Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মহানগৰীৰ হোমষ্টেত যুৱতীৰ মৃতদেহ উদ্ধাৰ

    নিমিষা ঠাকুৰীয়াৰ ন্যায়ৰ দাবীত সৰৱ সামাজিক মাধ্যম ব্যৱহাৰকাৰী

    নিমিষা ঠাকুৰীয়াৰ ন্যায়ৰ দাবীত সৰৱ আছু সভাপতি উৎপল শৰ্মা

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    ৰহাৰ পাখিমৰীয়াত কংগ্ৰেছৰ বিশাল সমাৱেশত নিৰ্বাচন আয়োগ

    পৰ্যটকৰ বাবে অহা দুই অক্টোবৰত পুনৰ মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান

    মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Public Protest:২১শ পৰিয়াল উচ্ছেদিত হোৱাৰ শংকাত পলাশবাৰীত উপগ্ৰহীয় নগৰী নিৰ্মাণৰ বিৰুদ্ধে উত্তাল ৰাভা হাছং

বিজেপিৰ সমৰ্থক সংগঠনো হ'ল সৰৱ: চৰকাৰ বিৰোধী ধ্বনি

publisher by publisher
June 5, 2025
in Assam, News
Reading Time: 2 mins read
0
Public Protest:২১শ পৰিয়াল উচ্ছেদিত হোৱাৰ শংকাত পলাশবাৰীত উপগ্ৰহীয় নগৰী নিৰ্মাণৰ বিৰুদ্ধে উত্তাল ৰাভা হাছং
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

Tinsukia :দহ বছৰে উন্নয়নত স্থবিৰ তিনিচুকীয়া চহৰ, বিধায়ক সঞ্জয় কিষানৰ অকমণ্যতাৰ সাক্ষী তিনিচুকীয়াবাসী

Logistics Park at Darabil :দৰাবিলত কোনোপধ্যে লজিষ্টিক পার্ক স্থাপন কৰিবলৈ নিদিয়ে ৰাইজে

Public Protest: আদানীক মাটি নিদিয়ে, ৰাজপথলৈ ৰাইজ

Public Protest:

স্বাৰ্থ পূৰণ হোৱাৰ পাছত মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শর্মা সমন্বিতে শাসক দলৰ দূৰলৈ ঠেলি দিয়া নীতিৰ বিৰুদ্ধে বুধবাৰে উত্তাল হয় সমগ্ৰ ৰাভা হাছং অঞ্চল। চলিত বর্ষতে সম্পন্ন হোৱা ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত ৰাভা জনগোষ্ঠীয় সংগঠনসমূহক হাত কৰি বিজেপিয়ে পৰিষদখন দখল কৰাৰ পাছত ৰাজ্য চৰকাৰে ৰাভা হাছঙৰ কমেও ২১শ পৰিয়ালক উচ্ছেদ কৰি পুঁজিপতিৰ স্বাৰ্থত উপগ্ৰহীয় নগৰী স্থাপনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

ADVERTISEMENT

মুখ্যমন্ত্রী কার্যালয় (চিএমঅ’ আছাম)-এ অলপতে সামাজিক মাধ্যমযোগে এই পৰিকল্পনা ৰাজহুৱা কৰাৰ পাছত জাঙুৰ খাই উঠি বিভিন্ন ৰাভা জনগোষ্ঠীৰ লগতে আন কেতবোৰ সংগঠনে  চৰকাৰী হঠকাৰিতাৰ বিৰুদ্ধে তীব্র প্রতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে ২০২৬ৰ বিধানসভা নির্বাচনত বিজেপিক উচিত প্ৰত্যুত্তৰ দিয়াৰো হুংকাৰ দিয়ে। ড: হিমন্ত বিশ্ব শৰ্মা চৰকাৰে গ্ৰহণ কৰা এই পৰিকল্পনা বাতিলৰ দাবীত আজি কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থা, কামৰূপ জিলা ৰাভা মহিলা পৰিষদ আৰু কামৰূপ জিলা ষষ্ঠ অনুসূচী দাবী সমিতিৰ উদ্যোগত পলাশবাৰীৰ আৰ বি উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় খেলপথাৰত এক দুঘণ্টীয়া অৱস্থান ধর্মঘট কাৰ্যসূচীৰ আয়োজন কৰা হয়।

কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অংশোক নংবাকে আঁত ধৰা এই প্রতিবাদী কাৰ্যসূচীত নিখিল ৰাভা ছাত্র সংস্থাৰ কেন্দ্রীয় সভাপতি মতিলাল বাকচুক, সম্পাদক ড: সুভাষ ৰাভা, ষষ্ঠ অনুসূচী দাবী সমিতিৰ কেন্দ্ৰীয় সভাপতি দশানন ৰাভা, কৃষক শ্রমিক সংঘৰ সাধাৰণ সম্পাদক দীনেশ দাস, বৰদোৱাৰ ভোলাগাঁও আদিবাসী ছাত্ৰ সন্থাৰ সম্পাদক জয়ন্ত ওৰাং আদিয়ে বক্তব্য আগবঢ়াই চৰকাৰী হঠকাৰী নীতিক কঠোৰ ভাষাৰে গৰিহণা দিয়ে।

ইয়াৰ পাছতে হাতে হাতে বেনার-প্লেকার্ড লৈ কাৰ্যসূচীত অংশগ্ৰহণ কৰা প্ৰতিবাদকাৰীসকলে ‘জনজাতীয় আবেষ্টনী আৰু খণ্ড মুক্ত কৰা বন্ধ কৰক’, ‘ষষ্ঠ অনুসূচী দাবী সমিতি জিন্দাবাদ’, ‘নিখিল ৰাভা ছাত্র সন্থা জিন্দাবাদ’, ‘মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শর্মা গ’ বেক’, ‘জয়ন্ত মল্ল বৰুৱা গ’ বেক’, ‘বিধায়ক হেমাংগ ঠাকুৰীয়া গ’ বেক’, ‘উপগ্ৰহীয় চহৰ আমাক নালাগে’, ‘মাটিৰ ম্যাদী পট্টা প্রদান কৰক’ আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰে। পছত প্রতিবাদকাৰীসকলে ৩৭নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে বিভিন্ন ধ্বনি দি পলাশবাৰী ৰাজহ চক্ৰৰ বিষয়া কাৰ্যালয়ত উপস্থিত হৈ ৰাজহ চক্র বিষয়া অংকিতা শৰ্মাৰ হাতত মুখ্যমন্ত্রীলৈ বুলি কে’বাখনো স্মাৰকপত্র দাখিল কৰে। চক্ৰ বিষয়াই স্মাৰকপত্র গ্রহণ কৰি কয়, ‘বিভাগীয়ভাৱে আমালৈ উচ্ছেদৰ কোনো জাননী প্রদান কৰা নাই।

কিন্তু যিসকলে বায়তী বা ভূমি পট্টা পোৱা নাই, তেওঁলোকৰ বাবে যাৱতীয় কাম-কাজত ৰাইজৰ সহযোগিতাৰ আমাক প্রয়োজন।’ আনহাতে, স্মাৰকপত্ৰত ৰাভা ছাত্ৰ সন্থাই উল্লেখ কৰিছে যে পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত বৰদোৱা বাগানৰ ১৫শ একৰ ভূমিত উপগ্ৰহীয় নগৰ স্থাপন কৰিব বুলি মুখ্যমন্ত্রী কার্যালয়ে সামাজিক মাধ্যমৰ জৰিয়তে কৰা ঘোষণাই স্থানীয় খিলঞ্জীয়া লোকসকলক শংকিত কৰিছে। এই নগৰী স্থাপন হ’লে ইতিহাসে ঢুকি নোপোৱাৰ সময়ৰ পৰা বাস কৰি থকা কমেও ২১শ খিলঞ্জীয়া পৰিয়াল উচ্ছেদ হোৱাটো নিশ্চিত হ’ব বুলি ৰাভা ছাত্ৰ সন্থাই অভিযোগ উত্থাপন কৰিছে।

