Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি

    ‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

    ৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

    তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

    অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

    পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

প্রধানমন্ত্রী তাৰেকৰ হাত শক্তিশালী কৰি বাংলাদেশৰ নতুন ৰাষ্ট্ৰপতি মির্জা ফখৰুল

publisher by publisher
August 21, 2026
in International, News
Reading Time: 1 min read
0
প্রধানমন্ত্রী তাৰেকৰ হাত শক্তিশালী কৰি বাংলাদেশৰ নতুন ৰাষ্ট্ৰপতি মির্জা ফখৰুল
0
SHARES
4
VIEWS
ShareShareShareShare

RelatedPosts

উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি

‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

BangladeshPolitics : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : প্রত্যাশিতভাবে বাংলাদেশৰ ৰাষ্ট্রপতি নির্বাচিত হৈছে শাসকীয় বাংলাদেশ নেচনেলিষ্ট পাৰ্টি (বিএনপি)ৰ প্রার্থী মির্জা ফখৰুল ইছলাম আলমগীৰ। বৃহস্পতিবাৰে অনুষ্ঠিত নির্বাচনত বিএনপি প্রার্থীজনে জামাতুল ইছলামী নেতৃত্বাধীন ১১ দলৰ সমর্থিত প্রার্থী কর্ণেল অৱসৰপ্ৰাপ্ত) অলি আহমেদক ১৬৭ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে।

ADVERTISEMENT

বিজয়ী প্রার্থী আলমগীৰে ২৫৫ টা ভোট লাভ কৰাৰ বিপৰীতে বিজিত প্রার্থীজনৰ পক্ষত ৮৮ টা ভোট পৰে। উল্লেখ্য যে ইয়াৰ পূর্বে বাংলাদেশত অন্তিমবাৰ বাষ্ট্রপতি নির্বাচনত ভোটগ্রহণ হৈছিল ১৯৯১৩। তেতিয়াৰে পৰা ৩৫ বছৰৰ পাছত কালি দুপৰীয়া দুই বজাৰ পৰা পাঁচ বজালৈ ৰাষ্ট্ৰীয় সংসদত ৰাষ্ট্ৰপতি নির্বাচনৰ ভোটগ্রহণ অনুষ্ঠিত হয়।

নির্বাচনত ৩৪৯ সাংসদে ভোটদান কৰে। ইয়াৰ অন্যতম কাৰণ হ’ল বিএনপিৰ অন্যতম সাংসদ আছলাম চৌধুৰীৰ সদস্যপদ এক ঋণ অপৰিশোধৰ গোচৰত অলপতে আদালতে খাৰিজ কৰে। গতিকে শাসক দলৰ সাংসদৰ সংখ্যা ২৪৮লৈ হ্রাস পায়। তদুপৰি সাংসদ মৌলানা মাহমুদুল হুছেইন আলি উল্লাই ভোটদানৰ পৰা বিৰত থাকে।

ইপিনে, সংসদ সদস্য নোহোৱাৰ পৰিপ্ৰেক্ষিতত বিৰোধী প্রার্থী অলিয়ে ভোটদান কৰিব নোৱাৰিলে।উল্লেখ্য যে পূৰ্বৰ প্রধানমন্ত্রী শেখ হাছিনাৰ শাসনত বিনা প্রতিদ্বন্দ্বিতাৰে ৰাষ্ট্ৰপতি নির্বাচিত মহম্মদ চাহাবুদ্দিনে যোৱা ২৪ জুলাইত পদত্যাগ কৰে। ফলত দেশখনৰ ৰাষ্ট্ৰপতি নির্বাচন অৱধাৰিত হৈ পৰে। বাংলাদেশ সংবিধান অনুসৰি ৰাষ্ট্ৰপতিয়ে পদত্যাগ কৰিলে ৰাষ্ট্ৰপতিৰ দায়িত্ব সাময়িকভাৱে পালন কৰে সংসদৰ অধ্যক্ষই।

আনহাতে, ৰাষ্ট্ৰপতিৰ মৃত্যু হ’লে বা পদত্যাগ কৰিলে ৯০ দিনৰ ভিতৰত নতুন ৰাষ্ট্রপতি নির্বাচন কৰিব লাগে। অৱশ্যে ভাৰতৰ দৰে বাংলাদেশৰ ৰাষ্ট্ৰপতিৰো ক্ষমতা সীমিত। ৰাষ্ট্ৰপতিৰ প্ৰকৃত ক্ষমতা প্রয়োগ কৰে প্ৰধানমন্ত্ৰী নেতৃত্বাধীন চৰকাৰ বা সংসদেহে। চৰকাৰৰ পৰামৰ্শ মতে ৰাষ্ট্ৰপতিয়ে দায়িত্ব সম্পাদন কৰিব লাগে।

গতিকে আলমগীৰ ৰাষ্ট্ৰপতি নির্বাচিত হ’লেও দেশখনৰ শাসন ব্যৱস্থাত ইয়াৰ তাৎপর্য বিশেষ নাই বুলি ৰাজনৈতিক বিশ্লেষকসকলে মন্তব্য কৰিছে।

উল্লেখ্য যে চলিত বছৰৰ আৰম্ভণিতে অনুষ্ঠিত বাংলাদেশৰ নিৰ্বাচনৰ জৰিয়তে তাৰিক হুছেইন নেতৃত্বাধীন বিএনপি ক্ষমতালৈ অহাৰ পাছত সদ্যনির্বাচিত ৰাষ্ট্ৰপতি আলমগীৰে গ্ৰামোন্নয়ন আৰু সমবায়কে ধৰি কে’বাটাও মন্ত্রণালয়ৰ মন্ত্রিত্ব লাভ কৰে। আনহাতে তেওঁৰ প্ৰতিদ্বন্দ্বী প্রার্থী অৱসৰপ্ৰাপ্ত কর্ণেল আহমেদ ১৯৭১ বাংলাদেশৰ স্বাধীনতা যুদ্ধৰ যুঁজাৰু আছিল।

সম্প্রতি তেওঁ লিবাৰেল ডেম’ক্রেটিক পার্টিৰ সভাপতিৰূপে কাৰ্যনিৰ্বাহ কৰি আছে। পূর্বে তেওঁ ছবাৰ সাংসদৰূপেও কার্যনির্বাহ কৰিছিল। একালত আহমেদ প্রাক্তন ৰাষ্ট্ৰপতি তথা বৰ্তমানৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানৰ পিতৃ জিয়াউৰ ৰহমানৰ ঘনিষ্ঠ আছিল। সেনাৰ পৰা অৱসৰ গ্ৰহণৰ পাছত সেই সূত্রে ১৯৮০ত তেওঁ বিএনপিত যোগদান কৰিছিল।

পৰৱৰ্তী সময়ত তেওঁ প্রাক্তন প্রধানমন্ত্রী খালেদা জিয়াৰ চৰকাৰৰ দিনত যোগাযোগ মন্ত্রীৰূপে কার্যনির্বাহ কৰিছিল। পাছত ২০০৬ত তেওঁ লিবাৰেল ডেম’ক্রেটিক পার্টি প্রতিষ্ঠা কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি
International

October 13, 2026
‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ
International

‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

October 13, 2026
৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম
International

৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

October 13, 2026
তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ
International

তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

October 13, 2026
অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি
International

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

October 12, 2026
পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d