Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা

    ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী

    পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

    চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

প্ৰতিখন জিলাত আৰক্ষীক প্রতি ট্রাক গুড়ত দিব লাগে ৩০-৮০ হেজাৰকৈ

publisher by publisher
December 19, 2025
in Assam, News
Reading Time: 1 min read
0
প্ৰতিখন জিলাত আৰক্ষীক প্রতি ট্রাক গুড়ত দিব লাগে ৩০-৮০ হেজাৰকৈ
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

গ্ৰীষ্ম কালত এই পানীয় খাই দূৰ কৰক ৰোগ

Sugarcane juice:✒️ৰক্ষকেই ভক্ষক!আইন-শৃংখলা বক্ষা, অপৰাধ প্ৰতিৰোধ আদিত নিয়োজিত আৰক্ষীৰ দৌৰাত্ম্যৰ বাবেই ৰাজ্যৰ চাৰিখন জিলাৰ কুঁহিয়াৰ খেতিয়কসকলে হাহাকাৰ কৰিবলগীয়া হৈছে। হোজাই, কার্বি আংলং, পশ্চিম কার্বি আংলং আৰু ডিমা হাছাও জিলাৰ কুঁহিয়াৰ খেতিয়কসকলে উৎপাদিত ফচলৰ উচিত মূল্য লাভৰ পৰাও বঞ্চিত হ’বলগীয়া হৈছে।

ADVERTISEMENT

উল্লেখ্য যে হোজাই জিলাৰ লংকাৰ প্রায় ন হেজাৰ বিঘা মাটি, কার্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ প্ৰায় ৪০ হেজাৰ বিঘাকে ধৰি ডিমা হাছাও জিলাৰ প্ৰায় আঠ হেজাৰ বিঘা মাটিত সম্পূর্ণ ব্যৱসায়িক ভিত্তিত বৈজ্ঞানিক পদ্ধতিবে কুঁহিয়াৰ খেতি কৰা হয়। পূর্বে এই খেতিৰ জৰিয়তে সংশ্লিষ্ট কৃষকসকল লাভান্বিত হ’লেও এইবাৰ ফচলৰ উচিত মূল্যৰ বাবে হাহাকাৰ কৰিবলগীয়া হোৱাৰ অভিযোগ উত্থাপন হৈছে।

অভিযোগ অনুসৰি বিভিন্ন জিলাৰ আৰক্ষীয়ে এই কুঁহিয়াৰ খেতিয়কসকলৰ পৰা বুজন পৰিমাণৰ ধন সৰকোৱাৰ বাবেও কৃষকসকলৰ সমস্যা দুগুণে বৃদ্ধি পাইছে। এই সম্পর্কত একাংশ ভুক্তভোগী কুঁহিয়াৰ খেতিয়কে ‘দৈনিক অগ্রদূত’ক কয়, ‘আমাৰ জীৱন আৰু জীৱিকাৰ সম্বল হৈছে কুঁহিয়াৰ আৰু ঘেঁহুৰ খেতি। বছৰটোৰ নৱেম্বৰৰ পৰা জানুৱাৰীলৈকে আমি কুঁহিয়াৰ কাটি কেঁচা কুঁহিয়াৰ বিক্ৰী কৰো আৰু গুড় তৈয়াৰ কৰিও বিক্ৰী কৰো; কিন্তু এইবাৰ আমি কেঁচা কুঁহিয়াৰৰ উচিত মূল্য পোৱা নাই। গুড় বিক্ৰী কৰাৰ ক্ষেত্ৰতো নানান অসুবিধাৰ সম্মুখীন হৈছো। এইবাৰ আমি নিগমে মৰিব লাগিব!’

