Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    চমকি উঠিল অস্ত্রোপচাৰ কৰা চিকিৎসক, যুৱকৰ শৰীৰত উদ্ধাৰ নাৰীৰ অংগ

    আন্দোলন গঢ়ি তুলি মোদী চকুৰ কুটা দাঁতৰ শূলত পৰিণত

    ‘ভোট চুৰি’, এছ আই আৰ বন্ধ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘দিল্লী চলো—মাৰ্চ ফৰ ডেম’ক্ৰেচি’

    বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

চৰকাৰৰ চৰম হেমাহিত সংকটৰ গৰাহত ঘগ্ৰাপাৰৰ বাঁহ শিল্প

উপযুক্ত বজাৰৰ অভাৱত মধ্যভোগীয়ে লুটিছে মুনাফা

publisher by publisher
December 16, 2025
in Assam, News
Reading Time: 1 min read
0
চৰকাৰৰ চৰম হেমাহিত সংকটৰ গৰাহত ঘগ্ৰাপাৰৰ বাঁহ শিল্প
2
SHARES
20
VIEWS
ShareShareShareShare

RelatedPosts

Nalbari:কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বীতাৰ উজ্জ্বল নিদৰ্শন নলবাৰী বৰভাগৰ ৰাতুল ডেকাৰ

বছৰ বছৰ ধৰি অবহেলিত ঘগ্ৰাপাৰৰ নিজ বড়িগোগ প্রাথমিক বিদ্যালয় সংলগ্ন পথ

1st May celebration:আজি বিশ্বজুৰি মে’ দিৱস পালন

স্পষ্ট উদ্যোগ নীতিৰ অভাৱতে ৰাজ্য চৰকাৰৰ পৰিচালনাধীন ৰাজহুৱা খণ্ডৰ উদ্যোগ নিগম প্রতিষ্ঠানৰ লগতে থলুৱা উদ্যোগসমূহো আজি নিশ্চিহ্ন হোৱাৰ উপক্ৰম হৈছে। নলবাৰী জিলাৰ বিভিন্ন প্রান্তত সিঁচৰতি হৈ থকা থলুৱা উদ্যোগসমূহেও সম্প্রতি শ্মশানযাত্ৰা আৰম্ভ কৰিছে। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত ফেৰ মাৰিব পৰাৰ জোখৰে প্ৰবল সম্ভাবনাপূর্ণ থলুৱা উদ্যোগসমূহে মৃত্যুৰ ক্ষণ গণিবলৈ বাধ্য হৈছে।

ADVERTISEMENT

ইয়াৰ উপৰি থলুৱা কুটীল শিল্পীসমূহৰ ভিতৰত জাপি, বাঁহৰ দৰ্জা, ডুলি, ঢাৰি, বিচনী, ডলা, কুলা, চালনী, জাকৈ, খালৈ, ফুলদানি আদি নিৰ্মাণত অসমৰ ভিতৰতে নলবাৰী জিলাই এক সুকীয়া স্থান অধিকাৰ কৰি আহিছে যদিও বর্তমান এই বাঁহ শিল্পীৰ অৱস্থা একেবাৰে শোচনীয় হৈ পৰিছে। বিশেষকৈ নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ঘোঁহকুছি, সাহপুৰ, মাজৰবাৰী, অবৰা, পানীমাজকুছি আদি গাঁৱৰ বাসিন্দাই স্বৰাজোত্তৰ কালৰে পৰা বাঁহ শিল্পৰ লগত জড়িত হৈ ৰাজ্যৰ অর্থনীতিলৈ এক সুকীয়া অৱদান আগবঢ়াই আহিছে যদিও সিও মধ্যভোগীৰ হাতোৰাত বন্দী হৈ পৰিছে।

উপযুক্ত বজাৰৰ অভাৱত কুটীৰ শিল্পটোৰ স’তে জড়িত ব্যক্তিসকলে পানীৰ দৰতে তেওঁলোকে তৈয়াৰ কৰা সামগ্রীসমূহ বিক্রী কৰি আহিছে। বিশেষকৈ ৰাজহ চক্ৰটোৰ অন্তৰ্গত ঘোঁহকুছি গাঁৱৰ ৮০ শতাংশ লোকেই এই শিল্পৰ স’তে জড়িত হৈ জীবন নির্বাহ কৰি আহিছে। পুরুষ-মহিলা, যুৱক-যুৱতী, কিশোৰ-কিশোৰীলৈকে পুৱাৰে পৰা ৰাতি দুপৰলৈকে এই কার্যত জড়িত হৈ গাঁওখনক শিল্পীগাঁৱলৈ ৰূপান্তৰিত কৰিছে। কোনো ধৰণৰ আনুষ্ঠানিক প্রশিক্ষণ অবিহনে তেওঁলোকে এই শিল্পবিধ আকর্ষণীয় কৰি তুলিছে।

