Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

    মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

    মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

    মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    জিএমচিয়ে নলা-নর্দমা পৰিষ্কাৰ নকৰাত জীয়াতু ভুগিছে মহানগৰে

    জিএমচিয়ে নলা-নর্দমা পৰিষ্কাৰ নকৰাত জীয়াতু ভুগিছে মহানগৰে

    শ্বিলঙত অসমৰ ১৫খনকৈ পৰ্যটকৰ বাহন ভঙাক লৈ উত্তপ্ত পৰিস্থিতি যোৰাবাটত

    শ্বিলঙত অসমৰ ১৫খনকৈ পৰ্যটকৰ বাহন ভঙাক লৈ উত্তপ্ত পৰিস্থিতি যোৰাবাটত

    বিভাগৰ নাম সলনিয়ে সাৰ, অসমত চৰকাৰী ফাইলতহে বতৰ পৰিৱৰ্তন ৰোধৰ উদ্বেগ

    বিভাগৰ নাম সলনিয়ে সাৰ, অসমত চৰকাৰী ফাইলতহে বতৰ পৰিৱৰ্তন ৰোধৰ উদ্বেগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

শশ খিলঞ্জীয়া মুছলমানৰ নাম কৰ্তন

publisher by publisher
January 25, 2026
in Assam, News
Reading Time: 1 min read
0
বিশেষ পুনৰীক্ষণ: নীতি-নিয়ম ভংগ কৰি একোজন লোকে শশ নাগৰিকৰ বিৰুদ্ধে আপত্তি দাখিলৰ অভিযোগ
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

Woman Voter : দেশৰ মহিলা ভোটদাতাৰ সংখ্যা ৪৮ শতাংশ, মহিলা বিধায়কৰ সংখ্যাৰ ১৫ শতাংশ

ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ (এছআৰ)ক লৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কোনো হিন্দু তথা খিলঞ্জীয়া মুছলমানৰ বিৰুদ্ধে অভিযোগ দাখিল হোৱা নাই বুলি কৰা দাবীৰ বিপৰীত ছবি ৰাজ্যৰ বিভিন্ন স্থানত দেখাৰ অভিযোগ উত্থাপন হৈছে। আনকি গোৱালপাৰা জিলাত খিলঞ্জীয়া মুছলমান তথা গৰিয়া সম্প্ৰদায়ৰ এজন মুক্তিযোদ্ধাৰ পৰিয়ালৰ সদস্যৰ বিৰুদ্ধেও ভুৱা অভিযোগ দাখিল হোৱাৰ মৃত ব্যক্তিৰ নাম ব্যৱহাৰৰ তথ্য পোহৰলৈ আহিছে।

ADVERTISEMENT

ইতিমধ্যে ধুবুৰীৰ চাপৰত শ শ খিলঞ্জীয়া মুছলমানৰ বিৰুদ্ধে ভুৱা অভিযোগ দাখিলৰ তথ্য ফাদিল হৈছে। এনে অৱস্থাতে বহাৰ বিধায়ক শশীকান্ত দাসৰ ছত্রছায়াতে একাংশ লোকে সমষ্টিটোৰ শশ নিৰীহ মুছলমান লোকৰ বিৰুদ্ধে ভুৱা অভিযোগ দাখিল কৰাৰ অভিযোগ উত্থাপন হৈছে। উল্লেখ্য যে শোণিতপুৰত এজন পঞ্চায়ত সভাপতিৰ চক্ৰান্তত এশ লোকৰ বিৰুদ্ধে ভুৱা অভিযোগ দাখিল কৰোৱাৰ তথ্য ইতিমধ্যে ফাদিল হৈছে। চৌদিশে এছআৰক লৈ এনে বিতর্ক সৃষ্টি হোৱাত নির্বাচন আয়োগে পৰিস্থিতি চন্তালি লোৱাৰ চেষ্টা চলাই ৰাইজক অযথা শংকিত নহ’বলৈ আহ্বান জনাইছে।

বিধায়কৰ ঘৰৰ পৰাই মুছলমানৰ ভোট কৰ্তনৰ গভীৰ ষড়যন্ত্র!ৰহাৰ বিধায়ক শশীকান্ত দাসৰ ছত্ৰছায়াত ভোটাৰ তালিকাৰ পৰা নাম কর্তন কৰোৱাৰ ষড়যন্ত্র চলা বুলি কালি এখন সংবাদমেলত সৰৱ হৈ উঠে নগাঁও জিলা পৰিষদৰ সদস্য আব্দুল জব্বৰ। লগতে জব্বৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাব সমালোচনাতো মুখৰ হয়। সংবাদমেলত তেওঁ কয়, ‘উন্নয়নৰ নামত নির্বাচন খেলিবলৈ সাহস নকৰা বহুবন্ধী মুখ্যমন্ত্রী ড° শর্মাই কেৱল মুছলমান ভোটাৰক নানা হাৰাশাস্তি কৰি এছআৰ আৰু সন্দেহযুক্ত নাগৰিকৰ জাননী জাৰি কৰি জাতিটোক তচনচ কৰা কাৰ্যক আমি গৰিহণা দিছো। এইবোৰ বন্ধ নকৰিলে অচিৰে আদালতৰ দ্বাৰস্থ হ’ম।’

