Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মাংসৰ বাবে বিক্রী : ২৭শ মেকুৰী চুৰি

    মাংসৰ বাবে বিক্রী : ২৭শ মেকুৰী চুৰি

    পৌৰাণিক আখ্যানৰ পৰা দেশৰ স্বাধীনতা আন্দোলনৰে সংপৃক্ত দশভুজাৰ আৰাধনা

    উন্মনা শৰতৰ বতৰালৈ নৈৰ পাৰত কঁহুৱাই পাৰিছে শুভ্র দলিচা

    ৰাজ্যত মাষ্টাৰ ৰোল-কেজুৱেল-স্থায়ী দৰমহাত কৰ্মচাৰীৰ নিযুক্তি বন্ধ হ’ল

    অসমত মই যিমান আদৰ-সন্মান পাইছো সেয়া চাগে বেলেগত আনে পোৱা নাই!

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা

publisher by publisher
September 6, 2026
in Assam, News
Reading Time: 1 min read
0
দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত বেংগালুৰুত CJPৰ প্ৰতিবাদ

AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

অন্ধ্ৰপ্ৰদেশৰ অধিকাংশ জিলা খৰাঙৰ কবলত, ২১ জিলাৰ ৩৮৮টা মণ্ডলত খৰাং

দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: গোলাঘাটৰ সমীপতে কার্বি আংলং জিলাৰ দেওথৰত প্রতি শনিবাৰে পুৱাৰ ভাগতে বহে এখন ব্যতিক্রমী বজাৰ। কোনো আড়ম্বৰ নাই, নাই কৃত্রিমতাৰ পৰশ। গাঁৱৰ মাটিৰ গোন্ধ, খাটিখোৱা কৃষকৰ শ্ৰম আৰু প্ৰকৃতিৰ বুকুৰ পৰা সংগ্ৰহ কৰা বিভিন্ন প্ৰজাতিৰ সেউজীয়া শাক-পাচলিৰে প্রতি শনিবাৰে উজলি উঠে এই বজাৰখন।

ADVERTISEMENT

গোলাঘাট জিলাৰ গাতে ৩৯ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা লৱণঘাটেদি আগুৱাই গ’লেই পোৱা যায় দেওথৰৰ এই শনিবৰীয়া বজাৰখন। পুৱাই মূৰত, হাতত অথবা বাঁহৰ পাচিত শাক-পাচলিৰ টোপোলা লৈ বহু মহিলা তথা কৃষক বজাৰখনলৈ ওলাই আহে। কোনোবাই লৈ আহে নিজে উৎপাদন কৰা শাক-পাচলি, কোনোবাই সংগ্ৰহ কৰি আনে বিভিন্ন প্ৰজাতিৰ বনশাক।

বজাৰখনৰ অন্যতম আকর্ষণ হৈছে সাধাৰণতে সহজে উপলব্ধ নোহোৱা বিভিন্ন থলুৱা বনশাক আৰু সেউজীয়া শাক-পাচলি। কিছুমান শাকৰ নামেই বহু লোকৰ অচিনাকি। অথচ স্থানীয় লোকসকলৰ মতে, এইবোৰৰ বহুতে পৰম্পৰাগতভাৱে ঔষধি গুণসম্পন্ন খাদ্য হিচাপেও স্থান লাভ কৰি আহিছে।

ৰাসায়নিক সাৰৰ ব্যৱহাৰৰ পৰা আঁতৰি থলুৱাভাৱে উৎপাদিত শাক-পাচলিৰ বাবেও বজাৰখনৰ এক সুকীয়া চাহিদা আছে। সেউজীয়া শাক-পাচলিৰ উপৰি বজাৰখনত মাছ, মাংস, ঘৰুৱাভাৱে প্ৰস্তুত কৰা শুকান মাছকে ধৰি বিভিন্ন থলুৱা খাদ্য-সম্ভাৰো বিক্ৰী কৰা হয়।

ফলত দেওথৰৰ এই বজাৰখন কেৱল বেচা-কিনাৰ স্থান হৈ থকা নাই; ই গ্রাম্য জীৱন, খাদ্য সংস্কৃতি আৰু থলুৱা অর্থনীতিৰো এখন জীৱন্ত প্রতিচ্ছবি হৈ পৰিছে। দেওথৰৰ শনিবৰীয়া বজাৰৰ আন এক উল্লেখযোগ্য দিশ হৈছে মহিলাৰ সক্রিয় অংশগ্রহণ।

পুৰুষৰ সমানে সমানে বহু মহিলাই নিজ হাতে উৎপাদন কৰা অথবা প্ৰকৃতিৰ বুকুৰ পৰা সংগ্ৰহ কৰা শাক-পাচলি বজাৰত বিক্ৰী কৰি উপাৰ্জন কৰে।

বিশেষকৈ আদবয়সীয়া বহু মহিলাই বয়সক প্রত্যাহ্বান জনাই আজিও অব্যাহত ৰাখিছে জীৱন-জীৱিকাৰ এই সংগ্রাম। বজাৰত বিক্ৰী কৰা সামগ্ৰীৰ পৰা লাভ কৰা উপাৰ্জন হয়তো বৰ বেছি নহয়, কিন্তু সেই উপার্জনেই তেওঁলোকৰ বাবে আত্মনিৰ্ভৰশীলতাৰ এক গুৰুত্বপূৰ্ণ সম্বল।

