Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    তৈল খেজুৰৰ খেতিৰ নামত ব্যাপক হাৰত বন ধ্বংস

    শিৱসাগৰত দুই কোটি টকাৰ বাজেটেৰে প্রাণ পাই উঠিছে ২৬খন পূজা মণ্ডপ

    ৰেল-মেট্ৰ’-ইণ্টাৰনেট বন্ধ কৰি উচ্চতম ন্যায়ালয়ত নিঃচর্ত ক্ষমা বিচাৰিলে গৃহ মন্ত্রণালয়ে

    Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা

    ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী

    পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

দ্রুতগতিৰে শুকাইছে গংগা : জলবায়ু পৰিৱৰ্তন বৰষুণ হ্ৰাসৰ প্ৰভাৱ

publisher by publisher
October 7, 2025
in India, News
Reading Time: 1 min read
0
দ্রুতগতিৰে শুকাইছে গংগা : জলবায়ু পৰিৱৰ্তন বৰষুণ হ্ৰাসৰ প্ৰভাৱ
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

পৱিত্ৰ গংগাত নাওত বিৰিয়ানি পাৰ্টি!

Ganges Water Depletion : পানী কমিছে গংগাত ! উদ্বেগজনক প্ৰতিবেদন প্রকাশ বিশ্ব বতৰবিজ্ঞান সংস্থাৰ

তলাবন্ধৰ ফলত প্ৰদূষণ হ্ৰাস 

Ganga:✒️দেশৰ বহুকোটি লোকৰ জীৱন-জীৱিকাৰ প্ৰতি অশনি সংকেত নামি অহাৰ আশংকা প্রকট হৈছে। দ্রুতগতিত শুকাইছে দেশৰ লগতে দক্ষিণ এছিয়াৰ বৃহৎ সংখ্যক লোকৰ আয়ুস ৰেখা স্বৰূপ গংগা নৈ। বিজ্ঞানীসকলৰ মতে, গংগা নৈৰ পানী যি হাৰত শুকাবলৈ ধৰিছে সেয়া ইতিহাসৰ ভিতৰতে সর্বাধিক।

ADVERTISEMENT

এনেদৰে চিৰপ্ৰবহমান নৈখনৰ পানী শুকাবলৈ ধৰাৰ কে’বাটাও কাৰক বিজ্ঞানীসকলে চিনাক্ত কৰিছে।বিজ্ঞানীসকলৰ মতে, জলবায়ু পৰিৱৰ্তন, বৰষুণৰ পৰিমাণ হ্রাস তথা মৌচুমী বায়ু প্রবাহৰ ধাৰা সলনি, অবিৰতভাৱে নৈৰ বক্ষ খননে গংগালৈ মৃত্যুৰ বার্তা কঢ়িয়াইছে। যদি নৈখনৰ মৃত্যু হয় তেন্তে দেশৰ এক বৃহত্তৰ অঞ্চলত খাদ্য, পানী আৰু জীৱিকাৰ ক্ষেত্ৰত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টিৰ আশংকা আছে। কাৰণ শ শ বছৰ ধৰি গংগা আৰু ইয়াৰ উপনৈসমূহে হিমালয়ৰ পৰা বংগোপসাগৰলৈ দুয়োপাৰৰ ৬৫ কোটিৰো অধিক লোকৰ জীৱন-জীবিকা নিশ্চিত কৰি আহিছে। গংগা দেশৰ অন্যতম বৃহৎ প্রাকৃতিক জল উৎস।

উল্লেখ্য যে শেহতীয়াভাৱে একাংশ বিজ্ঞানীয়ে বিশ্বৰ বৃহৎ নৈসমূহৰ পৰিৱৰ্তনক লৈ এক অধ্যয়ন সম্পন্ন কৰে। এই অধ্যয়নত দেখা যায় যে গংগা যি হাৰত শুকাবলৈ ধৰিছে তেনে অৱস্থাৰ সম্মুখীন হোৱা নাই বিশ্বৰ আন কোনো বৃহৎ নৈ। আনকি ১৩শ বছৰৰ তুলনাত বিগত কিছু দশকত গংগাৰ অৱস্থা অত্যন্ত শোচনীয় হয়।

শেহতীয়া এই দশকসমূহত নৈখনৰ অববাহিকাই ভয়ংকৰ খৰাঙৰ সন্মুখীন হয়। লক্ষ্যণীয়ভাবে গংগাৰ বুকু বাম হোৱাৰ লক্ষণ ফুটি উঠিছে। কাৰণ একালত বংগ আৰু বিহাৰৰ পৰা বাৰানসী-এলাহাবাদলৈ চলাচল কৰা বৃহৎ নাওসমূহ অচল হ’বলৈ ধৰিছে। নৈখনৰ এই অৱস্থা অধ্যয়ন কৰি একাংশ বিজ্ঞানীয়ে আঙুলিয়াই দিছে যে জলবায়ু পৰিৱৰ্তনেও গংগালৈ বিপদ কঢ়িয়াইছে।

