Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    Auto Draft

    শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

    তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Mallikarjun Kharge: ‘মহাকুম্ভত প্রাণ হেৰুৱাইছে এহেজাৰ জন ভক্তই

খাৰ্গেৰ মন্তব্যত উত্তাল সংসদ

publisher by publisher
February 4, 2025
in India, News
Reading Time: 2 mins read
0
Mallikarjun Kharge: ‘মহাকুম্ভত প্রাণ হেৰুৱাইছে এহেজাৰ জন ভক্তই
3
SHARES
28
VIEWS
ShareShareShareShare

RelatedPosts

মাথোঁ তিনি বছৰতে ৩৫০ বৰ্গকিলোমিটাৰৰ বন আৱৰণি হ্রাস অসমকে ধৰি ১৩ ৰাজ্যত

AICC Rally in Delhi:সত্যক ৰক্ষা কৰিয়েই মোদী-শ্বাহক গাদীৰ পৰা ওফৰোৱাৰ হুংকাৰ ৰাহুলৰ

VP Election2025: আজি দেশৰ উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচন

Mallikarjun Kharge:

প্ৰয়াগৰাজত অনুষ্ঠিত মহা কুম্ভত পদপিষ্ট হৈ মৃত্যু হৈছে এহেজাৰ লোক ! সোমবাৰে ৰাজ্যসভাত ভাষণ দি এই মন্তব্য কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ। তেওঁৰ এই দাবীৰ বাবেই উত্তাল হৈ পৰে সংসদ । আপত্তি জনাই ,ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখড়ে। তেওঁ নিজৰ বক্তব্য প্ৰত্যাহাৰ কৰিবলৈ নিৰ্দেশ দিলে খাৰ্গেক।

ADVERTISEMENT

শনিবাৰে আৰম্ভ হয় সংসদৰ বাজেট অধিৱেশন। সোমবাৰে অধিৱেশন আৰম্ভ হোৱাৰ পাছত, বিৰোধী সাংসদসকলে কুম্ভৰ বিষয়টো উত্থাপন কৰে। লোকসভাৰ সমান্তৰালকৈ ইয়াৰ প্ৰভাৱ ৰাজ্যসভাতো বিয়পি পৰে । বক্তব্য ৰাখি খাৰ্গে কয় যে, “মহাকুম্ভত ১০০০ লোকৰ মৃত্যু হৈছে।” খাৰ্গৰ মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি অধ্যক্ষ জগদীপধনখড়ে কয় যে, ইয়াত উপস্থাপন কৰা বক্তব্যৰ বেলেগ গুৰুত্ব আছে।

আপোনাৰ বক্তব্যত তাত থকা সকলোৱে স্তম্ভিত হৈ পৰিছে। ইয়াত উপস্থাপন কৰা ভাষণ সমগ্ৰ বিশ্বৰ মাজলৈ যায়। ভুল হ’লেও। এই বিবৃতি প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ জনালোঁ।” লগতে শাসকীয় দলৰ সাংসদসকলে খাৰ্গৰ মন্তব্যক গৰিহণা দিয়ে।

ওলোটাই খাৰ্গে কয়,যদি আপুনি মোৰ ভুল হোৱা বুলি কয়, তেন্তে চৰকাৰে কিমান লোকৰ মৃত্যু হৈছে তাৰ প্ৰতিবেদন প্ৰকাশ কৰক।” কাকো দোষী সাব্যস্ত কৰিবলৈ মই ‘হেজাৰ’ শব্দটো ব্যৱহাৰ কৰা নাই। কিন্তু কিমান লোকৰ মৃত্যু হৈছে সেই তথ্য ৰাজহুৱা হওঁক। ভুল হ’লে ক্ষমা বিচাৰিছো।

কিন্তু তেওঁলোকে মৃত আৰু সন্ধানহীনৰ সংখ্যা প্ৰকাশ কৰা উচিত। ২৯ জানুৱাৰীত  মহাকুম্ভত সংঘটিত এক পদপিষ্ট ঘটনাত কেবাজনো লোক নিহত হয়। দীৰ্ঘদিনৰ পাছত, যোগী চৰকাৰে কয় যে দুৰ্ঘটনাটোৰ ফলত ৩০ জন লোকৰ মৃত্যু হয়। অৱশ্যে, মৃতসকলৰ তালিকা এতিয়াও প্ৰকাশ কৰা হোৱা নাই।

ইফালে, বিৰোধীয়ে চৰকাৰক সংখ্যাবোৰ লুকুৱাই ৰখাৰ অভিযোগ কৰে । সোমবাৰে সংসদৰ দুয়োখন সদন এই বিষয়টোত উত্তেজিত হৈ পৰে। তেওঁলোকে মৃতসকলৰ তালিকা প্ৰকাশ কৰিবলৈ দাবী জনাই।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Mahakumbh MelaMallikarjun KhargeParliament HouseVp Jagdeep Dhankhar
publisher

publisher

Related Posts

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক
Assam

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

September 5, 2026
দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী
Assam

দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

September 5, 2026
গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা
Assam

গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

September 5, 2026
গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ
International

গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

September 5, 2026
Auto Draft
Assam

শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

September 5, 2026
তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 
Assam

তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d