Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আইচকিউব নিউট্ৰিনো অবজাৰভেটৰীলৈ অৱদানৰ বাবে পদাৰ্থ বিজ্ঞানত ন’বেল ফ্ৰান্সিছ হালজেনৰ

    বাহিৰৰ পৰা অহা চেনিয়েই পৃথিৱীত আদিম প্ৰাণৰ কাৰিকৰ?

    একে খাদ্য খাব নোৱাৰে বিমানৰ দুই পাইলটে

    একে খাদ্য খাব নোৱাৰে বিমানৰ দুই পাইলটে

    আমেৰিকা-জার্মানীৰ তিনি বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ ন’বেল বঁটা ঘোষণা

    জ্ঞানেশৰ মুখা খুলিল সর্বোচ্চ ন্যায়ালয়ত

    গাদী হেৰুওৱাটো নিশ্চিত হ’ল হৰদ্বীপ পুৰীসহ দুই মন্ত্ৰীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Nagaon Bye Election Property of the candidate:নগাঁও লোকসভাৰ উপ- নিৰ্বাচনত অৱতীৰ্ণ তিনি হাই প্ৰফাইল প্ৰাৰ্থীৰ সম্পত্তি কিমান ?

আটাইটকৈ ধনী প্ৰাৰ্থী হিচাপে পৰিগণিত বদৰুদ্দিন আজমল

publisher by publisher
September 17, 2026
in Assam, News
Reading Time: 1 min read
0
Nagaon Bye Election Property of the candidate:নগাঁও লোকসভাৰ উপ- নিৰ্বাচনত অৱতীৰ্ণ তিনি হাই প্ৰফাইল প্ৰাৰ্থীৰ সম্পত্তি কিমান ?
1
SHARES
6
VIEWS
ShareShareShareShare

RelatedPosts

Nagaon Bye Election Polling Day:নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ আজি ভোট গ্ৰহণ পৰ্ব পুৱাৰে পৰা আৰম্ভ

Zubeen Garg Murder Case: সৰ্বোচ্চ ন্যায়ালয়ত মুখ থেকেচা জুবিন হত্যাৰ অভিযুক্ত শ্যামকানু মহন্ত

Asian Games 2026:এছিয়ান গেমছত স্বর্ণপদক লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

Nagaon Bye Election Property of the candidate:

দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচনক কেন্দ্ৰ কৰি ইতিমধ্যে ব্যাপক তৎপৰতা আৰম্ভ হৈছে শাসক- বিৰোধীৰ মাজত ৷ বুধবাৰে মনোনয়ন দাখিলৰ অন্তিম দিনটোত তিনি হাইপ্ৰফাইল প্ৰাৰ্থী ক্ৰমে বিজেপিৰ দেৱাশিস শৰ্মা,কংগ্ৰেছৰ শিৱামণি বৰা আৰু এআইইউডিএফৰ বদৰুদ্দিন আজমল সহ আন বহু কেই গৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে দাখিল কৰে মনোনয়নপত্ৰ৷ মনোনয়ন দাখিলৰ পিছতে নিৰ্বাচনী শপতনামাত তিনি হাইপ্ৰফাইল প্ৰাৰ্থীয়ে দাখিল কৰা ব্যক্তিগত সম্পত্তিৰ তথ্য সকলোৰে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ৷

ADVERTISEMENT

নির্বাচনী শপতনামাত দাখিল কৰা তথ্য অনুসৰি বিজেপি প্রার্থী দেৱাশীষ শৰ্মাৰ মুঠ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ ১ কোটি ২৪ লাখ ৪৫ হাজাৰ ১১৭ টকা। তেওঁৰ পত্নীৰ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ ১ কোটি ৫২ লাখ ৮৬ হাজাৰ ৩৯৯ টকা। স্থাৱৰ সম্পত্তিৰ ক্ষেত্ৰত দেৱাশীষ শৰ্মাৰ নামত ১ কোটি ১১ লাখ ৫০ হাজাৰ টকাৰ সম্পত্তি আছে। তেওঁৰ হাতত নগদ ধন হিচাপে ৮ লাখ ১ হাজাৰ ২৫০ টকা আছে। আনহাতে, তেওঁৰ পত্নীৰ হাতত নগদ ধনৰ পৰিমাণ ৫ লাখ ১৮ হাজাৰ ৬৮০ টকা। বেংকত দেৱাশীষ শৰ্মাৰ জমা ধনৰ পৰিমাণ ৮৭ লাখ ৪ হাজাৰ ৩৪৩ টকা বুলি তথ্যত উল্লেখ কৰা হৈছে। ঋণৰ ক্ষেত্ৰত দেৱাশীষ শৰ্মাৰ ওপৰত আছে ২৮ লাখ টকাৰ ঋণ।

