Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি

    লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!

    মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন

    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

আমি ঐক্যবদ্ধ হৈছো, আমাৰ উদ্দেশ্য হৈছে ভোট চুৰি বন্ধ কৰা

publisher by publisher
August 25, 2025
in News, India
Reading Time: 1 min read
0
আমি ঐক্যবদ্ধ হৈছো, আমাৰ উদ্দেশ্য হৈছে ভোট চুৰি বন্ধ কৰা
1
SHARES
6
VIEWS
ShareShareShareShare

Voter adhikar yatra: বিহাৰৰ বিতর্কিত ভোটাৰ তালিকাৰ বিশেষ গভীৰ পুনৰীক্ষণ (এছআইআৰ)ক ভোট চুৰিৰ আনুষ্ঠানিক পদ্ধতি বুলি অভিহিত কৰিছে কংগ্রেছ নেতা তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে।

ADVERTISEMENT

বিহাৰত বিৰোধীয়ে উলিওৱা ‘ভোটাৰ অধিকাৰ যাত্রা’ই কালি অষ্টম দিনত ভৰি দিয়ে। বিহাৰ বিধানসভাৰ বিৰোধী দলপতি তথা ৰাষ্ট্ৰীয় জনতা দল (আৰজেডি) নেতা তেজস্বী যাদৱৰ স’তে নিজে মটৰ চাইকেল চলাই এই যাত্ৰাত অংশ লয় ৰাহুলে।

RelatedPosts

কাটিহাৰৰ ভয়ংকৰ পথ দুৰ্ঘটনাত নিহতসকলৰ পৰিয়ালক দুই লাখ টকাৰ এককালীন সাহায্য ঘোষণা প্ৰধানমন্ত্ৰীৰ

Assam Assembly Election:এটা পর্যায়ত নির্বাচন অনুষ্ঠিত হোৱাৰ সুযোগত বিহাৰ-পশ্চিমবংগৰ পৰা ২৬শ বাহন আমদানি

Guwahati:মহানগৰীত বিহাৰৰ কুখ্যাত ডকাইত দল আৰক্ষীৰ জালত

অগণন সমৰ্থকৰ স’তে এই যাত্ৰাত অংশ লৈ ৰাহুল আৰু তেজস্বীয়ে ‘ভোট চোৰ, গাদী চোৰ, ধ্বনি দিয়ে। ৰাজ্যখনত ভোটাৰ তালিকাৰ বিশেষ গভীৰ পুনৰীক্ষণৰ অনিয়ম উদঙাই দিয়াৰ উদ্দেশ্যে উলিওৱা এই যাত্ৰাৰ সময়ত কালি ৰাহুলে আৰায়াত সাংবাদিকৰ আগত নির্বাচন আয়োগ আৰু বিজেপিৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ উঠে।

বিজেপি আৰু দেশৰ নিৰ্বাচন আয়োগৰ মাজত গভীৰভাৱে প্রতিষ্ঠিত সহযোগিতা আছে বুলি ৰাহুলে আজি আক্রমণ কৰে। তেওঁ কয়, ‘বিহাৰত ভোট চুৰিৰ এক আনুষ্ঠানিক পদ্ধতি হৈছে এছআইআৰ। লাখ লাখ ভোটাৰৰ নাম কর্তন হ’ল। বিৰোধীয়ে আপত্তি দর্শাই আছে; কিন্তু বিজেপিয়ে এবাৰো আপত্তি কৰা নাই। কাৰণ দেশৰ নির্বাচন আয়োগ, নির্বাচন আয়ুক্ত আৰু বিজেপিৰ মাজত এক সহযোগিতা আছে।’

ইয়াৰ পূৰ্বে শনিবাৰে কাটিহাৰতো বিজেপিৰ বিৰুদ্ধে আক্রমণাত্মক হৈ উঠে ৰাহুল। তেওঁ অভিযোগ উত্থাপন কৰে যে বিজেপিয়ে দৰিদ্ৰৰ কণ্ঠ লুকুওৱাৰ উদ্দেশ্যে সাংবিধানিক প্রতিষ্ঠানসমূহ আৰু সংবাদ মাধ্যমক নিয়ন্ত্রণ কৰিছে।

