Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

    মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    জিএমচিয়ে নলা-নর্দমা পৰিষ্কাৰ নকৰাত জীয়াতু ভুগিছে মহানগৰে

    শ্বিলঙত অসমৰ ১৫খনকৈ পৰ্যটকৰ বাহন ভঙাক লৈ উত্তপ্ত পৰিস্থিতি যোৰাবাটত

    বিভাগৰ নাম সলনিয়ে সাৰ, অসমত চৰকাৰী ফাইলতহে বতৰ পৰিৱৰ্তন ৰোধৰ উদ্বেগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

১২ বছৰে সম্পূৰ্ণ নহ’ল তিনিচুকীয়া নগৰ পানীযোগান আঁচনি

কোটি টকাৰ প্ৰকল্পৰ ধন অপব্যয়ৰ অভিযোগ

publisher by publisher
August 20, 2026
in Assam, News
Reading Time: 1 min read
0
১২ বছৰে সম্পূৰ্ণ নহ’ল তিনিচুকীয়া নগৰ পানীযোগান আঁচনি
0
SHARES
0
VIEWS
ShareShareShareShare

RelatedPosts

প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী

মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

TinsukiaWaterSupply : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: সোণৰ কণী পৰা হাঁহত পৰিণত হৈছে তিনিচুকীয়া নগৰ পানীযোগান আঁচনি। ২০১৪৩ ৯৪ কোটি টকা ব্যয়েৰে আৰম্ভ হোৱা এই আঁচনিখন ১২ বছৰ পাৰ হোৱাৰ পাছতো আজি ২০২৬ত কার্যক্ষম হৈ নুঠিল। ফলত আজিও তিনিচুকীয়া চহৰৰ হেজাৰ হেজাৰ লোকে বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হৈছে। আঁচনিখনৰ কামৰ নামত বিগত কে’বাবছৰ ধৰি চহৰখনৰ অলিয়ে-গলিয়ে খান্দি-খান্দি কদর্য কৰি তোলা হৈছে।

ADVERTISEMENT

অভিযোগ অনুসৰি গড়কাপ্তানি বিভাগৰ নীতি অনুসৰি মাটিৰ পৰা কমেও এক মিটাৰ তলত পানীৰ পাইপ স্থাপন কৰিব লাগে। কিন্তু ঠিকাদাৰী প্রতিষ্ঠানটোৱে কোনো নিয়ম নামানি চহৰৰ বিভিন্ন অঞ্চলত মাত্র এক ফুটৰ পৰা ডেৰফুট তলতে পাইপ পুতি দিছে। পাছত সেই পাইপসমূহ পুনৰ খান্দি পেলোৱাত ব্যস্ত হৈ পৰিছে। ইয়াৰ ফলত বৰদলৈ নগৰ, চলিহা নগৰকে ধৰি চহৰৰ প্ৰায়বোৰ উপ-পথ ভাঙি-ছিঙি যাতায়াতৰ অনুপযোগী হৈ পৰিছে।

প্রতিদিনাই স্কুল বাছ আৰু বিভিন্ন ব্যক্তিগত বাহন পাইপ স্থাপনৰ বাবে খন্দা গাঁতত সোমাই দুর্ঘটনাৰ সৃষ্টি হৈছে। এজাক বৰষুণতে সমগ্ৰ চহৰখন পানী আৰু বোকাৰে নিমজ্জিত হৈ জনজীৱন বিপর্যস্ত হোৱাৰো অভিযোগ উঠিছে। এই কেলেংকাৰিক লৈ তীব্র প্রতিক্রিয়া ব্যক্ত কৰিছে তিনিচুকীয়া জিলা ছাত্র সন্থাই।

