Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নাম কটা যাব ৯৮ বছৰীয়া আদৱানীৰ!

    নাম কটা যাব ৯৮ বছৰীয়া আদৱানীৰ!

    নেপালৰ জলপ্ৰলয়ত মৃতকৰ সংখ্যা ১০ হেজাৰৰো অধিকলৈ বৃদ্ধিৰ আশংকা

    ঘৰৰ পৰা আটক ইমৰাণ খানৰ ভগ্নী! ২৭ তাৰিখে পিটিআইৰ নিৰ্ধাৰিত অনুষ্ঠানৰ পূৰ্বে পাকিস্তানত কঠোৰ অভিযান।

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    সন্ধান ওলাল নতুন প্ৰজাতিৰ মেকুৰীৰ 

    সন্ধান ওলাল নতুন প্ৰজাতিৰ মেকুৰীৰ 

    এছিয়াডৰ লবীত শুবলগীয়া হোৱা খেলুৱৈক থাকিবলৈ অলপ ঠাই দিয়ক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

নাম কটা যাব ৯৮ বছৰীয়া আদৱানীৰ!

publisher by publisher
September 21, 2026
in India, News
Reading Time: 1 min read
0
নাম কটা যাব ৯৮ বছৰীয়া আদৱানীৰ!
0
SHARES
0
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

DelhiSIR : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: পৰিহাস! নতুন ভোটাৰ তালিকাত নাম অন্তর্ভুক্তিৰ বাবে যোগ্যতা প্রতিপন্ন কৰাৰ ভাৰ পৰিল বিজেপিৰ প্রতিষ্ঠাপক নেতা তথা প্রাক্তন উপ-প্রধানমন্ত্রী এল কে আদবানী, দেশৰ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি জগদ্বীপ ধনখড়সহ অনেক বিখ্যাত ৰাজনীতিক তথা ব্যক্তিৰো। সম্প্রতি দিল্লীকে ধৰি দেশৰ বিভিন্ন স্থানত নির্বাচন আয়োগৰ বহু বিতর্কিত ভোটাৰ তালিকাৰ বিশেষ গভীৰ পুনৰীক্ষণ (এছআইআৰ) প্রক্রিয়া চলি আছে। এই প্ৰক্ৰিয়াৰ অংশৰূপে আদৱানী-ধনখড়সহ দিল্লীৰ ৩২ লাখ বাসিন্দালৈ নির্বাচন আয়োগে জাননী জাৰি কৰিছে।

ADVERTISEMENT

এই জাননীৰ জৰিয়তে তেওঁলোকক নতুন ভোটাৰ তালিকাত নাম অন্তর্ভুক্তিব বাবে যোগ্যতা প্রতিপন্ন কৰিবলৈ কোৱা হৈছে। এই জাননী পোৱা সকলৰ মাজত আনকি দেশৰ বৈদেশিক মন্ত্রী এছ জয়শংকৰ, বৈদেশিক সচিব বিক্রম মিষি, নৌসেনাৰ শীর্ষ বিষয়া ভাইচ এডমিৰেল চি আৰ প্রবীণ নায়াৰ আৰু প্ৰাক্তন বায়ুসেনা মুৰব্বী এনএকে ব্রাউনো আছে। তদুপৰি দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা, প্রাক্তন মুখ্যমন্ত্রী তথা আম আদমী পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল, কংগ্ৰেছ সাংসদ অভিষেক মনু সিংভী, জ্যেষ্ঠ অধিবক্তা কপিল শিবাল, দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্রী মনীষ ছিছ’দিয়া, প্রাক্তন কেন্দ্রীয় কেবিনেট সচিব ৰাজীৱ গৌবা আদিয়েও আয়োগৰ এই জাননী পাইছে।

২০০২ৰ ভোটাৰ তালিকাৰ স’তে সংযোগ স্থাপন কৰিব নোৱৰাৰ অজুহাতত আয়োগে এইসকল বিখ্যাত ব্যক্তিসহ দিল্লীৰ মুঠ ৩২ লাখ লোকলৈ জাননী জাৰি কৰিছে। স্বাভাৱিকতে আয়োগৰ এই কাণ্ডই দেশজুৰি আলোড়ন তুলিছে।

উল্লেখ্য যে বিজেপিৰ পিতামহ আদৱানীৰ বয়স সম্প্ৰতি ৯৮ বছৰ। এনে বয়সতো তেওঁৰ লগতে তেওঁৰ কন্যা প্রতিভা আৰু বোৱাৰীয়েক গীতিকালৈ নির্বাচন আয়োগে এছআইআৰৰ নামত জাননী জাৰি কৰিছে। আয়োগে দাবী কৰা অনুসৰি কন্যা আৰু বোৱাৰীসহ আদৱানীৰ ২০০২ৰ ভোটাৰ তালিকাৰ স’তে সংযোগ স্থাপন কৰিব পৰা হোৱা নাই।

আশ্চর্যজনকভাৱে আদৱানীৰ পুত্র জয়ন্ত আদৱানীৰ এনে ত্রুটি নাই বুলি আয়োগে প্রকাশ কৰিছে। আদৱানীৰ পৰিয়াল হৈছে নতুন দিল্লী বিধানসভা সমষ্টিৰ ভোটাৰ।

এছআইআৰৰ এই জাননীৰ ক্ষেত্ৰত আন এক লক্ষ্যণীয় দিশ হ’ল যে প্ৰধানমন্ত্ৰীৰ আৰ্থিক উপদেষ্টা পৰিষদৰ প্রাক্তন মুৰব্বী প্রয়াত বিবেক দেবৰয়কো ২০০২ৰ ভোটাৰ তালিকাৰ স’তে সংযোগ স্থাপন কৰিব পৰা হোৱা নাই বুলি নির্বাচন আয়োগে প্রকাশ কৰিছে।

