Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা

    মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ

    ‘ডাঙৰ’ হৈছে আফ্রিকা-আকাৰ ক্ষুদ্ৰ হ’ল উত্তৰ আমেৰিকাৰ

    শিক্ষাত কৃত্রিম বুদ্ধিমত্তা নিষিদ্ধ কৰিলে চিকাগো বিশ্ববিদ্যালয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

আহাৰৰ শেষতো পথাৰত নাই পানী, খৰাং সদৃশ পৰিস্থিতি অধিকাংশ জিলাত

publisher by publisher
July 14, 2025
in Assam, News
Reading Time: 1 min read
0
আহাৰৰ শেষতো পথাৰত নাই পানী, খৰাং সদৃশ পৰিস্থিতি অধিকাংশ জিলাত
2
SHARES
22
VIEWS
ShareShareShareShare

RelatedPosts

Global warming:বাঢ়িছে দিন, হো-হোৱাই গলিছে বৰফ

এল নিনোৰ প্ৰভাৱ: ভাৰতত বৃদ্ধি পাব গৰম, হ্ৰাস পাব পাৰে বৰষুণ

IMD Report:ৰাজ্যত চাৰে তিনি মাহতকৈ অধিক দিন বৰষুণ নাই

✒️ৰাজ্যৰ অধিকাংশ জিলাতে আহাৰৰ শেষৰ পথাৰ এতিয়া ৰক্ষ। এই ভৰ বাৰিষাৰ সময়তো এটুপি পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে কৃষক সমাজে। আকাশলৈ চাই ধিয়াই থকা কৃষকে উপায়ান্তৰ হৈ ভেকুলী বিয়াকে পাতিবলৈ বাধ্য হৈছে।

ADVERTISEMENT

পথাৰ-কৃষকৰ এই কৃষিপ্রধান ৰাজ্যখনৰ পথাৰ সেউজীয়া হৈ পৰিব লাগিছিল, পথাৰবোৰলৈ দুৰৱস্থাই ধোঁৱাৰ দৰে উৰুৱাই নিছে ৰাজ্যৰ জলসিঞ্চন বিভাগটোৱে কৰি অহা সফলতাৰ বিয়াগোম দাবীক। এই সময়ত ধান গছৰ গোজেৰে চাই কৃষকে দুৰস্ত আশাৰ হাঁহি মাৰিব লাগিছিল।এনে পৰিৱেশ আজি শাওণতো নাই।

ৰাজ্যত এইবাৰ ধানৰ পৰা মাছলৈকে আৰু নাটনিৰ সম্ভাৱনা প্রবল কৰি তুলিছে আজিৰ পৰিস্থিতিয়ে। পথাৰৰ সমান্তৰালকৈ পুখুৰীতো পানী নাই। এক ভয়াৱহ আকালৰ স্পষ্ট ছবি এই পৰিস্থিতিয়ে জলজল পটপট কৰি তুলিছে। বিশেষকৈ পথাৰৰ বিষয়টোত এনে অবস্থা হৈছে যে নির্দিষ্ট দুই-এখন জিলাৰ বাদে অধিকাংশতে কঠীয়া আৰু কব পৰা অৱস্থাত নাই।

শুকান পথাৰ চাফা কৰিব পৰা নাই কৃষকে। কঠীয়াবোৰ এতিয়া আৰু পথাৰত কব পৰা অৱস্থাত নাই। যিখিনি কঠীয়া ৰোৱা হৈছিল, সেই পথাৰো ছিৰাল ফাট দিছে। একাংশ কৃষকে পার্যমানে পথাৰত নিজাকৈ পানী যোগানৰ ব্যৱস্থা কৰিছে, কিন্তু সেয়া পর্যাপ্ত হৈ উঠা নাই।

ইয়াৰ বিপৰীতে যি যৎসামান্য জলসিঞ্চন ব্যৱস্থা ৰাজ্যৰ পথাৰত আছে, সেয়াও সম্পূর্ণকৈ ব্যৱহাৰ কৰিব পৰা পৰিস্থিতিত বিভাগটো নাই। নথিপত্ৰত সফলতাৰ তথ্য ঠিকেই আছে, বহুবন্ধী ইজনৰ পাছত সিজন বিভাগীয় মন্ত্ৰীৰ ওফাইদাং মৰা কথাৰ মাত্রাও ঠিকেই আছে; কিন্তু বাস্তবত কৃষকে কিমান দূৰ পথাৰত পানী পাবলৈ সক্ষম হৈছে, তাৰহে আচল তথ্য নাই অথবা গাপ দি ৰখা হৈছে।

