Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

    Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

    Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি

    Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

    GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

    IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

    মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Dilip Saikia Pressmeet in State BJP HQ:দিলীপ শইকীয়াৰ ভিডিঅ ‘কনফাৰেন্সক লৈ অখিল গগৈয়ে কৰা বিতৰ্কিত মন্তব্য সন্দৰ্ভত সংবাদমেল

বাজপেয়ী ভৱনত দিলীপ শইকীয়াৰ সংবাদমেল সম্বোধন অখিল গগৈয়ে ভিডিঅ' কনফাৰেন্সৰ ফটো আনিছে হৰ্ষ ওৰফে বিনোদ কোঁৱৰৰ :দিলীপ শইকীয়া

publisher by publisher
January 7, 2026
in Assam
Reading Time: 1 min read
0
Dilip Saikia Pressmeet in State BJP HQ:দিলীপ শইকীয়াৰ ভিডিঅ ‘কনফাৰেন্সক লৈ অখিল গগৈয়ে কৰা বিতৰ্কিত মন্তব্য সন্দৰ্ভত সংবাদমেল
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

Indo-Bangla:বিদেশী প্রত্যর্পণৰ বাবে ঢাকাৰ সহযোগিতা বিচাৰিলে নতুন দিল্লীয়ে

Mamata Banerjee Pressmeet :বংগত দলৰ শোচনীয় পৰাজয়ৰ পিছতে সংবাদমেল সম্বোধন মমতা বেনাৰ্জী

Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ

Dilip Saikia Pressmeet in State BJP HQ:

ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ বিৰুদ্ধে অখিল গগৈয়ে উদ্থাপন কৰা ভোট কৰ্তনৰ অভিযোগ সন্দৰ্ভত বুধবাৰে এক সংবাদমেলক গগৈক উভতি ধৰে দিলীপ শইকীয়াই ৷

ADVERTISEMENT

ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত আয়োজিত সংবাদমেলত শইকীয়াই কয় ,অখিল গগৈয়ে দিয়া স্কীনশ্বৰ্ট সমূহ যোৱা ৪ জানুৱাৰীত হোৱা ভিডিঅ’ কনফাৰেন্সৰ ফটো। সেইখিনি ফটো ইতিমধ্যে আমাৰ বিষয়ববীয়াসকলে সামাজিক মাধ্যমত ৰাজহুৱা কৰি থৈছে। আনকি অখিল গগৈয়ে ভিডিঅ’ কনফাৰেন্সৰ ফটো আনিছে হৰ্ষ ওৰফে বিনোদ কোঁৱৰৰ পৰা ৷ বিনোদে ৪ জানুৱাৰীত ফে’চবুকত পোষ্ট কৰা ফটো চাৰিখন অখিল গগৈয়ে ৬ জানুৱাৰীত পোষ্ট কৰিছে ৷ বিনোদ কোঁৱাৰ হৈছে ডিমৌ সমষ্টিৰ বিএলঅ-১৷ ডিমৌ মানে আগৰ শিৱসাগৰ সমষ্টিৰ ওচৰৰে ৷ বিনোদৰ সৈতে অখিলৰ কিবা সম্পর্ক থাকিব পাৰে৷ সেইটো নাজানো আমি সেইটো কথা ক’ব খোজা নাই যে তেওঁৰ পৰাই ফটো লৈছে বা তেৱেঁই তেওঁৰ লগত বহিছে বা তেৱেঁই তেওঁক শুনাইছে ইত্যাদি পিছত গোটেই কথাবিলাক আমি গম পাম অচিৰেই ৷

আনহাতে একেটা কথা ভিডিঅ’ কনফাৰেন্সত থকা ২০০ খন কাণেও শুনিছে। তেওঁলোকৰ পৰা মতামত লওঁক।বিৰোধী বৌদ্ধিক দৈন্যতাত ভুগিছে। মীৰা বৰঠাকুৰে এইটো বিষয়ত চিবিআইৰ তদন্ত বিচৰাটো অপৰিপক্কতাৰে উদাহৰণ দিছে।

