Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

    চোৰবাগানৰ দুৰ্ঘটনাৰ ঘটনাত গ্ৰেপ্তাৰ সাত , ধৃতসকলৰ মাজত পূজা কমিটীৰ একাধিক বিষয়ববীয়া

    মুচলেকাত স্বাক্ষৰ কৰি জামিন লাভ ককৰোচ জনতা পাৰ্টিৰ মুৰব্বী অভিজিৎ দীপকেৰ

    মণ্ডপে মণ্ডপে অঘোষিত প্রতিযোগিতা, পূজাৰ ধৰ্মীয় ৰীতিৰে বিধৌত মহাষষ্ঠী

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

পৃথিৱীৰ পৰা বিচ্ছিন্ন হ’বলৈ বিচাৰিছে চন্দ্ৰই!

প্ৰতি বছৰে ডেৰ ইঞ্চিকৈ আঁতৰি গৈছে: চাৰে চাৰিশ বছৰৰ পূর্বে জন্ম হয় জোনবাই

publisher by publisher
September 19, 2025
in News, world
Reading Time: 1 min read
0
পৃথিৱীৰ পৰা বিচ্ছিন্ন হ’বলৈ বিচাৰিছে চন্দ্ৰই!
1
SHARES
5
VIEWS
ShareShareShareShare

RelatedPosts

India’s Sun Mission Aditya-L1 Takes Selfie, Clicks Images Of Earth, Moon:আদিত্য এল ৱানে ইছৰ’লৈ প্ৰেৰণ কৰিলে চন্দ্ৰ আৰু পৃথিৱীৰ ফটো

Difference between Earth and Mars : প্ৰতিবেশী গ্ৰহৰ ভিতৰুৱা তথ্য পোহৰলৈ আনিলে নাছাই

Moon : চন্দ্ৰ অদৃশ্য হৈ গ’লে পৃথিৱীত দিন হ’ব মাত্ৰ ছঘন্টা , নহ’ব জোৱাৰ-ভাটা !

Earth :✒️ পৃথিৱীক আঁতৰি যাবলৈ ওলাইছে নেকি একমাত্র প্রাকৃতিক উপগ্রহ চন্দ্রই? একাংশ জ্যোতির্বিজ্ঞানীব শেহতীয়া গবেষণাই ইয়াবে ইংগিত দিছে। এই জ্যোতির্বিজ্ঞানীসকলৰ মতে পৃথিৱীৰ পৰা প্ৰতি বছৰে ডেৰ ইঞ্চিকৈ দূৰত্ব বৃদ্ধি কৰি আছে চন্দ্রই।

ADVERTISEMENT

গতিকে এদিন উপগ্ৰহটো পৃথিবীৰ পৰা একেবাৰে বিচ্ছিন্ন হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। অনাদিকালৰ পৰা থকা পৃথিবীৰে থকা সংযোগ চন্দ্রব ভবিষ্যতৰ অবস্থান কি হ’ব তাক লৈ জ্যোতির্বিজ্ঞানীসকলে গৱেষণা অব্যাহত ৰাখিছে।

বিজ্ঞানীসকলৰ মতে পৃথিৱী আৰু চন্দ্ৰৰ মাজৰ দূৰত্ব তিনি লাখ ৮৫ হেজাৰ কিলোমিটাৰ। পৃথিবীক এবাৰ প্রদক্ষিণ কৰোতে চন্দ্রই ২৭.৩ দিন লয়। চন্দ্রব কক্ষপথ সম্পূর্ণরূপে নিখুঁট গোলাকৃতিৰ নহয়। ফলত প্রদক্ষিণৰ সময়ত চন্দ্র আৰু পৃথিবীৰ দূৰত্বৰ মাজত ২০ হেজাৰ কিলোমিটাৰ কম-বেছি হয়।

সেয়েহে কোনোবা দিনা পূর্ণিমাত চন্দ্রক বেছি উজ্জ্বল দেখা যায়। উপগ্ৰহটোৰ এই অৱস্থাক অতি চন্দ্র বা ছুপাৰমুন বুলি কোৱা হয়। বিজ্ঞানীসকলৰ মতে পৃথিবী আৰু চন্দ্রৰ মাজৰ দূৰত্ব বৃদ্ধিৰ অন্তৰালত আছে পৃথিৱীৰ জোৱাৰ-ভাটা। চন্দ্র আৰু পৃথিবীৰ মধ্যাকর্ষণ শক্তিৰ তাৰতম্যৰ বাবে জোৱাৰ-ভাটাৰ সৃষ্টি হয়।

পৃথিৱীয়ে যেতিয়া চন্দ্ৰৰ দিশে মুখ কৰি থাকে তেতিয়া চন্দ্রব মহাকর্ষণিক বল চাৰে চাৰি শতাংশ অধিক শক্তিশালী হয়। এই বলৰ প্রভাবত পৃথিবীৰ সমুদ্র ঢৌৰ উচ্চতা বহুগুণে বৃদ্ধি পায়। আনহাতে যেতিয়া চন্দ্ৰৰ দিশত পৃথিবীৰ যি অংশ থাকে সেই অংশৰ সমুদ্রৰ জোৱাৰৰ সময়ত ঢৌৰ উচ্চতা অধিক হয়।

নিউয়র্ক, লছ এঞ্জেলছৰ দৰে স্থানত জলস্তৰৰ উচ্চতা পাঁচ ফুট পর্যন্ত তাৰতম্য হ’ব পাৰে। একেদবে পৃথিবীয়ে যেতিয়া নিজৰ অক্ষৰেখাৰ চাৰিওদিশে ঘুবে, তেতিয়া পৃথিৱীৰ মধ্যাকর্ষণ বল আৰু চন্দ্ৰৰ টানৰ জোৱাৰৰ শক্তি বৃদ্ধি পায়। তেতিয়া এই জলবাশিয়ে চন্দ্রক পৃথিৱীৰ কেন্দ্ৰৰ ফালে টানে।

