Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, ৪৮ ঘণ্টাত ৯জনৰ মৃত্যু

    শান্তিপূৰ্ণ প্ৰতিবাদৰ বাবে কাকো বেআইনীভাৱে আটক কৰিব নোৱাৰিব : উচ্চতম ন্যায়ালয়

    জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদৰ দ্বিতীয় দিনা দিল্লীত বাওঁপন্থী ছাত্ৰ সংগঠনৰ প্ৰতিবাদকাৰী আটক

    আৰক্ষীৰ ভানত বহিয়েই ‘Jaane Tu… Ya Jaane Na’ৰ দৃশ্য পুনৰ সৃষ্টি ইমৰান খানৰ

    দিল্লী আৰক্ষীৰ বিৰুদ্ধে মিছা প্ৰচাৰৰ অভিযোগ CJP আহ্বায়ক অভিজিৎ দীপকেৰ পৰিয়ালৰ

    মুকলি কৰি দিলে CJPৰ তিনি নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাঙ্কাক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Flood

Nepal Flood News update আগন্তুক ৭২ ঘণ্টাৰ ভিতৰত পুনৰ ভয়াৱহ আকস্মিক বানৰ শংকা

নেপালক সতৰ্ক কৰিলে চীনে, দুই নদীৰ সংগমস্থলীত তিব্বতত সৃষ্টি নতুন বিশাল হ্রদ, যিকোনো মুহূর্ততে ভাঙি পৰাৰ সম্ভাৱনা, কি কাৰণে বাৰে বাৰে প্ৰকৃতিৰ ৰোষত নেপাল

publisher by publisher
August 28, 2026
in Flood, International, News, world
Reading Time: 1 min read
0
Nepal Flood News update আগন্তুক ৭২ ঘণ্টাৰ ভিতৰত পুনৰ ভয়াৱহ আকস্মিক বানৰ শংকা
1
SHARES
5
VIEWS
ShareShareShareShare

RelatedPosts

Delhi Airport ;”আহক আমাক গ্ৰেপ্তাৰ কৰক”—বিমানত দিল্লী আৰক্ষীৰ লগত বিতৰ্ক ! অভিজিত, সৌৰভ, আৰু অন্যান্যক আটকৰ ভিডিঅ’ পোহৰলৈ

Nagaon Bye Election Polling Day:নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ আজি ভোট গ্ৰহণ পৰ্ব পুৱাৰে পৰা আৰম্ভ

Zubeen Garg Murder Case: সৰ্বোচ্চ ন্যায়ালয়ত মুখ থেকেচা জুবিন হত্যাৰ অভিযুক্ত শ্যামকানু মহন্ত

Nepal Flood News update:

দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:বুধবাৰে ভয়াৱহ আকস্মিক বানত বিধ্বস্ত নেপাল আগন্তুক ৭২ ঘণ্টাৰ ভিতৰত পুনৰ এনে প্রাকৃতিক দুৰ্যোগৰ কৱলত পৰাৰ আশংকা আছে। চীন অধ্যুষিত তিব্বতৰ পৰা বৈ অহা ভোটেকোশী নৈৰ প্ৰৱল আকস্মিক বানে দেশখনৰ উত্তৰাঞ্চলসমূহ বিধ্বস্ত কৰাৰ পাছত নিশাটোৰ ভিতৰতে নৈখনৰ উৎপত্তিস্থলত সৃষ্টি হৈছে এটা বিশাল হ্রদ। ভোটেকোশী নদীৰ প্ৰবল বানৰ ফলত তিব্বতৰ দুৰ্গম স্থানত পাহাৰ খহি পুৰেপু চাংপো নদী আৰু ছোছেন খোলা নদীৰ গতিপথ বন্ধ হৈছে। ফলস্বৰূপে উক্ত স্থানত নিশাটোৰ ভিতৰতে এটা বিশাল হ্ৰদৰ সৃষ্টি হৈছে। আগন্তুক ৭২ ঘণ্টাৰ ভিতৰত যিকোনো মুহূর্ততে এই হ্রদ ভাঙি নেপালত পুনৰ ভয়াৱহ আকস্মিক বান সৃষ্টি কৰাৰ আশংকা আছে বুলি সম্প্ৰতি চীন চৰকাৰে দেশখনক সতৰ্ক কৰি দিছে।

