Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা

    মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ

    ‘ডাঙৰ’ হৈছে আফ্রিকা-আকাৰ ক্ষুদ্ৰ হ’ল উত্তৰ আমেৰিকাৰ

    শিক্ষাত কৃত্রিম বুদ্ধিমত্তা নিষিদ্ধ কৰিলে চিকাগো বিশ্ববিদ্যালয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Jorabat Incident:অসমৰ পৰ্যটকৰ বাহনক মেঘালয়ৰ চালকে বাধা দিয়াৰ বিপৰীতে অসমতো মেঘালয়ৰ বাহনৰ প্ৰৱেশত বাধাৰোপ অসমৰ চালকৰ 

,উত্তাল হৈ পৰিছে যোৰাবাট,মেঘালয়ৰ মন্ত্ৰীৰ কনভয়ৰ বাহন প্ৰৱেশতো বাধা

publisher by publisher
September 18, 2025
in Assam, News
Reading Time: 1 min read
0
Jorabat Incident:অসমৰ পৰ্যটকৰ বাহনক মেঘালয়ৰ চালকে বাধা দিয়াৰ বিপৰীতে অসমতো মেঘালয়ৰ বাহনৰ প্ৰৱেশত বাধাৰোপ অসমৰ চালকৰ 
0
SHARES
4
VIEWS
ShareShareShareShare

RelatedPosts

Artificial flood in Jorabat:এজাক মুষলধাৰ বৰষুণত ডুব গ’ল যোৰাবাট

শ্বিলঙত অসমৰ ১৫খনকৈ পৰ্যটকৰ বাহন ভঙাক লৈ উত্তপ্ত পৰিস্থিতি যোৰাবাটত

Robbers Arrested:যোৰাবাটত আৰক্ষীৰ অভিযানত আটক কুখ্যাত ডকাইতৰ দল

Jorabat Incident:

চুবুৰীয়া মেঘালয়ৰ পৰ্যটন উদ্যোগলৈ অশেষ বৰঙনি যোগাই আহিছে অসমৰ বাণিজ্যিক বাহন সমূহে  ৷ মেঘালয়ৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰিবৰ বাবে বহি:ৰাজ্যৰ পৰা বিভিন্ন পৰ্যটক দৈনিক ৰে’ল আৰু বিমানযোগে আহে গুৱাহাটীলৈ ৷ ইয়াৰ পিছতে গুৱাহাটীৰ পৰা অসমৰ বাণিজ্যিক বাহনেৰে যায় মেঘালয়লৈ ৷ কিন্ত শেহতীয়াকৈ কিছুদিনৰ পৰা অসমৰ বানিজ্যিক বাহনত মেঘালয়ত প্ৰৱেশত বাধাৰোপ কৰি আহিছে ৰাজ্য খনৰ চালক সকলে ৷

ADVERTISEMENT

এই সন্দৰ্ভত অনুৰূপ ঘটনা পূৰ্বেও কে’বাবাৰো সংঘটিত হোৱাৰ প্ৰতিবাদ স্বৰূপে অসমৰ বাণিজ্যিক বাহন চালক সকলে খানাপাৰাতে মেঘালয়ৰ বাহন প্ৰৱেশত বাধাৰোপ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷ যাৰবাবে মেঘালয় পৰ্যটন মন্ত্ৰী তৎপৰতাত দুই ৰাজ্যৰ বাহন চালকৰ যৌথ বৈঠক অনুষ্ঠিত কৰি আপোচ মিমাংসা কৰি দিছিল ৷ তাৰ পিছৰে পৰা  দুই ৰাজ্যৰ বাণিজ্যিক বাহনৰ আহযাহ অব্যাহত আছিল ৷

কিন্ত ১৬ চেপ্টেম্বৰৰ পৰা মেঘালয়ৰ টেস্কি এচ’শ্বিয়েচনে অসমৰ বাণিজ্যিক বাহন মেঘালয়ত প্ৰৱেশত বাধা আৰোপ কৰি উভতাই পঠাই দিয়াৰ লগতে অসমৰ টুৰিষ্ট বাহনসমূহেৰে মেঘালয়ৰ পৰ্যটনস্থলী ভ্ৰমণত বাধা আৰোপ কৰিছিল I একাংশ অসমৰ চালকক দুৰ্ব্যৱহাৰ কৰি ওভোতাই পঠিয়াইছিল শ্বিলঙৰ পৰা I

