Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

    মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    এবছৰৰ ভিতৰতে বিশ্বত ভূজল হ্ৰাসৰ সংকট ন শতাংশ বৃদ্ধি পালে

    ঘনাই উদ্‌দ্গীৰণ হোৱা ইণ্ডোনেছিয়াৰ আগ্নেয়গিৰিয়েই অধিক বিধ্বংসী

    জাপানত শতবর্ষ অতিক্রম কৰিলে লক্ষাধিকে

    জাপানত শতবর্ষ অতিক্রম কৰিলে লক্ষাধিকে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

বিশ্বজয়ী উমা গৃহৰাজ্যতে উপেক্ষিত 

publisher by publisher
November 8, 2025
in Assam, News
Reading Time: 1 min read
0
বিশ্বজয়ী উমা গৃহৰাজ্যতে উপেক্ষিত 
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

বিচিচিআইৰ বাৰ্ষিক চুক্তিত উমা ছেত্রী

উমা ছেত্ৰীক সম্বর্ধনা জনাবলৈ তেওঁৰ স্বগৃহত উপস্থিত হ’ল লুৰীণজ্যোতি গগৈ

বিশ্বজয়ী ক্রিকেটাৰ উমা ছেত্ৰীক বিশেষ সম্বর্ধনা জনাব ৰাজ্য চৰকাৰে

Uma Chetry:✒️অসম্ভৱকো সম্ভৱ কৰি বোকাখাত নগৰৰ পৰা ১০ কিলোমিটাৰ নিলগৰ কান্ধুলিমাৰী গাঁৱৰ উমা ছেত্রীয়ে বিশ্বকাপ জয়ৰ গৰ্ব লৈ গৃহভূমিত থিয় দিয়াৰ অভিজ্ঞতা নিঃসন্দেহে দুর্ভাগ্যজনকৰূপে পৰিগণিত হ’ল। বিশ্ব জয় কৰি মাতৃভূমিলৈ উভতি অহা উমাক আদৰিবলৈ বৰঝাৰৰ লোকপ্রিয় গোপীনাথ বৰদলৈ বিমানকোঠত বৃহস্পতিবাৰে নিশা কোনো নাছিল। এই ঘটনাক লৈ ৰাজ্যজুৰি তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি হোৱাই নহয়, অসমবাসীয়ে উমা অৱহেলাৰ বলি হোৱাত আন্তৰিক আঘাত পাইছে।

ADVERTISEMENT

এনে সময়তে ক্রীড়া সন্থাসমূহৰ মুৰব্বীৰ পদৰ পৰা কাণ্ডজ্ঞানহীন ৰাজনীতিকক আঁতৰাব লাগে বুলিও দাবী উঠিছে। দীর্ঘদিন ধৰি ক্রীড়াৰ স’তে জড়িত অৰাজনৈতিক ব্যক্তিয়ে ক্রীড়া সন্থাসমূহত স্থান লাভ কৰিব লাগে বুলি দাবী উত্থাপন হৈ আহিছে যদিও ইয়াক সামান্য কেৰেপ নকৰি বাৰম্বাৰ ৰাজনীতিকেই এনে পদবীত অবস্থান কৰি আহিছে। ই একাংশ ৰাজনীতিকৰ বাবে মৰ্যাদাৰ প্ৰতীক হৈছে ।এই পৰিস্থিতিত বিভিন্ন সময়ত অসমৰ ক্ৰীড়া ক্ষেত্রত প্রতিভা বাছনিতো স্বজন-তোষণৰ অভিযোগ আছে। এনে সময়তে ভাৰতীয় ৰাষ্ট্ৰীয় মহিলা ক্রিকেট দলৰ অন্যতম সদস্যা তথা সদ্যসমাপ্ত মহিলা বিশ্বকাপৰ এদিনীয়া আন্তর্জাতিক ক্রিকেটত অভিষেক ঘটা উমাৰ প্ৰতি অৱহেলাৰ আচৰণত এই বিষয়টো পুনৰ উত্থাপিত হৈছে।

ভাৰতৰ মহিলা ক্রিকেটত স্থান লাভ কৰা উমা ছেত্ৰীৰ প্ৰতি অৱহেলাৰ আচৰণক লৈ তীব্র প্রতিক্রিয়া প্রকাশিত হৈছে। গোর্খা ছাত্ৰ সন্থাৰ নেতাই তীব্র ক্ষোভ প্রকাশ কৰি কয়, ‘বিশ্ব জয় কৰা উমাক আদৰিবলৈ কোনো নাহিল। আমি ইমান নিকৃষ্ট-অৱহেলিত নে?

