Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি

    ‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

    ৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

    তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

    অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

    পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

বিভাগৰ নাম সলনিয়ে সাৰ, অসমত চৰকাৰী ফাইলতহে বতৰ পৰিৱৰ্তন ৰোধৰ উদ্বেগ

publisher by publisher
August 20, 2026
in Assam, News
Reading Time: 1 min read
0
বিভাগৰ নাম সলনিয়ে সাৰ, অসমত চৰকাৰী ফাইলতহে বতৰ পৰিৱৰ্তন ৰোধৰ উদ্বেগ
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি

‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

ClimateChange :দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: জলবায়ু পৰিৱৰ্তনৰ গুৰুতৰ প্রভাৱ পৰিছে অসমতো। এই পৰিৱৰ্তনৰ ভয়াৱহতাৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰৰ অনুকৰণত অসম চৰকাৰেও জলবায়ুৰ পৰিৱৰ্তনৰ বিষয়টো চৰকাৰী বিভাগৰ অন্তর্ভুক্ত কৰিবলগীয়া হৈছে। সেই অনুসৰি পূৰ্বৰ বন আৰু পৰিৱেশ বিভাগৰ নাম সলনি কৰি নতুনকৈ নামকৰণ কৰা হৈছে পৰিৱেশ, বন, আৰু জয়বায়ু পৰিৱৰ্তন বিভাগ।

ADVERTISEMENT

ইয়াৰ জৰিয়তে জলবায়ু পৰিৱৰ্তন তথা বতৰ পৰিবৰ্তনৰ বিষয়টো গুৰুত্বসহকাৰে লোৱা হৈছে। ইয়াৰ অংশ হিচাপে জলবায়ুৰ পৰিৱৰ্তনৰ প্ৰভাৱ নিয়ন্ত্ৰণৰ বাবে অসম চৰকাৰে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে। কে’বাখনো নীতিও গ্ৰহণ কৰা হৈছে। কিয়নো অসমত বতৰৰ ভয়াৱহ পৰিৱৰ্তন হৈছে। কিন্তু তেনে পদক্ষেপ আৰু নীতি ৰূপায়ণৰ বিপৰীতে বাজেটত ধাৰ্য কৰা হৈছে অতি ন্যূনতম পৰিমাণৰ পুঁজি।

তাতোকৈও উদ্বেগৰ বিষয়টো হ’ল যে বাজেটত ধাৰ্য কৰা পুঁজি চৰকাৰে কেৱল নথি-পত্ৰতে আৱদ্ধ কৰি ৰাখিছে। ধাৰ্য কৰা পুঁজি মোকলাই নিদিয়াৰ ঘটনাও ঘটিছে। বিভাগৰ নাম সলনি কৰাৰ পাছত যোৱা ছটা বিত্তীয় বৰ্ষত জলবায়ুৰ পৰিৱৰ্তন ৰোধৰ বাবে ধাৰ্য কৰা হয় মাত্র তিনি কোটি ১৬ লাখ টকা। সেই অনুসৰি, ২০২০-২১৩ ২৪.৮ লাখ টকা, ২০২১-২২ত ৭৩.৬৬ লাখ টকা, ২০২২-২৩ত ৭১.৮ লাখ টকা, ২০২৩-২৪৩ ৫৮.৯৫ লাখ টকা, ২০২৪-২৫৩ ৪২.৮ লাখ টকা আৰু ২০২৫-২৬ত ৪৩.৮ লাখ টকা আৱণ্টন দিয়া হয়।

কিন্তু দুর্ভাগ্যজনকভাৱে পুঁজি মোকলাই দিয়াৰ ক্ষেত্ৰত বিষয়টো এটা সীমাৰ মাজত স্থবিৰ হৈ ৰৈছে। ২০২০-২১, ২০২১-২২ আৰু ২০২২-২৩ত আৱণ্টিত পুঁজিৰ এটা অংশহে মোকলাই দিয়া হয়। তাৰ বিপৰীতে ২০২৩-২৪ আৰু ২০২৪-২৫ত বাজেটত প্রস্তাৱিত পুঁজি চৰকাৰে আৱণ্টনে নিদিলে। ফলস্বৰূপে পুঁজিৰ অভাৱত বিভাগটোৰ কাম-কাজত যতি পৰিছে।

জলবায়ু পৰিৱৰ্তনৰ ভয়াৱহতাৰ প্ৰভাৱ অসমত কিদৰে পৰিছে তাৰ উল্লেখ স্বয়ং বিভাগটোৱে কৰিছে। বাজেটত পুঁজি বিচাৰি প্ৰস্তাৱ দাখিলৰ সময়ত অসমত পৰিস্থিতিৰ জটিলতাৰ প্রতিবেদনো বিভাগটোৱে বিত্ত বিভাগক দাখিল কৰে। সেই প্ৰতিবেদনত গভীৰ উদ্বেগেৰে উল্লেখ কৰা হৈছে যে বতৰ পৰিৱৰ্তনে অসমত অস্বাভাৱিক বৰষুণৰ মাত্ৰা অধিক হোৱাৰ বিপৰীতে আৱতৰীয়া বানপানীৰ তাণ্ডৱ বৃদ্ধি হৈছে।

