Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি

    ‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

    ৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

    তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

    অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

    পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

ভয়ানক কৌশলৰে সমৰত কুকি-মেইটেই উগ্রপন্থী

দুই জনগোষ্ঠীৰ সংঘাত দীর্ঘম্যাদী হোৱাৰ আশংকা

publisher by publisher
July 16, 2025
in India, News
Reading Time: 1 min read
0
ভয়ানক কৌশলৰে সমৰত কুকি-মেইটেই উগ্রপন্থী
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

মণিপুৰৰ মেইটেইত কৃষকক সুৰক্ষা দিয়াৰ দায়িত্ব দুটা কেন্দ্ৰীয় বাহিনী

✒️দুবছৰ ধৰি গোষ্ঠী সংঘৰ্ষই অস্থিৰ কৰি ৰখা মণিপুৰত দুই যুযুধান জনগোষ্ঠী কুকি আৰু মেইটেইসকলৰ উগ্রপন্থী সংগঠনসমূহে পৰস্পৰৰ বিৰুদ্ধে ভয়ানক ৰণকৌশল গঢ়াৰ তথ্য পোহৰলৈ আহিছে।

ADVERTISEMENT

বিগত সময়ত নিৰাপত্তা বাহিনীৰ অস্ত্রাগাৰৰ পৰা লুটি নিয়া বন্দুকক ৰূপান্তৰ কৰি যুদ্ধাস্ত্ৰৰূপে ব্যৱহাৰ কৰিবলৈ লৈছে এই উগ্রপন্থী সংগঠনসমূহে। এনে ৰূপান্তৰিত বহুসংখ্যক অস্ত্র-শস্ত্ৰ নিৰাপত্তা বাহিনীয়ে শেহতীয়াভাৱে উদ্ধাৰ কৰিছে।

ইয়াৰ লগে লগে স্পষ্ট হয় যে ৰাজ্যখনৰ বিভিন্ন উগ্রপন্থী সংগঠনে যুদ্ধকৌশল ভয়ানকভাবে সলনি কৰিছে। মুখামুখি সংঘৰ্ষৰ পৰিৱৰ্তে প্ৰতিপক্ষক দূৰৈৰ পৰা আক্ৰমণৰ পৰিকল্পনা কৰিছে এই উগ্রপন্থী সংগঠনসমূহে।

ইয়াৰ বাবে প্রয়োজনীয় অস্ত্র-শস্ত্ৰও যোগাৰ কৰিছে উগ্রপন্থী সংগঠনসমূহে। সূত্ৰই প্ৰকাশ কৰা অনুসৰি এই যুদ্ধাস্ত্র বিশেষ কৌশলৰে তৈয়াৰ কৰিছে কুকি আৰু মেইটেই উগ্রপন্থী সংগঠনসমূহে।

নিৰাপত্তা বাহিনীৰ অস্ত্ৰাগাৰৰ পৰা লুটি নিয়া বিভিন্ন ধৰণৰ বন্দুকক সম্প্রতি এই উগ্রপন্থী সংগঠনসমূহে স্নাইপাৰ ৰাইফল, বৰতোপ আদিলৈ ৰূপান্তৰিত কৰিছে। ইয়াৰ দ্বাৰা প্ৰতিপক্ষক দূৰৈৰ পৰা নিধনৰ লক্ষ্য লৈছে এই উগ্রপন্থী সংগঠনসমূহে।

নিৰাপত্তা বাহিনীৰ শেহতীয়া অভিযানৰ সময়ত এই উগ্রপন্থী সংগঠনসমূহৰ এনে ভয়ানক কাৰ্যৰ কথা পোহৰলৈ আহে। চৰকাৰী সূত্ৰই সংবাদ মাধ্যমক জনোৱা মতে, কেৱল ২০২৪তে ম্যানমাৰ সীমান্তৱৰ্তী ৰাজ্যখনত নিৰাপত্তা বাহিনীৰ অস্ত্রাগাৰৰ পৰা ছহেজাৰৰো অধিক অস্ত্র-শস্ত্র দুর্বৃত্তই লুটি নিয়ে।

