Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

মাথোঁ তিনি বছৰতে ৩৫০ বৰ্গকিলোমিটাৰৰ বন আৱৰণি হ্রাস অসমকে ধৰি ১৩ ৰাজ্যত

publisher by publisher
March 16, 2026
in India, News
Reading Time: 1 min read
0
মাথোঁ তিনি বছৰতে ৩৫০ বৰ্গকিলোমিটাৰৰ বন আৱৰণি হ্রাস অসমকে ধৰি ১৩ ৰাজ্যত

Glimpses of the new Parliament Building, in New Delhi

2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

VP Election2025: আজি দেশৰ উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচন

Mallikarjun Kharge: ‘মহাকুম্ভত প্রাণ হেৰুৱাইছে এহেজাৰ জন ভক্তই

Bhupen Bora meets Rahul Gandhi:সাংসদ পদ ঘূৰাই পোৱাৰ পিছতে দিল্লীৰ সংসদ ভৱনৰ সমুখত ৰাহুল গান্ধীক সাক্ষাৎ ভূপেন বৰাৰ

Parliament House:✒️বৰষুণৰ পৰিমাণ হ্রাস পোৱাৰ বাবে চৰকাৰে নির্বিচাৰে গছ কটা কার্যক বহুতে দোষাৰোপ কৰে। কাৰণ শেহতীয়াভাৱে ঘাইপথ নির্মাণকে ধৰি বিভিন্ন কাৰণত অসমতো ব্যাপক হাৰত গছ-বন ধ্বংস কৰা হৈছে। এনে অৱস্থাতে কেন্দ্রীয় চৰকাৰে সংসদত প্রকাশ কৰিছে এক উদ্বেগজনক তথ্য।

ADVERTISEMENT

সংসদৰ চলিত বাজেট অধিবেশনত কেন্দ্রীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তনৰ ৰাজ্য মন্ত্রী কীর্তিবর্ধন সিঙে ৰাজ্যসভাত প্ৰকাশ কৰা এক তথ্য অনুসৰি মাথোঁ তিনি বছৰতে অসমকে ধৰি দেশৰ ১৩ খন ৰাজ্যত বন আৱৰণি ৩৫০ বর্গকিলোমিটাৰৰো অধিক হ্রাস পায়।

এনে উদ্বেগজনকভাবে বন আৱৰণি হ্রাস পোৱা এই ১৩ ৰাজ্য হৈছে হিমালীয় অঞ্চলৰ। মন্ত্রী সিঙে প্রকাশ কৰা অনুসৰি ২০২১ৰ পৰা ২০২৩ৰ সময়ছোৱাত এই ১৩ ৰাজ্যৰ বন আৱৰণিৰ পৰিসৰ পূৰ্বৰ ১৫,০৭৫.৭ বর্গকিলোমিটাৰৰ পৰা ১৫,৪২৭.১১ বর্গকিলোমিটাৰলৈ হ্রাস পায়।

অর্থাৎ মাথোঁ তিনিটা বছৰতে এই বাজ্যসমূহৰ বনভূমি ৩৫০ বর্গকিলোমিটাৰৰো অধিক হ্রাস পায়। এনেদৰে বন আৱৰণি হ্রাস পোৱা এই ১৩ ৰাজ্যৰ আনসমূহ হ’ল জম্মু-কাশ্মীৰ, লাডাখ (কেন্দ্রীয় শাসিত অঞ্চল), উত্তৰাখণ্ড, হিমাচল প্রদেশ, অৰুণাচল প্রদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নগালেণ্ড, ছিকিম, ত্রিপুৰা আৰু পশ্চিমবংগ।

আনহাতে, মন্ত্রী সিঙে সংসদত প্রকাশ কৰা তথ্য অনুসৰি ২০২৪-২৫ত ৰেলৰ খুন্দাতে এই ৰাজ্যসমূহত ১২ টা হাতীৰ মৃত্যু হয়। লক্ষ্যণীয় যে যানবাহনৰ খুন্দাত মৃত্যু হোৱা হাতীৰ তথ্য কেন্দ্রীয় বন আৰু পৰিৱেশ মন্ত্রণালয়ে সংগ্ৰহ নকৰে।

দুর্ঘটনাৰ ক্ষেত্ৰত কেৱল বেলৰ খুন্দাত হতাহত হাতীৰ তথ্যহে এই মন্ত্রণালয়ে প্রকাশ কৰে। কেন্দ্রীয় বন আৰু পৰিৱেশ মন্ত্রণালয়ে সমগ্র দেশৰ স্পৰ্শকাতৰ ৰেলপথসমূহৰ ৰেলৰ খুন্দাত হাতী আৰু আন বন্যপ্রাণী হতাহত হোৱাৰ ঘটনা ৰোধক লৈ এক প্রতিবেদনো প্রকাশ কৰিছে।

ইপিনে, ভিন্ন কাৰণত বিগত সময়ত ভাৰততো তাপমাত্রা বৃদ্ধি পাবলৈ ধৰিছে। কেন্দ্ৰৰ শেহতীয়া তথ্য অনুসৰি ১৯০১ৰ পৰা ২০১৮ৰ ভিতৰত দেশত গড় তাপমাত্রা ০.৭ ডিগ্রী চেলচিয়াছ বৃদ্ধি পায়। অতি মাত্রা বৰষুণ, অতিমাত্রা গৰম প্ৰৱাহ আৰু ঘূর্ণী প্ৰতিৰোধৰ বাবে চৰকাৰে ব্যৱস্থা গ্রহণ কৰিছে বুলিও কোৱা হৈছে।

শেহতীয়াভাবে কেন্দ্রীয় ভূবিজ্ঞান মন্ত্রণালয়ে দেশত জলবায়ু পৰিবৰ্তনৰ প্ৰভাৱ সম্পর্কে এক প্রতিবেদন প্রকাশ কৰিছে। দেশত জলবায়ু পৰিৱৰ্তনৰ বাবে ঘাইকৈ সেউজ গৃহ নির্গমনক জগৰীয়া কৰা হৈছে।

ইপিনে, ৮,৭৮০ মেগাৱাট বিদ্যুৎ উৎপাদনক্ষম ২৪ টা পৰমাণু শক্তিকেন্দ্ৰ স্থাপনৰ কাম কেন্দ্ৰীয় চৰকাৰে কৰি আছে। এই প্রকল্পসমূহ ২০৩১-৩২ৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলি আশা কৰা হৈছে। আনহাতে ২০২৫ৰ ভিতৰত দেশে পেট্র’লত ২০ শতাংশ ইথানল মিহলাই বুলিও কেন্দ্রই শেহতীয়াভাবে তথ্য প্রকাশ কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Parliament House
publisher

publisher

Related Posts

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

October 2, 2026
বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d