ADVERTISEMENT

উল্লেখ্য যে কালিৰ ভয়াৱহ বান সম্পর্কে বেইজিঙে আগতীয়া সতর্ক বার্তা নিদিয়াৰ ফলত নেপালত জন-ধনৰ ক্ষয়-ক্ষতি অকল্পনীয় হয় বুলি অভিযোগ উত্থাপন হৈ আহিছে। সম্প্রতি চীনে এই অভিযোগ খণ্ডন কৰাৰ লগতে হিমালয়ৰ কোলাত অৱস্থিত ক্ষুদ্র দেশখনত পুনৰ ভয়াৱহ আকস্মিক বান উদ্ভৱ হোৱাৰ সতৰ্কতা জাৰি কৰিছে। বেইজিঙে দিয়া সকীয়নিত কোৱা হৈছে যে পাহাৰ খহি পুৰেপু চাংপো নদী আৰু ছোছেন খোলা নদীৰ সংগমস্থলীত সৃষ্ট এই বিশাল হ্রদত আগন্তুক দুই-তিনিদিনত ৩০ লক্ষ ঘনমিটাৰ পানী জমা হোৱাৰ সম্ভাৱনা আছে হিমালয়ৰ বৰফ গলি নিশাটোতে সৃষ্ট হ্রদটোত এই বিশাল ৰাশিৰ পানী জমা হ’ব পাৰে। গতিকে হ্রদটো ভাঙি পৰিলে নেপালত পুনৰ আকস্মিকভাৱে প্ৰবল বানৰ সৃষ্টিৰ আশংকা আছে। উল্লেখ্য যে উক্ত দুই নদীয়ে নেপালত প্ৰৱেশ কৰিছে। নেপালত প্ৰৱেশ কৰাৰ পূৰ্বে নদী দুখন মিলি এখন হৈছে। তাৰ পাছতে নৈখনে ভোটেকোশী নাম লৈ নেপালৰ মাজেৰে প্ৰৱাহিত হৈছে। এই ভোটেকোশী নদী হ’ল ত্রিশূলী নদীৰ প্ৰধান উপনৈ।

চীনৰ ৰাষ্ট্ৰ নিয়ন্ত্ৰিত সংবাদপত্র ‘গ্ল’বেল টাইমছ’ৰ মতে আজি দুপৰীয়ালৈকে এই নতুন বিশাল হ্রদত কমেও ২০ লক্ষ ঘনমিটাৰ পানী জমা হয়। হ্রদটোলৈ বাগৰি অহা পানীৰ পৰিমাণ বৃদ্ধি পাই আছে গতিকে আগন্তুক দুই-তিনিদিনৰ ভিতৰত এই হ্রদ ভাঙি প্ৰাৰ আশংকা প্রবল হৈছে। উল্লেখ্য যে কালি নেপালত আকস্মিকভাৱে সৃষ্ট প্রবল বানৰ অন্যতম কাৰ্ণৰূপে চর্চিত হৈছে তিব্বতত এটা হিমবাহৰ হ্রদ ফাটি পৰে। এই হ্রদ ফাটি যোৱাৰ পূৰ্বে লেহন্দে নদীৰ গতিপথ পথৰ আৰু বৰফৰ স্তূপে অৱৰোধ কৰি ৰাখিছিল। হিমাবাহটো ফাটি পৰাৰ ফলত ওলাই অহা বিশাল ৰাশিৰ পানীয়ে নৈৰ এই ৰুদ্ধ গতিপথ মুকলি কৰাত আকস্মিক বানৰ সৃষ্টি হয় বুলি একাংশ ভূতত্ত্ববিদে মন্তব্য কৰিছে। অৱশ্যে কাঠমাণ্ডু বিশ্ববিদ্যালয়ৰ ভূতত্ত্ব বিভাগৰ অধ্যাপক বিজন ভক্ত কায়স্থই কয় যে লেহন্দে নদীত পৰা পানীয়ে ভোটেকোশী নদীত পৰাত আকস্মিকভাৱে এই প্রবল বানৰ সৃষ্টি হয়। কাৰণ লেহন্দে নদীৰ গতিপথ অৱৰুদ্ধ হৈ আছে। তদুপৰি হিমবাহ গলি পানী অহাৰ ফলত কোনো সৰু হ্রদ ফাটিও এই ভয়াৱহ বান সৃষ্টিৰ আশংকা ভূতত্ত্ববিদসকলে নুই কৰা নাই।

# কি কাৰণে বাৰে বাৰে প্ৰকৃতিৰ ৰোষত পৰিছে নেপাল: ভূতত্ত্ববিদৰ ব্যাখ্যা

হিমালয়ৰ কোলাত অৱস্থিত নেপাল বিগত সময়ত কে’বাবাৰো প্ৰকৃতিৰ কোপপদৃষ্টিত পৰে। ২০১৫ৰ এক ভয়াৱহ ভূমিকম্পই দেশখন চূৰমাৰ কৰিছিল। ইয়াৰ ভয়াৱহ স্মৃতি বহুতৰে মনত সজীৱ হৈ থকাৰ সময়তে কালি এক প্রবল আকস্মিক বানত দেশখনৰ উত্তৰাঞ্চলৰ চাৰিখনকৈ জিলা বিধ্বস্ত হয়। ভাৰতৰ প্রতিবেশী এই ক্ষুদ্র দেশখন কিয় বাৰে বাৰে প্ৰকৃতিৰ ৰোষত পৰি আহিছে তাৰ কাৰণো সম্প্রতি একাংশ ভূতত্ত্ববিদে ব্যাখ্যা কৰিছে। ভূতত্ত্ববিদসকলৰ মতে ভাৰতীয় আৰু ইউৰোপীয় শৈল মণ্ডলীয় ফলকৰ সংযোগস্থলীত অৱস্থিত নেপালৰ ভূতাত্ত্বিক গঠনৰ বাবে ভূমিকম্প প্ৰৱণৰূপে চিহ্নিত হৈছে। কাৰণ এই ফলকৰ মাজত নিৰম্ভৰ সংঘৰ্ষ অব্যাহত আছে।

