Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সন্ত্ৰাসবাদী বুৰহান ৱানিক ‘শ্বহীদ’ আখ্যা পিডিপি নেতাৰ, গ্ৰেপ্তাৰ আব্দুল কবিৰ

    মাত্ৰ এটকাতে তিনি বিঘা ভূমি লাভলীনাক

    মাত্ৰ এটকাতে তিনি বিঘা ভূমি লাভলীনাক

    জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘যন্তৰ মন্তৰ ২.০’ প্ৰতিবাদ

    নয়ডাৰ জেৱাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নাম হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নামেৰে

    নাভি পিল্লাইক ২০২৬ চনৰ শান্তিৰ নোবেল বঁটা প্ৰদান

    জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত CJPৰ প্ৰতিবাদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

‘ডাঙৰ’ হৈছে আফ্রিকা-আকাৰ ক্ষুদ্ৰ হ’ল উত্তৰ আমেৰিকাৰ

publisher by publisher
September 6, 2026
in International, News
Reading Time: 1 min read
0
‘ডাঙৰ’ হৈছে আফ্রিকা-আকাৰ ক্ষুদ্ৰ হ’ল উত্তৰ আমেৰিকাৰ
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে বিজনীৰ আৰক্ষীয়ে

হিমাশ্ৰী বড়োৰ ৰহস্যজনক মৃত্যু: উচিত তদন্তৰ দাবীৰে ‘এক্স’যোগে ক্ষোভ প্ৰকাশৰ লগতে ৰে’ল মন্ত্ৰীলৈ জৰুৰী পত্ৰ সাংসদ গৌৰৱ গগৈৰ

সন্ত্ৰাসবাদী বুৰহান ৱানিক ‘শ্বহীদ’ আখ্যা পিডিপি নেতাৰ, গ্ৰেপ্তাৰ আব্দুল কবিৰ

WorldMap : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি একাংশ সদস্য ৰাষ্ট্ৰৰ বিৰোধিতা সত্ত্বেও ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই বিশ্বৰ এক নতুন মানচিত্র গ্রহণ কৰিলে।সম্প্ৰতি সাধাৰণ সভাত ভোটগ্রহণৰ জৰিয়তে সংস্থাটোৱে বিশ্বৰ এই নতুন মানচিত্র গ্রহণ কৰে। আন্তর্জাতিক সংস্থাটোৱে গ্রহণ কৰা এই নতুন মানচিত্রত দেখা গৈছে যে পূৰ্বৰ Ξ তুলনাত আফ্রিকা মহাদেশৰ আকাৰ বৃদ্ধি হোৱাৰ বিপৰীতে উত্তৰ আমেৰিকা আৰু ইউৰোপৰ আকাৰ সৰু হৈছে। অর্থাৎ এই তিনি মহাদেশত আফ্রিকাই মানচিত্রখনত অধিক ঠাই আগুৰি আছে আৰু আন দুখন মহাদেশে পূৰ্বৰ তুলনাত কম ঠাই আগুৰিছে।

ADVERTISEMENT

এই মানচিত্ৰৰ সপক্ষে ৰাষ্ট্ৰসংঘৰ ১৬৪ দেশে ভোটদান কৰে। ইয়াৰ বিপৰীতে আমেৰিকা যুক্তৰাষ্ট্ৰসহ একাংশই বিৰুদ্ধে ভোটদান কৰে আৰু আন ছখন দেশ ভোটদানৰ পৰা বিৰত থাকে। আনহাতে, এই নতুন মানচিত্র সম্পর্কীয় প্রস্তাৱত কোৱা হৈছে যে বিশ্বক মানচিত্রত যথাযথভাবে তুলি ধৰাৰ উদ্দেশ্যে এই নতুন মানচিত্র গ্রহণ কৰা হৈছে। সেই অনুসৰি ৰাষ্ট্ৰসংঘই পূৰ্বৰ মানচিত্ৰৰ স্থানত এই নতুন মানচিত্র গ্রহণ কৰিবলৈ সদস্য ৰাষ্ট্ৰসমূহৰ প্ৰতি আহ্বান জনাইছে।

সাধাৰণ সভাত এই নতুন মানচিত্র গ্রহণ সম্পর্কীয় প্রস্তাব উত্থাপন কৰে আফ্ৰিকাৰ টগো দেশে। উল্লেখ্য যে ১৯৫৯৩ ফ্লেমিছ মানচিত্র অংকনকাৰী গেৰাৰডুছ মার্কেটৰে অংকন কৰা বিশ্বৰ মানচিত্রখনে বর্তমানেও ব্যৱহাৰ হৈ আছে। এই মানচিত্ৰৰ স্থানতে সম্প্রতি ৰাষ্ট্ৰসংঘই নতুন মানচিত্র আনিছে। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত এই নতুন মানচিত্র সম্পর্কীয় প্রস্তাৱ উত্থাপন কৰা টগোৱে কয় যে মানচিত্রসমূহে পৃথিৱীখন বুজি পোৱাত মানুহক সহায় কৰে।

