Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    BELONGING:সম্পাদনাৰ কেঁচী চলাবলৈ নিদিলে অনুমতি ! ছোনিয়াৰ স্মৃতিকথা প্রকাশ নকৰে পেংগুইনে

    10 people from Assam are also missing in Nepal:নেপালত সন্ধানহীন অসমৰো ১০ জন

    Nepal:পুনৰ তিব্বতত হ্রদে ভাঙিলে পাৰ, সতর্কতা জাৰি নেপাল চৰকাৰৰ

    Tinsukia:তিনিচুকীয়াত বৃহৎ সংখ্যক ব্যৱসায়ীক ১৫ লাখকৈ টকা দাবীৰে আলফা (স্বাধীন)ৰ পত্ৰত হাহাকাৰ

    Assam Govt:দুসপ্তাহৰ ভিতৰতে দ্বিতীয়বাৰলৈ এহেজাৰ কোটি ঋণ ল’ব দিছপুৰে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Flood

Nepal:পুনৰ তিব্বতত হ্রদে ভাঙিলে পাৰ, সতর্কতা জাৰি নেপাল চৰকাৰৰ

এইবাৰ ছিকিম-ভূটানৰ হিমবাহক লৈ আশংকাৰ সৃষ্টি, ১৯৭৫ৰ পৰা ২৭ মিটাৰ উচ্চতা পর্যন্ত হিমবাহৰ বৰফ গলিছে হিমালয়ত

publisher by publisher
August 29, 2026
in Flood, International, News
Reading Time: 1 min read
0
Nepal:পুনৰ তিব্বতত হ্রদে ভাঙিলে পাৰ, সতর্কতা জাৰি নেপাল চৰকাৰৰ
1
SHARES
6
VIEWS
ShareShareShareShare

RelatedPosts

Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

BELONGING:সম্পাদনাৰ কেঁচী চলাবলৈ নিদিলে অনুমতি ! ছোনিয়াৰ স্মৃতিকথা প্রকাশ নকৰে পেংগুইনে

10 people from Assam are also missing in Nepal:নেপালত সন্ধানহীন অসমৰো ১০ জন

Nepal:

 দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: জলপ্ৰলয়ৰ কৱলত পৰা নেপালক এনে ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ সম্মুখীন হোৱাৰ সকীয়নি পাঁচ মাহ পূর্বে কে’বাখনো দেশৰ বিশেষজ্ঞৰে গঠিত এটা আন্তঃচৰকাৰী সংস্থাই দুবাৰকৈ দিছিল। কাঠমাণ্ডুত কার্যালয় অৱস্থিত ইণ্টাৰনেচনেল চেণ্টাৰ ফৰ ইন্টিগ্রেটেড মাউন্টেইন ডেভেলপমেন্ট (আইচিআইএমঅ’ডি) শীর্ষক এই সংস্থাই যোৱা মাৰ্চতে এনে প্রাকৃতিক দুৰ্যোগৰ পূৰ্বানুমান কৰি দুখন প্রতিবেদন প্রকাশ কৰিছিল। ভাৰত, নেপাল, ভূটান আৰু চীন আদিক সামৰি লৈ অধ্যয়ন কৰি থকা এই সংস্থাৰ বিশেষজ্ঞসকলে উক্ত প্রতিবেদন দুখনত আঙুলিয়াই দিছিল যে ১৯৭৫ৰ পৰা হিমালয়ত হিমবাহৰ ২৭ মিটাৰ উচ্চতা ১০ পর্যন্ত বৰফ গলিছে।

ADVERTISEMENT

ইয়াৰ পৰিণতিত নেপালৰ এই জলপ্রলয় সদৃশ ভয়াবহ দুর্যোগৰ সৃষ্টি হ’ব পাৰে বুলি প্রতিবেদন দুখনত আশংকা কৰা হৈছিল। এই হিমবাহসমূহক পানীৰ টাৱাৰৰ স’তে তুলনা কৰিছে এই বিশেষজ্ঞসকলে। এই পানীৰ টাৱাৰৰ তলত ভাৰত, নেপাল, চীন আদিৰ দুশ কোটি লোকে বাস কৰি আছে। প্রতিবেদন দুখনত উদ্বেগ প্রকাশ কৰা হৈছিল যে হিমালয় অঞ্চলত যি হাৰত হিমবাহৰ বৰফ গলি আছে সেয়া ভয়ংকৰ। আনহাতে, নেপালৰ জলপ্ৰলয় সম্পৰ্কত ভাৰত চৰকাৰৰ অধীনৰ ডেৰাডুনস্থিত বাদিয়া ইনষ্টিটিউট অব হিমালয়ান জিঅ’লজীৰ এজন বিজ্ঞানীয়ে কয়, ‘১৯৯০ৰ পৰা ২০২০লৈ হিন্দুকুশ হিমালয় অঞ্চলৰ হিমবাহসমূহে ১২ শতাংশ বৰফ হেৰুৱায়।’

