Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Delhi: দিল্লীৰ প্ৰাক্তন মন্ত্ৰী তথা আপ নেতা সত্যেন্দ্ৰ জৈনৰ জামিন মঞ্জুৰ

    Husband and wife dismissed from their Jobs:ঔষধ পৰিদৰ্শক হিচাপে কাৰ্যৰত পতি-পত্নীক চাকৰিৰ পৰা বৰ্খাস্ত

    Delhi:আলফা (স্বাধীন)ৰে সম্পৰ্কৰ অভিযোগত দিল্লীত গ্রেপ্তাৰ এজন যুৱকক

    চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

    তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি

    গহপুৰ-নুমলীগড়ৰ প্ৰস্তাৱিত সুৰংগ নিৰ্মাণৰ বাবে নিবিদা আহ্বান ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Gariya Mariya:উচ্ছেদক পূৰ্ণ সমৰ্থন সদৌ অসম গৰিযা -মৰিয়া দেশী জাতীয় পৰিষদৰ

publisher by publisher
July 20, 2025
in Assam, News
Reading Time: 1 min read
0
Gariya Mariya:উচ্ছেদক পূৰ্ণ সমৰ্থন সদৌ অসম গৰিযা -মৰিয়া দেশী জাতীয় পৰিষদৰ
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

Pranay Bordoloi:আফ্ৰিকা মহাদেশৰ সৰ্বোচ্চ শিখৰ কিলিমাঞ্জাৰো আৰোহণকাৰী প্ৰণয় বৰদলৈক দল- সংগঠনৰ সম্বৰ্ধনা

Heroin seized in Guwahati:সৰিয়হৰ ডুলিতে ভূত !

Artificial flood in Jorabat:এজাক মুষলধাৰ বৰষুণত ডুব গ’ল যোৰাবাট

Gariya Mariya:

নামনি অসমৰ পিছত উজনিটো ৰাজ্য চৰকাৰে উচ্ছেদ অভিযান আৰম্ভ কৰিবলৈ ওলোৱাত ইতিমধ্যে  ৰাজ্যৰ অধিকাংশ জাতীয় সংগঠনে সমৰ্থন আগবঢ়োৱাৰ সময়তে ইছলাম ধৰ্মালম্বী খিলঞ্জীয়া সংগঠনে আগবঢ়ালে সমৰ্থন ৷

ADVERTISEMENT

দেওবাৰে মহানগৰীৰ হাতীগাঁৱত অনুষ্ঠিত এক সংবাদমেলত সদৌ অসম গৰিযা মৰিয়া দেশী জাতীয় পৰিষদে উচ্ছেদৰ প্ৰতি পূৰ্ণ সমৰ্থন জনায় ৷ সংগঠনটোৰ সভাপতি নুৰুল হকে কয়, উচ্ছেদৰ সমগ্ৰ প্ৰক্ৰিয়াটোক সাম্প্ৰদায়িকৰণ আৰু ৰাজনৈতিকৰণ কৰা হৈছে। লখিমপুৰত কিছু সংখ্যক গৰিয়া আৰু গোৱালপাৰাত কিছু সংখ্যক দেশী লোককো উচ্ছেদ কৰা হৈছে। এনে উচ্ছেদিত খিলঞ্জীয়া মুছলমান লোক সকলক সংস্থাপনৰ দাবী জনাইছোঁ।

উচ্ছেদক লৈ চ’চিয়েল মিডিয়াত সাম্প্ৰদায়িক পৰিবেশৰ সূচনা কৰা হৈছে। সকলোবোৰৰে লগত গৰিয়া- মৰিয়া-দেশীও পৰিছে এতিয়া অস্তিত্বৰ সংকটত। গৰিয়া-মৰিয়া-দেশী সকলক লৈ সুকীয়া জৰীপ কৰিব লাগে। চৰকাৰক পূৰ্বৰে পৰাই জৰীপৰ দাবী কৰি অহা হৈছে ৷

হকে আৰু কয় যে,মুছলমানক লৈ সাম্প্ৰদায়িক সৰলীকৰণ কৰা হৈছে।গৰিয়া-মৰিয়া-দেশীক জনগোষ্ঠীয় মৰ্যদা প্ৰদান কৰক ৷ জনগোষ্ঠীয় মৰ্যদা প্ৰদান নকৰা বাবেই আজি ভগনীয়াৰ ৰূপ লৈছে গৰিয়া-মৰিয়া-দেশী সকলে ৷

এই উচ্ছেদক সদৌ অসম গৰিযা মৰিয়া দেশী জাতীয় পৰিষদে আৰম্ভণিৰে পৰা সমৰ্থন জনোৱা হৈছে ৷ উচ্ছেদক সাম্প্ৰদায়িকৰণ কৰিব নালাগে লগতে আমাকো ভূমি পুত্ৰৰ মৰ্যদা আৰু অবিচি কৰিব লাগে। যি সকল গৰিয়া-মৰিয়া-দেশী ইতিমধ্যে উচ্ছেদিত হৈছে তেওঁলোকক ক্ষতি পূৰণৰ ব্যৱস্থা কৰক চৰকাৰে। সংবাদমেলত সভাপতি গৰাকীয়ে আৰু কয় য়ে, উচ্ছেদকলৈ ক্ষতি পূৰণৰ ক্ষেত্ৰত চৰকাৰে কিয় এনে বৈষম্য কৰিছে বুলি প্ৰশ্ন অৱতাৰণা কৰে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Addressing President Nurul HaqueGuwahatiPressmeetSadau Asom Gariya Mariya Deshi Jatiya Parishad
publisher

publisher

Related Posts

নেপালৰ বানপীড়িতলৈ ১০ হেজাৰ টকা দান কৰিলে তামিলনাডুৰ এজন ভিক্ষাৰীয়ে
India

September 3, 2026
Delhi: দিল্লীৰ প্ৰাক্তন মন্ত্ৰী তথা আপ নেতা সত্যেন্দ্ৰ জৈনৰ জামিন মঞ্জুৰ
Crime

Delhi: দিল্লীৰ প্ৰাক্তন মন্ত্ৰী তথা আপ নেতা সত্যেন্দ্ৰ জৈনৰ জামিন মঞ্জুৰ

September 3, 2026
Husband and wife dismissed from their Jobs:ঔষধ পৰিদৰ্শক হিচাপে কাৰ্যৰত পতি-পত্নীক চাকৰিৰ পৰা বৰ্খাস্ত
Assam

Husband and wife dismissed from their Jobs:ঔষধ পৰিদৰ্শক হিচাপে কাৰ্যৰত পতি-পত্নীক চাকৰিৰ পৰা বৰ্খাস্ত

September 3, 2026
Delhi:আলফা (স্বাধীন)ৰে সম্পৰ্কৰ অভিযোগত দিল্লীত গ্রেপ্তাৰ এজন যুৱকক
Assam

Delhi:আলফা (স্বাধীন)ৰে সম্পৰ্কৰ অভিযোগত দিল্লীত গ্রেপ্তাৰ এজন যুৱকক

September 3, 2026
চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা
Assam

চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

September 3, 2026
তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি
Assam

তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি

September 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d