অতি বিপজ্জনক অৱস্থাত সমগ্র অঞ্চল

দুর্ঘটনাস্থলী প্ৰত্যক্ষ কৰিবলৈ আৰু সন্ধানহীনৰ উদ্ধাৰকাৰ্য চাবলৈ আজি পুৱাৰে পৰা ঘটনাস্থলীত অগণন লোকৰ সমাগম হয়। অঞ্চলটোৰ পাহাৰত হোৱা নির্মাণকার্যক লৈ আজিৰ ঘটনাৰ পাছত সকলোৱে এবাৰ হ’লেও কম্পমান হ’বলৈ বাধ্য হয়। কিয়নো অতি বিপজ্জনক অৱস্থাত আছে পাহাৰখন। আনহাতে, স্থানীয় কে’বাজনো লোকে ভয়-আতংকৰে কয় যে সমগ্ৰ পৰিস্থিতিয়েই দীর্ঘদিনৰ পৰা অতি বিপজ্জনক হৈ আছে। ৰূপনগৰৰ দিশে পাহাৰখন অতি থিয়। গছ-গছনিৰে ভৰি থাকিলেও পাহাৰখনৰ বুকুত অজস্ৰ ঘৰ নিৰ্মাণ কৰা হৈছে।

আনকি পকী আৰচিচি ঘৰো মানুহে নিৰ্মাণ কৰিছে। সেই ঘৰবোৰলৈ যাবলৈ স্বাভাৱিকতে সুবিধাজনক ৰাস্তা নাই। তৎসত্ত্বেও মানুহবোৰে অবিজ্ঞানসম্মতভাৱে পাহাৰ কাটি নির্বিঘ্নে নির্মাণ কার্য চলাই গৈছে। স্থানীয় উন্নয়ন সমিতিবোৰে মানুহবোৰক বাৰে বাৰে সকীয়ায়ো আহিছে। তাৰ পাছতো তেওঁলোকে পাহাৰ কাটি স্থায়ী ঘৰ নিৰ্মাণ কৰিছে। পাহাৰখনত যথেষ্ট সংখ্যক বৃহৎ বৃহৎ শিল আছে। ঘটনাস্থলীত উপস্থিত থকা কে’বাজনো লোকে আজি দৃঢ়তাৰে কয় যে যোৱা কেইদিনমান ধৰি হৈ থকা বৰষুণত পাহাৰৰ মাটি যথেষ্ট কোমল হৈ পৰে। তাৰ ফলত কালি বৰষুণ নাছিল যদিও বৃহৎ শিলটো তললৈ হুৰমূৰকৈ বাগৰি পৰে। তাৰ লগতে পাহাৰৰ এটা বৃহৎ অংশও খহি পৰে। এনে আৰু বহু শিল পাহাৰখনত আছে। সেইবোৰক আলম কৰিয়ে বহু লোকে স্থায়ী ঘৰ নিৰ্মাণ কৰিছে। থিয় পাহাৰখনলৈ চালেই পৰিৱেশ ভয়লগা হৈছে বুলি তেওঁলোকে কয়।

ইপিনে, পাহাৰৰ যিটো অংশৰ পৰা বিয়াগোম শিল আৰু ভূখণ্ড খহি পৰে, তাৰ ওপৰ অংশত আৰু বহুকেইটা ঘৰ আছে। সেইবোৰ যিকোনো মুহূর্ততে খহি পৰাৰ আশংকা প্রবল হৈছে। এনে কাৰণতে উক্ত অঞ্চলৰ কমেও ১২টা পৰিয়ালক তৎকালে সেই স্থান ত্যাগ কৰিবলৈ জাননী দিয়া হৈছে। ইপিনে, পাহাৰ খহিলে যাতে তলৰ মানুহৰ ক্ষতি নহয়, তাৰ বাবেও সতর্কতা জাৰি কৰা হৈছে। লংকেশ্বৰ তালুকদাৰকে ধৰি তেনে কে’বাটাও পৰিয়ালক সতর্কতামূলকভাৱে আঁতৰি থাকিবলৈ জনোৱা হৈছে। উল্লেখ্য যে ৰূপনগৰৰ পাহাৰৰ বহু অঞ্চল ভূমিস্খলনৰ বাবে অতি স্পৰ্শকাতৰ বুলি জিলা প্রশাসনে কাহানিবাই চিনাক্ত কৰি থৈছে। যোৱা নিশা যি স্থানত ঘটনাটো সংঘটিত হয়, সেয়াও স্পৰ্শকাতৰ অঞ্চল। অথচ স্পৰ্শকাতৰ বুলি চিনাক্ত কৰাতেই দায়িত্ব সামৰি থৈছে প্রশাসনে।

#প্ৰশাসনৰ চকুৰ আগতেই কিয় এনেকৈ পাহাৰ খনন!