অৱশ্যে নৈখন এনে পৰিস্থিতিৰ সম্মুখীন হোৱাৰ একমাত্র জলবায়ু পৰিৱৰ্তনেই নহয়, মানুহ আৰু আন পৰিৱেশগত চাপেও এই ক্ষেত্ৰত ক্রিয়া কৰিছে। এই দিশসমূহ বর্তমানলৈ বুজিব পৰা হোৱা নাই। তদুপৰি জলসিঞ্চনৰ বাবে নলা খনন, ভূগভস্থ পানী অধিক আহৰণ আদিয়েও গংগাৰ সন্মুখত প্রত্যাহ্বানৰ সৃষ্টি কৰিছে।

আনকি নৈখনত নির্মিত কে’বা হেজাৰ বান্ধে গংগাৰ সুঁতি দ্রুততৰে সলনি কৰিছে। ইয়াৰ সমান্তৰালভাৱে বৰষুণৰ পৰিমাণ হ্রাস পাইছে। এনেবোৰ কাৰকে যুগপৎভাৱে নৈখনৰ মৃত্যু মতা বুলি চর্চা হৈছে। তদুপৰি হিমালয়ত হিমবাহৰ গলনেও গংগালৈ ভাবুকি কঢ়িয়াইছে। জলবায়ু পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত গংগোত্রী হিমবাহৰ গলন অস্বাভাৱিক হৈছে।

হিমবাহৰ গলনৰ ফলত আকস্মিক বানৰো উদ্ভৱ হ’বলৈ ধৰিছে। ফলত নৈসমূহৰে প্ৰবাহিত পানীৰ পৰিমাণ হ্রাস পাবলৈ ধৰিছে। লক্ষ্যণীয় যে হিমালয়ৰ হিমবাহসমূহক এছিয়াৰ পানীৰ টাৱাৰ বুলি কোৱা হয়। একাংশ বিজ্ঞানীৰ মতে যিহেতু এই পানীৰ টাৱাৰ অর্থাৎ হিমবাহসমূহৰ গলন অস্বাভাবিক হৈছে। গতিকে গংগা আৰু ইয়াৰ উপনৈসমূহৰ পানীৰ পৰিমাণো হ্রাস পাবলৈ ধৰিছে।

জলবায়ু পৰিৱৰ্তন তথা গোলকীয় উষ্ণতা বৃদ্ধিৰ আঁৰত মানুহৰ কেতবোৰ কাম-কাজ জড়িত। গতিকে গংগাৰ অপমৃত্যুৰ বাবে মানুহো দায়ী হ’ব। একেদৰে ভূগর্ভস্থ পানী অবিৰাম আহৰণো এই অনাকাংক্ষিত পৰিস্থিতিৰ বাবে জগৰীয়া বুলি বিজ্ঞানীসকলে চিনাক্ত কৰিছে। উল্লেখ্য যে গংগা আৰু ব্ৰহ্মপুত্র অববাহিকাৰ পানী বিশ্বৰ ভিতৰতে সৰ্বাধিক হাৰত শুকাবলৈ ধৰিছে।

প্রতি বছৰে ১৫ৰ পৰা ২০ মিলি মিটাৰকৈ জলস্তৰ হ্রাস পাবলৈ ধৰিছে। তদুপৰি অববাহিকাৰে ভূগর্ভস্থ পানীৰ স’তে ইতিমধ্যে বিষাক্ত আৰ্চেনিক আৰু ফ্ল’ৰাইড মিহলি হৈছে। গতিকে এই দুয়োটা অববাহিকাৰ মানুহৰ স্বাস্থ্য আৰু কৃষিৰ প্ৰতি ভয়ংকৰ ভাবুকিৰ সৃষ্টি হৈছে। গতিকে এই ক্ষেত্রত শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজন হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Ganga River
publisher

publisher

Related Posts

দেৱী দুৰ্গাৰ মান্তৰালকৈ ‘শ্রীসিংহ’ৰ পূজাও বাধ্যতামূলক
Assam

October 16, 2026
তৈল খেজুৰৰ খেতিৰ নামত ব্যাপক হাৰত বন ধ্বংস
India

তৈল খেজুৰৰ খেতিৰ নামত ব্যাপক হাৰত বন ধ্বংস

October 16, 2026
শিৱসাগৰত দুই কোটি টকাৰ বাজেটেৰে প্রাণ পাই উঠিছে ২৬খন পূজা মণ্ডপ
Assam

শিৱসাগৰত দুই কোটি টকাৰ বাজেটেৰে প্রাণ পাই উঠিছে ২৬খন পূজা মণ্ডপ

October 16, 2026
ৰেল-মেট্ৰ’-ইণ্টাৰনেট বন্ধ কৰি উচ্চতম ন্যায়ালয়ত নিঃচর্ত ক্ষমা বিচাৰিলে গৃহ মন্ত্রণালয়ে
India

ৰেল-মেট্ৰ’-ইণ্টাৰনেট বন্ধ কৰি উচ্চতম ন্যায়ালয়ত নিঃচর্ত ক্ষমা বিচাৰিলে গৃহ মন্ত্রণালয়ে

October 16, 2026
Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা
Assam

Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা

October 15, 2026
ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d