Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা

    মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ

    ‘ডাঙৰ’ হৈছে আফ্রিকা-আকাৰ ক্ষুদ্ৰ হ’ল উত্তৰ আমেৰিকাৰ

    শিক্ষাত কৃত্রিম বুদ্ধিমত্তা নিষিদ্ধ কৰিলে চিকাগো বিশ্ববিদ্যালয়ে

    জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?

    জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ

publisher by publisher
September 6, 2026
in International, News
Reading Time: 1 min read
0
মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ
0
SHARES
4
VIEWS
ShareShareShareShare

RelatedPosts

১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা

‘ডাঙৰ’ হৈছে আফ্রিকা-আকাৰ ক্ষুদ্ৰ হ’ল উত্তৰ আমেৰিকাৰ

অবিশ্বাস্য! পৃথিৱীৰে উচ্চতম শৃংগ মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ গলাই নিশ্ছিন্ন কৰিলে মানুহৰ মূত্ৰই। মাউন্ট এভাৰেষ্ট আৰোহণকাৰীৰ সংখ্যা বৃদ্ধি পোৱাৰ ফলত এই অবিশ্বাস্য ঘটনা সংঘটিত হোৱা বুলি শেহতীয়া এক অধ্যয়নত পোহৰলৈ আহিছে।

ADVERTISEMENT

এক অধ্যয়নত আঙুলিয়াই দিয়া হৈছে যে প্রতি বছৰে মাউন্ট এভাৰেষ্টত উপস্থিত হোৱা পৰ্বতাৰোহীসকলে বৰ্জন কৰা মূত্ৰই কে’বা টনো বৰফ গলায়। ফলত এটা হিমবাহেই নিশ্ছিন্ন হ’ল। উল্লেখ্য যে এভাৰেষ্ট বেছ কেম্পো খুম্বু হিমবাহৰ ওপৰত অৱস্থিত।

গতিকে বছৰি এই হিমবাহত অনেক পৰ্বতাৰোহী উপস্থিত হয়। ফলত বছৰি এই হিমবাহত কমেও ১৬০০ টম্বু স্থাপন কৰা হয়। স্বাভাৱিকতে এই টম্বুসমূহত ৰন্ধনশালা, শ্বাৱাৰ, জেনেৰেটৰ, ৱাই-ফাই আদিৰ ব্যৱস্থা কৰা হয়।

ফলত চৌপাশৰ পৰিৱেশ উষ্ণ হ’বলৈ ধৰিছে। ইয়ে ক্রমে হিমালয়ক মৃত্যুৰ দিশে ঠেলি লৈ গৈছে বুলি এই অধ্যয়নত আঙুলিয়াই দিয়া হৈছে। একাংশ নেপালী আৰু আমেৰিকান বিজ্ঞানীৰ এটা দলে সম্পন্ন কৰা এই অধ্যয়নৰ গৱেষণাপত্র প্রকাশ পাইছে ‘ৰিজ’নেল এনভাইৰণমেন্টেল চেঞ্জ’ শীর্ষক এক পত্রিকাত।

এই গৱেষণাপত্ৰত কোৱা হৈছে মানুহৰ কাম-কাজে কেনেদৰে হিমবাহ গলাত ভূমিকা পালন কৰিছে। ইয়ে এক দুর্যোগ আসন্ন কৰি তোলা বুলিও গৱেষণাপত্ৰখনত উদ্বেগ প্রকাশ কৰা হৈছে।

এই দুর্যোগ নেপালৰ শেহতীয়া জলপ্রলয় সদৃশ হোৱাৰ আশংকা কৰিছে একাংশই। উল্লেখ্য যে এটা হিমবাহ ফাটি নেপালৰ শেহতীয়া জলপ্ৰলয়ৰ সৃষ্টি হয় বুলি একাংশই দোহাৰি আহিছে।