দেশখনৰ বৈদেশিক মন্ত্ৰী ৰবাৰ্ট ডুছেইৰ মতে মানচিত্ৰসমূহে শৈক্ষিক দিক নির্দেশনা প্রদানৰ উপৰি কল্পনাক পুষ্টি যোগায় আৰু মানুহৰ সামূহিক ধাৰণাত প্ৰভাৱ পেলায়। তেওঁৰ মতে মানচিত্রসমূহ কেতিয়াও নিৰপেক্ষ নহয়। মানচিত্রসমূহে পৃথিৱীৰ বিকৃত প্রতিচ্ছবি তুলি ধৰি আহিছে বুলিও ডুছেইয়ে আক্ষেপ প্রকাশ কৰে। আনহাতে, ৰাষ্ট্ৰসংঘৰ এই প্ৰস্তাৱক সমালোচনা কৰি মার্কিন যুক্তৰাষ্ট্ৰই কয় যে সংস্থাটোৰ সাধাৰণ সভাই এনেধৰণৰ বিষয়ক গুৰুত্ব আৰোপ কৰাৰ পৰিৱৰ্তে আচল সমস্যাসমূহক অধিক গুৰুত্ব আৰোপ কৰা উচিত।

এই সম্পর্কত ৰাষ্ট্ৰসংঘস্থিত মার্কিন প্রতিনিধি য়াৰীনা ফেৰেনচেভিচে ক্ষোভৰে কয় যে এনে ধৰণৰ কাম-কাজৰ বাবে ৰাষ্ট্ৰসংঘই নিজৰ বিশ্বাসযোগ্যতা হেৰুৱাইছে। সাধাৰণ সভাত প্ৰস্তাৱটোক লৈ ভোটদান হোৱাৰ পূৰ্বে মার্কিন প্রতিনিধিগৰাকীয়ে কয়, ‘আচল সমস্যাসমূহত গুৰুত্ব আৰোপ কৰাৰ পৰিৱৰ্তে এই সংস্থাই ষষ্ঠদশ শতিকাৰে মানচিত্র প্রকল্পক লৈ বিতর্ক আয়োজন কৰিছে।’

আনহাতে, ৰাষ্ট্ৰসংঘৰ মতে মার্কেটৰৰ মানচিত্ৰই ভূখণ্ডৰ আকাৰ আৰু কোণসমূহক সংৰক্ষণত গুৰুত্ব আৰোপ কৰিছে। কিন্তু মানচিত্রখনে একোটা অঞ্চলৰ মাটিকালিক ক্ষুদ্ৰভাৱে প্রতিফলন ঘটোৱা নাই। গতিকে এনে এখন মানচিত্ৰ সলনি কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হ’ল বুলি সংস্থাটোৱে দাবী কৰিছে। ভুল-ত্রুটিৰ বাবে মার্কেটৰৰ মানচিত্ৰ ইউৰোপ আৰু উত্তৰ আমেৰিকাত বাস্তৱতকৈ বহু ডাঙৰ দেখাইছে। ইয়াৰ বিপৰীতে বাস্তৱতকৈ আফ্রিকা আৰু দক্ষিণ আমেৰিকাক ক্ষুদ্ৰৰূপে তুলি ধৰা হৈছে।

ৰাষ্ট্ৰসংঘই গ্ৰহণ কৰা এই নতুন মানচিত্র প্রস্তুত কৰিছে এটা দলে। এই দলৰ অন্যতম বজান ছাভৰিকে যোৱা বছৰ কৈছিল, ‘মানচিত্ৰত পৃথিৱীৰ বিভিন্ন স্থানৰ আকাৰ-আকৃতি যথাযথ ৰূপতে প্রতিফলিত হ’ব লাগে।’ ইতিমধ্যে ফ্রান্সে মাৰ্কেটৰৰ পুৰণি মানচিত্ৰ ত্যাগ কৰি এই নতুন মানচিত্র গ্রহণ কৰিব বুলি ঘোষণা কৰিছে। লক্ষ্যণীয়ভাৱে এই মানচিত্রত গ্রীণলেণ্ডক আফ্ৰিকাৰ সমানেই ডাঙৰ দেখা গৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে বিজনীৰ আৰক্ষীয়ে
Assam

October 9, 2026
হিমাশ্ৰী বড়োৰ ৰহস্যজনক মৃত্যু: উচিত তদন্তৰ দাবীৰে ‘এক্স’যোগে ক্ষোভ প্ৰকাশৰ লগতে ৰে’ল মন্ত্ৰীলৈ জৰুৰী পত্ৰ সাংসদ গৌৰৱ গগৈৰ
Assam

হিমাশ্ৰী বড়োৰ ৰহস্যজনক মৃত্যু: উচিত তদন্তৰ দাবীৰে ‘এক্স’যোগে ক্ষোভ প্ৰকাশৰ লগতে ৰে’ল মন্ত্ৰীলৈ জৰুৰী পত্ৰ সাংসদ গৌৰৱ গগৈৰ

October 9, 2026
সন্ত্ৰাসবাদী বুৰহান ৱানিক ‘শ্বহীদ’ আখ্যা পিডিপি নেতাৰ, গ্ৰেপ্তাৰ আব্দুল কবিৰ
India

সন্ত্ৰাসবাদী বুৰহান ৱানিক ‘শ্বহীদ’ আখ্যা পিডিপি নেতাৰ, গ্ৰেপ্তাৰ আব্দুল কবিৰ

October 9, 2026
মাত্ৰ এটকাতে তিনি বিঘা ভূমি লাভলীনাক
Assam

মাত্ৰ এটকাতে তিনি বিঘা ভূমি লাভলীনাক

October 9, 2026
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘যন্তৰ মন্তৰ ২.০’ প্ৰতিবাদ
India

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘যন্তৰ মন্তৰ ২.০’ প্ৰতিবাদ

October 9, 2026
নয়ডাৰ জেৱাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নাম হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নামেৰে
India

নয়ডাৰ জেৱাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নাম হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নামেৰে

October 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d