সংগঠনটোৰ সাধাৰণ সম্পাদক কনচেং গগৈয়ে কয় যে যি ঠিকাদাৰী প্রতিষ্ঠানে প্রকল্পটোৰ ঠিকা লাভ কৰিছিল, তেওঁলোকৰ চৰম বেমেজালিৰ বাবেই আজি এই অৱস্থাৰ সৃষ্টি হৈছে। পথবোৰ নিয়মমতে খান্দি পাইপ পুতিব লাগিছিল, কিন্তু তেওঁলোকে গোটেই চহৰখন ধ্বংস কৰি পেলাইছে।

তেওঁ লগে লগে বিভাগীয় মন্ত্রী আৰু কৰ্তৃপক্ষই এই বিষয়ত বিহিত ব্যৱস্থা গ্রহণ কৰিব লাগে বুলি দাবী জনায়। জিলা ছাত্র সন্থাৰ সভাপতি প্রতিম নেওগে আৰু অধিক তীব্র ভাষাৰে কয় যে এই প্রকল্পটো চাবলৈ এতিয়া পর্যটক মাতিব লাগিব। চৰকাৰৰ কোটি টকীয়া প্রকল্প কেনেকৈ অপব্যয় কৰা হয় তাক চাবলৈ এতিয়া পৰ্যটনৰ ব্যৱস্থা কৰিব লাগিব।

তিনিচুকীয়া চহৰতেই যদি এই পৰ্যায়ৰ দুর্নীতি হয়, তেন্তে ভিতৰুৱা অঞ্চলত কি হৈ আছে তাক ভাবিবলগীয়া বুলিও তেওঁ মন্তব্য কৰে। লগতে প্ৰকল্পৰ বাবে এতিয়া মানুহে ঘৰৰ পৰা গাড়ী উলিয়াবলৈও ট্ৰেক্টৰ আৰু জেচিবিৰ সহায় ল’বলগীয়া হৈছে বুলি উল্লেখ কৰি সেই ক্ষতিপূৰণ কোনে দিব বুলি প্রশ্ন কৰে।

এই পৰিপ্ৰেক্ষিতত তিনিচুকীয়া জিলা ছাত্র সন্থাই প্রকল্পটোৰ কাম-কাজৰ ওপৰত মুখ্যমন্ত্ৰীৰ তদাৰকত তদন্ত কৰাৰ লগতে ঠিকাদাৰী প্ৰতিষ্ঠান চিভিন ইঞ্জিৰিয়াৰ্ছ এণ্টাৰপ্ৰাইজ প্রাইভেট লিমিটেক তৎক্ষণাত ব্লেকলিস্টেড কৰিবলৈ দাবী জনাইছে। লগতে সেই সময়ত চকু মুদি অনুমতি দিয়া অভিযন্তাসকলৰ বিৰুদ্ধে বিভাগীয় তদন্ত আৰু তিনিচুকীয়া জিলা প্রশাসন আৰু পৌৰসভাই ঠিকাদাৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰিব লাগে বুলি সংগঠনটোৱে কয়। ৯৪ কোটি টকা ব্যয় কৰিও জনতাই এটুপি বিশুদ্ধ পানী নোপোৱা এই ঘটনাই তিনিচুকীয়াবাসীৰ মাজত। ক্ষোভৰ সৃষ্টি কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী
International

প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী

August 20, 2026
মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই
Assam

মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

August 20, 2026
মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা
Assam

মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

August 20, 2026
‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’
India

‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

August 20, 2026
জিএমচিয়ে নলা-নর্দমা পৰিষ্কাৰ নকৰাত জীয়াতু ভুগিছে মহানগৰে
Assam

জিএমচিয়ে নলা-নর্দমা পৰিষ্কাৰ নকৰাত জীয়াতু ভুগিছে মহানগৰে

August 20, 2026
শ্বিলঙত অসমৰ ১৫খনকৈ পৰ্যটকৰ বাহন ভঙাক লৈ উত্তপ্ত পৰিস্থিতি যোৰাবাটত
Assam

শ্বিলঙত অসমৰ ১৫খনকৈ পৰ্যটকৰ বাহন ভঙাক লৈ উত্তপ্ত পৰিস্থিতি যোৰাবাটত

August 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d