লুটি নিয়া এই অস্ত্র-শস্ত্ৰসমূহৰ অন্যতম হৈছে অত্যাধুনিক একে ছিৰিজৰ ৰাইফল, ইনছাছ আৰু পইন্ট ৩০৩ ৰাইফল। সম্প্রতি এই অস্ত্র-শস্ত্রসমূহক উগ্রপন্থী সংগঠনে স্নাইপাৰ ৰাইফলত পৰিণত কৰি আছে বুলি সূত্রই প্রকাশ কৰিছে।

উল্লেখ্য যে স্নাইপাৰ ৰাইফলৰ জৰিয়তে লক্ষ্যবস্তুত সুনির্দিষ্টভাবে আঘাত হানিব পাৰি। লুটি নিয়া অস্ত্র-শস্ত্ৰৰ উন্নীতকৰণৰ জৰিয়তে উগ্রপন্থী সংগঠনে এইসমূহৰ দ্বাৰা কৰিব পৰা আঘাত অধিক ভয়াৱহ কৰিছে।

তদুপৰি এনে এবিধ অস্ত্ৰৰ ক্ষমতাও মূল ৰূপৰ অস্ত্ৰতকৈ বৃদ্ধি পাইছে। কেৱল সেয়াই নহয়, ক্ৰয়ৰ সময়ত এনে অস্ত্ৰই যিমান দূৰত্বৰ লক্ষ্যবস্তুত আঘাত হানিব পাৰিছিল, উন্নীতকৰণৰ পাছত তাতোকৈ অধিক দূৰত্বৰ লক্ষ্যবস্তুত আঘাত হানিব পৰা হৈছে।

ইয়ে এই উগ্রপন্থী সংগঠনসমূহৰ সমৰ কৌশলক নতুন ৰূপ দিছে। প্ৰতিৰক্ষা বিশেষজ্ঞৰ মতে এটা পইন্ট ৩০৩ ৰাইফলৰ গুলিয়ে পাঁচশ মিটাৰ দূৰত্ব পর্যন্ত লক্ষ্যবস্তুত আঘাত হানিব পাৰে; কিন্তু মেইটেই অথবা কুকি উগ্রপন্থী সংগঠনে এই অস্ত্ৰৰ উন্নীতকৰণ সম্পন্ন কৰাৰ পাছত এনে এবিধ ৰাইফলে পাঁচশ মিটাৰতকৈ অধিক দূৰত্বৰ লক্ষ্যবস্তুতো আঘাত হানিব পৰা হৈছে।

তদুপৰি পূৰ্বতকৈ ইয়াৰ আঘাতো অধিক ভয়ানক হৈছে। একেদৰে একে-৪৭ ৰাইফলে তিনিশ-চাৰিশ মিটাৰ দূৰত্বৰ লক্ষ্যবস্তুত আঘাত হানিব পাৰে। গতিকে এনে অস্ত্র একপ্ৰকাৰ মুখামুখি সংঘৰ্ষত ব্যৱহাৰ কৰা হয়; কিন্তু উগ্রপন্থী সংগঠনে এই অস্ত্রক নতুন ৰূপ দিয়াত এনে এটা ৰাইফলে অধিক দূৰত্বৰ লক্ষ্যবস্তুত আঘাত হানিব পৰা হৈছে।

এই কাৰ্য দুয়োটা জনগোষ্ঠীৰ উগ্রপন্থী সংগঠনসমূহে সফলতাৰে কৰাত কুকি আৰু মেইটেই জনগোষ্ঠীৰ মাজৰ সংঘাত দীঘলীয়া হোৱাৰ আশংকা প্ৰবল হৈছে। নিৰাপত্তা বাহিনীৰ সূত্ৰৰ মতে, ইয়াৰ পূৰ্বৰে পৰা ৰাজ্যখনৰ বিভিন্ন উগ্রপন্থী সংগঠনে বৈদ্যুতিক তাঁৰ আৰু পানীৰ পাইপ ব্যৱহাৰ কৰি এক বৰতোপ তৈয়াৰ কৰি আহিছে।