এগৰাকী মহিলাৰ হাতত শাক-পাচলিৰ টোপোলা, মুখত পৰিশ্ৰমৰ চিন আৰু চকুত আত্মনিৰ্ভৰশীলতাৰ তৃপ্তি-দেওথৰৰ শনিবৰীয়া বজাৰত দেখা পোৱা এই দৃশ্যই গ্রাম্য অসমৰ নাৰী শক্তিৰ এখন সুন্দৰ ছবি দাঙি ধৰে। কিন্তু সম্ভাবনাময় এই বজাৰখনৰ আনখন ছবিও কম উদ্বেগজনক নহয়।

আন্তঃগাঁথনিৰ অভাৱত বজাৰখনৰ ব্যৱসায়ী আৰু ক্রেতাসকলে বিভিন্ন সমস্যাৰ সম্মুখীন হ’বলগীয়া হয়। বিশেষকৈ বৰষুণৰ সময়ত বজাৰ চৌহদ বোকা-পানীৰে একাকাৰ হৈ পৰাৰ লগতে জৰাজীৰ্ণ বাট-পথে যাতায়াততো যথেষ্ট অসুবিধাৰ সৃষ্টি কৰে। স্থানীয় ৰাইজৰ মতে, নিয়মীয়াকৈ ব্যৱসায় চলি থকা এই বজাৰখনৰ আন্তঃগাঁথনি উন্নত কৰাৰ লগতে যাতায়াতৰ ব্যৱস্থা সুচল কৰিলে বজাৰখনৰ অধিক বিকাশৰ সম্ভাৱনা আছে।

থলুৱা কৃষিজাত সামগ্রী, বনশাক আৰু পৰম্পৰাগত খাদ্য-সম্ভাৰৰ এখন সুসংগঠিত বিপণন কেন্দ্রৰূপেও বজাৰখনে গুৰুত্ব লাভ কৰিব পাৰে। সেয়ে স্থানীয় ৰাইজে কার্বি আংলং স্বায়ত্তশাসিত পৰিষদ আৰু অসম চৰকাৰৰ ওচৰত বজাৰখনৰ আন্তঃগাঁথনি উন্নয়ন, বাট-পথ মেৰামতি আৰু ব্যৱসায়ীসকলৰ বাবে ন্যূনতম সা-সুবিধা প্রদানৰ দাবী জনাইছে।

দেওথৰৰ শনিবৰীয়া বজাৰখন প্ৰকৃততে কেৱল এখন সাপ্তাহিক বজাৰ নহয়। এয়া খাটিখোৱা কৃষকৰ শ্ৰমৰ বজাৰ, গ্রাম্য মহিলাৰ আত্মনিৰ্ভৰশীলতাৰ মঞ্চ আৰু থলুৱা খাদ্য-সংস্কৃতিৰ এক জীৱন্ত ভঁৰাল। মাটিৰ স’তে সম্পর্কিত কৃষকৰ শ্ৰম আৰু নীৰৱে জীৱন সংগ্রাম চলাই যোৱা গ্রাম্য মহিলাৰ আত্মনিৰ্ভৰশীলতাই দেওথৰৰ এই শনিবৰীয়া বজাৰখনক এক সুকীয়া পৰিচয় দিছে।

প্রয়োজন কেৱল চৰকাৰী মনোযোগ, উন্নত আন্তঃগাঁথনি আৰু সুচল যাতায়াত ব্যৱস্থা। তেতিয়াহে থলুৱা উৎপাদন, গ্রাম্য অর্থনীতি আৰু নাৰী আত্মনিৰ্ভৰশীলতাৰ এই ব্যতিক্রমী বজাৰখনে লাভ কৰিব পাৰে এক নতুন আৰু সুসংগঠিত পৰিচয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত বেংগালুৰুত CJPৰ প্ৰতিবাদ
India

October 8, 2026
AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত
Entertainment

AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

October 8, 2026
অন্ধ্ৰপ্ৰদেশৰ অধিকাংশ জিলা খৰাঙৰ কবলত, ২১ জিলাৰ ৩৮৮টা মণ্ডলত খৰাং
India

অন্ধ্ৰপ্ৰদেশৰ অধিকাংশ জিলা খৰাঙৰ কবলত, ২১ জিলাৰ ৩৮৮টা মণ্ডলত খৰাং

October 8, 2026
মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী

নিউমোনিক প্লেগৰ সম্ভাব্য প্ৰাদুৰ্ভাৱক লৈ উদ্বিগ্ন বিশ্ব স্বাস্থ্য সংস্থাও
International

নিউমোনিক প্লেগৰ সম্ভাব্য প্ৰাদুৰ্ভাৱক লৈ উদ্বিগ্ন বিশ্ব স্বাস্থ্য সংস্থাও

October 8, 2026
মাংসৰ বাবে বিক্রী : ২৭শ মেকুৰী চুৰি
International

মাংসৰ বাবে বিক্রী : ২৭শ মেকুৰী চুৰি

October 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d