তেওঁ লগতে অভিযোগ উত্থাপন কৰে যে বিধায়ক দাসৰ ছত্রছায়াত একাংশ পাবতগজা লোকে বহা সমষ্টিৰ শশ নিৰীহ মুছলমান ভোটাৰৰ বিৰুদ্ধে ভুৱা অভিযোগ দাখিল কৰিছে। এনে ভুৱা অভিযোগকাৰীৰ বিৰুদ্ধে তেওঁ আইনগত ব্যৱস্থা গ্রহণ কৰিব বুলিও হুংকাৰ দিয়ে। জব্বৰে কয়, ‘ভুৱা অভিযোগকাৰীসকল ক্রমে ৰহাৰ ফলিহামাৰীৰ মিন্টু নাথ, মুগাচুতিয়া গাঁৱৰ মানস পাটৰ, বামুণীজানৰ নৱজ্যোতি ভট্টাচার্য, ভাস্কৰ দত্ত, টিকেনজ্যোতি ঠাকুৰীয়া, লক্ষ্যধৰ ডেকাৰজা আৰু গুণমনি হীৰাৰ বিৰুদ্ধে আইনগত ব্যৱস্থা লোৱা হ’ব।’

সংখ্যালঘু ভোটৰে বিধায়ক হোৱাৰ সপোন পূৰণ কৰা দাসে সংখ্যালঘু ৰাইজৰ দুখ-দুর্দশাৰ খবৰ নলৈ শেহতীয়াভাৱে নিজৰ ঘৰৰ পৰাই সাংগোপাংগক লৈ ভোট কৰ্তনৰ গভীৰ ষড়যন্ত্রত নামি পৰা বুলিও জিলা পৰিষদৰ সদস্যজনে অভিযোগ উত্থাপন কৰে।

ৰাজ্যৰ অৰ্থনীতিক ধ্বংস কৰা বিজেপিয়ে ভোট চুৰি কৰি নিৰ্বাচনী বৈতৰণী পাৰ হ’বলৈ বিচাৰিছে: আমিনুল

এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামে শনিবাৰে অভিযোগ উত্থাপন কৰে যে বিশেষ পুনৰীক্ষণৰ নামত ভোট চুৰিৰ জৰিয়তে ২০২৬ত বিজেপিয়ে পুনৰ ক্ষমতা দখল কৰিবলৈ বিচাৰিছে। কালি এখন সভাত ভাষণত বিধায়কজনে বিজেপি আৰু নির্বাচন আয়োগক চোকা ভাষাৰে সমালোচনা কৰি কয়, ‘বিভিন্ন উৎসৰ পৰা ঋণ লৈ ৰাজ্যৰ অর্থনীতিক ধ্বংস কৰা বিজেপিয়ে ভোট চুৰি কৰি ২০২৬ৰ নিৰ্বাচনী বৈতৰণী পাৰ হ’বলৈ বিচাৰিছে। নির্বাচন আয়োগৰ নিচিনা সাংবিধানিক সংস্থাক শাসক দলে শাখা সংগঠনত পৰিণত কৰিলে। ভোটাৰ তালিকাৰ বিশেষ নিৰীক্ষণৰ নামত বাছি বাছি সংখ্যালঘু ভোটাৰসকলৰ বিৰুদ্ধে ভুৱা অভিযোগ দাখিল কৰা হৈছে।’ বিধায়কজনে ভাষণত মুখ্যমন্ত্রী ড° শৰ্মাকো কটাক্ষ কৰে।