এই বৰতোপক পাম্পি বা বাম্পি বুলি জনা যায়। এই হস্তনির্মিত বৰতোপ বিদ্যুতৰ তাঁৰ বা জিআই পাইপৰে তৈয়াৰ কৰে ৰাজ্যখনৰ বিভিন্ন উগ্রপন্থী সংগঠনে। এনে বৰতোপক বাৰুদৰূপে ভঙা-ছিঙা ধাতু ব্যৱহাৰ কৰা হয়। বিস্ফোৰণৰ আশংকাত এনে বৰতোপ উগ্ৰপন্থীয়ে দূৰৈৰ পৰা নিয়ন্ত্ৰণ কৰে। এনে বৰতোপত বিদ্যুতো প্ৰৱাহিত হৈ থাকে।

এনে বৰতোপ স্থানীয়ভাৱে তৈয়াৰ কৰে উগ্ৰপন্থীয়ে। হাতেৰে এনে বৰতোপ তৈয়াৰত পাৰ্গতালি প্ৰদৰ্শন কৰাৰ পাছত ৰাজ্যখনৰ বিভিন্ন উগ্রপন্থী সংগঠনে অত্যাধুনিক অস্ত্র-শস্ত্ৰৰ উন্নীতকৰণৰ জৰিয়তে অধিক প্রাণঘাতক অস্ত্ৰত পৰিণত কৰিবলৈ সক্ষম হৈছে।

এই সম্পর্কত এজন নিৰাপত্তা বিষয়াই সাংবাদিকক কয়, ‘এইবোৰ কেৱল অস্ত্ৰই নহয়, পৰম্পৰাগত গেৰিলা যুদ্ধৰ কৌশল অবলম্বন কৰি উগ্রপন্থী সংগঠনে এনে প্রাণঘাতক অস্ত্র তৈয়াৰ কৰিছে। উগ্রপন্থী সংগঠনৰ এনে কাৰ্যৰ আঁৰত বৰ্তি থকাৰ কৌশলো জড়িত আছে।’

ৰাজ্যখনৰ ‘যুদ্ধ মণ্ডল’ত সম্প্ৰতি এনে ৰূপান্তৰিত বা সংশোধিত অস্ত্ৰৰ দ্বাৰা উগ্রপন্থীয়ে অধিক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰাৰ আশংকাত ভুগিছে বহুজন। নিৰাপত্তা বাহিনীৰ সূত্ৰৰ মতে, স্থানীয়ভাবে উদ্ভাৱন কৰা এনে অস্ত্ৰৰ বলত উগ্রপন্থীয়ে ৰাজ্যখনত শান্তি প্ৰতিষ্ঠাৰ প্রক্রিয়াও ব্যৰ্থ কৰাৰ আশংকা আছে। উল্লেখ্য যে নিৰাপত্তা বাহিনীৰ অস্ত্ৰাগাৰৰ পৰা দুর্বৃত্তই লুটি নিয়া অস্ত্র-শস্ত্ৰৰ বহুসংখ্যক চলিত বর্ষত পুনৰুদ্ধাৰ কৰা হয়।

বর্তমানলৈ পাঁচ শতাধিক এনে অস্ত্র-শস্ত্ৰ পুনৰুদ্ধাৰ কৰিছে নিৰাপত্তা বাহিনীয়ে। পুনৰুদ্ধাৰ কৰা এই অস্ত্র-শস্ত্ৰৰ ভিতৰত সংশোধিত বা ৰূপান্তৰিত স্নাইপাৰ ৰাইফল, এ কে চিৰিজৰ ৰাইফল, ইনছাছ ৰাইফল, এছএলআৰ, গ্ৰেণেড লঞ্চাৰ, পিষ্টল, দেশত তৈয়াৰী পইন্ট ২২ ৰাইফলো আছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: KukiMeitei
publisher

publisher

Related Posts

উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি
International

October 13, 2026
‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ
International

‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

October 13, 2026
৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম
International

৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

October 13, 2026
তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ
International

তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

October 13, 2026
অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি
International

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

October 12, 2026
পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d