আনহাতে উত্তৰ – পূৱ ভাৰতৰ অন্যতম ধন ব্যক্তি হিচাপে পৰিচিত এআইইউডিএফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলৰমুঠ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ ৭৮কোটি ১০ লাখ ৩১হাজাৰ ৪৫১টকা৷ পত্নীৰ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ ৩১লাখ ৭২হাজাৰ ৯৮৮টকা ৷

আজমলৰ স্থাৱৰ সম্পত্তিৰ পৰিমাণ ১৭৮কোটি ৮৪লাখ ২৪হাজাৰ ৬৪টকা৷ পত্নীৰ স্থাৱৰ সম্পত্তিৰ পৰিমাণ ৩কোটি ৮৩লাখ ৯২হাজাৰ ১৭টকা ৷ হাতত জমা আছে ২লাখ ৯জাহাৰ ৮৮৮ টকা৷পত্নীৰ হাতত জমা আছে ২৬,২৬৮ টকা৷বেংকত জমা আছে ৪ কোটি ৮৫লাখ ৭৪হাজাৰ ৩৬৩ টকা৷পত্নীৰ বেংকত জমা আছে ৭লাখ ৬৪হাজাৰ ৬৫১টকা ৷

আজমলৰ মুঠ বিনিয়োগ ১০ কোটি ৯০লাখ ২২হাজাৰ৬৭৪টকা ৷
আনহাতে ঋণৰ পৰিমাণ ৬০কোটি ৪৫লাখ ৩৮হাজাৰ ২৮৮টকা ৷

ইপিনে কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাই শপতনামাত উল্লেখ কৰা তথ্যানুসৰি তেওঁৰ নামত থকা অস্থাৱৰ সম্পত্তিৰ পৰিমাণ ২২ লাখ ৮৪ হাজাৰ ৪৭ টকা। তেওঁৰ স্বামীৰ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ ৪২ লাখ ৩৪ হাজাৰ ৪৫৮ টকা।

আনহাতে শিৱামণি বৰাৰ হাতত নগদ ধন হিচাপে ৪২ হাজাৰ ২০০ টকা জমা আছে। তেওঁৰ স্বামীৰ হাতত নগদ ধন আছে ৪৮ হাজাৰ টকা। স্থাৱৰ সম্পত্তিৰ ক্ষেত্ৰত শিৱামণি বৰাৰ নামত প্রায় ১ কোটি ৬৫ লাখ টকাৰ সম্পত্তি আছে। তেওঁৰ স্বামীৰ নামত থকা স্থাৱৰ সম্পত্তিৰ পৰিমাণ ২৫ লাখ টকা।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AffidavitBreaking NewsBye-electionlatest newsnagaon mp electionNominationPropertythree candidate
publisher

publisher

Related Posts

অতিৰিক্ত বোজাই কঢ়িওৱা ডাম্পাৰৰ দৌৰাত্ম্যত হাৱাইপুৰ ৰেলৱ ষ্টেচনৰ লৈ যোৱা পথ জৰাজীৰ্ণ
Assam

October 6, 2026
ৰাতাবাড়িত মাদককাণ্ডত এনকাউণ্টাৰ!
Assam

ৰাতাবাড়িত মাদককাণ্ডত এনকাউণ্টাৰ!

October 6, 2026
মৰিগাঁও-নগাঁও উপ-নিৰ্বাচনত SSB জোৱানৰ প্ৰশংসনীয় অৱদান

BSFৰ গুলীচালনাত আহত অসমৰ দুজন, চিকিৎসাধীন

প্ৰশ্নকাকত চুৰি আৰু ফাদিলৰ অভিযোগ, নিলম্বিত বিজনীৰ ভাংনামাৰী হাইস্কুলৰ প্ৰধান শিক্ষক

স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন: গুৱাহাটী বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা তথ্য স্পষ্ট, বিভ্ৰান্তিকৰ দাবী নাকচ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d