কুঁহিয়াৰ খেতিয়কসকলে জানিবলৈ দিয়া মতে, তেওঁলোকে নৱেম্বৰৰ পৰা ডিচেম্বৰৰ ভিতৰত কটা কেঁচা কুঁহিয়াৰ লংকাৰ দুটা মিল ক্রমে ইক’টেক এগ্র’ মিলছ আৰু হোৱাইট গ’ল্ড এগ্র’ প্রডাক্টছত বিক্ৰী কৰে। তদুপৰি নিজৰ ঘৰত থকা কাৰখানাত তেওঁলোকে গুড় প্রস্তুত কৰে। পূর্বে এই খেতিয়কসকলে প্রতি কুইণ্টল কেঁচা কুঁহিয়াৰ চাৰিশ টকাকৈ বিক্ৰী কৰিছিল; কিন্তু হাড় ভঙা শ্রম কৰি উৎপাদন কৰা কুঁহিয়াৰৰ প্ৰতি কুইণ্টলৰ মূল্য এইবাৰ উক্ত মিল দুটাই এশ টকাকৈ হ্রাস কৰে। ফলত কুঁহিয়াৰ খেতিয়কসকলে মুৰে কপালে হাত দিব লগা হৈছে। এই সন্দর্ভত হোজাই জিলাৰ কাকী টিলা বজাৰৰ কুঁহিয়াৰ খেতিয়ক ৰাম বিলাস চৌহানে কয়, ‘আমি কুঁহিয়াৰ খেতি কৰা মাটিত ঘেঁহু খেতিও কৰো। সেই কাৰণে নৱেম্বৰৰ পৰাই কুঁহিয়াৰ কটা আৰম্ভ কৰো। এই কেঁচা কুঁহিয়াৰৰ সৰহ সংখ্যক মিলত বিক্ৰী কৰো। কিয়নো নৱেম্বৰ-ডিচেম্বৰত কুঁহিয়াৰ পেৰিলে সেই গুড় মাত্র তিনি-চাৰি মাহ মানহে ৰাখিব পৰা যায়। পাছত ঘামি গৈ সেইবোৰ নষ্ট হৈ যায়।

অৱশ্যে জানুৱাৰীত কুঁহিয়াৰ কাটি পেৰি গুড় তৈয়াৰ কৰিলে সেই গুড় এবছৰ পৰ্যন্ত সংৰক্ষণ কৰিব পৰা যায়। যিহেতু ঘেঁহু খেতিৰ বাবে পথাৰ মুকলি কৰিব লাগে সেয়েহে লৰালৰিকৈ কুঁহিয়াৰ কটাৰ কাম সকলো কুঁহিয়াৰ খেতিয়কে আৰম্ভ কৰিছে; কিন্তু লংকাৰ মিল দুটাই আগতকৈ কেঁচা কুঁহিয়াৰৰ দাম যথেষ্ট কমাই এতিয়া প্রতি কুইণ্টলত মাত্র তিনিশ টকাকৈ দিয়াত আমাৰ ভীষণ লোকচান হৈছে।’ এনে পৰিস্থিতিত কুঁহিয়াৰ কটা বন্ধ ৰাখিবলগীয়া হৈছে বুলি জানিবলৈ দি চৌহানে লগতে কয় যে ইয়ে আন এক সমস্যাৰ সৃষ্টি কৰিছে। কাৰণ কুঁহিয়াৰ খেতি কৰা মাটি ঘেঁহ খেতিৰ বাবে মোকলাব পৰা নাই।