গুৱাহাটীত বিশেষকৈ বাৰিষাৰ সময়ত প্ৰতি বছৰে ভূমিস্খলনৰ ঘটনা সংঘটিত হৈ আহিছে। আজিৰ ঘটনাটো তাৰেই এক ভয়ংকৰ ৰূপ। নিশ্চিতভাৱে অবাধ পাহাৰ খনন আৰু তাত বিপজ্জনকভাৱে গৃহ নিৰ্মাণৰ পৰিণতিতে এই ঘটনা সংঘটিত হয়। অথচ এইবোৰ প্ৰশাসনৰ চকুৰ আগতে চলি আহিছে। কেৱল ভূমিস্খলনৰ ঘটনাৰ সময়ত সাৰ পোৱা জিলা প্রশাসন, দুর্যোগ ব্যৱস্থাপনা বিভাগ আদিয়ে চকু মুদা কুলিৰ ভাও ধৰি আহিছে। প্রশাসন আৰু বিভাগবোৰৰ মুৰব্বীৰ মুখত সতৰ্কতাৰ কথা আখৈ ফুটাদি ফুটে। সেই কথাই বাস্তৱ ৰূপহে কেতিয়াও নাপায়। ফলস্বৰূপে ভূমিস্খলনৰ ইটোৰ পাছত সিটো ঘটনাত প্রাণ গৈছে মানুহৰ। খোদ গুৱাহাটীৰ মাজমজিয়াতে সকলোৰে চকুৰ আগত পাহাৰ খনন, পাহাৰৰ ভূমিত নির্মাণ কার্য চলি আহিছে। অথচ যেন কাৰো চকুত সেইবোৰ পৰাই নাই, তেনে ভাওত চলি আহিছে প্রশাসন। দুর্ঘটনা সংঘটিত হোৱাৰ পাছত তথাকথিত সতর্কতামূলক বার্তা দিয়াতেই যেন দায়িত্ব শেষ কৰিছে সংশ্লিষ্টসকলে।

ৰূপনগৰৰ ঘটনাস্থলীত উপস্থিত হয় গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধি। তেওঁ এই ঘটনাটো দুখজনক বুলি মন্তব্য কৰে। আনহাতে, স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ঘটনাস্থলীত উপস্থিত হৈ সাংবাদিকৰ আগত মন্তব্য কৰে যে মহানগৰীৰ যিবোৰ অঞ্চল ভূমিস্খলনৰ বাবে স্পৰ্শকাতৰ, তাৰ বাসিন্দাসকলে অন্ততঃ বাৰিষাৰ দিনকেইটাত আন স্থানত থাকিব লাগে। একেদৰে চৰকাৰেও তেনে অঞ্চলত বাস কৰা লোকক সুৰক্ষিত স্থানত সংস্থাপিত কৰাৰ ব্যৱস্থা কৰিব লাগে। এই ক্ষেত্ৰত কলিতাই কয়, ‘এই ধৰণৰ স্পৰ্শকাতৰ অঞ্চলত বাস কৰা বেছিভাগ লোকেই নিছলা। তেওঁলোক জীৱন-মৰণৰ লগত যুঁজ দি পাহাৰৰ এনে স্পৰ্শকাতৰ স্থানত বাস কৰিবলৈ বাধ্য হয়। গতিকে চৰকাৰে এই ক্ষেত্ৰত প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰিব লাগে।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: GuwahatiRupnagarsdrpTerrible landslidesupdate
publisher

publisher

Related Posts

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰঃ দুই অভিযুক্তৰ জামিনক প্ৰত্যাহ্বান জনাব এছআইটিয়ে
Assam

October 18, 2026
অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম
News

অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

October 18, 2026
৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক
India

৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

October 18, 2026
পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন
India

পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

October 18, 2026
পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা
India

পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

October 18, 2026
১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে
India

১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

October 18, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d