এই সংঘৰ্ষৰ ফলত প্ৰতি বছৰে ভাৰতীয় ফলকখন গড়ে পাঁচ ছেন্টিমিটাৰকৈ ইউৰোপীয় ফলকৰ তলত সোমাই গৈ আছে। উল্লেখ্য যে নেপাল পৃথিৱীৰ সৰ্বোচ্চ পর্বত শৃংগ মাউন্ট এভাৰেষ্টৰ কাষত অৱস্থিত। হিমালয় হৈছে পৃথিৱীৰ অন্যতম নতুন পর্বত শৃংগ। ইয়াৰ ভূতাত্ত্বিক গঠন বর্তমানেও সম্পূর্ণ হোৱা নাই। আনহাতে, ইউৰোপীয় আৰু ভাৰতীয় শৈল মণ্ডলীয় ফলৰ অবিৰত সংঘৰ্ষৰ ফলত হিমালয়ত এতিয়াও ভূ-উত্থান অব্যাহত আছে। অঞ্চলভেদে এই উত্থানৰ হাৰ সুকীয়া। আনহাতে, দুই ফলকৰ ঘৰ্ষণৰ ফলত প্রতি বছৰে এভাৰেষ্টৰ উচ্চতা পাঁচ মিলিমিটাৰকৈ বৃদ্ধি পাই আছে। তদুপৰি দুই ফলকৰ সংঘৰ্ষৰ ফলত ভূত্বকত বিপুল পৰিমাণৰ ভূতাত্ত্বিক চাপ সঞ্চিত হয়।

যেতিয়া ভূত্বকৰ শিলৰ স্তৰ ফাটে সেই চাপ মুক্ত হ’লে ভূমিকম্পৰ সৃষ্টি হয়। ভূমিকম্পৰ ফলত সেই শক্তি বাহিৰলৈ ওলাই আহে। ভূতত্ত্ববিদস্কলৰ মতে হিমবাহৰ হ্রদ ফাটি হিমালয়ৰ পৰ্বতৰ বিভিন্ন অঞ্চলত আকস্মিক বান সৃষ্টিৰ ঘটনা নতুন নহয়। ইয়াৰ পূৰ্বে এনে আকস্মিক বানৰ বিপদ সংকেত বিজ্ঞানীসকলে দিছিল। ২০১৯তো এনে এক আশংকা কৰিছিল একাংশ ভূতত্ত্ববিদে। আনহাতে মার্কিন ভূতাত্বিক জৰীপৰ মতে হিমবাহৰ হ্ৰদ ভাঙি পৰাৰ ফলত এই ভয়াৱহ আকস্মিক বানৰ কবলত পৰে নেপাল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: big breking newsChina Govt.High AlartInternational NewsKathmandulatest newsnapal flood
publisher

publisher

Related Posts

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, ৪৮ ঘণ্টাত ৯জনৰ মৃত্যু
India

October 11, 2026
শান্তিপূৰ্ণ প্ৰতিবাদৰ বাবে কাকো বেআইনীভাৱে আটক কৰিব নোৱাৰিব : উচ্চতম ন্যায়ালয়
India

শান্তিপূৰ্ণ প্ৰতিবাদৰ বাবে কাকো বেআইনীভাৱে আটক কৰিব নোৱাৰিব : উচ্চতম ন্যায়ালয়

October 11, 2026
জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদৰ দ্বিতীয় দিনা দিল্লীত বাওঁপন্থী ছাত্ৰ সংগঠনৰ প্ৰতিবাদকাৰী আটক
India

জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদৰ দ্বিতীয় দিনা দিল্লীত বাওঁপন্থী ছাত্ৰ সংগঠনৰ প্ৰতিবাদকাৰী আটক

October 11, 2026
আৰক্ষীৰ ভানত বহিয়েই ‘Jaane Tu… Ya Jaane Na’ৰ দৃশ্য পুনৰ সৃষ্টি ইমৰান খানৰ
India

আৰক্ষীৰ ভানত বহিয়েই ‘Jaane Tu… Ya Jaane Na’ৰ দৃশ্য পুনৰ সৃষ্টি ইমৰান খানৰ

October 11, 2026
দিল্লী আৰক্ষীৰ বিৰুদ্ধে মিছা প্ৰচাৰৰ অভিযোগ CJP আহ্বায়ক অভিজিৎ দীপকেৰ পৰিয়ালৰ
India

দিল্লী আৰক্ষীৰ বিৰুদ্ধে মিছা প্ৰচাৰৰ অভিযোগ CJP আহ্বায়ক অভিজিৎ দীপকেৰ পৰিয়ালৰ

October 11, 2026
মুকলি কৰি দিলে CJPৰ তিনি নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাঙ্কাক
India

মুকলি কৰি দিলে CJPৰ তিনি নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাঙ্কাক

October 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d