Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

    মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    জিএমচিয়ে নলা-নর্দমা পৰিষ্কাৰ নকৰাত জীয়াতু ভুগিছে মহানগৰে

    শ্বিলঙত অসমৰ ১৫খনকৈ পৰ্যটকৰ বাহন ভঙাক লৈ উত্তপ্ত পৰিস্থিতি যোৰাবাটত

    বিভাগৰ নাম সলনিয়ে সাৰ, অসমত চৰকাৰী ফাইলতহে বতৰ পৰিৱৰ্তন ৰোধৰ উদ্বেগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

ব্যাপক চৰ্চাত দুৰাৰোগ্য কৰ্কটৰোগী, কবি, অভিনেতা নাৰায়ণ বৈশ্যৰ শেষ কবিতা: চিকিৎসাৰ বাবে প্ৰথমবাৰলৈ সহায় কামনা

publisher by publisher
August 20, 2026
in Assam, News
Reading Time: 1 min read
0
মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই
0
SHARES
0
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

AssamPoet : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : কৃত্রিম খাদ্য নলী, অক্সিজেন মাস্ক, থিয় হ’ব নোৱাৰা দেহৰ অৱস্থা। সৌ সিদিনালৈকে এমেচাৰ নাট্য গোষ্ঠীৰ মঞ্চ কঁপাই ৰখা নলবাৰীৰ পানীগাঁৱৰ নাৰায়ণ বৈশ্যৰ এয়া শেহতীয়া অৱস্থা। প্রকৃতার্থত এজন ভেমহীন শিল্পী তেওঁ।

ADVERTISEMENT

কাব্য চর্চা, আবৃত্তি আৰু অভিনয়ৰ লগতে পেটৰ ভাতৰ বাবে কাৰো ওচৰত হাত নাপাতি বিস্কুটৰ ফেৰী কৰিবলৈ কুণ্ঠাবোধ নকৰা নাৰায়ণ বৈশ্য। এনেবোৰ গুণৰ বাবে তেওঁ সকলোৰে প্রিয়। পত্নী আৰু এগৰাকী কণমানিক লৈ তেওঁৰ আছিল এখন ৰঙৰ সংসাৰ। কিন্তু দুৰাৰোগ্য কৰ্কটৰ কবলত পৰি সেইজন নাৰায়ণ বৈশ্যই সকলোৰে ওচৰত প্ৰাৰ্থনা জনাইছে অলপ সহায়ৰ বাবে। থৰক-বৰক খোজ, হাউলি পৰিব খোজা দেহাটোৰে দুদিন পূৰ্বে তেওঁ নলবাৰীৰ এটা ষ্টুডিঅ’ত উপস্থিত হৈ ৰেকর্ডিং কৰিলে জীৱনৰ শেষ?

কবিতা- মইতো যাম গুচি জীৱনৰ ভাও এৰি। অতি হৃদয়স্পর্শী নাৰায়ণ বৈশ্যৰ এই কবিতা সামাজিক মাধ্যমত সম্প্ৰচাৰ হোৱাৰ লগে লগে ব্যাপক চর্চালৈ আহিছে।কবিতাটোৰ লগতে তেওঁ সামাজিক মাধ্যমত প্ৰথমবাৰৰ বাবে লিখিছে- কেমোথেৰাপীয়ে
মোৰ শৰীৰটো একেবাৰে ধ্বংস কৰি দিলে, এতিয়া অন্তত এবাৰ অসমৰ বাহিৰত গৈ অলপ টেষ্ট কৰি চাবৰ মন, আর্থিকভাৱে যাব পৰা নাই। আশা কৰো আপোনাসৱৰ পৰা আৰু অকণমান সহায় পালে মৃত্যুৰ আগতে হ’লেও অলপ মনৰ আশা পূৰ হ’ব।