বিপুল জলৰাশিৰ এই টানে চন্দ্ৰৰ নিজৰ কক্ষপথৰ পৰা সামান্য হ’লেও আগুৱাই আহে। দীর্ঘ পর্যবেক্ষণৰ পাছত এই তথ্য নিশ্চিত কৰিছে বিজ্ঞানীসকলে। বিজ্ঞানীসকলৰ মতে জোৱাৰৰ টানত চন্দ্ৰৰ গতি বৃদ্ধি পায়। তদুপৰি কক্ষপথৰ দৈৰ্ঘও বৃদ্ধি পায়।

কক্ষপথৰ দৈৰ্ঘ বৃদ্ধি পালে পৃথিবীৰ স’তে চন্দ্রব দূৰত্বও স্বাভাবিকতে বৃদ্ধি পায়। অবশ্যে জোরাব-ভাটা, গতিবেগ আৰু দূৰত্বৰ জোখ মিলাই বিজ্ঞানীসকলে মন্তব্য কৰিছে যে চন্দ্রই এতিয়াৰে পৰা বিচ্ছিন্ন হৈ যোৱাৰ সম্ভাৱনা নাই। বিজ্ঞানীসকলৰ মতে পৃথিৱীৰ জোৱাৰৰ টানত চন্দ্ৰৰ কেৱল গতিয়েই বৃদ্ধি নাপায়।

বৰঞ্চ ইয়াৰ বিপৰীত ক্রিয়াকপে একে হাৰত হ্রাস পাইছে পৃথিবীৰ আহ্নিক গতি। আহ্নিক গতিৰ ফলত পৃথিৱীত দিন-বাতি হয়। একাংশ বিজ্ঞানীৰ মতে শেহতীয়াভারে আহ্নিক গতি হ্রাস পাবলৈ ধৰাত অতি কম পৰিমাণত দিনৰ দৈর্ঘ বৃদ্ধি পাইছে। অৱশ্যে ইয়াক লৈ চিন্তাৰ কাৰণ নাই।

কাৰণ বিজ্ঞানীসকলৰ মতে চন্দ্ৰৰ স’তে পৃথিৱীৰ দূৰত্ব যে বৃদ্ধি পাইছে সেয়া অতি সামান্য। বছৰি গড় দূৰত্বৰ সামান্য কিছু বৃদ্ধি ঘটিছে। তিনি লাখ ৮৫ হেজাৰ কিলোমিটাৰত বার্ষিক দূৰত্ব বৃদ্ধি মাথোঁ ০.০০০০০০০১ শতাংশ। ফলত আগন্তুক বহু লক্ষ বছৰতো পৃথিবীত দিন-বাতিৰ পৰিৱৰ্তনৰ কোনো সম্ভাবনা নাই।

উল্লেখ্য যে বিজ্ঞানীসকলৰ মতে চাৰে চাৰিশ কোটি বছৰৰ পূৰ্বে পৃথিৱীৰ স’তে এটা প্রকাণ্ড মহাজাগতিক বস্তুৰ হোৱা সংঘৰ্ষত চন্দ্ৰৰ সৃষ্টি হয়। যিটো মহাজাগতিক বস্তুৰ স’তে পৃথিবীৰ সেই সংঘর্ষ হৈছিল সেই বস্তুটোৰ আকাৰ মঙল গ্রহৰ সমান আছিল। তেতিয়া পৃথিবীত দিনব দৈর্ঘ্য কম আছিল। চন্দ্ৰ পৃথিৱীৰ অধিক ওচৰত আছিল। পৃথিৱীৰ আকাশত চন্দ্ৰৰ ডাঙৰকৈ দেখা গৈছিল। লাহে লাহে চন্দ্ৰ পৃথিৱীৰ পৰা আঁতৰি যাবলৈ যায়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Earth
publisher

publisher

Related Posts

হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ
Assam

October 18, 2026
চোৰবাগানৰ দুৰ্ঘটনাৰ ঘটনাত গ্ৰেপ্তাৰ সাত , ধৃতসকলৰ মাজত পূজা কমিটীৰ একাধিক বিষয়ববীয়া
India

চোৰবাগানৰ দুৰ্ঘটনাৰ ঘটনাত গ্ৰেপ্তাৰ সাত , ধৃতসকলৰ মাজত পূজা কমিটীৰ একাধিক বিষয়ববীয়া

October 18, 2026
মুচলেকাত স্বাক্ষৰ কৰি জামিন লাভ ককৰোচ জনতা পাৰ্টিৰ মুৰব্বী অভিজিৎ দীপকেৰ
India

মুচলেকাত স্বাক্ষৰ কৰি জামিন লাভ ককৰোচ জনতা পাৰ্টিৰ মুৰব্বী অভিজিৎ দীপকেৰ

October 18, 2026
মণ্ডপে মণ্ডপে অঘোষিত প্রতিযোগিতা, পূজাৰ ধৰ্মীয় ৰীতিৰে বিধৌত মহাষষ্ঠী
Assam

মণ্ডপে মণ্ডপে অঘোষিত প্রতিযোগিতা, পূজাৰ ধৰ্মীয় ৰীতিৰে বিধৌত মহাষষ্ঠী

October 17, 2026
আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’
News

আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

October 17, 2026
আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি
International

আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

October 17, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d