একেদৰে আন এজন কুঁহিয়াৰ খেতিয়ক ৰাম জী চৌহানে কয়, ‘কেঁচা কুঁহিয়াৰৰ দাম মিলসমূহে অতি কমকৈ দিয়াটো নির্ধাৰণ কৰি আমাক ক্ষতিগ্রস্ত কৰিছে।’ এই বিষয়ে লিখিতভাবে হোজাই জিলা আযুক্তক অভিযোগ দিও সুফল নোপোৱা বুলি চৌহানে জানিবলৈ দিয়ে। এই সম্পর্কত তেওঁ আৰু কয়, ‘জিলা আয়ুক্তই মিলৰ স্বত্বাধিকাৰীসকলক কুঁহিয়াৰৰ মূল্য বৃদ্ধি কৰিবলৈ পৰামৰ্শ দিয়ে যদিও সেই পৰামৰ্শ মিলৰ গৰাকীসকলে গ্ৰহণ নকৰিলে। প্রতি কুইণ্টল কেঁচা কুঁহিয়াৰ তিনিশ টকাত বিক্ৰী কৰিলে আমাৰ ভীষণ লোকচান হয়। সেয়েহে এইবাৰ বহু কুঁহিয়াৰ খেতিয়কে আজি পর্যন্ত কুঁহিয়াৰ কাটি ঘেঁহু খেতিৰ বাবে পথাৰ মোকলাব পৰা নাই।’

ঘৰত উৎপাদন কৰা গুড় বিক্ৰী কৰাৰ ক্ষেত্ৰতো ভীষণ সমস্যাৰ সন্মুখীন হোৱা বুলি বহু কেইজন কুঁহিয়াৰ খেতিয়কে জনায়। এনে সমস্যাৰ বাবে হাহাকাৰ কৰি থকা বুলি জানিবলৈ দি কাকী টিলা বজাৰৰ নাগেন্দ্ৰ চৌহান, কান্তি চৌহান, ৰামজী চৌহান, কাকী কাৰিদিলাৰ সুৰেশ চৌহান, খেৰণিৰ সঞ্জয় চৌহান, মাইলু বেলবাৰীৰ উমা শংকৰ চৌহান, খেৰণিৰ জয়প্রকাশ চৌহান আদিয়ে কয় যে তেওঁলোকে উৎপাদন কৰা গুড় খেৰণি, খেৰণি চাৰিআলি, মাইলু, দয়াং, জেংথ্রা আদি বজাৰত বিক্রী কৰিলেও বৃহৎ পৰিমাণৰ গুড় পূব অসমৰ জিলাসমূহলৈ প্ৰেৰণ কৰে। কিন্তু এই জিলাসমূহৰ আৰক্ষীয়ে গুড়ভর্তি ট্রাকসমূহক ধন দাবী কৰি অযথা হাৰাশাস্তি কৰে বুলি একাংশ কুঁহিয়াৰ খেতিয়কে অভিযোগ উত্থাপন কৰিছে।

ভুক্তভোগী একাংশ খেতিয়কে কয়, ‘বিভিন্ন ঠাইত আৰক্ষীয়ে আমাৰ প্ৰতিখন গুড় কঢ়িয়াই নিয়া ট্রাকৰ পৰা ৩০ হেজাৰৰ পৰা ৮০ হেজাৰ পৰ্যন্ত টকা ডাবি ধমকিৰে সৰকায়। ধন নিদিলে আমাৰ গুড়ক লালীগুড় সজাই ট্রাকসমূহ জব্দ কৰাৰ লগতে কুঁহিয়াৰ খেতিয়কক গ্ৰেপ্তাৰ কৰে। আমি লালীগুড় বিক্রী নকৰো। এনে অসুবিধাৰ বাবেও আমি গুড় বিক্ৰী কৰিব নোৱাৰি ঘৰতে লাখ লাখ টিন গুড় জমা কৰি ৰাখিবলগীয়া হৈছে। এইসমূহ নষ্ট হোৱাৰ আশংকা প্রবল হৈছে।’