গোৱালপাৰাত মুক্তিযোদ্ধাৰ পৰিয়ালৰ সদস্যৰ বিৰুদ্ধে ভুৱা অভিযোগ

গোৱালপাৰাত একাংশ মুক্তিযোদ্ধা পৰিয়ালৰ সদস্যৰ বিৰুদ্ধেও ভুৱা অভিযোগ দাখিলৰ তথ্য পোহৰলৈ আহিছে। মুক্তিযোদ্ধা তথা গোৱালপাৰা চহৰৰ ভাটিপাৰাৰ নিজামুদ্দিন আহমেদৰ পৰিয়ালৰ সদস্যৰ বিৰুদ্ধে নির্বাচন আয়োগক ভুৱা অভিযোগ দাখিলৰ অভিযোগ উত্থাপন হৈছে। স্বাধীনতা আন্দোলনত জড়িত হৈ কে’বাবাৰো কাৰাবাস খটা আহমেদৰ পৰিয়ালৰ সদস্যৰ বিৰুদ্ধে সন্দেহযুক্ত নাগৰিকৰূপে ভুৱা অভিযোগ দাখিল হৈছে। পৰিয়ালটোৰ সদস্যবর্গই প্রকাশ কৰা অনুসবি মুক্তিযোদ্ধা আহমেদৰ প্রথম পুত্র জয়নাল আবেদিন আৰু তেওঁৰ পুত্ৰসকল ক্রমে আনারুল হক আবেদিন, মুজাহাৰুল হক আবেদিন, নাছিমুল হক আবেদিন, আজিজুল হক আবেদিন আৰু জিয়াৰুল হক আবেদিনৰ বিৰুদ্ধে অভিযোগ দাখিল হৈছে।

কেৱল সেয়াই নহয়, মুক্তিযোদ্ধাজনৰ দ্বিতীয় পুত্র জয়নুল আবেদিনৰ পুত্ৰসকল ক্রমে আমিনুল হক আবেদিন, আনিছুল হক আবেদিন, বাইছুল হক আবেদিন আৰু ছাইদ ইছাম আবেদিনৰ বিৰুদ্ধেও অভিযোগ দাখিল হৈছে। অথচ মুক্তিযোদ্ধা আহমেদৰ পত্নী জাকিয়া আহমেদে এতিয়ালৈকে মুক্তিযোদ্ধাৰ পেন্সন লাভ কবি আছে। গতিকে তেওঁৰ নাতিয়েককেইজনৰ বিৰুদ্ধে সন্দেহজনক নাগৰিকৰ অভিযোগ দাখিল হোৱা কার্যক বহুতে সহজভাবে ল’ব পৰা নাই। ইয়াৰ বিপৰীতে ভুৱা অভিযোগৰ ভুক্তভোগীসকলৰ মাজত হাহাকাৰ লাগিছে। কেবল এয়াই নহয়, আন এজন মুক্তিযোদ্ধা আফতাব উদ্দিন আহমেদৰ পুত্র নাফিকুল হুছেইনৰ দুই কন্যা আয়েছা তাবাচুম আৰু মাইছা তাবাচুমৰ বিৰুদ্ধেও ভুৱা অভিযোগ দাখিল হোৱাৰ তথ্য পোহৰলৈ আহিছে।

আশ্চর্যজনক যে এইসকলৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা কার্তিক বসাক নামৰ লোকজনৰ কিছু বছৰ পূৰ্বে মৃত্যু হৈছে বুলি স্থানীয় বুথ পৰ্যায়ৰ বিষয়া (বিএলঅ’) বিশ্বজিৎ লাহৰীয়ে জানিবলৈ দিছে।

শোণিতপুৰৰ শইকীয়া চুবুৰি-শ’লমাৰাত শতাধিক খিলঞ্জীয়া মুছলমানৰ নাম কৰ্তন

শোণিতপুৰৰ শইকীয়া চুবুৰি আৰু শ’লমাৰাৰ শতাধিক খিলঞ্জীয়া মুছলমানৰ নাম ভুৱা অভিযোগৰ ভিত্তিত ভোটাৰ তালিকাৰ পৰা কৰ্তন হোৱাৰ তথ্য পোহৰলৈ আহিছে। অভিযোগ অনুসৰি শোণিতপুৰ জিলা বিজেপিৰ পৰোৱাস্থিত কাৰ্যালয়ৰ পৰাই ভাগে ভাগে বিজেপি কর্মীক বিতৰণ কৰি তেওঁলোকৰ পৰাই জধে-মধে ভুৱা অভিযোগ দাখিল কৰি একাংশ ধর্মীয় সংখ্যালঘুৰ নাম ষড়যন্ত্রমূলকভাবে কর্তন কৰা হৈছে। সম্প্রতি জিলাখনত নেমছু নামৰ জিলা সংগঠনটোৱে গুদামঘাটত এক সজাগতা সভাৰ আয়োজন কৰি সংখ্যালঘু জনতাক ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণক লৈ আতংকিত নহ’বলৈ আহ্বান জনাইছে।