অর্থাৎ এই হিমবাহসমূহৰ এই বিশাল ৰাশিৰ বৰফ গলি পানী হৈ বিভিন্ন নৈবে বৈ আহে। এই ক্ষেত্রত আন এটা উদ্বেগৰ বিষয় হ’ল যে এতিয়ালৈ ছিকিম, ভূটান, কাৰাকোৰাম আদিৰ প্ৰকাণ্ড প্রকাণ্ড হিমবাহসমূহৰ কোনো বৈজ্ঞানিক নিৰীক্ষণ হোৱা নাই। গতিকে এই সমূহতো ভয়ংকৰভাৱে বৰফ গলিবলৈ ধৰিছে নেকি সেয়া পোহৰলৈ অহা নাই। তদুপৰি উক্ত প্রতিবেদন দুখনত লগতে আঙুলিয়াই দিয়া হৈছে যে হিন্দুকুশ অঞ্চলত মুঠ ৩৮ টা হিমবাহৰ মাথোঁ সাতটাৰহে বৈজ্ঞানিক নিৰীক্ষণ সম্পন্ন হৈছে। উল্লেখ্য যে সমগ্র হিমালয়ত ৬৩,৭০০ হিমবাহ আছে। এই হিমবাহসমূহে ৫৫ হেজাৰৰো অধিক বর্গকিলোমিটাৰ ভূমি আগুৰি আছে। এই হিমবাহসমূহ হৈছে এছিয়াৰ ১০ খন প্রধান নৈৰ পানীৰ উৎস।

উল্লেখ্য যে ইয়াৰ পূর্বে ২০১৯তো একাংশ ভূতত্ত্ববিদে নেপালত জলপ্ৰলয়ৰ আশংকা কৰিছিল। তিব্বতত পুনৰ পাৰ ভাঙিলে হ্রদে নেপালত সতর্কতা জাৰি জলপ্রলয়ত দিশহাবা নেপাললৈ পুনৰ এক অশনি সংকেত আনিছে। নেপাল চৰকাৰে প্ৰকাশ কৰা অনুসৰি তিব্বতৰ গিবং বন্দৰৰ ওচৰত এটা হ্রদে সম্প্ৰতি পাৰ ভাঙিছে। সেয়েহে পুনৰ দেশখন প্রচণ্ড বানৰ কৱলত পৰাৰ আশংকা কৰি নেপাল চৰকাৰে কঠোৰ সতৰ্কতা জাৰি কৰিছে। ইয়াৰ আধাৰত বান দুৰ্গতসকলক উদ্ধাৰ কাৰ্যত নিয়োজিত নিৰাপত্তা বাহিনী, উদ্ধাৰ কৰ্মী আৰু সাধাৰণ লোকক সতর্ক হৈ থাকিবলৈ আৰু নিৰাপদ স্থানলৈ যাত্রা কৰিবলৈ নেপাল আৰক্ষীয়ে আহ্বান জনাইছে। আনহাতে, এই সকীয়নি জাৰিৰ পাছতে ৯০ মিনিটৰ বাবে বান দুৰ্গতৰ উদ্ধাৰ কাৰ্য বন্ধ কৰা হয়। গতিকে হেজাৰ হেজাৰ লোক এতিয়াও সন্ধানহীন হৈয়ে আছে। একেদৰে তিব্বততো চীনে উদ্ধাৰ অভিযান আজি স্থগিত ৰাখিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: breking newsHigh AlarticimodKathmandulatest newsnepal floodupdate news
publisher

publisher

Related Posts

Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প
Flood

Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

August 29, 2026
BELONGING:সম্পাদনাৰ কেঁচী চলাবলৈ নিদিলে অনুমতি ! ছোনিয়াৰ স্মৃতিকথা প্রকাশ নকৰে পেংগুইনে
India

BELONGING:সম্পাদনাৰ কেঁচী চলাবলৈ নিদিলে অনুমতি ! ছোনিয়াৰ স্মৃতিকথা প্রকাশ নকৰে পেংগুইনে

August 29, 2026
10 people from Assam are also missing in Nepal:নেপালত সন্ধানহীন অসমৰো ১০ জন
Assam

10 people from Assam are also missing in Nepal:নেপালত সন্ধানহীন অসমৰো ১০ জন

August 29, 2026
Tinsukia:তিনিচুকীয়াত বৃহৎ সংখ্যক ব্যৱসায়ীক ১৫ লাখকৈ টকা দাবীৰে আলফা (স্বাধীন)ৰ পত্ৰত হাহাকাৰ
Assam

Tinsukia:তিনিচুকীয়াত বৃহৎ সংখ্যক ব্যৱসায়ীক ১৫ লাখকৈ টকা দাবীৰে আলফা (স্বাধীন)ৰ পত্ৰত হাহাকাৰ

August 29, 2026
Assam Govt:দুসপ্তাহৰ ভিতৰতে দ্বিতীয়বাৰলৈ এহেজাৰ কোটি ঋণ ল’ব দিছপুৰে
Assam

Assam Govt:দুসপ্তাহৰ ভিতৰতে দ্বিতীয়বাৰলৈ এহেজাৰ কোটি ঋণ ল’ব দিছপুৰে

August 29, 2026
Nepal Flood update news:জলপ্ৰলয়ত মৃত্যুৰ সংখ্যা ৬২৬লৈ বৃদ্ধি, জীৱন্তে উদ্ধাৰ ৮৫ ভাৰতীয়ক

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d