জলসিঞ্চন প্ৰকল্পৰ নলাৰে পানী বৈ যোৱাৰ পৰিৱৰ্তে এতিয়া তাত ওখ ওখ ঘাঁহ-বন গজিছে। উদাহৰণ স্বৰূপে ৰাজ্যৰ অন্যতম কৃষি প্রধান তথা ধান উৎপাদন কৰা জিলা গোৱালপাৰাৰ বকো নদীত বাক্ৰাপাৰা গাঁৱত থকা বকো-ছয়গাঁও জলসিঞ্চন সংমণ্ডলৰ অধীনৰ মেধিপাৰা জলসিঞ্চন প্রকল্পটোৰ বৃহৎ নলাত এতিয়া ওখ ওখ গছ-বনহে গজিছে। এয়া মাত্র এটা উদাহৰণ।

কিছুদিন বৰষুণ হোৱাত কৃষি অর্থনীতি নিৰ্ভৰ মাজুলীৰ কৃষকে পথাৰত কঠীয়া কবলৈ সক্ষম হৈছিল। জলসিঞ্চনৰ ব্যবস্থা নথকাত সেই পথাৰত এতিয়া ছিৰাল ফাট মেলিছে। মাজুলীৰ কৃষকে অদৃষ্টক সন্তুষ্ট কৰিবলৈ ভেকুলী বিয়া পাতিছে।

এই ভয়ংকৰ খৰাং সদৃশ পৰিস্থিতিত বৰপেটাৰ মন্দিয়াৰ আগশাৰীৰ কৃষক আমিৰুল চান্দ মহম্মদে কয়, ‘বৰষুণ নাই, জলসিঞ্চন নাই আৰু এতিয়া আমাৰ বাবে কোনো আশাও নাই। এই সময়ত পথাৰবোৰ পানীৰে ভৰি থাকে, ৰোৱা কঠীয়াবোৰে পোখা মেলি পথাৰ সেউজীয়া কৰি তোলে। এইবাৰ এই পৰিৱেশ নাই।’

কৃষকজনে কয়, ‘আহাৰ আৰু শাওণেই হ’ল শালি খেতিৰ মূল সময়। আহাৰো ইতিমধ্যে শেষ হওঁ হওঁ। কঠীয়া ৰোৱাৰ সময় ইতিমধ্যে পাৰ হৈছে। আমি কঠীয়া কব পৰা নাই। কঠীয়াতলিৰ কঠীয়া উঠাই আনি এতিয়া আৰু পথাৰত কব পৰা অৱস্থাত নাই। বৰষুণ কেতিয়া হ’ব নিশ্চয়তা নাই। আমাৰ পথাৰত জলসিঞ্চনৰো ব্যৱস্থা নাই।’

অসমৰ মুঠ কৃষিভূমিৰ পৰিমাণ হ’ল ৫২.৭ লাখ হেক্টৰ। ইয়াৰে কৃষিকার্য কৰা ভূমিৰ পৰিমাণ হ’ল ২৭.৫৬ লাখ হেক্টৰ। তাৰে মাত্র ১২ শতাংশ ভূমিতহে চৰকাৰী জলসিঞ্চনৰ ব্যৱস্থা আছে। তাৰেই আকৌ বহু জলসিঞ্চন প্রকল্প বিকল হৈ পৰি ৰৈছে। সোণৰ কণী পৰা হাঁহ হৈ আহিছে জলসিঞ্চন বিভাগটো। আনকি কেন্দ্ৰীয় চৰকাৰৰ তথা প্ৰধানমন্ত্ৰীৰ নামত চলা প্রকল্পও ৰাজ্যত বর্তমান কি দুৰৱস্থাৰ মাজেৰে চলিছে তাক উদঙাই দিছে বৰপেটাৰ লুইতপৰীয়া কৃষি বিকাশ কেন্দ্রই।

সমবায় ভিত্তিত এই সংস্থাটোৱে হেজাৰ হেজাৰ বিঘা ভূমিত বৰপেটা জিলাৰ বিভিন্ন প্রান্তত খাৰিফ আৰু ৰবি শস্যৰ খেতি কৰি আহিছে। তেওঁলোকে প্রতি বছৰে কমেও পাঁচ হেজাৰ বিঘা মাটিত ধান খেতি কৰে। এই সমবায় সমিতিখনৰ অন্যতম কর্ণধাৰ তথা খেতিয়ক পংকজ পাঠকে কয় যে প্রধানমন্ত্রী কৃষি সিঞ্চাই যোজনাৰ তিনিটা প্রকল্প তেওঁলোকৰ কৃষকৰ পথাৰত আছিল। সেই প্রকল্পকেইটাৰ পৰা যি পৰিমাণৰ পানী ওলাব লাগিছিল, সেয়াতো নোলালেই, বৰঞ্চ এতিয়া আটাইকেইটা প্রকল্প সম্পূর্ণ বিকল হৈ পৰি ৰৈছে।