বিজেপিয়ে সাতামপুৰুষীয়া ঐক্য-সম্প্রীতি বিনষ্ট কৰিছে: খিলঞ্জীয়া সুৰক্ষা বাহিনী

ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ নামত ৰাজ্যৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত সাতামপুৰুষীয়া ঐক্য-সম্প্রীতি বিনষ্ট নকৰিবলৈ সকীয়াই দিছে খিলঞ্জীয়া সুৰক্ষা বাহিনী, অসমে। এক বিবৃতিত সংগঠনটোৰ অধ্যক্ষ গোবিন্দ গায়ন আৰু সচিব প্রধান কৃষ্ণকান্ত দাসে কয়, ‘সম্প্রতি ভোটাৰ তালিকা সশোধনীৰ নামত চৰকাৰত অধিষ্ঠিত বিজেপিয়ে জধে-মধে বাতিটোৰ ভিতৰতে কিছুমান অজ্ঞাত লোকৰ হতুৱাই অভিযোগ দি অসমৰ সাতামপুৰুষীয়া ঐক্য-সম্প্রীতি বিনষ্ট কৰাৰ লগতে খিলঞ্জীয়া মুছলমানসকলকে ধৰি প্ৰকৃত ভাৰতীয় নাগৰিককো হাৰাশাস্তি কৰি এক অস্থিৰ পৰিবেশৰ সৃষ্টি কৰিছে। ই গৰিহণাৰ যোগ্য।’ ধৰ্মৰ ভিত্তিত আলী, ৰহমান, খান, ওচমান, আহমেদ, খণ্ডকাৰ আদি উপাধি দেখিলেই অভিযোগ আনি ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰা কাৰ্য কেতিয়াও গ্রহণযোগ্য নহয় বুলি খিলঞ্জীয়া সুৰক্ষা বাহিনীয়ে স্পষ্ট কৰি দিছে। সুৰক্ষা বাহিনীয়ে লগতে কয় যে বিদেশীৰ নামত ধৰ্মীয় মেককৰণৰ পক্ষপাতী তেওঁলোক নহয়। একমাত্র শাসনৰ গাদী অনাদিকাললৈ খামুচি থাকিবৰ বাবে বিজেপিয়ে ভাৰতীয় সংবিধানক অৱমাননা কৰিছে বুলিও খিলঞ্জীয়া সুৰক্ষা বাহিনীয়ে অভিযোগ উত্থাপন কৰি এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ বিজেপিৰ দল আৰু চৰকাৰক সকীয়াই দিছে।

ৰাজনৈতিক দুষ্টচক্ৰৰ অবিবেচক কাণ্ডই খিলঞ্জীয়াৰ আত্মসম্মানত আঘাত হানিছে!

ভোটাৰ তালিকাৰ পৰা খিলঞ্জীয়া মুছলমান ভোটাৰৰ নাম কর্তন নকৰিবলৈ কালি সন্ধিয়া ধুবুৰীৰ জিলা নির্বাচনী বিষয়াক স্মাৰকপত্র প্রদান কৰে নাগৰিক মঞ্চ, চাপৰে। মঞ্চই অভিযোগ উত্থাপন কৰিছে যে ৰাজনৈতিক দুষ্টচক্রৰ এই অবিবেচক কর্ম কাণ্ডই বহু সংখ্যক খিলঞ্জীয়া অসমীয়া লোকৰ আত্মসম্মানত আঘাত হানিছে। আনকি চাপৰত অসম আন্দোলনৰ নির্যাতিত পৰিয়ালৰ সদস্যৰ ভোটাধিকাৰ কৰ্তনৰ বাবেও দুষ্টচক্রই নির্বাচন আয়োগক ভুৱা অভিযোগ দাখিল কৰা বুলি মঞ্চই অভিযোগ উত্থাপন কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Voter
publisher

publisher

Related Posts

নৱেম্বৰত প্ৰকাশ পাব কংগ্রেছ নেত্রী ছোনিয়াৰ আত্মজীৱনী : খোল খাব বহু ৰহস্য
India

নৱেম্বৰত প্ৰকাশ পাব কংগ্রেছ নেত্রী ছোনিয়াৰ আত্মজীৱনী : খোল খাব বহু ৰহস্য

August 20, 2026
ধেমাজিৰ জীয়াধল কুমতীয়া নদীৰ সোঁপাৰৰ গাইড বান্ধত ব্যাপক খহনীয়া
Assam

ধেমাজিৰ জীয়াধল কুমতীয়া নদীৰ সোঁপাৰৰ গাইড বান্ধত ব্যাপক খহনীয়া

August 20, 2026
১২ বছৰে সম্পূৰ্ণ নহ’ল তিনিচুকীয়া নগৰ পানীযোগান আঁচনি
Assam

১২ বছৰে সম্পূৰ্ণ নহ’ল তিনিচুকীয়া নগৰ পানীযোগান আঁচনি

August 20, 2026
প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী
International

প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী

August 20, 2026
মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই
Assam

মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

August 20, 2026
মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা
Assam

মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

August 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d