Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

    ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

    জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

    ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

    নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Sports

Lionel Messi:কলকাতাত বিশেষ বিমানেৰে পুৱতি নিশা উপস্থিত ফুটবল তাৰকা লিঅ’নেল মেছি

৪ দিনীয়া কাৰ্যসূচীৰে কলকাতা সহ মুম্বাই, হাইদৰাবাদ, দিল্লীতো উপস্থিত থাকিব মেছি, আজি কলকাতাত নিজৰে ৭০ ফুট উচ্চতাৰ নিজৰ প্রতিমূৰ্তি উন্মোচন কৰিব মেছিয়ে

publisher by publisher
December 13, 2025
in Sports
Reading Time: 1 min read
0
Lionel Messi:কলকাতাত বিশেষ বিমানেৰে পুৱতি নিশা উপস্থিত ফুটবল তাৰকা লিঅ’নেল মেছি
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

ফুটবলৰ ৰাজপুত্ৰৰ ‘উৰন্ত প্রাসাদ’ত কি কি আছে জানেনে?

মেছিক চাবলৈ এটা টিকটৰ দাম ১০ লাখ টকা! 

মেছিৰ আগমনত কলকাতাত সতৰ্কতা বৃদ্ধি, যুৱ ভাৰতীৰ আশে-পাশে যাতায়তৰ পথ সলনি

Lionel Messi:

:একাধিক কার্যসূচী হাতত লৈ আজি পুৱতি নিশা ফুটবলৰ ৰাজপুত্র লিয়নেল মেছি বিশেষ বিমানেৰে কলকাতাত উপস্থিত হয়। ফুটবলৰ ভগৱানজনক কলকাতা এয়াৰপৰ্টত জনোৱা হয় উস্ম আদৰণি ৷ আজি দিনৰ ভাগত একাধিক কার্যসূচীত অংশ লৈ আর্জেন্টিনাৰ বিশ্বকাপ জয়ী অধিনায়কজনে হায়দৰাবাদলৈ ৰাওনা হ’ব। এই ভ্রমণকালত মেছিয়ে কোচি আৰু মুম্বাইতো উপস্থিত হোৱাৰ কথা।

ADVERTISEMENT

উল্লেখ্য যে মেছিয়ে দ্বিতীয়বাৰলৈ কলকাতালৈ আহিছে। আজি পুৱতি নিশা কলকাতাত উপস্থিত হোৱাৰ পাছত ফুটবল মহাতাৰকাজনে কিছু ঘণ্টা বিশ্রাম লয় । পুৱা ৯-৩০ বজাত পশ্চিমবংগ চৰকাৰৰ তৰফৰ পৰা তেওঁক জনোৱা হয় বিশেষ সম্বর্ধনা জন। ইয়াৰ পাছতে মেছিয়ে ভার্চুৱেলী নিজৰ প্রতিমূর্তি উন্মোচন কৰে।
দিনৰ ১১-১৫ বজাত তেওঁ কলকাতাৰ যুৱ ভাৰতী ক্রীড়াগণত উপস্থিত হয় আৰু সম্বর্ধনা তথা আলাপ পৰ্বৰ পাছতে এখন চেলিব্রিটা বন্ধুত্বপূর্ণ ফুটবল মেচত অংশ লয়। সেই অনুষ্ঠানত পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীৰ উপৰি প্ৰাক্তন ক্রিকেট অধিনায়ক সৌৰভ গাংগুলী আৰু বলিউদৰ মহাতাৰকা শ্বাহৰুখ খানো উপস্থিত থাকিব। বিয়লি দুই বজাত মেছিয়ে হায়দৰাবাদ অভিমুখে উৰা মাৰিব।

উল্লেখ্য যে ২০১১ৰ দুই ছেপ্টেম্বৰত আর্জেন্টিনা ফুটবল দলে যুৱ ভাৰতী ক্রীড়াংগণত ভেনিজুৱেলাৰ স’তে এখন বন্ধুত্বপূর্ণ প্রদর্শনী মেচ খেলিছিল। আর্জেন্টিনাৰ সেই দলৰ অধিনায়ক আছিল মেছি।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Argentina Footballerkokata visitLionel Messi
publisher

publisher

Related Posts

মাত্ৰ এটকাতে তিনি বিঘা ভূমি লাভলীনাক
Assam

মাত্ৰ এটকাতে তিনি বিঘা ভূমি লাভলীনাক

October 9, 2026
দেশ-ৰাজ্যৰ বাবে অধিক খ্যাতি কঢ়িয়াই অনাৰ লক্ষ্য ৰাখিছো

অসমত মই যিমান আদৰ-সন্মান পাইছো সেয়া চাগে বেলেগত আনে পোৱা নাই!

October 8, 2026
সপোন পূৰণ হ’ল: গর্বিত পিতৃ-মাতৃয়ে ক’লে
Assam

সপোন পূৰণ হ’ল: গর্বিত পিতৃ-মাতৃয়ে ক’লে

October 3, 2026
জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

October 2, 2026
Asian Games 2026:এছিয়ান গেমছত স্বর্ণপদক লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d