তদুপৰি এই উপগ্ৰহীয় নগৰ স্থাপন প্রকল্পই ৰাভাসকলৰ দীর্ঘদিনীয়া ষষ্ঠ অনুসূচী প্রাপ্তিৰ ক্ষেত্ৰতো বাধাৰ প্ৰাচীৰ সৃষ্টি কৰাৰ লগতে বৰদুৱাৰ অঞ্চলৰ খিলঞ্জীয়া জনগোষ্ঠীয় লোকসকলৰ আৰ্থ-সামাজিক, দৈনন্দিন জীৱন নির্বাহ, কৃষ্টি-সংস্কৃতি, ভাষা-জনগোষ্ঠীয় পৰম্পৰা আদিতো বিৰূপ প্রভাৱ পেলাব বুলি সংগঠনটোৱে স্মাৰকপত্ৰত উল্লেখ কৰিছে। উল্লেখ্য যে খহনীয়াগ্রস্ত লোকক বৰদুৱাৰ বাগান অঞ্চলত ১৯৫৪ আৰু ১৯৭৪ত চৰকাৰে সংস্থাপন কৰি বিশেষ আইনৰ অধীনত একে শ্ৰেণীৰ ভূমিৰ পট্টা প্ৰদান কৰে।

ইয়াৰ বিপৰীতে উক্ত অঞ্চলত যুগ যুগ ধৰি বাস কৰি অহা খিলঞ্জীয়া লোকসকলে বাৰম্বাৰ দাবী উত্থাপন কৰি অহাৰ পাছতো আজি পর্যন্ত ভূমিপট্টা লাভ কৰা নাই। এই কথা উল্লেখ কৰি ৰাভা ছাত্ৰ সন্থাই স্মাৰকপত্ৰত লগতে কয়, ‘১৬শ শতিকাত ৰাণীৰ পৰা চমৰীয়ালৈকে ৰাভাসকলে শাসন কৰা কে’বাখনো সৰু-বৰ ৰাজ্যৰ বিষয়ে ইতিহাসত পোৱা যায়। ইয়াৰ ভিতৰত বৰদুৱাৰো অন্যতম ৰাজ্য আছিল। মির্জা নাথনে লিখা ‘বাহাৰিস্তান-ই-ঘাইৰী’ত বৰদুৱাৰক এখন শক্তিশালী ৰাজ্যৰপে উল্লেখ কৰিছে।

বটুৱা নামৰ ৰজাজনে শাসন কৰালৈকে একাধিক পণ্ডিতে দাঙি ধৰিছে। ইতিহাসে ঢুকি নোপোৱা সময়ৰে পৰা এই অঞ্চলবোৰত খিলঞ্জীয়া লোকসকলে বসবাস কৰি আছিল যদিও স্থায়ী ভূমি বন্দবস্তি নকৰাকৈয়ে ঔপনিবেশিক ব্রিটিহ চৰকাৰে ১৮৬১ত বৰদুৱাৰত প্ৰথম চাহ খেতিৰ পাতনি মেলে। খিলঞ্জীয়া লোকসকলক ভূমি পট্টা নিদি ঔপনিবেশিক চৰকাৰে ১৯২২ত টি এণ্ড টিম্বাৰ কোম্পানীক হস্তান্তৰ কৰে। উক্ত অঞ্চলত শ শ বছৰ ধৰি বাস কৰা লোকসকলে ভূমি ৰক্ষাৰ বাবে আন্দোলন কৰিবলগীয়া হৈছে।’ ইয়াৰ উদাহৰণ দি ছাত্র সন্থাই লগতে কয় যে ২০০৭ত ৰাষ্ট্ৰীয় দুর্যোগ উপশম বাহিনী (এনডিআৰএফ)ৰ প্ৰশিক্ষণ কেন্দ্ৰ স্থাপনৰ বাবে বৃহৎ অঞ্চলৰ ভূমি ল’ব বিচৰা চৰকাৰী আঁচনিক তীব্র গণ আন্দোলনৰ দ্বাৰা প্ৰতিহত কৰা হয়।

