Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

    Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা

    West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !

    Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ

    বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক

    Bokakhat Road Accident:বোকাখাতৰ মেথনিৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ বাইক আৰোহীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Sonapur:কার্বি লোকনৃত্য-গীতেৰে জীপাল সোণাপুৰৰ নৰতাপ

সমষ্টিভিত্তিক গ্রীষ্মকালীন লোক নৃত্য কৰ্মশালাৰ সামৰণি

publisher by publisher
July 28, 2025
in News, Assam
Reading Time: 1 min read
0
Sonapur:কার্বি লোকনৃত্য-গীতেৰে জীপাল সোণাপুৰৰ নৰতাপ
1
SHARES
5
VIEWS
ShareShareShareShare

Sonapur:

অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ সহযোগত নৱগঠিত ডিমৰীয়া সমষ্টিভিত্তিক অনুষ্ঠিত গ্রীষ্মকালীন লোকনৃত্য কর্মশালাৰ ২৫ জুলাইত সামৰণি পৰে। উল্লেখ্য যে প্রতিভা কালচাৰেল ছ’চিয়েল অর্গেনাইজেছনৰ তত্ত্বাৱধানত নৰতাপ উচ্চ মাধ্যমিক বিদ্যালয় প্রাংগণত ১৫ দিনীয়াকৈ অনুষ্ঠিত কর্মশালাত কাৰ্বি আংলং জিলাৰ ৰিতনং চিংদি, নিমচ কিৰুং আৰু ডিমৰীয়াৰ দমাহী কিকান লোক নৃত্যৰ প্ৰশিক্ষণ প্রদান কৰা হয়।

ADVERTISEMENT

এই উপলক্ষে অনুষ্ঠিত সামৰণি অনুষ্ঠানত প্রশিক্ষণত অংশগ্ৰহণ কৰা প্রশিক্ষার্থীসকলে লোকনৃত্য প্রদর্শনেৰে পৰিবেশ জীপাল কৰি তোলে। নীল প্রতিভা সাংস্কৃতিক গোষ্ঠীৰ অধ্যক্ষ নীলকান্ত ৰাহাঙে আঁত ধৰা অনুষ্ঠানত ডিমৰীয়াৰ সমজিলাৰ সহকাৰী আয়ুক্ত হীৰকজ্যোতি শইকীয়া, তিৱা পৰিষদৰ কাৰ্যবাহী সদস্য পৰেশ ৰাহাং, সদস্য ভবেশ কাথাৰ, সোণাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা জুৰি দেৱী গোস্বামী, নৰতাপ হাইস্কুলৰ প্ৰধান শিক্ষক নন্দেশ্বৰ কাথাৰ, নৰতাপ এম ই স্কুলৰ প্ৰধান শিক্ষক অজিত কাথাৰ উপস্থিত থাকি প্রশিক্ষার্থীসকলক মানপত্র বিতৰণ কৰে।

RelatedPosts

Kamrup Metropolitan Administration:আসন্ন বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বেই কামৰূপ মহানগৰ জিলা প্রশাসনৰ বিশেষ নির্দেশনা

Zubeen khetra:এজন উবেৰ চালকৰ এটা ভিডিঅ’ৰ পাছতে নতুন ৰূপত জুবিনক্ষেত্ৰ

Durga Puja SOP in Guwahati: মহানগৰীত দুৰ্গা পূজা অনুস্থিত কৰাৰ ক্ষেত্ৰত প্ৰশাসনৰ এছঅ’পি জাৰি

একেটা অনুষ্ঠানত ডিমৰীয়াৰ জ্যেষ্ঠ লোকশিল্পী দীপক কছাৰী, কেশৱ ইংতি, গুৰেন দেউৰী, প্রফুল্ল কাথাৰ, উইলবার্ট ৰংচন, বেলছিং ৰাহাং, ধৰ্মেশ্বৰ কাথাৰ, ইন্দ্ৰজিৎ ৰংপি, নাট্যকর্মী তথা অভিনেতা ৰাজীৱ ৰাহাং আৰু অমন ৰাহাঙক নীল প্রতিভা গোষ্ঠীৰ তৰফৰ পৰা ফুলাম গামোচা আৰু মানপত্ৰৰে সম্বর্ধনা জনোৱা হয়। তদুপলক্ষে অনুষ্ঠানত কাৰ্বি আংলঙৰ প্রশিক্ষকসকল ক্রমে সুভাষ কিলিং, জুবিন ৰংফাৰ, সেৰলিকা তকবিপি, আলিছা বেপি, সাংস্কৃতিক গোষ্ঠীৰ অন্যতম কর্মকর্তা প্রতিভা দাস কেলেংপি প্রমুখ্যে স্থানীয় ৰাইজ উপস্থিত থাকে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: DIMARIAFolk Dancekamrup Metro AdministrationSummer Workshops
publisher

publisher

Related Posts

Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা
International

Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

April 26, 2026
Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা
News

Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা

April 26, 2026
West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !
News

West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !

April 26, 2026
Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ
News

Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ

April 26, 2026
বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক
News

বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক

April 25, 2026
Bokakhat Road Accident:বোকাখাতৰ মেথনিৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ বাইক আৰোহীৰ
News

Bokakhat Road Accident:বোকাখাতৰ মেথনিৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ বাইক আৰোহীৰ

April 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d