Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

    মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    জিএমচিয়ে নলা-নর্দমা পৰিষ্কাৰ নকৰাত জীয়াতু ভুগিছে মহানগৰে

    শ্বিলঙত অসমৰ ১৫খনকৈ পৰ্যটকৰ বাহন ভঙাক লৈ উত্তপ্ত পৰিস্থিতি যোৰাবাটত

    বিভাগৰ নাম সলনিয়ে সাৰ, অসমত চৰকাৰী ফাইলতহে বতৰ পৰিৱৰ্তন ৰোধৰ উদ্বেগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

অবাধ বনাঞ্চল ধ্বংস-পৰিকল্পনাবিহীন দ্রুত নগৰীকৰণ-জলাভূমি-বনাঞ্চল ধ্বংসকে দায়ী কৰিলে ২০ আন্তর্জাতিক বিজ্ঞানীয়ে

publisher by publisher
August 20, 2026
in Assam, News
Reading Time: 1 min read
0
অবাধ বনাঞ্চল ধ্বংস-পৰিকল্পনাবিহীন দ্রুত নগৰীকৰণ-জলাভূমি-বনাঞ্চল ধ্বংসকে দায়ী কৰিলে ২০ আন্তর্জাতিক বিজ্ঞানীয়ে
0
SHARES
3
VIEWS
ShareShareShareShare

RelatedPosts

মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

AssamFloods : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : অবাধে বনাঞ্চল ধ্বংস আৰু পৰিকল্পনাবিহীন দ্রুত নগৰীকৰণেই হৈছে পূব অসমৰ তিনি জিলাৰ শেহতীয়া বিধ্বংসী বানৰ কাৰণ। ভাৰত, আমেৰিকা যুক্তৰাষ্ট্ৰ, ছুইডেন, নেদাৰলেণ্ড, ব্রিটেইন আদিৰ ২০ জন আন্তর্জাতিক বিজ্ঞানীয়ে এই কথা প্রকাশ কৰিছে।

ADVERTISEMENT

বিশ্ব বতৰৰ কাৰণ নির্ণয় (ডব্লিউডব্লিউএ) শীর্ষক সংস্থাৰ অধীনত এই কৃতবিদ্য বিজ্ঞানীসকলে পূব অসমৰ এই বিধ্বংসী বানৰ কাৰণ নিৰ্ণয়ৰ বাবে শেহতীয়াভাৱে এক অধ্যয়ন সম্পন্ন কৰে। বিজ্ঞানীসকলে প্ৰকাশ কৰা অনুসৰি, এই অধ্যয়নত দেখা গ’ল যে শিৱসাগৰ,যোৰহাট আৰু চৰাইদেউ জিলাৰ শেহতীয়া জলপ্ৰলয়ৰ কাৰণ বহু চর্চিত জলবায়ু পৰিৱৰ্তন নহয়। তাৰ পৰিৱৰ্তে ইয়াৰ কাৰণ হৈছে অবাধে বনাঞ্চল ধ্বংস আৰু অপৰিকল্পিতভাবে দ্রুততৰে কৰা নগৰীকৰণ।

উল্লেখ্য যে এই অধ্যয়ন সম্পন্ন কৰা ২০ জনীয়া বিজ্ঞানীৰ দলটোত আইআইটি মুম্বাই আৰু ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ দৰে প্রতিষ্ঠানৰ গৱেষকো আছে। অধ্যয়নটোৰ সম্পৰ্কত লণ্ডনৰ ইম্পেৰিয়েল কলেজৰ পৰিৱেশ নীতি কেন্দ্ৰৰ গৱেষিকা মৰিয়ম জাকাৰিয়াই কয়, ‘পূব অসমত জলবায়ু পৰিৱৰ্তনৰ ফলত চৌপাশৰ পাহাৰত প্ৰৱল বৰষুণ হৈ এই দুৰ্যোগৰ উৎপত্তি হ’ল নেকি সেয়া আমি জুকিয়াই চালো। কিন্তু দেখা গ’ল যে এই দুৰ্যোগৰ কাৰণ জলবায়ু পৰিৱৰ্তন নহয়। কাৰণ এনে পৰিমাণৰ বৰষুণ পূর্বেও অসম তথা উত্তৰ পূবত হৈছে।’

একেদৰে এই অধ্যয়ন সম্পৰ্কত ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ সঞ্চালকপ্ৰধান মৃত্যুঞ্জয় মহাপাত্রই কয়, ‘প্রতিটো দুৰ্যোগৰ বাবে জলবায়ু পৰিৱৰ্তনক দায়ী কৰা উচিত নহয়। তথ্যই কয় যে অসম তথা উত্তৰ পূবত সামগ্রিকভাৱে ঋতুকালীন বৰষুণৰ ঘাটি আছে।’

আনহাতে, উক্ত অধ্যয়নত কোৱা হয়, অপৰিকল্পিত নগৰীকৰণ, দ্রুততৰে বনাঞ্চল ধ্বংস, জলাভূমি ধ্বংস, খহনীয়া আদি হৈছে পূব অসমৰ এই বিধ্বংসী বানৰ কাৰণ।’ অধ্যয়নটোৰ সম্পৰ্কত ইম্পেৰিয়েল কলেজৰ পৰিৱেশ নীতি কেন্দ্ৰৰ জলবায়ু বিজ্ঞানৰ অধ্যাপক ফ্রেডৰিক অট্ট’বেও কয়। জলবায়ু পৰিৱৰ্তনে অধিকাংশ ভাৰতীয়ৰ জীৱন যাত্ৰা কঠিন কৰি তুলিলেও প্রতিটো দুৰ্যোগৰ বাবে জলবায়ু পৰিৱৰ্তন দায়ী নহয়। অসমৰ বিধ্বংসী বানৰ কাৰণ হৈছে পৰিৱেশ ধ্বংস আৰু আন্তঃগাঁথনিৰ সীমাবদ্ধতা।’