কোনো দল-সংগঠন, কোনো ৰাজনৈতিক প্রতিনিধি নাই। কেবল আমি গোর্খা ছাত্ৰ সন্থা আহি পালো বুলিহে! ইমান দুখ লাগিছে। বৰ বেয়া লাগিছে। এনে হ’ব নালাগে। আমি গোর্খাবাদ কৰিব বিচৰা নাই। কিন্তু আমাৰ কাৰণে কিয় কোনো নাই ই অতি দুখৰ বিষয়। আমাৰ বাবে কিয় অসম ক্রিকেট সন্থাই কোনো ব্যৱস্থা নকৰিলে। কিয় তেওঁক আদৰিবলৈ অসম চৰকাৰে কোনো ব্যৱস্থা নকৰিলে। কিয় তেওঁক আদৰণি নজনালে? এয়া আমাৰ প্রশ্ন। তেওঁ যদি অসমৰ গৌৰৱ, উত্তৰ-পূৰ্বাঞ্চলৰ গৌৰৱ হয় তেন্তে কিমান সুন্দৰভাৱে আদবি সাদৰি ঘৰলৈ লৈ যাব লাগিছিল। কিয় অকলশৰীয়াকৈ যাবলৈ দিলে? বিশ্ববিজেতাৰ এনেদৰে আদৰণি কৰা হয় নেকি? কাইলৈ তেওঁলোকে আজবি সময়ত শংকৰদেৱ কলাক্ষেত্ৰত সম্বৰ্ধনা জনাব। ইয়াৰ কোনো মূল্য নাই। আজৰি সময়ত কৰা প্ৰেমৰ কোনো মূল্য নাই। প্রেম কৰিলে সময় উলিয়াব লাগিব। সেই প্রেমহে প্রেম হয়। আমাৰ স্পষ্ট কথা।’

পঞ্জাৱৰ মোহালীত আৰু কলকাতাতো ভাৰতীয় মহিলা ক্রিকেটৰ খেলুৱৈসকলক ব্যাপক আদৰণি জনোৱাৰ সময়ত বিশ্ব ক্রিকেটৰ টুফী অৰ্জন কৰা অসম কন্যা উমাক আদৰিবলৈ কোনো নাছিল বুলি সামাজিক মাধ্যমত তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে। বিভিন্নজনে এই সম্পর্কীয় ভিডিঅ’ প্রকাশ কৰিছে। যিকোনো ভিআইপি আহিলেই ঘণ্টাৰ পাছত ঘণ্টা অসম চৰকাৰৰ মন্ত্ৰী-আমোলাই বৰঝাৰত বোন্দাপৰ দি থাকে অথচ প্ৰথমবাৰৰ বাবে ভাৰতীয় মহিলা ক্রিকেটত স্থান লাভকৰিবলৈ সক্ষম হোৱা উমাক মাত এষাৰ দিবলৈ কাৰো আহৰি নহ’ল। ৰাজ্যৰ ক্ৰীড়া মন্ত্রী নন্দিতা গর্লোচাও ব্যাপক সমালোচনাৰ পাছত আজি বোকাখাতত উমাৰ গৃহত উপস্থিত হয়।

ইপিনে, মাত্র দুজন প্রতিনিধি প্ৰেৰণ কৰিয়ে গা এৰা দিলে অসম ক্রিকেট সস্থা (এচিএ)ই। দুর্ভাগ্যজনক এয়ে যে বিভিন্ন সময়ত হকে বিহকে সক্রিয় হৈ থকা অসমৰ দল-সংগঠনসমূহেও উমাক আদৰিবলৈ বৰঝাৰত সামান্য কচৰৎ নকৰিলে। এনেবোৰ কথাক লৈয়ে গোর্খা জনগোষ্ঠী সংগঠনে তীব্র ক্ষোভ প্রকাশ কৰে। উল্লেখ্য যে কালি বিমানপথত অসম ক্রিকেট সম্ভাৰ তৰফৰ পৰা আছিল কেৱল চিইঅ’ আৰু পিআৰঅ’। কোনো চৰকাৰী প্ৰতিনিধি, ক্রীড়া মন্ত্রী বাদেই ক্রীড়া বিভাগৰ উচ্চপদস্থ বিষয়াজনো উপস্থিত নাছিল। উমা ছেত্ৰীৰ প্ৰতি এই চৰম অবিচাৰ কিয় বুলি প্রশ্ন উঠিছে।

