Kaziranga:
কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্যত অঘটন ৷ অভয়াৰণ্যৰ মোনাবিলত মৃত অৱস্থাত উদ্ধাৰ ছটাকৈ বনৰীয়া ম’হ ৷ বনৰক্ষীৰ নিয়মীয়া টহলকাৰী দলে বিল খনলৈ যাওঁতে ছয় বনৰীয়া ম’হৰ মৃতদেহ প্ৰত্যক্ষ কৰে ৷
ADVERTISEMENT
অভয়াৰণ্য খনৰ পশু চিকিৎসকৰ এটা বিশেষজ্ঞ দলে ম’হ কেইটা পৰ্যবেক্ষণ কৰিছে ৷ মৃত্যুৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই বুলি সদৰি কৰিছে অভয়াৰণ্য খনৰ সঞ্চালক ড: সোনালী ঘোষে ৷






























