Delhi: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: দেওবাৰে ভৰ দুপৰতে হঠাৎ খহি পৰিল এটা পাঁচ মহলীয়া অট্টালিকা। ধ্বংসস্তূপৰ তলত বহু ছাত্ৰ-আৱাসিক আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে।
ADVERTISEMENT
ঘটনাৰ খবৰ পোৱাৰ পাছতে ঘটনাস্থলীত উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনী, আৰক্ষী আৰু দুৰ্যোগ মোকাবিলা বাহিনী। ধ্বংসস্তূপ আঁতৰাই উদ্ধাৰ অভিযান অব্যাহত আছে।
তথ্য অনুসৰি, বৰ্তমানলৈকে ৩জন লোকক উদ্ধাৰ কৰা হৈছে।