ভোট চোৰ, গাদী চোৰ ধ্বনি দি তেওঁ লগতে কয়, ‘এয়া আপোনালোকৰ সংবাদ মাধ্যম নহয়। সন্ধিয়া টিভি চাব। ভোট চোৰ, গাদী চোৰ ধ্বনি দেখিবলৈ নাপায়। আপোনালোকে ইয়াত সমবেত জনতাক নেদেখে। কাৰণ এইসকল হৈছে দৰিদ্ৰ লোক। এয়া হৈছে শ্রমিকৰ, কৃষকৰ জুম। আমি ভোট চুৰি হ’বলৈ দিয়া উচিত নহয়।’

একেদৰে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰি তেজস্বীয়ে এতিয়ালৈকে এই বিষয়াসকল আৰু দুর্নীতিগ্রস্ত চৰকাৰে বাসিন্দাৰ প্ৰমাণপত্ৰ আৰু জাতিগত প্ৰমাণপত্ৰৰ নামত চাৰি হেজাৰ কোটি টকা ল’লে। বিজেপিৰ মানুহে এই ধন নিৰ্বাচনত ব্যৱহাৰ কৰিব। সেয়েহে দুর্নীতি নিয়মিতভাবে বৃদ্ধি পাই আছে।’

দুর্নীতিমুক্ত আৰু অপৰাধমুক্ত চৰকাৰ জনতাক দিয়াৰো প্রতিশ্রুতি দিয়ে তেজস্বীয়ে। অলপতে বিহাৰৰ গয়াত বিদেশী সম্পৰ্কত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰা মন্তব্যৰ আঁত ধৰি তেজস্বীয়ে তেওঁক গুজৱ সৃষ্টিকাৰী-প্ৰচাৰকাৰী আৰু মিছলীয়া বুলি আখ্যা দিয়ে। মোদীয়ে উত্থাপন কৰা অভিযোগ এক মিথ্যাচাৰৰ বাহিৰে আন একো নহয় বুলিও তেওঁ মন্তব্য কৰে।

আনহাতে, বিৰোধীয়ে আগন্তুক বিহাৰ বিধানসভা নির্বাচনত তেজস্বী যাদৱক মুখ্যমন্ত্রী প্রার্থীৰূপে প্রক্ষেপ কৰিব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত ৰাহুলে কয়, ‘আমাৰ উদ্দেশ্য হৈছে বিহাৰত ভোট চুৰি বন্ধ কৰা। শিশুসকলেও মোৰ ওচৰলৈ আহি ভোট চোৰ, গাদী চোৰ ধ্বনি দিছে। এইবাৰৰ যাত্রা কিছু সুকীয়া।’

ৰাহুলে লগতে কয় যে এছআইআৰৰ জৰিয়তে প্ৰকাশ পোৱা খচৰা ভোটাৰ তালিকাত জীৱিত মানুহকো মৃত সজোৱা হৈছে। এনে কার্য ইচ্ছাকৃতভাৱে কৰাৰ প্ৰমাণো পোৱা গৈছে বুলি তেওঁ দাবী কৰে। তেওঁ কয়, ‘বিহাৰত জীবিত মানুহকো ভোটাৰ তালিকাত মৃত সজোৱা হৈছে। ইয়াৰ জৰিয়তে ভোটাৰসকল ক্ষতিগ্রস্ত হৈছে। নির্বাচন আয়োগে পক্ষপাতিত্ব কৰিছে আৰু সকলোৰে প্ৰতি সমআচৰণ কৰা নাই। মোৰ দৰে বিজেপিৰ অনুৰাগ ঠাকুৰলৈ শপতনামা দাখিলৰ দাবী প্ৰেৰণ কৰা নাই।’

বিৰোধীৰ ঐক্যৰ ওপৰতো ৰাহুলে আস্থা প্রকাশ কৰে। বিৰোধী ঐক্য সম্পর্কত তেওঁ কয়, ‘আমাৰ মাজত এক অতি ভাল অংশীদাৰিত্ব গঠন হৈছে। সকলো দলে একেলগে কাম কৰি আছে। দলসমূহৰ মাজত পাৰস্পৰিক সন্মান আছে। আদর্শগতভাবে আমি ঐক্যবদ্ধ হৈছো। ৰাজনৈতিকভাবে আমি ঐক্যবদ্ধ হৈছো। গতিকে অতি ভাল ফলাফল হ’ব।’