লক্ষ্যণীয় যে এই অধ্যয়নত লগতে আঙুলিয়াই দিয়া হৈছে যে যোৱা ১৯ জুলাই বা তাৰ পূৰ্বে যি পৰিমাণত পূব অসম বা নগালেণ্ডত বৰষুণ হৈছিল তেনে হাৰৰ বৰষুণ দুবছৰৰ পাছত আকৌ হোৱাৰ সম্ভাৱনা আছে। কেনেদৰে এনে দুর্যোগ প্রতিহত কৰিব পাৰি!

শতাধিক লোকৰ প্ৰাণহানি কৰা আৰু বিস্তৰ সা-সম্পত্তি ধ্বংস কৰা পূব অসমৰ বিধ্বংসী বানৰ লেখীয়া ভয়ংকৰ দুৰ্যোগৰ পুনৰাবৃত্তি ৰোধৰো দিহা দিছে বিশ্ব বতৰ কাৰণ নিৰূপণ সংস্থাই। সংস্থাৰ বিজ্ঞানীসকলৰ মতে, পৰম্পৰাগত মথাউৰি নিৰ্মাণ কৰি এনে বান দুর্যোগ প্রতিহত কৰিব নোৱাৰি। এনে মথাউৰিৰ বাবে ক্ষয়-ক্ষতিৰ অধিক বৃদ্ধিৰহে আশংকা আছে।

গতিকে মথাউৰি নিৰ্মাণ বা নৈক নিয়ন্ত্ৰণ কৰাৰ পৰিৱৰ্তে জলাভূমি সংৰক্ষণ, বানে ডুবুওৱা অঞ্চলসমূহত পকী উন্নয়নৰ কাম হ্রাস কৰা, নলা-নর্দমাৰ উন্নতি সাধন আদি কৰা উচিত।

আনহাতে, এই বিধ্বংসী বানে ৰাজহুৱা স্বাস্থ্য ব্যৱস্থা অধিক দুর্বল অৱস্থা তুলি ধৰিলে বুলিও এই বিজ্ঞানীসকলৰ প্রতিবেদনত কোৱা হৈছে। এনে অৱস্থাত সংক্রমণশীল ৰোগৰ প্ৰচণ্ড প্রার্দুভাৱ ঘটাৰো আশংকা কৰিছে বিজ্ঞানীসকলে।

মুঠতে এই বানে লাখ লাখ লোকৰ জীৱন-জীৱিকালৈ ভাবুকি সৃষ্টি কৰা বুলিও এই বিজ্ঞানীসকলে আঙুলিয়াই দিছে। অসমৰ ভূমি ঔপনিবেশিক কালৰ পৰাই বানৰ ক্ষেত্ৰত স্পৰ্শকাতৰ বুলিও বিজ্ঞানীসকলৰ প্ৰতিবেদনত কোৱা হৈছে। বিশেষকৈ ব্ৰহ্মপুত্ৰই বছৰি বানৰ সৃষ্টি কৰি আহিছে। ফলত ব্ৰহ্মপুত্ৰ নৈ বাহিনীৰ বাবে বিগত এটা দশকত ৰাজ্যত ১০ৰ পৰা ১৫ হেজাৰ কোটি টকাৰ ক্ষয়-ক্ষতি হ’ল বুলিও এই বিজ্ঞানীসকলে উল্লেখ কৰিছে।

#AssamFloods #AssamFloodCrisis #FloodCrisis #ClimateChange #EnvironmentalCrisis #Deforestation #Urbanisation #UnplannedUrbanisation #WetlandDestruction #ForestDestruction #EnvironmentalDamage #FloodRisk #Brahmaputra #NortheastIndia #Sivasagar #Jorhat #Charaideo #ClimateScience #GlobalWarming #NaturalDisaster

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই
Assam

মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

August 20, 2026
মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা
Assam

মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

August 20, 2026
‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’
India

‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

August 20, 2026
জিএমচিয়ে নলা-নর্দমা পৰিষ্কাৰ নকৰাত জীয়াতু ভুগিছে মহানগৰে
Assam

জিএমচিয়ে নলা-নর্দমা পৰিষ্কাৰ নকৰাত জীয়াতু ভুগিছে মহানগৰে

August 20, 2026
শ্বিলঙত অসমৰ ১৫খনকৈ পৰ্যটকৰ বাহন ভঙাক লৈ উত্তপ্ত পৰিস্থিতি যোৰাবাটত
Assam

শ্বিলঙত অসমৰ ১৫খনকৈ পৰ্যটকৰ বাহন ভঙাক লৈ উত্তপ্ত পৰিস্থিতি যোৰাবাটত

August 20, 2026
বিভাগৰ নাম সলনিয়ে সাৰ, অসমত চৰকাৰী ফাইলতহে বতৰ পৰিৱৰ্তন ৰোধৰ উদ্বেগ
Assam

বিভাগৰ নাম সলনিয়ে সাৰ, অসমত চৰকাৰী ফাইলতহে বতৰ পৰিৱৰ্তন ৰোধৰ উদ্বেগ

August 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d