শতাব্দী গৰকা শিল্পবিধ প্রয়াত গোপাল দাস, সজ্ঞৰাম কলিতা, বুদুৰাম দাস আৰু চানাৰাম দাসৰ পাছৰে পৰা পৰম্পৰাগত হিচাপে বর্তমান তেওঁলোকৰ পুত্র, নাতি-নাতিনীহঁতে বাঁহ শিল্পত জড়িত হৈ পৰিছে। গাঁওখনৰ অধিকাংশ এই শিল্পৰ লগত জড়িত শিল্পীসকলে দিনে-নিশাই বাঁহৰ জাপি, চালনী, ডলা, কুলা, ভুলি, ঢালি, বিচনী, জাকৈ, খালৈ, খৰাহী, ফুলদানি আদি তৈয়াৰ কৰি আহিছে যদিও এই শিল্পীসকলৰ অৱস্থা আজি পুতৌজনক হৈ আছে বুলি চর্চিত হৈছে।

লক্ষ্যণীয়ভাবে জিলা তথা ৰাজ্য ভিত্তিত আজি পর্যন্ত বাঁহ শিল্পৰ এটি ব্যবসায়িক কেন্দ্র গঢ়ি নুঠাত শিল্পীসকলে তেওঁলোকৰ উৎপাদিত সামগ্রী বিক্ৰী কৰাত যথেষ্ট সমস্যাৰ সন্মুখীন হৈ অহা দেখা গৈছে। ফলত শিল্পীসকলে তৈয়াৰ কৰা সামগ্ৰীবিলাক মধ্যভোগী দালালৰ হাতত পানীৰ দৰতে বিক্ৰী কৰিব লগা হৈছে। ইপিনে, ঘগ্ৰাপাৰ ৰাজহ চক্ৰটোৰ অন্তৰ্গত পানী মাজকুছি আৰু অৰৰা গাঁৱৰ প্ৰায় অর্ধ শতাধিক পৰিয়ালে স্বৰাজোত্তৰ কালৰে পৰা বাঁহৰ ডুলি তৈয়াৰ কৰি জীৱন নির্বাহ কৰি আহিছে।

চৰকাৰীভাবে এখন বজাৰৰ সৃষ্টি নোহোৱাত শিল্পীসকলে নির্মাণ কৰা সামগ্রীসমূহ বৰাজোল, খাতিকুছি, তামুলপুৰ, কুমাৰীকাটা আদি বজাৰত মধ্যভোগীৰ ওচৰত কম মূল্যতে বিক্ৰী কৰিব লগাত পৰিছে। সম্প্রতি কেন্দ্রীয় তথা ৰাজ্য চৰকাৰে দক্ষতা বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিভিন্ন অভিলাষী আঁচনি গ্রহণ কৰা বুলি বিজ্ঞানৰ জৰিয়তে প্ৰচাৰ চলাই আহিছে যদিও উক্ত আঁচনিয়ে এইসকল শিল্পীক ঢুকি পোৱা নাই বুলি বিভিন্ন মহলত চর্চিত বিষয় হৈ পৰিছে।

পদ্ধতিগত আৰু ব্যৱহাৰিক দিশৰ ওপৰত লক্ষ্য ৰাখি বজাৰ তথা বিতৰণৰ সুব্যৱস্থা কৰি চৰকাৰীভাৱে সহায়ৰ হাত আগবঢ়ালে এইসকল শিল্পীয়ে অদূৰ ভবিষ্যতে বাজ্যব অর্থনৈতিক ক্ষেত্ৰখনলৈ যথেষ্ট অৱদান আগবঢ়োৱাৰ সম্ভাৱনা আছে। পিছে এই ক্ষেত্ৰত চৰকাৰ, নলবাৰীৰ বিধায়ক তথা মন্ত্রী জয়ন্ত মল্ল বৰুৱা, নলবাৰী জিলা আয়ুক্তই কেনে ধৰণৰ গুৰুত্ব প্রদান কৰে সেয়াও লক্ষ্যণীয় বিষয় হ’ব বুলি ৰাইজৰ মাজত চর্চিত হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: NALBARI
publisher

publisher

Related Posts

মণিপুৰত নিহত ব্যক্তিৰ কটা মূৰ ঘূৰাই দিয়াৰ দাবী, ৪৮ ঘণ্টাৰ সময়সীমা বান্ধি দিলে নাগা সংগঠনে
India

October 12, 2026
ছ’চিয়েল মিডিয়াৰ ইনফ্লুৱেঞ্চাৰৰ পৰা স্বাধীন সাংবাদিকলৈ ধ্ৰুৱ ৰাঠী

যন্তৰ-মন্তৰত আৰু নহ’ব প্ৰতিবাদ, দিল্লীত প্ৰতিবাদৰ বাবে নিৰ্ধাৰণ তিনিটা স্থান

‘উচ্চতম ন্যায়ালয় ৰাজনীতিৰ স্থান নহয়’, প্ৰতিবাদক লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ

বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ
Entertainment

বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

October 12, 2026
‘বিশ্বৰ সমস্যাৰ সমাধানৰ পথ দেখুওৱাৰ সম্ভাৱনা জেন জিৰ মাজতে আছে’, যুৱ প্ৰজন্মক আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d