Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    BELONGING:সম্পাদনাৰ কেঁচী চলাবলৈ নিদিলে অনুমতি ! ছোনিয়াৰ স্মৃতিকথা প্রকাশ নকৰে পেংগুইনে

    10 people from Assam are also missing in Nepal:নেপালত সন্ধানহীন অসমৰো ১০ জন

    Nepal:পুনৰ তিব্বতত হ্রদে ভাঙিলে পাৰ, সতর্কতা জাৰি নেপাল চৰকাৰৰ

    Tinsukia:তিনিচুকীয়াত বৃহৎ সংখ্যক ব্যৱসায়ীক ১৫ লাখকৈ টকা দাবীৰে আলফা (স্বাধীন)ৰ পত্ৰত হাহাকাৰ

    Assam Govt:দুসপ্তাহৰ ভিতৰতে দ্বিতীয়বাৰলৈ এহেজাৰ কোটি ঋণ ল’ব দিছপুৰে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

10 people from Assam are also missing in Nepal:নেপালত সন্ধানহীন অসমৰো ১০ জন

ভ্ৰমণৰ বাবে গৈ জলপ্রলয়ত শুংসূত্রহীন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপিকা-চিকিৎসকো, বিধ্বস্ত জলবিদ্যুৎ প্রকল্পত কৰ্মৰত কাৰ্বি আংলং-ডবকাৰ তিনি যুৱকৰো নাই খবৰ

publisher by publisher
August 29, 2026
in Assam, Flood, India, News
Reading Time: 1 min read
0
10 people from Assam are also missing in Nepal:নেপালত সন্ধানহীন অসমৰো ১০ জন
0
SHARES
3
VIEWS
ShareShareShareShare

RelatedPosts

Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

BELONGING:সম্পাদনাৰ কেঁচী চলাবলৈ নিদিলে অনুমতি ! ছোনিয়াৰ স্মৃতিকথা প্রকাশ নকৰে পেংগুইনে

Nepal:পুনৰ তিব্বতত হ্রদে ভাঙিলে পাৰ, সতর্কতা জাৰি নেপাল চৰকাৰৰ

10 people from Assam are also missing in Nepal:

দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:প্রায় ছশ লোক মৃত্যুমুখত পৰা আৰু কে’বা সহস্র সন্ধানহীন হোৱা নেপালৰ সাম্প্ৰতিক জলপ্রলয়ত চিকিৎসক আৰু প্ৰাক্তন অধ্যাপিকাসহ অসমৰো ১০ জন লোক সন্ধানহীন হৈ থকাৰ তথ্য সম্প্রতি পোহৰলৈ আহিছে। কর্মসূত্রে বা কৈলাশ মানস সৰোবৰ যাত্ৰাত অংশগ্ৰহণৰ উদ্দেশ্যে নেপাললৈ গৈ এইসকল সন্ধানহীন হয়।

ADVERTISEMENT

ৰাজ্যিক দুর্যোগ উপশম বিভাগে ইতিমধ্যে প্ৰকাশ কৰা অনুসৰি নেপাললৈ গৈ সন্ধানহীন হোৱা অসমৰ এই লোকসকল ৰাজ্যৰ বিভিন্ন স্থানৰ। এই লোকসকলৰ অন্যতম হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদার্থ বিজ্ঞান বিভাগৰ প্ৰাক্তন অধ্যাপিকা তথা গুৱাহাটীৰ লংকেশ্বৰৰ নিবাসী ড° দিপালী সৰকাৰ আৰু তেওঁৰ স্বামী মানস কুমাৰ ঘোষ, নলবাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চিকিৎসক ডাঃ তীর্থ চলিহা, নলবাৰীৰ অৰৰাৰ অৰুণ মহন্ত, গুৱাহাটীৰ ৰুক্মিণী গাঁৱৰ নিৱাসী পংকজ নৌগ, ডবকাৰ শতদল নাথ, গোলাঘাটৰ মেৰাপানীৰ জয়পুখুৰীৰ ৰাহুল দৈমাৰী, ডকমকাৰ সোণেশ্বৰ নাৰ্জাৰী, ডকমকাৰ দয়দাকৰ মন্ত্রি বসুমতাৰী আৰু ঋতুপর্ণ ব্রহ্ম।

