Elvis Ali Hazarika:✒️পুনৰ ইতিহাস ৰচিলে অসমৰ জলকোঁৱৰ, সাতোঁৰবিদ এলভিছ আলী হাজৰিকাই ৷ ৰাষ্ট্ৰীয় তথা প্ৰখ্যাত সাঁতোৰবিদ এলভিছ আলী হাজৰিকাৰ আন এক সাফল্য ।
ADVERTISEMENT
ৰিলে মুডত সফলতাৰে ইংলিছ চেনেল সাঁতুৰিলে এলভিছ আলী হাজৰিকাই। ইয়াৰ বাবে ১৩ ঘণ্টা সময়ৰ প্রয়োজন হৈছিল এলভিছক।
সমুদ্র বক্ষত চতুৰ্দশ বাৰলৈ সাঁতোৰ সম্পূৰ্ণ কৰিলে এলভিছ আলী হাজৰিকাই






