এছআৰ প্ৰসংগত অখিল গগৈ, লুৰীণজ্যোতি গগৈক তুলাধুনা দিসভাপতি গৰাকীয়ে আৰু কয় যে,অখিলক গগৈয়ে দিয়া তথ্যৰ ৫ পইচাৰো দম নাই। অখিল গগৈ, লুৰীণজ্যোতি গগৈয়ে নাম কৰ্তনক লৈ দিয়া পৰিসংখ্যা একে নহয়। তেওঁলোকে সঠিককৈ কওঁক কিমান ভোট কৰ্তন কৰিব লাগে। অসমত অতি শীঘ্ৰে এছআইআৰ কৰাৰ দাবী বিজেপিৰ। কেৱল এছআকৰে নহয়, এছআইআৰ যোগেদি প্ৰকৃত ভোটাৰ তালিকা প্ৰস্তুত কৰাৰ দাবী শইকীয়াৰ ৷

এছআৰক লৈ আমি সন্তুষ্ট, কিন্তু লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈৰ মিঞা প্ৰেম দেখি আমি অসন্তুষ্ট। আৰু এজন আছেই। তেওঁলোকে কেৱল মিঞাৰ নাম বাদ পৰাটো নিবিচাৰে লাগিলে খিলঞ্জীয়াৰ নাম বাদ পৰক। অখিল, লুৰীণৰ কাৰণে মিঞাৰ নাম কৰ্তন হ’ব নালাগে, প্ৰয়োজনত খিলঞ্জীয়াৰ নামেই কৰ্তন হওঁক। তোষামোদ আৰু মিঞা প্ৰেম বিজেপিৰ কাম নহয়। তিনি গগৈৰ মাইণ্ডচেট অসমৰ বাবে বহু ভয়ংকৰ। অসমৰ ৰাইজ তিনি গগৈৰ পৰা সাৱধানে থাকক।

সংবাদমেলত ৰাজ্যিক সভাপতি গৰাকীয়ে আগন্তুক ৰাজ্য বিধানসভা নিৰ্বাচনৰ পূৰ্বে এনডিএ অংশীদাৰ দল সমূহৰ স’তে মিত্ৰতা প্ৰসংগত কয়,অতি সোনকালে মিত্ৰতা সন্দৰ্ভত আলোচনা হ’ব। ইউপিপিএল এনডিএত থাকিব নে নাই ৰাইজে ক’ব।বিপিএফ আৰু ইউপিপিএলৰ সংঘাত এনডিএ মিটিং হ’লেই হয়তো দুয়োটা দলৰ মন গলিব পাৰে। তথাপিও আমি বিষয়টো অতি তীক্ষ্ণভাৱে চাই আছো ।

বিধানসভা নিৰ্বাচনত প্ৰাৰ্থী প্ৰক্ষেপ সন্দৰ্ভত শইকীয়াই কয়,বিজেপিয়ে প্ৰাৰ্থী পেনেল জিলা পৰ্যায়ৰ পৰা বিচৰা নাই।কিছুমান লাগি আছে, জনতাৰ পৰা আমি ৰায় লম। দলীয় সমীক্ষাৰ পিছতহে সিদ্ধান্ত লোৱা হ’ব। অৱশ্যে কেন্দ্ৰীয় সংসদীয় বৰ্ডে প্ৰাৰ্থীৰ তালিকাৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব।

আনহাতে সংবাদ মেলৰ জৰিয়তে G-RAM (G) আঁচনিক আদৰণি জনাই শইকীয়াই কয়,এই আঁচনিৰ জৰিয়তে গ্ৰাম্য অঞ্চলৰ সৰ্বাংগীন বিকাশত নতুনত্ব আনিব ৷ G RAM (G) আঁচনিৰ জৰিয়তে এতিয়াৰে পৰা ১২৫ দিন কাম কৰাৰ সুযোগ পাব ৷ দৰিদ্ৰ সীমা ৰেখা তলৰ লোক সকল যথেষ্ট উপকৃত হ’ব ।

সংবাদমেলত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ ৰঞ্জন শৰ্মা সহ কে’বাগৰাকী জ্যেষ্ঠ নেতা ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Addressing Dilip SaikiaPressmeetstate bjp hq
publisher

publisher

Related Posts

Jio টাৱাৰ আছে, নেটৱৰ্ক নাই
Assam

Jio টাৱাৰ আছে, নেটৱৰ্ক নাই

September 22, 2026
হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী
Assam

হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

September 22, 2026
Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ
Assam

Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

September 22, 2026
GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট
Assam

GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

September 22, 2026
IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ
Assam

IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

September 22, 2026
তেজপুৰৰ পদুম পুখুৰীৰ সৌন্দর্যবর্ধনৰ সাত কোটিৰ আঁচনি ৰূপায়ণতো দুর্নীতি

September 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d