Dergaon Thana:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:থানাৰ পৰা বাহন উলিয়াই দিয়াৰ নামত উৎকোচ লোৱাৰ অভিযোগ ৰিজার্ভ ক্ল’জড দেৰগাঁৱৰ যান-বাহন শাখাৰ সহ:উপ-পৰিদৰ্শক দিগন্ত খাটনিয়াৰ ৷ এএছআই বৰঠাকুৰে এজন লোকৰ বাহন থানাৰ পৰা উলিয়াই দিয়াৰ বিনিময়ত দেৰগাঁও আৰক্ষী থানাৰ ভিতৰতে উৎকোচ লোৱাৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেলৰ পাছতেই শীৰ্ষ আৰক্ষীৰ ৰোষত পৰে ৷ অৱশেষত উৎকোচ লোৱাৰ অভিযোগত ৰিজার্ভ ক্ল’জড কৰা হয় এএছআইজনক ৷
ADVERTISEMENT