সমবায় সমিতি হিচাপে তেওঁলোকৰ কিছুসংখ্যক কৃষকে নিজাববীয়াকৈ পানীৰ ব্যৱস্থা কৰিছে যদিও তাৰ ব্যয় বহন কৰি থকাটো সহজ হৈ থকা নাই। পাঠকে আক্ষেপৰে কয় যে পথাৰবোৰত কঠীয়া কবলৈ নোৱাৰাত এইবাৰ ধানৰ উৎপাদনত ব্যাপক প্ৰভাৱ পৰাতো নিশ্চিত।

বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰা অনুসৰি, যোৱা জুনত অসমত বৰষুণৰ পৰিমাণ স্বাভাৱিতকৈ ৩৪ শতাংশ কম হয়। জুলাইত এতিয়ালৈকে বৰষুণ আৰু অধিক কম হোৱাটো ইতিমধ্যে স্পষ্ট হৈছে। দৰঙত যোৱা জুনলৈ ৭৬ শতাংশ, বজালীত ৭৭ শতাংশ, দক্ষিণ শালমাৰা-মানকাচৰত ৭২ শতাংশ পর্যন্ত বৰষুণৰ মাত্রা হ্রাস পায়। অসমত জলসিঞ্চন বিভাগৰ ২,৯৮২টা প্রকল্প কার্যক্ষম হৈ আছে। ইয়াৰ বিপৰীতে আঁচনি আছে প্রায় চাৰি হেজাৰখন। অর্থাৎ বিকল হৈ পৰি থকা আঁচনিৰ সংখ্যাই অধিক।

নলবাৰী জিলাত ভয়ংৱহ সংকটত কৃষক

বতৰ পৰিবৰ্তনৰ ফলত ভৰ বাৰিষাৰ সময়তো ৰাজ্যত সৃষ্টি হোৱা খৰাং সদৃশ ভয়াৱহ পৰিৱেশে নলবাৰী জিলাৰ কৃষকৰ ওঁঠৰ হাঁহি কাঢ়ি নিয়াৰ উপক্ৰম হৈছে। জিলাখনৰ সৰহ সংখ্যক কৃষকেই পথাৰত জলসিঞ্চনৰ ব্যৱস্থা নথকাত বতৰৰ ওপৰত নিৰ্ভৰ কৰি কৃষিকার্য কৰি আহিছে। এইবাৰ বতৰে তেওঁলোকক মাধমাৰ শোধাইছে। বৰষুণ নোহোৱাৰ ফলত কৃষক ৰাইজৰ নাজল-নাথল অৱস্থাৰ সৃষ্টি হৈছে।

দুৰ্যোগৰ গৰাহত পৰা কৃষকসকলে আগন্তুক দিনৰ সম্ভাব্য ভয়াৱহ পৰিস্থিতিক লৈ চৰম আতংকিত হৈছে। শাওণ আৰম্ভ হোৱাৰ প্ৰাকমুহূৰ্ততো কৃষকে পথাৰত কঠীয়া কব পৰা নাই। কৃষকে সময়মতে পথাৰত মাটি চহাইছিল, কঠীয়াও সিঁচিছিল; কিন্তু পানীৰ অভাৱত পথাৰ শুকাই ছিৰাল ফাট দিয়াত কঠীয়া কব পৰা নাই। পানীৰ নাটনিত কঠীয়াবোৰ স্বাভাবিকভাবে বাঢ়িব পৰা নাই।

তদুপৰি কঠীয়াবোৰ ৰঙা পৰি শুকাই যোৱাৰ দৰে হৈছে। কে’বাজনো কৃষকে অতি হতাশাৰে কয় যে পথাৰ ইমানেই শুকাইছে যে পানীত তিতি বোকাময় হ’বলৈ কমেও ১০-১২ দিনৰ প্রয়োজন হ’ব। কৃষকে জলসিঞ্চনৰ লগতে কৃষি বিভাগকো ক্ষোভ প্রকাশ কৰিছে।