লগতে তেওঁ এই কবিতাটো শেষ কবিতা বুলি প্রকাশ কৰিছে। তেওঁ কৈছে- ‘এইটো হ’ল মোৰ জীৱনৰ অন্তিম কবিতা। উদ্দেশ্য এটা আছিল নৱ প্ৰজন্মক এটা বার্তা দিয়া। এজন ল’ৰা বা ছোৱালী কেনেদৰে বাট এৰি অবাটে যায়, তাৰ বাবে দায়ী কোন, ঘৰখনৰ লগতে সমাজ ব্যবস্থাও জড়িত হৈ থাকে যদিহে সৰুতে মৰমৰ বাহিৰে অন্যখিনিত গুৰুত্ব নিদিওঁ। যদি মানৱসম্পদ ধ্বংস হয় সমাজ কেতিয়াও উন্নত নহয় । আশা কৰো এই বাৰ্তাৰ সার্থকতা আহিলে মোৰ কবিতাটো সম্পূর্ণ হ’ব। মইটো যাম গুচি জীৱনৰ ভাও এৰি ‘গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই। তেওঁলোকে আৰু নোৱাৰে। শেষত মই মৃত্যু ভয় নকৰো, যাৰ যেতিয়া যাব লগা থাকে তেতিয়া যাবই, কেৱল মনৰ কৰণীয়খিনি কৰিব পাৰিলে ভাল।’

উল্লেখ্য যে নাৰায়ণ বৈশ্য কেৱল কবিতাৰ বাবে কবিতা লিখা বা শিল্পৰ বাবে অভিনয় কৰা শিল্পী নহয়। তেওঁ নিজৰ ঘৰ আৰু জীৱনক সদায় কবিতা আৰু নাটকৰ পৰা অভিন্ন কৰি চলি আহিছে। নাৰায়ণৰ ঘৰত এবাৰৰ বাবে ভৰি থোৱাজনেও উপলব্ধি কৰিব তেওঁৰ সংস্কাৰৰ কথা।

সেইজন কবি- শিল্পীয়ে যোৱা কেইবছৰ মানৰ পৰা দুৰাৰোগ্য কৰ্কট ৰোগত যুঁজি যুঁজি চাৰিও দিশত সৰ্বস্বান্ত। সেইজন কবি- শিল্পীয়ে সহায়ৰ বাবে জনোৱা কাতৰ আহ্বানক অকণমান সঁহাৰি দিয়াৰ আহ্বান জনাইছে নলবাৰীৰ শিল্পী, নাৰায়ণ অনুৰাগী, পৰিয়াল আৰু স্থানীয় ৰাইজে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: #NarayanBaishya #AssamArtist #AssamPoet #AssamActor #AssamNews #Nalbari #NalbariNews #CancerPatient #CancerAwareness #CancerTreatment #CancerSupport #HelpNarayanBaishya #SupportArtists
publisher

publisher

Related Posts

মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা
Assam

মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

August 20, 2026
‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’
India

‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

August 20, 2026
জিএমচিয়ে নলা-নর্দমা পৰিষ্কাৰ নকৰাত জীয়াতু ভুগিছে মহানগৰে
Assam

জিএমচিয়ে নলা-নর্দমা পৰিষ্কাৰ নকৰাত জীয়াতু ভুগিছে মহানগৰে

August 20, 2026
শ্বিলঙত অসমৰ ১৫খনকৈ পৰ্যটকৰ বাহন ভঙাক লৈ উত্তপ্ত পৰিস্থিতি যোৰাবাটত
Assam

শ্বিলঙত অসমৰ ১৫খনকৈ পৰ্যটকৰ বাহন ভঙাক লৈ উত্তপ্ত পৰিস্থিতি যোৰাবাটত

August 20, 2026
বিভাগৰ নাম সলনিয়ে সাৰ, অসমত চৰকাৰী ফাইলতহে বতৰ পৰিৱৰ্তন ৰোধৰ উদ্বেগ
Assam

বিভাগৰ নাম সলনিয়ে সাৰ, অসমত চৰকাৰী ফাইলতহে বতৰ পৰিৱৰ্তন ৰোধৰ উদ্বেগ

August 20, 2026
ইউপিএছচিক চাওক, কোনো সমস্যা নোহোৱাকৈ এই পৰীক্ষা পৰিচালিত হৈছে

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d