Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    চমকি উঠিল অস্ত্রোপচাৰ কৰা চিকিৎসক, যুৱকৰ শৰীৰত উদ্ধাৰ নাৰীৰ অংগ

    আন্দোলন গঢ়ি তুলি মোদী চকুৰ কুটা দাঁতৰ শূলত পৰিণত

    ‘ভোট চুৰি’, এছ আই আৰ বন্ধ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘দিল্লী চলো—মাৰ্চ ফৰ ডেম’ক্ৰেচি’

    বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

সংসদত একেদিনাই সামুদ্রিক খণ্ডৰে গৃহীত দুখন বিধেয়ক

publisher by publisher
August 7, 2025
in India, News
Reading Time: 1 min read
0
সংসদত একেদিনাই সামুদ্রিক খণ্ডৰে গৃহীত দুখন বিধেয়ক
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

ৰাতিহে সাত হাল বায়!বিজেপি-কংগ্ৰেছৰ সাংসদ-বিধায়িকাৰ সংখ্যা মাথোঁ ১০ শতাংশহে

সংসদৰ বিশেষ অধিৱেশনত কেন্দ্ৰৰ তিনিখন গুৰুত্বপূর্ণ বিধেয়ক

Dibrugarh:ডিব্ৰুগড়ত প্ৰশান্ত ফুকনৰ হৈ বৃহৎ ৰেলীত অংশগ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী সবানন্দ সোণোৱালৰ

দেশৰ আধুনিক জাহাজ পৰিবহণ ব্যৱস্থা উন্নয়ন সাধনৰ উদ্দেশ্যে নিৰন্তৰ প্ৰচেষ্টা চলাই আছে বুলি মন্তব্য কৰিছে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। বুধবাৰে সংসদত সামুদ্রিক খণ্ডৰে জড়িত দুখন বিধেয়ক গৃহীত হয়।

ADVERTISEMENT

একেদিনাই বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রণালয়ৰ দুখনকৈ বিধেয়ক সংসদত গৃহীত হোৱাটো এই মন্ত্রণালয়ৰ বাবে ঐতিহাসিক ঘটনাৰূপে চিহ্নিত হৈছে। দেশৰ আধুনিক জাহাজ পৰিবহণ ব্যৱস্থাক লৈ মোদী চৰকাৰৰ নিৰন্তৰ প্ৰচেষ্টাৰ সফল প্রতিফলন এই দুখন বিধেয়ক বুলি মন্ত্রী সোণোৱালে মন্তব্য কৰিছে।

এই বিধেয়কৰ অন্যতম পণ্য পৰিবহণ বিধেয়ক-২০২৪ কালি লোকসভাই গৃহীত কৰে। আনখন বিধেয়ক সাগৰীয় পথৰে সামগ্ৰীৰ পৰিবহণ বিধেয়ক ২০২৫ ৰাজ্যসভাত গৃহীত হয়। ইয়াৰে প্ৰথমখন বিধেয়ক আধুনিক আৰু আন্তঃৰাষ্ট্ৰীয় সংহত নীতিৰ স’তে সংগতি ৰাখি প্ৰস্তুত কৰা।

আনহাতে, ব্যৱসায়-বাণিজ্যৰ সুবিধা দিয়া আৰু দেশৰ জাহাজ পৰিবহণ খণ্ডৰ ৰূপান্তৰৰ বাবে সাগৰীয় পথৰে সামগ্রিক পৰিবহণ বিধেয়ক গৃহীত কৰা হৈছে।

এই সম্পর্কত মন্ত্রী সোণোৱালে লগতে কয়, ‘আজিৰ দিনটো আমাৰ সকলোৰে বাবে ঐতিহাসিক দিন। সংসদে দুখনকৈ বিধেয়ক গৃহীত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত দেশৰ সামুদ্রিক খণ্ডৰ আধুনিকীকৰণৰ প্ৰচেষ্টাক এক নতুন গতি দিলে। পণ্য পৰিবহণ বিধেয়ক ২০২৪-এ ১৯৫৮ৰ পণ্য পৰিবহণ আইন প্ৰত্যাহাৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। এই নতুন আইনে সামুদ্রিক আইনী পৰিকাঠামোক আন্তঃৰাষ্ট্ৰীয় মানৰ স’তে সংগতি ৰাখি নতুনত্ব প্রদান কৰিব। লগতে দেশক এক বিশ্বাসযোগ্য তথা আগশাৰীৰ সামুদ্রিক বাণিজ্যৰ প্ৰাণকেন্দ্ৰৰূপে প্ৰতিষ্ঠা কৰিব।’

বিধেয়কখন লোকসভাত উত্থাপন কৰি মন্ত্রীজনে লগতে কয়, ‘১৯৫৮ৰ পণ্য পৰিবহণ আইনৰ ৫৬১ ধাৰাটোৱে সাম্প্ৰতিক সময়ৰ প্ৰত্যাহ্বানসমূহ নিৰাময়ত সুদূৰ প্ৰসাৰী প্ৰভাৱ বিস্তাৰ কৰিব পৰা নাছিল আৰু বহু আন্তঃৰাষ্ট্ৰীয় চুক্তি সম্পূৰ্ণৰূপে বাস্তবায়িত কৰাত বাধাৰ সৃষ্টি কৰিছিল। এই নতুন পণ্য পৰিবহণ বিধেয়ক ২০২৫ত ১৬ টা ভাগ আৰু ৩২৫ টা ধাৰা আছে। এই আইনে সামুদ্রিক সুৰক্ষা, দুর্যোগ প্ৰতিৰোধ, পৰিৱেশ সুৰক্ষা, নাৱিকৰ কল্যাণ আৰু জাহাজৰ সুৰক্ষা উন্নতি কৰিব। লগতে সামুদ্রিক বিনিয়োগ উদ্ভাৱন আৰু বহনক্ষম বৃদ্ধিৰ পথ মুকলি কৰিব।’

আনহাতে, সাগৰৰে সামগ্ৰী পৰিবহণ বিধেয়ক ২০২৫-এ ঔপনিৱেশিক যুগৰ বিধানৰ অৱসান ঘটাই বিশ্বমানৰ স’তে সংগতি ৰাখি ব্যৱসায় সহজসাধ্য কৰাৰ পথ মুকলি কৰা বুলি আলোচিত হৈছে। এই বিধেয়ক যোৱা ২৮ মার্চত লোকসভাই গৃহীত কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ParliamentSarbananda Sonowal
publisher

publisher

Related Posts

ছ’চিয়েল মিডিয়াৰ ইনফ্লুৱেঞ্চাৰৰ পৰা স্বাধীন সাংবাদিকলৈ ধ্ৰুৱ ৰাঠী
India

October 12, 2026
যন্তৰ-মন্তৰত আৰু নহ’ব প্ৰতিবাদ, দিল্লীত প্ৰতিবাদৰ বাবে নিৰ্ধাৰণ তিনিটা স্থান

‘উচ্চতম ন্যায়ালয় ৰাজনীতিৰ স্থান নহয়’, প্ৰতিবাদক লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ

বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ
Entertainment

বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

October 12, 2026
‘বিশ্বৰ সমস্যাৰ সমাধানৰ পথ দেখুওৱাৰ সম্ভাৱনা জেন জিৰ মাজতে আছে’, যুৱ প্ৰজন্মক আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ
India

‘বিশ্বৰ সমস্যাৰ সমাধানৰ পথ দেখুওৱাৰ সম্ভাৱনা জেন জিৰ মাজতে আছে’, যুৱ প্ৰজন্মক আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

October 12, 2026
হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক
International

হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক

October 12, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d