মেঘালয়ৰ টেস্কি এচ’শ্বিয়েচনৰ এই স্থিতিত ক্ষোভিত হৈ পৰে অসমৰ চালক সকল ৷ বৃহস্পতিবাৰে যোৰাবাটত পুৱাৰে পৰা মেঘালয়ৰ বাণিজ্যিক বাহন অসমত প্ৰৱেশ বাধাৰোপ কৰে সদৌ অসম টুৰিষ্ট টেক্সী এচ’শ্বিয়েছনৰ চালক সকল ৷ আনকি চালকৰ তীব্ৰ প্ৰতিবাদৰ মাজতে গুৱাহাটী অভিমুখে অহা মেঘালয়ৰ এগৰাকী কেবিনেট মন্ত্ৰীৰ কনভয় প্ৰৱেশতো বাধাৰোপ কৰে প্ৰতিবাদকাৰীয়ে ৷ অৱশ্যে যোৰবাট আৰক্ষীৰ অশেষ বুজনিত কনভয়ৰ বাট এৰি দিয়ে প্ৰতিকাৰীয়ে ৷

তেওঁলোকে কয়,  অসমৰ পৰা বহি:ৰাজ্যৰ পৰ্যটক মেঘালয়লৈ নাযালে ৰাজ্যখনৰ পৰ্যটন উদ্যোগত স্থবিৰতা আহি পৰিব ৷ দীৰ্ঘদিন ধৰি অসমে মেঘালয়ৰ পৰ্যটন ক্ষেত্ৰলৈ অফুৰন্ত বৰঙনি আগবঢ়াই অহাৰ পিছতো বাৰেপতি অসমৰ বাণিজ্যিক বাহনক মেঘালয়ত প্ৰৱেশত বাধা দিয়াৰ ঘটনা নিজৰ ভৰিত নিজেই কুঠাৰ মৰাৰ দৰে হৈছে মেঘালয়ৰ চালক সকলৰ ৷ মেঘালয় প্রশাসনে আজিলৈ কিয় ব্যৱস্থা গ্রহণ কৰিব পৰা নাই I অসমৰ টেক্সি যদি মেঘালয়ত প্ৰৱেশ কৰিব নিদিয়ে তেন্তে অসমতো মেঘালয়ৰ টেক্সি প্ৰৱেশ কৰিব নিদিও I বাৰেপতি মেঘালয়ৰ চালক সকলে কৰি অহা আতিশয্যৰ বিৰুদ্ধে বৃহস্পতিবাৰৰ পৰা অনিদিষ্টকালীন মেঘালয়ৰ বাণিজ্যক বাহন অসমত প্ৰৱেশ কৰিব নিদিয়াৰ হুংকাৰ প্ৰদান কৰে সদৌ অসম টুৰিষ্ট টেক্সী এচ’শ্বিয়েছনৰ  ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: JORABATJorabat IncidentTAXI ASSOCIATION
publisher

publisher

Related Posts

পহলগাম আক্ৰমণৰ পিছতে সিন্ধু জলবণ্টন চুক্তি স্থগিত, লাদাখত সিন্ধু নদীৰ ওপৰত ভাৰতৰ পাথৰৰ বান্ধ
International

September 6, 2026
পাহাৰ কাটি পথ নিৰ্মাণৰ সময়তে মহাবিপৰ্যয়, তিস্তাৰ নিম্নাংশত ‘হাই এলাৰ্ট’
India

পাহাৰ কাটি পথ নিৰ্মাণৰ সময়তে মহাবিপৰ্যয়, তিস্তাৰ নিম্নাংশত ‘হাই এলাৰ্ট’

September 6, 2026
দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত
India

দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

September 6, 2026
১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা
Entertainment

১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

September 6, 2026
দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা
Assam

দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা

September 6, 2026
মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ
International

মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ

September 6, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d