বনাঞ্চলৰ বাহিৰৰ পৰিৱেশটো বাদেই ভিতৰত থকা জলাশয়ৰ পৰিসীমা আৰু জলস্তৰ হ্রাস হৈছে। বেক্টেৰিয়াজনিত ৰোগৰ প্ৰভাৱ অসমত বৃদ্ধি হোৱাৰ অন্যতম কাৰণ হৈছে জলবায়ুৰ পৰিৱৰ্তন। স্বাভাৱিক সময়ত বৰষুণৰ পৰিমাণ নিম্নগামী হোৱাত কৃষি উৎপাদনত প্ৰভাৱ পৰিছে। মানুহ আৰু বন্যপ্ৰাণীৰ মাজত অসমত সংঘাত বৃদ্ধিৰো অন্যতম কাৰণ জলবায়ুৰ পৰিৱৰ্তন বুলি বিভাগটোৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে।

গৰমৰ প্রকোপত অসমত মৃত্যু আৰু ৰোগজনিত হাৰ বৃদ্ধি হোৱাৰো উল্লেখ ইয়াত কৰা হৈছে। এনে কে’বাটাও কাৰণ উল্লেখ কৰি বিভাগটোৱে গ্ৰহণ কৰা নীতিৰ উল্লেখো বিত্ত বিভাগত দিয়া প্রতিবেদনত কৰা হৈছে। তাত উল্লেখ কৰা অনুসৰি জলবায়ু পৰিৱৰ্তন ৰোধৰ বাবে অসম চৰকাৰে এতিয়ালৈকে কে’বাখনো নীতি তথা আঁচনি গ্রহণ কৰিছে।

তেনে চাৰিখন নীতি হ’ল- অসম সৌৰ শক্তি উৎপাদন প্ৰসাৰ নীতি, অসম বৈদ্যুতিক বাহন নীতি, অসম কৃষি বনানীকৰণ নীতি আৰু আছাম এনার্জি কনজাৰভেচন বিল্ডিং কোড। এই মূল বিষয়বোৰ উল্লেখ কৰি বাজেটত পৰিৱেশ, বন আৰু জলবায়ুৰ পৰিৱৰ্তনৰ বিভাগে উপযুক্ত পৰিমাণৰ পুঁজি বিচাৰে। কিন্তু তাৰ পৰিৱৰ্তে চৰকাৰে বিষয়টোৰ জটিলতাৰ তুলনাত অতি কম পৰিমাণৰ পুঁজি বাজেটত ধার্য কৰে।

এই পুঁজিও আৱণ্টন দিয়াৰ পৰা বিত্ত বিভাগ বিৰত আছে। প্রসংগক্রমে উল্লেখ যে জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱসমূহৰ স’তে মোকাবিলা কৰিবলৈ আৰু ৰাজ্যৰ জলবায়ুৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত স্থিতিস্থাপকতা শক্তিশালী কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰিৱেশ, বন, জলবায়ু পৰিৱৰ্তন মন্ত্রণালয়ৰ নিৰ্দেশাৱলী অনুসৰি অসম চৰকাৰে বিগত ২০১৫তে প্রথম অসম ৰাজ্যিক জলবায়ু পৰিৱৰ্তন কাৰ্যকৰী পৰিকল্পনা প্ৰস্তুত কৰিছিল।

ইয়াৰ পাছত ২০২১-৩০ৰ বাবে এই পৰিকল্পনা সংশোধন কৰা হয়। সংশোধিত পৰিকল্পনাখনত কৃষি আৰু সংলগ্ন খণ্ড, শক্তি, জলসম্পদ, অৰণ্য-জৈৱ বৈচিত্র্য, স্বাস্থ্য, নগৰীয়া-গাঁৱলীয়া আৱাস, দুর্যোগ প্রশমন আৰু পৰিকল্পিত শিক্ষা ক্ষেত্ৰক অন্তৰ্ভূক্ত কৰা হয়। এনেদৰে উদ্বেগজনক বিষয়টোৰ প্ৰসাৰতা অধিক বৃদ্ধি হোৱাৰ বিপৰীতে অসম চৰকাৰৰ বাজেটত ধাৰ্য কৰা পুঁজিৰ পৰিমাণ যথেষ্ট নিশকতীয়া হোৱা বুলি বিভাগটোৰ মজিয়াতে চর্চা হৈ আহিছে।

তাৰ ওপৰতে আকৌ পুঁজি মোকলাই দিয়াটো চৰকাৰে চূড়ান্ত কার্পণ্যতা প্রকাশ কৰাটো গভীৰ উদ্বেগৰ বিষয় হিচাপে পৰিগণিত হৈছে। পুঁজি আবণ্টন নিদিলেও প্রকৃতি ধ্বংস যজ্ঞ অসমত ব্যাপক ৰূপত চলিছে। প্রকৃতি ধ্বংসৰ পৰিণাম এমাহ পূর্বে পূৱ অসমত হোৱা বিধ্বংসী বান বুলিও সর্বত্র আলোচিত হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি
International

October 13, 2026
‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ
International

‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

October 13, 2026
৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম
International

৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

October 13, 2026
তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ
International

তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

October 13, 2026
অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি
International

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

October 12, 2026
পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d