এই যাত্ৰাৰ সময়ত সমবেত হোৱা জনতাই এক আসন্ন বৃহৎ পৰিৱৰ্তনৰ ইংগিত দিয়া বুলি কংগ্রেছ নেতাজনে দাবী কৰে। আনহাতে, নির্বাচন আয়োগৰ পক্ষপাতিত্বক উদঙাই মহাৰাষ্ট্ৰ, হাৰিয়ানা আৰু কৰ্ণাটকৰ পৰা অভিযোগ দাখিল কৰা হৈছে বুলিও ৰাহুলে সদৰী কৰে।

উল্লেখ্য যে ৰাহুল-তেজস্বী নেতৃত্বাধীন বিৰোধীৰ এই ১৬ দিনীয়া ভোটাৰ অধিকাৰ যাত্ৰাই ৰাজ্যখনৰ ২০ খন জিলাৰ ১৩শ কিলোমিটাৰ পথক সামৰি ল’ব। অহা পহিলা ছেপ্টেম্বৰত অন্ত পৰিব লগা এই যাত্রাই পঞ্চমুখী মন্দিৰ, ফ’ৰ্বছগঞ্জ ৰোড, হ’প হাস্পতাল চ’ক, ৰামবাগ, কাছবা বাজাৰ, জিৰ’মাইল হৈ আজি আৰায়াত উপস্থিত হয়। যোৱা ১৭ আগষ্টৰ পৰা আৰম্ভ হোৱা এই যাত্ৰাত চিপিআই (এম-এল) ৰ সাধাৰণ সম্পাদক দীপাংকৰ ভট্টাচাৰ্যয়ো অংশ লৈছে।

মটৰ চাইকেল ৰখাই ৰাহুলৰ গালত চুম্বন যুৱকৰ সমৰ্থকে ধৰি চৰ শোধালে

‘ভোটাৰ অধিকাৰ যাত্রা’ৰ সময়ত আজি এক অভাৱনীয় ঘটনা সংঘটিত কৰে এজন যুৱকে। অগণন সমৰ্থকৰে পৰিৱেষ্টিত হৈ মটৰ চাইকেলৰে যাত্ৰা কৰি থকা লোকসভাৰ বিৰোধী দলপতি ৰাহুলক ৰখাই লৈ তেওঁৰ গালত চুম্বন কৰে এজন যুৱকে। লগে লগে যুৱকজনক ধৰি কংগ্ৰেছ সমর্থকে চৰ শোধায়। এই ঘটনা সংঘটিত হয় পূর্ণিয়া জিলাত। যুৱকজনে এই কাণ্ড সংঘটিত কৰাৰ পাছত ৰাহুলৰ নিৰাপত্তাক লৈয়ো প্রশ্ন উত্থাপন হৈছে।

ঘটনাটো এনে আকস্মিকভাৱে সংঘটিত হয় যে ৰাহুলেও কোনো উৱাদিহ নাপালে। যুৱকজনে মটৰ চাইকেল ৰখাবলৈ ইংগিত দিয়াত ৰাহুলে মটৰ চাইকেলৰ বেগ হ্রাস কৰাত যুৱকজনে তেওঁৰ গালত চুম্বন কৰে। পাছত যুৱকজনক নিৰাপত্তাৰক্ষীয়ে আটক কৰে। এই দৃশ্যৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈছে। বহুতে প্রশ্ন উত্থাপন কৰিছে যে লোকসভাৰ বিৰোধী দলপতিজনৰ নিৰাপত্তা বেষ্টনী কেনেদৰে ভাঙি এই যুৱকজনে তেওঁক চুমা খাবলৈ সক্ষম হ’ল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BiharRahul GandhiVoter adhikar yatra
publisher

publisher

Related Posts

Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি
News

April 24, 2026
লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!
News

লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!

April 24, 2026
মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন
India

মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন

April 24, 2026
সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d