মাত্র এয়ে নহয়, বৃহস্পতিবাৰৰ ঘটনাৰ পাছত এতিয়া বিভিন্ন গা এৰা দিয়া মন্তব্য কৰাতে ব্যস্ত হৈছে অসম চৰকাৰৰ মন্ত্রী-প্রতিনিধিয়ে। মন্ত্রী জয়ন্তমল্ল বৰুৱাই সংবাদ মাধ্যমক কয়, ‘এনে হ’ব পাৰে, হয়তো ক্রীড়া সন্থাৰ পৰা খবৰ নাপালে নাইবা ক্রীড়া সস্থাও যাব বুলি ভাবিব পাৰে। চৰকাৰে পূৰ্বৰে পৰাই তেওঁৰ ঘৰলৈ যোৱাৰ বা সম্বৰ্ধনা জনোৱাৰ অৱস্থা কৰি ৰখা হৈছে।’ মন্ত্ৰী বৰুৱাই পুনৰ কয়, ‘আমাৰ চৰকাৰৰ প্ৰতিনিধি তেওঁৰ ঘৰলৈ ইতিমধ্যে গৈছে আৰু চৰকাৰে সম্বৰ্ধনা জনোৱাৰ ব্যবস্থা হৈছে। বিমানকোঠত সম্বর্ধনা নজনোৱা বুলি সমালোচনা কৰিলেও চৰকাৰৰ প্ৰতিনিধি গৈছে ঘৰলৈ। মই ক্রীড়া মন্ত্রী নহয়, হয়তো ক্রীড়া সন্থাৰ পৰা খবৰ নাপাব পাৰে।’

এনে বিতৰ্কৰ পাছতে কালি গোলাঘাট জিলা প্রশাসনে বোকাখাতৰ কান্ধুলিমাৰীৰ উমাৰ ঘৰলৈ গৈ সম্বর্ধনা জনায়। অসম ক্রিকেট সন্থাৰ পৰীক্ষিত দত্তয়ো তেওঁৰ বাসগৃহত উপস্থিত হয়।

ইপিনে, এচিএব সভাপতি তৰংগ গগৈয়ে কয় যে বিচিচিআয়ে উমা অসমলৈ অহাৰ কথা আগতীয়াকৈ জনোৱা নাছিল। সেয়েহে কোনো আয়োজন কৰিব পৰা নগ’ল। গুৱাহাটীৰ বিমানকোঠত বৃহস্পতিবাৰে নিশা অসম ক্রিকেট সন্থাৰ বিষয়ববীয়া উপস্থিত থকাৰ কথা তেওঁ উল্লেখ কৰে। তদুপৰি কয় যে নিশা হোৱাৰ বাবে বিমানকোঠত বিশেষ সম্বর্ধনা জনোৱা নাছিল। কিন্তু প্রশ্ন উঠিছে যে বিচিচিআয়ে খবৰ দিয়া নাছিল বুলিয়ে দায় সাৰিব পাৰে নেকি অসম ক্রিকেট সন্থাই। দেশজুৰি সমাদৃত হোৱা অসম কন্যা অহাৰ আগলি বতৰা ল’বলৈ কিয় সময় নাছিল এচিএৰ। অৱশেষত ৰাজ্যজুৰি হোৱা প্রতিক্ৰিয়াৰ অন্তত ক্রিকেট সন্থাই দিন-বাৰ নিৰ্ধাৰণ কৰিছে। এই মর্মে অহা ন নৱেম্বৰত উমাক সম্বর্ধনা জনাবলৈ এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

সামাজিক মাধ্যমত বিভিন্নজনে কৈছে যে দেশত সমাদৃত হোৱা উমা আজি যেন মাতৃভূমিতে উপেক্ষিত হ’ল। অসমৰে নহয়, উত্তৰ-পূৰ্বাঞ্চলৰে প্ৰথমগৰাকী বিশ্বকাপ বিজয়ী ক্রিকেটাৰ হিচাপে পৰিগণিত হোৱা উমাক আদৰিবলৈ সময় নহ’ল কাৰো। উল্লেখ্য যে আজি দেশজুৰিয়ে বিভিন্নজনৰ বাবে উমাৰ কাহিনী এক অনন্য প্ৰেৰণাৰ উৎস।

