Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    ৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

    পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    ১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

    হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

নতুন বছৰত নতুন ব্যৱসায়

সহায় ল'ব পাৰে এইকেইটা সংস্থাৰ...

publisher by publisher
January 15, 2026
in Lifestyle
Reading Time: 1 min read
0
নতুন বছৰত নতুন ব্যৱসায়
2
SHARES
20
VIEWS
ShareShareShareShare

RelatedPosts

khoang:অভিনৱ ধাৰণাৰে ব্যৱসায় কৰি দেশজুৰি চৰ্চিত তিনি বন্ধু

প্ৰযুক্তিৰ সহজলভ্যতাৰ বাবে আজিৰ তাৰিখত মাত্র এটা ক্লিকতে যিকোনো কঠিন কাম সহজে কৰিব পৰা হৈছে। বেংক একাউন্ট খোলাৰ পৰা আৰম্ভ কৰি ৰেল বা বিমানৰ টিকট বুক কৰা, জোতা, কাপোৰ, খাদ্য-সামগ্রী ক্রয় কৰালৈ সকলোখিনিয়ে আজিকালি অনলাইনযোগে সমাধা কৰিব পাৰি।

ADVERTISEMENT

সেয়ে এতিয়া সকলো ব্যবসায়ীৰে লক্ষ্য ডিজিটেল ভাৰতৰ অংশ হোৱা। যিসকল ব্যৱসায়ীৰ অফলাইন ব্যৱসায় আছে তেওঁলোকেও আনকি অধিক গ্রাহক পাবলৈ ডিজিটেল পৃথিৱীত খোজ দিয়াৰ সুৰুঙা বিচাৰি ফুৰিছে।

অৱশ্যে প্রযুক্তিৰ ব্যৱহাৰত বিশেষ জ্ঞান নথকা বহু ব্যৱসায়ীৰ বাবে অফলাইন ব্যৱসায় এটা অনলাইন প্লেটফর্মলৈ অনাটো এতিয়াও যেন এক কঠিন কাম। এই প্রতিবেদনত এনে কেইটামান ডিজিটেল প্লেটফৰ্মৰ বিষয়ে পঢ়িবলৈ পাব, যাৰ দ্বাৰা অফলাইন ব্যৱসায় খুব সহজে অনলাইনলৈ বিস্তাৰিত কৰিব পাবি…

কিউপে

দোকান, বেৰহাউছ বা কার্যালয়ক ডিজিটেল দোকানলৈ ৰূপান্তৰ কৰাৰ বাবে কিউপে হৈছে সর্বশ্রেষ্ঠ বিকল্প। অর্ডাৰ, লেনদেন, ডেলিভাৰীৰ পৰা মার্কেটিংলৈকে, ইয়াত সকলো কৰিব পাৰি। ইয়াৰ বাবে বহুত বেছি টকা খৰচৰো প্ৰয়োজন নাই। আনহাতে,ব্যৱসায়ী বা প্রতিষ্ঠানৰ কোনো ধৰণৰ গোপনীয় তথ্য কিউপেৰ দ্বাৰা নিয়ন্ত্রণ কৰা নহয়। ছাবস্ক্রিপছন মডেলত চলে বাবে এই প্লেটফর্মত, ব্যৱসায়ীসকলে তেওঁলোকৰ অনলাইন দোকান বিনামূলীয়াকৈ খুলিব পাৰে।

ডটপে

অনলাইন বজাৰৰ খুচুৰা বিক্রেতাসকলৰ সকলো ধৰণৰ ব্যবসায়িক সমাধান লৈ আহিছে ডটপে নামৰ সংস্থাটোরে। অনলাইন দোকান খোলা, মার্কেটিং ছ্যুট, পৰিশোধ আৰু ডেলিভাৰী আদি সকলো কাম এটা ক্লিকতে সমাধান কৰিব পাৰি এই প্লেটফর্মত। ডটপে পোনপ্ৰথমবাৰৰ বাবে ২০২০ৰ মাৰ্চত বজাৰলৈ আহিছিল।