নলবাৰী জিলাৰ বাহাৰঘাট অঞ্চলৰ জলসিঞ্চনৰ কে’বাখনো গভীৰ নলীনাদ আঁচনি আছে; কিন্তু সেই কেইখন সম্পূর্ণ হোৱাৰ পাছৰে পৰা কোনো দিনে কার্যক্ষম হৈ নুঠিল। তাৰ ফলত দুষ্টচক্ৰয়ো সুবিধা গ্রহণ কৰিছে। বাহাৰঘাটৰ দেহাৰকুছি, মা দুর্গা ক্ষেত্ৰ আৰু কলবাৰী পথাৰত থকা সৌৰশক্তিচালিত কেন্দ্ৰ দুটাৰ ছ’লাৰ প্লেটসমূহ চুৰি হোৱাৰ পাছৰে পৰা সম্পূৰ্ণ বিকল হৈ পৰি ৰৈছে।

বাহাৰঘাট অঞ্চলৰ বহু কৃষকে ক্ষোভেৰে কয় যে জলসিঞ্চন বিভাগৰ আঁচনিয়ে কৃষকৰ উপকাৰ কৰিব নোৱাৰিলেও বিভাগটোৰ ঠিকাদাৰৰ উপকাৰ সাধিছে। তেওঁলোকে আঁচনিবোৰক ঠিকাদাৰ পোহা আঁচনি বুলিহে অভিহিত কৰে।

সম্প্ৰতি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক বিজন বায়নৰ নেতৃত্বত সংগঠনটোৰ এটা সঁজাতী দলে নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তৰ খেতিপথাৰত উপস্থিত হৈ কৃষকৰ দুখৰ সমভাগী হয়। খেতিপথাৰ পৰিদৰ্শন কৰি বায়নে অসম চৰকাৰৰ জলসিঞ্চন আৰু কৃষি বিভাগৰ বিৰুদ্ধে সৰৱ হৈ পৰে।

তেওঁ কয় যে কৃষকৰ চৰম দুৰ্যোগৰ সময়ত কৃষি বিভাগৰ এজনো বৰমুৰীয়াৰ কৃষক ৰাইজৰ খবৰ ল’বলৈ আহৰি নোহোৱাটো চৰম দুর্ভাগ্যজনক। তেওঁ কৃষকৰ ওচৰলৈ গৈ তেওঁলোকৰ দুৰৱস্থাৰ বুজ লৈ ফলপ্রসূ ব্যৱস্থা গ্রহণ কৰিবলৈ বিভাগটোক দাবী জনায়। আজিও ৰাজ্যৰ কৃষকসকলে অকল বতৰৰ ওপৰতে নিৰ্ভৰ কৰি কৃষিকার্য কৰিবলগীয়া হোৱাটোৱে চৰকাৰৰ নিশকতীয়া দিশটোক উদঙাই দিয়া বুলি মন্তব্য কৰে।

অন্তঃসাৰশূন্য পৰিকাঠামোৰে কি যুক্তিত মুখ্যমন্ত্রীয়ে অসমক দেশৰ পাঁচখন অর্থনৈতিকভারে শ্রেষ্ঠ ৰাজ্যৰ তালিকাত অন্তর্ভুক্ত কৰাৰ ঢাক-ঢোল বজাইছে, সেইটোহে ভাবিবলগীয়া কথা বুলিও বায়নে কটাক্ষ কৰে। একাংশ ঠিকাদাৰ আৰু বিভাগীয় কর্মচাৰীয়ে জলসিঞ্চনৰ আঁচনিবোৰ ফাইলতে আবদ্ধ কৰি ৰখাৰ পৰিণাম কৃষক ৰাইজে ভুগিবলগীয়া হৈছে বুলি বায়নে কয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Climate ChangeMonsoonNortheast
publisher

publisher

Related Posts

পহলগাম আক্ৰমণৰ পিছতে সিন্ধু জলবণ্টন চুক্তি স্থগিত, লাদাখত সিন্ধু নদীৰ ওপৰত ভাৰতৰ পাথৰৰ বান্ধ
International

September 6, 2026
পাহাৰ কাটি পথ নিৰ্মাণৰ সময়তে মহাবিপৰ্যয়, তিস্তাৰ নিম্নাংশত ‘হাই এলাৰ্ট’
India

পাহাৰ কাটি পথ নিৰ্মাণৰ সময়তে মহাবিপৰ্যয়, তিস্তাৰ নিম্নাংশত ‘হাই এলাৰ্ট’

September 6, 2026
দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত
India

দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

September 6, 2026
১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা
Entertainment

১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

September 6, 2026
দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা
Assam

দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা

September 6, 2026
মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ
International

মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ

September 6, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d