সূত্রই জনোৱা মতে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ড° সৰকাৰে স্বামী ঘোষৰ স’তে কৈলাশ মানস সৰোবৰ যাত্ৰালৈ গৈছিল। যোৱা ২১ আগষ্টত তেওঁলোকে হাওৰা ৰেল ষ্টেছনৰ পৰা নেপাল অভিমুখে যাত্ৰা কৰে। ‘চলো জই ট্রেভেল’ নামৰ এটা সংস্থাৰ সহযোগত ১২ দিনীয়া ভ্রমণসূচীৰে নেপাললৈ ৰাওনা হোৱা এই দম্পতীৰ স’তে আন ২৮ জন লোকো আছিল। জলপ্ৰলয়ৰ ফলত যোৱা ২৬ আগষ্টৰ পুৱা ১০-৩০ বজাৰ পৰা তেওঁলোকৰ স’তে যোগাযোগ বিচ্ছিন্ন হয়। ঘোষৰ কন্যা অদ্রিজা এইমছ দিল্লীত অধ্যয়নৰত হৈ আছে। অদ্রিজাই পিতৃ-মাতৃৰ স’তে যোগাযোগৰ চেষ্টা অব্যাহত ৰাখিছে যদিও সফল হোৱা নাই বুলি সূত্রই প্রকাশ কৰিছে। সম্প্ৰতি ঘোষৰ লংকেশ্বৰৰ ঘৰ তলা বন্ধ হৈ আছে।

# নেপালৰ বিধ্বংসী বানত সন্ধানহীন কার্বি আংলং-ডবকাৰ তিনি যুৱক

নেপালৰ শেহতীয়া ভয়াৱহ বানত কাৰ্বি আংলং আৰু ডবকাৰো তিনিজন যুৱক সন্ধানহীন হৈ থকাৰ তথ্য পোহৰলৈ আহিছে। এই তিনি যুৱক দেশখনৰ জলবিদ্যুৎ প্রকল্পত কৰ্মৰত আছিল বুলি সূত্ৰই প্ৰকাশ কৰিছে। উল্লেখ্য যে শেহতীয়া জলপ্ৰলয়ত নেপালৰ ১৩টা জলবিদ্যুৎ প্রকল্পও বিধ্বস্ত হয়। সূত্রই জনোৱা মতে, ডবকাৰ হিন্দু ব্লক গাঁৱৰ শতদল নাথে আঠ মাহ পূর্বে নেপাললৈ যায়। ঘটনাৰ আগদিনা নিশা তেওঁ নৈশ ভাগৰ কৰ্তব্য পালন কৰি নিজৰ কোঠালৈ আহি শুই থকা অৱস্থাত তেওঁৰ কোঠা ভয়ংকৰ পানীৰ সোঁতে উটুৱাই লৈ যায়।

ফলত শতদলসহ আন ১৩ জন লোকো বানত উটি যায় বুলি সূত্রই জনায়। সৌভাগ্যবশতঃ এই ভয়ংকৰ দুৰ্যোগৰ পৰা ৰক্ষা পৰে ডবকাৰ আন এজন যুৱক তথা শতদলৰ সহকর্মী গৌতম দাস। ঘটনাৰ সময়ত গৌতম কৰ্তব্যস্থলীত উপস্থিত নাছিল। সেয়েহে তেওঁৰ দৈৱক্ৰমে প্ৰাণৰক্ষা পৰে। পাছত তেওঁ ঘটনাৰ বিষয়ে পৰিয়ালৰ লোকক ফোনযোগে অৱগত কৰে। স্বাভাৱিকতে এই খবৰ পোৱাৰ পাছতে শতদলৰ পৰিয়ালত হাহাকাৰ লাগিছে।

