Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি

    ‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

    ৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

    তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

    অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

    পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

publisher by publisher
October 13, 2026
in International, News
Reading Time: 1 min read
0
‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ
0
SHARES
4
VIEWS
ShareShareShareShare

RelatedPosts

উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি

৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

ClimateChange : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : সমগ্ৰ বিশ্বৰে বতৰৰ ধৰণ সলনি কৰি দিব পাৰে ‘এল নিনো’ ৱে। বিগত কিছু বছৰত ‘এল নিনো’ৰ চৰম প্ৰভাৱ প্ৰত্যক্ষ কৰিছে পৃথিৱীয়ে। স্পেনিছ ভাষাত ‘এল নিনো’ৰ অৰ্থ হৈছে ‘সৰু ল’ৰা’। এই নামটো ১৬০০ৰ দশকত দক্ষিণ আমেৰিকাৰ স্পেনিছ মাছমৰীয়াসকলে প্রথমে ব্যৱহাৰ কৰিছিল।

ADVERTISEMENT

মাছমৰীয়াসকলে লক্ষ্য কৰিছিল যে সাগৰৰ পানী উষ্ণ হৈ পৰিলে প্ৰৱল বৰষুণ আৰু ধুমুহা হয়। ফলত মাছ ধৰাৰ ক্ষেত্ৰত ব্যাঘাত জন্মে। ইয়াৰ প্ৰভাৱ সাধাৰণতে বৰদিনৰ সময়ত স্পষ্ট হয়।

অৱশ্যে বিগত কিছু দশকত এই বতৰৰ ঘটনাৰ স্থায়িত্ব বাঢ়িছে। আগন্তুক ডিচেম্বৰত ‘এল নিনো’ ৱে সর্বোচ্চ তীব্রতাত উপনীত হোৱাৰ পূর্বাভাসৰ আগতেই ই আৰু শক্তিশালী হৈ উঠিছে।

বিশ্ব বতৰ সংস্থাৰ মতে, ‘এল নিনো’ৰ প্ৰভাৱত বিশ্বৰ বিভিন্ন প্ৰান্তৰ বতৰত অস্বাভাৱিক আৰু চৰম পৰিৱেশৰ সৃষ্টি হৈছে। যেনে, চিলিৰ আটাকামা মৰুভূমিত ফুলৰ সমাহাৰ দেখা গৈছে। আনহাতে, জাপানৰ ৰাজধানী টকিঅ’ত একেৰাহে ৩৫ দিন বৃষ্টিপাত হৈছে।

এয়া ১৮৮৬ৰ পাছত দীর্ঘতম সময় ধৰি চলা বৰষুণৰ ঘটনা।ক্রমাৎ শক্তিশালী হৈ থকা ‘এল নিনো’ৰ প্ৰভাৱত যোৱা ছেপ্টেম্বৰত আটাকামা মরুভূমিত প্রায় দুশ প্ৰজাতিৰ লাখ লাখ ফুল ফুলা দেখা গ’ল। মনোৰম দৃশ্য প্রত্যক্ষ কৰিবলৈ অহা পর্যটকে সংগ্ৰহ কৰা ফটোত দেখা গৈছে যে পৃথিৱীৰ মেৰু-বহির্ভূত সবাতোকৈ শুকান মৰুভূমিখন যেন বেঙুনীয়া ৰঙৰ গালিচাৰে ঢাক খাই পৰিছে।

আটাকামা মরুভূমি প্রশান্ত মহাসাগৰ আৰু আণ্ডিজ পৰ্বতমালাৰ মাজত অৱস্থিত আৰু চিলিৰ উত্তৰ উপকূলৰ সমান্তৰালকৈ প্ৰায় ১,৬০০ কিলোমিটাৰ অঞ্চলজুৰি বিস্তৃত। যোৱা জুলাই আৰু আগষ্টত চিলিৰ বহু অঞ্চলত অভিলেখ সংখ্যক বৃষ্টিপাত হৈছে।