আনহাতে, মানুহৰ মূত্ৰই কেনেদৰে এটা হিমবাহ গলালে তাৰ কাৰণো উক্ত গৱেষণাপত্ৰত ব্যাখ্যা কৰা হৈছে।

গৱেষণাপত্ৰখনৰ মতে মানুহৰ মূত্ৰৰ উষ্ণতাই হিমবাহটোৰ বৰফ গলাত ভূমিকা পালন কৰে।

তদুপৰি এই ক্ষেত্ৰত গোলকীয় উষ্ণতা বৃদ্ধি আৰু পেট্ৰ’লিয়ামজাত ইন্ধনৰ ব্যৱহাৰ বৃদ্ধিয়েও ভূমিকা পালন কৰে বুলি কোৱা হৈছে। উল্লেখ্য যে পৰ্বতাৰোহীসকলে অধিক উচ্চতালৈ গতি কৰিলে অধিক পৰিমাণৰ পানী পাণ কৰিবলগীয়া হয়।

ফলত তেওঁলোকে সঘনে মূত্র বিসর্জন কৰিবলগীয়া হয়। গতিকে বৰফৰ ওপৰত অধিক তাপৰ সৃষ্টি হয়।এই তাপে বৰফ গলাই এনেদৰে এটা হিমবাহেই গলি নিশ্ছিন্ন হ’ল।

উক্ত গৱেষণাৰ মুৰব্বী খিম লাল গৌতমে কয় যে মূত্রই প্ৰচুৰ পৰিমাণৰ তাপ কঢ়িয়ায় আৰু এটা হিমবাহ গলাবলৈ এই তাপ যথেষ্ট।

মাথোঁ এটা পৰ্বতাৰোহণ ঋতুতে মাউন্ট এভাৰেষ্টৰ হিমবাহটোৱে ১৫৪ টন বৰফ হেৰুৱালে বুলিও তেওঁ আঙুলিয়াই দিছে। কাৰণ মানুহৰ মূত্ৰই হিমবাহটোৰ বৰফৰ ওপৰত ৩৭ ডিগ্রী চেলচিয়াছ তাপৰ সৃষ্টি কৰে। এনে পৰিস্থিতিতে বিজ্ঞানীসকলে সতর্ক কৰি দিছে যে বিশ্বৰ আন অঞ্চলসমূহতকৈ হিমালয় অঞ্চল অধিক গৰম হ’বলৈ ধৰিছে।

আনকি দুহেজাৰৰ পৰা ২০ বছৰত হিমালয়ে পূৰ্বৰ ২০ বছৰৰ তুলনাত দুগুণ বৰফ হেৰুৱালে। এনেদৰে হিমালয়ো ধীৰে ধীৰে মৃত্যুৰ মুখে গতি কৰিছে। স্বাভাৱিকতে ইয়াৰ পৰিণতি অতি ভয়ানক হোৱাৰ আশংকা আছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা
Entertainment

১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

September 6, 2026
দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা
Assam

দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা

September 6, 2026
‘ডাঙৰ’ হৈছে আফ্রিকা-আকাৰ ক্ষুদ্ৰ হ’ল উত্তৰ আমেৰিকাৰ
International

‘ডাঙৰ’ হৈছে আফ্রিকা-আকাৰ ক্ষুদ্ৰ হ’ল উত্তৰ আমেৰিকাৰ

September 6, 2026
শিক্ষাত কৃত্রিম বুদ্ধিমত্তা নিষিদ্ধ কৰিলে চিকাগো বিশ্ববিদ্যালয়ে
International

শিক্ষাত কৃত্রিম বুদ্ধিমত্তা নিষিদ্ধ কৰিলে চিকাগো বিশ্ববিদ্যালয়ে

September 6, 2026
জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?
India

জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?

September 6, 2026
ৰাজ্যজুৰি আকস্মিক অভিযানত কমেও ৩৩০ ঠগ-প্ৰৱঞ্চকক আটক

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d