ইপিনে, কাৰ্বি আংলঙৰ লাংহিনৰ দয়দাক গাঁৱৰ দুই যুৱক ঋতুৰাজ ব্ৰহ্ম (২৪) আৰু মন্ত্রি বসুমতাৰী (২৮)-এ জীৱিকাৰ খাতিৰত দুসপ্তাহ পূর্বে নেপাললৈ যায়। পাছত তাত দুয়ো ত্রিশূল নদীৰ নিকটৱৰ্তী এটা জলবিদ্যুৎ প্রকল্পত নিয়োজিত হয়। ২৬ আগষ্টৰ মহাপ্ৰলয়ৰ পাছৰ পৰাই দুয়োজন যুৱকৰ স’তে পৰিয়ালৰ সম্পূৰ্ণ যোগাযোগ বিচ্ছিন্ন হৈ আছে। দুয়োৰে ম’বাইল ফোনৰ ছুইচ অফ হৈ আছে। সৌভাগ্যবশতঃ এই জলপ্ৰলয়ৰ পৰা কথমপি ৰক্ষা পৰে একেখন গাঁৱৰে সোণেশ্বৰ নাৰ্জাৰী (৩৭)ৰ। পাছত তেৱেঁই ফোনযোগে ঋতুৰাজ আৰু মন্ত্ৰি সন্ধানহীন হোৱাৰ কথা পৰিয়ালৰ লোকক জনায়। ঘটনাটোক লৈ গাঁওখনত শোকাকুল পৰিৱেশ বিৰাজ কৰি আছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: 10 missingAssam Govtassam peoplelatest newsnepal flood
publisher

publisher

Related Posts

Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প
Flood

Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

August 29, 2026
BELONGING:সম্পাদনাৰ কেঁচী চলাবলৈ নিদিলে অনুমতি ! ছোনিয়াৰ স্মৃতিকথা প্রকাশ নকৰে পেংগুইনে
India

BELONGING:সম্পাদনাৰ কেঁচী চলাবলৈ নিদিলে অনুমতি ! ছোনিয়াৰ স্মৃতিকথা প্রকাশ নকৰে পেংগুইনে

August 29, 2026
Nepal:পুনৰ তিব্বতত হ্রদে ভাঙিলে পাৰ, সতর্কতা জাৰি নেপাল চৰকাৰৰ
Flood

Nepal:পুনৰ তিব্বতত হ্রদে ভাঙিলে পাৰ, সতর্কতা জাৰি নেপাল চৰকাৰৰ

August 29, 2026
Tinsukia:তিনিচুকীয়াত বৃহৎ সংখ্যক ব্যৱসায়ীক ১৫ লাখকৈ টকা দাবীৰে আলফা (স্বাধীন)ৰ পত্ৰত হাহাকাৰ
Assam

Tinsukia:তিনিচুকীয়াত বৃহৎ সংখ্যক ব্যৱসায়ীক ১৫ লাখকৈ টকা দাবীৰে আলফা (স্বাধীন)ৰ পত্ৰত হাহাকাৰ

August 29, 2026
Assam Govt:দুসপ্তাহৰ ভিতৰতে দ্বিতীয়বাৰলৈ এহেজাৰ কোটি ঋণ ল’ব দিছপুৰে
Assam

Assam Govt:দুসপ্তাহৰ ভিতৰতে দ্বিতীয়বাৰলৈ এহেজাৰ কোটি ঋণ ল’ব দিছপুৰে

August 29, 2026
Nepal Flood update news:জলপ্ৰলয়ত মৃত্যুৰ সংখ্যা ৬২৬লৈ বৃদ্ধি, জীৱন্তে উদ্ধাৰ ৮৫ ভাৰতীয়ক

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d