দুকান

হাতত স্মার্টফোন এটা থাকিলে মাত্র ৩০ ছেকেণ্ডতে, যিকোনো ব্যক্তি বা প্রতিষ্ঠানে ‘দুকান’ নামৰ অনলাইন প্লেটফর্মত নিজা ই-কমার্চ দোকান খুলিব পাৰে। দুকানে ক্ষুদ্র আৰু মজলীয়া ব্যৱসায়ীসকলক তেওঁলোকৰ ব্যৱসায়ৰ ডিজিটেলকৰণত সহায় কৰাৰ লগতে হোৱাটছএপযোগে সামগ্রী বিক্রী কৰাৰ সুবিধা প্ৰদান কৰে। প্লে ষ্টোৰৰ পৰা সহজতে দুকান নামৰ এই এপটো ডাউনলোড কৰি ব্যৱসায়ীসকলে নিজৰ ব্যৱসায়ৰ নাম পঞ্জীয়ন কৰিব পাৰে। তাৰ পাছত কি কি সামগ্রী বিক্ৰী কৰিব খোজে তাৰ এখন তালিকা এপটোত জমা দিলেই কাম শেষ। উল্লেখ্য যে এই এপটো কেৱল অনলাইন ক্রয়-বিক্রয়ৰ বাবেই মুকলি কৰা হৈছে।

শ্বপমেটিক

শ্বপমেটিক হৈছে ছিংগাপুৰ-আধাৰিত এক প্রযুক্তি প্রতিষ্ঠান। এই প্রতিষ্ঠানে ই-বাণিজ্যৰ বজাৰখনত ক্ষুদ্র ব্যবসায় আৰম্ভ কৰা উদ্যোগীসকলক সহায় কৰে। শেহতীয়াকৈ ছিংগাপুৰৰ ৰিটেইল মেনেজমেন্ট ছলিউচন কোম্পানীৰ স’তে চুক্তিবদ্ধ হৈছে এই প্রতিষ্ঠানটো। শ্বপমেটিকৰ উদ্দেশ্য হৈছে মুখ্যতঃ খুচুৰা বজাৰৰ প্রয়োজনীয়তা পূৰণ কৰা। ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায়ীসকলক খুচুৰা গ্রাহকৰ ওচৰলৈ যোৱাত সহায় কৰি আহিছে শ্বপমেটিকে।

মীশো

মীশো হৈছে এক ভাৰতীয় ই-কমার্চ প্লেটফর্ম। ই ক্ষুদ্র ব্যৱসায়ীসকলক সামাজিক মাধ্যমৰ জৰিয়তে তেওঁলোকৰ সামগ্রী বিক্রী কৰাত সহায় কৰে। মীশোৰ জৰিয়তে, ব্যবসায়ীসকলে হোৱাটছএপ, ফেচবুক, ইনস্টাগ্রামতে অনলাইন দোকান খুলিব পাৰে। সম্প্রতি মীশোরে বহু ঠাইৰ পৰা পুঁজি সংগ্ৰহ কৰি আছে আৰু ই দেশৰ দ্রুততম বিকাশশীল ই-কমার্চ প্লেটফর্ম হিচাপে পৰিগণিত হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: New Business
publisher

publisher

Related Posts

পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!
Lifestyle

পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

October 17, 2026
কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল
Lifestyle

কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

October 10, 2026
শেৱালি ফুলৰো আছে ঔষধি গুণ
Lifestyle

শেৱালি ফুলৰো আছে ঔষধি গুণ

October 4, 2026
গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি
Lifestyle

গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

October 4, 2026
ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?
Lifestyle

ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

September 28, 2026
হাতৰ জোৰাৰ ক’লা দাগ
Lifestyle

হাতৰ জোৰাৰ ক’লা দাগ

September 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d