অসমৰ বোকাখাতৰ এখন ভিতৰুৱা গাঁৱৰ পৰা যোৱা সাধাৰণ ছোৱালীজনী এতিয়া বিশ্বৰ বুকুত ভাৰতৰ ক্ৰিকেটৰ সপোন ৰচা দলৰ অন্যতম অংশীদাৰ। বোকাখাত নগৰৰ পৰা ১০ কিলোমিটাৰ নিলগৰ কান্ধুলিমাৰী গাঁৱৰ উমাৰ ঘৰখন কৃষিকাৰ্যৰ ওপৰতে নির্ভৰশীল য’ত বানপানী সন্ত্রাস এক নিত্যনৈমিত্তিক বিষয়। সুযোগৰ পৰিধিও য’ত অতি সামান্য।

কিন্তু এনে এখন গাঁৱৰে পৰা হাতত এখন প্লাষ্টিকৰ ক্ৰিকেট বেট লৈয়ে এদিন খেলিবলৈ আৰম্ভ কৰা উমাৰ আছিল অদমনীয় উদ্যম। তেওঁৰ শিশুকালৰ প্ৰশিক্ষক মেহবুব আলমে এক সাক্ষাৎকাৰত কৈছে যে বোকাখাত টাউন ক্রিকেট ক্লাবত তেওঁ প্রথমতে আৱিষ্কাৰ কৰিছিল উমাক। ভৰিত সাধাৰণ এযোৰ চেণ্ডেল পিন্ধি প্রশিক্ষণ ল’বলৈ খোজকাঢ়ি অহা উমাৰ বিষয়ে প্রশিক্ষকগৰাকীয়ে কয় যে আজিও তেওঁ একেই বিনয়ী আৰু শৃংখলিত। নাম আৰু যশস্যাই স্পর্শ কৰিব পৰা উমাক।

আলমৰ একাডেমীত যোগ দিয়াৰ পূৰ্বে উমাই স্থানীয় সৰু সৰু ল’ৰাৰ দলৰ স’তে ক্রিকেট খেলিছিল। পাঁচটা সন্তানৰ কনিষ্ঠ উমাৰ অনুপ্ৰেৰণাৰ অন্তহীন আধাৰ হৈছে তেওঁৰ মাতৃ। উমাই কিবা এটা কৰি দেখুৱাব বুলি সদায়ে দৃঢ় মাতৃয়ে এটা সাক্ষাৎকাৰত কৈছে যে ল’ৰাই যি কৰিব পাৰে এজনী ছোৱালীয়েও তাকে কৰিব পাৰে বুলি তেওঁ বিশ্বাস কৰে।

তেওঁ বিচাৰিছিল যে উমাই খেলি যাওক। ইপিনে, ঘৰলৈ উভতি অহাৰ পাছত এটা ভিডিঅ’ত উমাই কয়, ‘মোৰ মায়ে মেডেল পিন্ধিছে, বিশ্বকাপ ট্রুফীৰ স’তে ফটো উঠিছে। বহুত ভাল লাগিছে। সকলোৰে এটা সপোন থাকে ভাৰতৰ দলৰ হৈ ক্রিকেট খেলা।’

প্রশিক্ষকে কয় যে দোকমোকালিতে উঠি উমাই কৃষি কাৰ্যৰ দায়িত্ব পালন কৰাৰ পাছতো পুৱা ৫-৩০ বজাতে সদায়ে খেলিবলৈ আহিছিল। এইদৰে এদিন উমাৰ পৰিধি ভাঙি অসমৰ পৰা বিশ্বৰে মঞ্চলৈ যোৱাৰ উমাৰ উজ্জ্বল ভবিষ্যতৰ কামনা কৰিছে অসমবাসীৰ লগতে দেশৰ প্ৰতিজন ক্রীড়াপ্রেমীয়ে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Uma Chetry
publisher

publisher

Related Posts

IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ
Assam

September 22, 2026
মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!
India

September 21, 2026
শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!
Entertainment

শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

September 21, 2026
এবছৰৰ ভিতৰতে বিশ্বত ভূজল হ্ৰাসৰ সংকট ন শতাংশ বৃদ্ধি পালে
India

এবছৰৰ ভিতৰতে বিশ্বত ভূজল হ্ৰাসৰ সংকট ন শতাংশ বৃদ্ধি পালে

September 21, 2026
ঘনাই উদ্‌দ্গীৰণ হোৱা ইণ্ডোনেছিয়াৰ আগ্নেয়গিৰিয়েই অধিক বিধ্বংসী
International

ঘনাই উদ্‌দ্গীৰণ হোৱা ইণ্ডোনেছিয়াৰ আগ্নেয়গিৰিয়েই অধিক বিধ্বংসী

September 21, 2026
জাপানত শতবর্ষ অতিক্রম কৰিলে লক্ষাধিকে
International

জাপানত শতবর্ষ অতিক্রম কৰিলে লক্ষাধিকে

September 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d