তদুপৰি জনজাতীয় আবেষ্টনী আৰু খণ্ড ভংগ কৰি ২০০৯ আৰু ২০১৫ত গুৱাহাটী মহানগৰ উন্নয়ন কর্তৃপক্ষৰ সম্প্ৰসাৰণৰ দ্বাৰা অঞ্চলটোৰ খিলঞ্জীয়াসকলক উচ্ছেদৰ পৰিকল্পনাক আন্দোলনৰ জৰিয়তে প্রতিহত কৰা হয় বুলি সন্থাই উল্লেখ কৰিছে। তাৰ পাছতে ২০১৭ত ৰাজ্যিক ৰাজধানী ক্ষেত্ৰ সম্প্ৰসাৰণৰ গইনাৰে পুনৰ জনজাতীয় আবেদী আৰু খণ্ডত শান্তিপূর্ণভাৱে বসবাস কৰি থকা খিলঞ্জীয়া জনগোষ্ঠীৰ লোকসকলক চৰকাৰে উচ্ছেদৰ পৰিকল্পনা প্ৰস্তুত কৰিছিল বুলি সন্থাই অভিযোগ উত্থাপন কৰে। সন্থাই কয়, ‘এনে খিলঞ্জীয়া বিৰোধী তথা জনবিৰোধী যিকোনো চৰকাৰী সিদ্ধান্ত আৰু পদক্ষেপ ৰাভা জাতীয় সংগঠনে কোনো কাৰণতে মানি নলয়।

এনে প্ৰতিটো হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে সদায়ে ৰাইজক লগত লৈ সবল প্রতিবাদ কৰা হৈ আহিছে। আগন্তুক সময়তো ৰাইজক লগত লৈ প্ৰবল গণতান্ত্রিক আন্দোলন গঢ়ি তুলিবলৈ আমি বদ্ধ পৰিৰ্কৰ।’ ৰাভা ছাত্ৰ সন্থাই লগতে বৰদুৱাৰ চাহ বাগিচাৰ অন্তর্গত ক্রমে এক, দুই আৰু তিনি নম্বৰ ৰাজহ গাঁৱত অতীজৰে পৰা ভূমিৰ ভোগ দখল কৰি থকা লোকসকলক শীঘ্রে ভূমি পট্টা প্ৰদানৰ দাবী উত্থাপন কৰিছে।

তদুপৰি ২০০৬ৰ বন অধিকাৰ আইনৰ অধীনত বন ভূমিত বাস কৰি থকা খিলঞ্জীয়া জনগোষ্ঠীৰ লোকসকলক শীঘ্রে বন অধিকাৰ স্বীকৃতি প্ৰমাণপত্ৰ প্ৰদান কৰিবলৈও সন্থাই চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে। প্ৰতিবাদকাৰী সংগঠনসমূহে স্থানীয় বিধায়ক হেমাংগ ঠাকুৰীয়াকো কঠোৰ ভাষাৰে সমালোচনা কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Against PublicKamrup Rabha Student unionPalashbariSatellite Township
publisher

publisher

Related Posts

মহানগৰীৰ হোমষ্টেত যুৱতীৰ মৃতদেহ উদ্ধাৰ
Assam

নিমিষা ঠাকুৰীয়াৰ ন্যায়ৰ দাবীত সৰৱ সামাজিক মাধ্যম ব্যৱহাৰকাৰী

September 27, 2026
নিমিষা ঠাকুৰীয়াৰ ন্যায়ৰ দাবীত সৰৱ আছু সভাপতি উৎপল শৰ্মা
Assam

নিমিষা ঠাকুৰীয়াৰ ন্যায়ৰ দাবীত সৰৱ আছু সভাপতি উৎপল শৰ্মা

September 27, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

September 27, 2026
ৰহাৰ পাখিমৰীয়াত কংগ্ৰেছৰ বিশাল সমাৱেশত নিৰ্বাচন আয়োগ
Assam

ৰহাৰ পাখিমৰীয়াত কংগ্ৰেছৰ বিশাল সমাৱেশত নিৰ্বাচন আয়োগ

September 27, 2026
পৰ্যটকৰ বাবে অহা দুই অক্টোবৰত পুনৰ মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান
Assam

পৰ্যটকৰ বাবে অহা দুই অক্টোবৰত পুনৰ মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান

September 26, 2026
মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ
Assam

মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

September 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d