ইয়াৰ ভিতৰত কিছু অঞ্চলৰ বৰষুণৰ মাত্ৰা ১৯৫০ৰ দশকত জোখ লোৱাৰ পাছত আৰু কেতিয়াও দেখা পোৱা নাছিল। কোনো কোনো অঞ্চলত ১৮০ মিলিমিটাৰৰো অধিক বৃষ্টিপাত নথিভুক্ত কৰা হৈছে, যাৰ সম্পৰ্কে চিলিৰ বন বিভাগ ‘কোনাফ’ৰ আটাকামা জীৱবৈচিত্র্য বিষয়ক মুৰব্বী ছিজাৰ পিজাৰোৱে কয়, ‘এনেকুৱা আগতে কেতিয়াও নথিভুক্ত কৰা হোৱা নাছিল।’

এই অদ্ভুত ঘটনাটো এনে এক সময়ত ঘটিছিল, যেতিয়া টকিঅ’ই ‘এল নিনো’ৰ কাৰণে সৃষ্ট ‘বৃষ্টিজনিত ক্লান্তি’ত ভুগিছিল। জাপানৰ ৰাজধানীত বিগত এমাহৰো এধিক সময় ধৰি একেৰাহে বৰষুণ আহি আছে, যাৰ ফলত শাক-পাচলিৰ দাম ব্যাপক হাৰত বৃদ্ধি পাইছে আৰু পৰ্যটনত নেতিবাচক প্ৰভাৱ পৰিছে। ইয়াৰ সমান্তৰালকৈ টকিঅ’ৰ লাখ লাখ মানুহে ভাবিবলৈ বাধ্য হৈছিল যে তেওঁলোকে হয়তো আৰু কেতিয়াও সূর্যটো দেখা নাপাব।

‘মাইনিচি শ্বিমবুন’ নামৰ এক সংস্থাৰ তথ্য অনুসৰি, ছেপ্টেম্বৰত মধ্য টকিঅ’ত স্বাভাৱিকৰ তুলনাত প্রায় তিনি গুণ অধিক বৃষ্টিপাত হৈছে। সংস্থাটোৱে লগতে জনাইছে যে একে সময়তে য’ত মাত্র ৪৫.৮ ঘণ্টা সূৰ্যৰ পোহৰ পোৱা গৈছে, যিটো বিগত কিছু বছৰৰ ভিতৰত দ্বিতীয় সর্বনিম্ন। একেৰাহে ১৪ দিন টকিঅ’ৰ আকাশৰ পৰা অন্তর্ধান হৈ আছিল সূর্য। টকিঅ’ত এয়াই আছিল দীর্ঘতন বৰষুণৰ সময়কাল। ইয়াৰ আগৰ দীর্ঘতম সময়কাল আছিল ২০১৯ৰ ২৭ জুনৰ পৰা ২৯ জুলাই পর্যন্ত। মুঠ ৩৩ দিন।

বিশ্ব বতৰ সংস্থা (ডব্লিউএমঅ’) ৰ তৰফৰ পৰা সতৰ্ক কৰি দিছে যে চলিত অক্টোবৰৰ পৰা ডিচেম্বৰৰ ভিতৰত বিশ্বজুৰি সাগৰপৃষ্ঠৰ তাপমাত্রা অভিলেখ মাত্রাত উপনীত হ’ব পাৰে। ৰাষ্ট্ৰসংঘৰ অধীনস্থ এই সংস্থাটোৱে লগতে জনাইছে যে ১৯৫০ৰ পাছত দেখা পোৱা শক্তিশালী ‘এল নিনো’সমূহৰ ভিতৰত ই অন্যতম আৰু এই ‘এল নিনো’ ২০২৭ৰ ফেব্ৰুৱাৰী পর্যন্ত স্থায়ী হ’ব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি
International

উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি

October 13, 2026
৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম
International

৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

October 13, 2026
তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ
International

তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

October 13, 2026
অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি
International

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

October 12, 2026
পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘ছুপ্ৰিম কোৰ্ট চলো’ কাৰ্যসূচী, দিল্লীত বিৰোধী মিত্ৰজোঁটৰ সমদল

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d