একেদৰে কাৰ্যকাল আধৰুৱা কৰি পদত্যাগ কৰা উপ-ৰাষ্ট্ৰপতি ধনখড় আৰু তেওঁৰ পত্নী সুদেশলৈও একে কাৰণতে নির্বাচন আয়োগে জাননী জাৰি কৰিছে। সেই অনুসৰি জাননী পোৱা সকলে নতুন ভোটাৰ তালিকাত নাম অন্তর্ভুক্তিৰ বাবে যোগ্যতা প্রতিপন্ন কৰিব লাগিব। অহা চাৰি নৱেম্বৰত দিল্লীৰ চূড়ান্ত ভোটাৰ তালিকা প্রকাশ পাব।

এই জাননী দেশৰ প্ৰাক্তন বৈদেশিক পৰিক্ৰমা মন্ত্ৰী প্ৰয়াত সুষমা স্বৰাজৰ কন্যা তথা নতুন দিল্লীৰ সাংসদ বাঁশুৰী স্বৰাজেও পাইছে। তেওঁকো ২০০২ৰ ভোটাৰ তালিকাৰ স’তে সংযোগ স্থাপন কৰিব পৰা নগ’ল বুলি নির্বাচন আয়োগে যুক্তি প্ৰদৰ্শন কৰিছে। আনকি জাননী পোৱাসকলৰ মাজত দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ বি এন কিপাল, উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ এ এম খানৱিলকাৰ, প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ ক’বিন্দৰ কন্যা স্বাতী, প্রাক্তন প্রধানমন্ত্রী আই কে গুজৰালৰ পুত্ৰ নৰেশ গুজৰাল, প্রাক্তন সেনা মুৰব্বী উপেন্দ্র দ্বিবেদী, ষষ্ঠদশ বিত্ত আয়োগৰ অধ্যক্ষ অৰবিন্দ পানাগাৰিয়া আৰু বিশ্ববিদ্যালয় অনুদান আয়োগ (ইউজিচি) ৰ প্ৰাক্তন অধ্যক্ষ এম জগদেশ কুমাৰো আছে।

মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ পিতৃৰ স’তে বয়সৰ ব্যৱধান মাথোঁ ১৫ বছৰ!

নির্বাচন আয়োগে দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তালৈও এছআইআৰৰ জাননী জাৰি কৰিছে। এই সম্পর্কত সূত্রই প্ৰকাশ কৰা অনুসৰি পিতৃৰ স’তে মুখ্যমন্ত্রী গুপ্তাৰ বয়সৰ ব্যৱধান ১৫ বছৰ হোৱাত তেওঁলৈ এই জাননী জাৰি কৰা হৈছে। অৱশ্যে মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰত এই বিসংগতি দূৰ কৰা হৈছে বুলি প্ৰকাশ কৰি নিৰ্বাচন আয়োগে বিবৃতিযোগে সদৰী কৰিছে যে অহা চাৰি নৱেম্বৰত প্ৰকাশ পাবলগীয়া চূড়ান্ত ভোটাৰ তালিকাত তেওঁৰ নাম থাকিব। উল্লেখ্য যে যোৱা ৩১ আগষ্টত দিল্লী খচৰা ভোটাৰ তালিকা আয়োগে প্রকাশ কৰিছিল। এই তালিকাত এক কোটি ৪৫ লাখ ভোটাৰৰ ৪৭ লাখৰ নাম বাদ পৰে। এইসকলে চূড়ান্ত ভোটাৰ তালিকাত নাম অন্তর্ভুক্তিৰ বাবে আবেদন জনাব পাৰিব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: #DainikAgradoot #DelhiSIR #VoterList #ElectionCommission #LKAdvani #DelhiVoterList #SIR2026 #Dainikagradootdigital
publisher

publisher

Related Posts

নেপালৰ জলপ্ৰলয়ত মৃতকৰ সংখ্যা ১০ হেজাৰৰো অধিকলৈ বৃদ্ধিৰ আশংকা
International

নেপালৰ জলপ্ৰলয়ত মৃতকৰ সংখ্যা ১০ হেজাৰৰো অধিকলৈ বৃদ্ধিৰ আশংকা

September 21, 2026
ঘৰৰ পৰা আটক ইমৰাণ খানৰ ভগ্নী! ২৭ তাৰিখে পিটিআইৰ নিৰ্ধাৰিত অনুষ্ঠানৰ পূৰ্বে পাকিস্তানত কঠোৰ অভিযান।
International

ঘৰৰ পৰা আটক ইমৰাণ খানৰ ভগ্নী! ২৭ তাৰিখে পিটিআইৰ নিৰ্ধাৰিত অনুষ্ঠানৰ পূৰ্বে পাকিস্তানত কঠোৰ অভিযান।

September 20, 2026
ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত ভাৰতক প্ৰতিনিধিত্ব কৰি শনিবাৰে ভাষণ প্ৰদান কৰিব বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰে
India

ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত ভাৰতক প্ৰতিনিধিত্ব কৰি শনিবাৰে ভাষণ প্ৰদান কৰিব বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰে

September 20, 2026
পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই
Entertainment

পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

September 20, 2026
সন্ধান ওলাল নতুন প্ৰজাতিৰ মেকুৰীৰ 
India

সন্ধান ওলাল নতুন প্ৰজাতিৰ মেকুৰীৰ 

September 20, 2026
এছিয়াডৰ লবীত শুবলগীয়া হোৱা খেলুৱৈক থাকিবলৈ অলপ ঠাই দিয়ক
International

এছিয়াডৰ লবীত শুবলগীয়া হোৱা খেলুৱৈক থাকিবলৈ অলপ ঠাই দিয়ক

September 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d