কুঁহিয়াৰ খেতিয়কসকলে দাবী কৰা অনুসৰি পূব অসমৰ বিভিন্ন ঠাইত আৰক্ষীয়ে জব্দ কৰা তেওঁলোকৰ গুড়সমূহ যে লালীগুড় নহয় পৰীক্ষাৰ পাছত সেয়া প্রতিপন্ন হৈছে। তৎসত্ত্বেও এই কুঁহিয়াৰ খেতিয়কসকলৰ ওপৰত আৰক্ষীৰ আতিশয্য হ্রাস নোপোৱাৰ অভিযোগ উত্থাপন হৈছে। এই সন্দৰ্ভত কুঁহিয়াৰ খেতিয়কসকলে লগতে কয়, ‘আমি আমাৰ খেতিৰ কুঁহিয়াৰ পেৰি কোনো ধৰণৰ ৰাসায়নিক পদার্থ প্রয়োগ নকৰাকৈ বিশুদ্ধভাবে গুড় তৈয়াৰ কৰো। আমাৰ ঘৰে ঘৰে গুড় তৈয়াৰ কৰা কাৰখানা আছে। হোজাই, কার্বি আংলং, পশ্চিম কাৰ্বি আংলং জিলাৰ লগতে ডিমা হাছাও জিলাৰ কুঁহিয়াৰ খেতিয়কে প্রতি বছৰে হেজাৰ হেজাৰ কুইণ্টল গুড় তৈয়াৰ কৰে। এই গুড় স্থানীয় বজাৰত বিক্ৰী কৰিলেও আমাৰ মূল বজাৰ হৈছে পূব অসম। নৱেম্বৰৰ পৰাই আমি ট্রাকে ট্রাকে পূব অসমৰ বিভিন্ন জিলালৈ গুড় প্রেৰণ কৰো।’

বিশুদ্ধ গুড়ৰ মূল্যও কমকৈ পোৱা বুলি জানিবলৈ দি এই কুঁহিয়াৰ খেতিয়কসকলে লগতে কয়, ‘আমি ২৫ কিলোগ্রাম ওজনৰ প্ৰতি টিন বিশুদ্ধ গুড় বজাৰত আঠশ টকাত বিক্ৰী কৰো। ইয়াৰ দাম কমেও এহেজাৰ টকা হোৱা উচিত। কিয়নো আমি ৩০-৩২ টকা মূল্যত যি গুড় বিক্ৰী কৰো সেই একেখিনি গুড়েই নগাঁৱৰ বজাৰত ৬০ টকা দৰত প্ৰতি কিলোগ্রাম বিক্রী হয়।’ অযথা হাৰাশাস্তি কৰি পেটে-ভাতে নামাৰিবলৈ সংশ্লিষ্ট পক্ষসমূহৰ প্ৰতি দাবী জনাই এই কুঁহিয়াৰ খেতিয়কসকলে লগতে কয়, ‘আমি অতি কষ্ট কৰা মানুহ। ভীষণ কষ্ট কৰি কুঁহিয়াৰ খেতি কৰি জীবন নির্বাহ কৰো। আমাক কেঁচা কুঁহিয়াৰৰ উচিত দাম পোৱাৰ ব্যৱস্থা কৰি দিব লাগে। আমাৰ গুড় সৰবৰাহত আৰক্ষীৰ হাৰাশাস্তি বন্ধ হ’ব লাগে। যদি আমাৰ গুড় লালীগুড় বুলি প্রমাণিত হয় ব্যৱস্থা গ্রহণ কৰক, কিন্তু অযথা হাৰাশাস্তি কৰি আমাক পেটে ভাতে নামাৰিব।’

মিলৰ গৰাকীৰ শোষণ, আৰক্ষীৰ অযথা হাৰাশাস্তিৰ সমান্তৰালভাবে বন্যহস্তীৰ উপদ্ৰৱৰ বাবেও ভীষণ ক্ষতিগ্রস্ত হ’ব লগা হৈছে বুলি খেৰণিৰ একাংশ কুঁহিয়াৰ খেতিয়কে জনায়। তেওঁলোকে কয় যে বর্তমানেও খেৰণিৰ কুঁহিয়াৰ খেতিত নিতৌ এশটা বন্যহস্তীৰ একোটা জাকে উপদ্রর অব্যাহত ৰাখিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Sugarcane juice
publisher

publisher

Related Posts

Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা
Assam

October 15, 2026
ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত
India

পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

October 14, 2026
চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d