Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মহাভৈৰৱত দুৰ্ঘটনাত নিহত দৰং কলেজৰ ছাত্ৰ ,

    ১৫ ছেপ্টেম্বৰত পুনৰ ১৪শ কোটিৰ ঋণ ল’ব অসম চৰকাৰে

    দক্ষিণ দিল্লীৰ হোটেলত উদ্ধাৰ এয়াৰ ইণ্ডিয়াৰ পাইলটৰ মৃতদেহ

    মোদীৰ নৈশভোজত অনুপস্থিত জিনপিং, কিয় নাহিল চীনৰ ৰাষ্ট্ৰপতি?

    দিল্লী ঘোষণাপত্ৰত মুখ থেকেচা খালে পাকিস্তানে ! পহলগাম আক্ৰমণৰ নিন্দা ৰাছিয়া-চীন-ইৰানৰ

    চাকৰি জীৱন শেষ হোৱাৰ পূৰ্বেই সেনাৰ পৰা অৱসৰ, ৰাষ্ট্ৰপতিৰ এডিচি পদ এৰিলে ‘নেচনেল ক্ৰাছ’ ঋষভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Entertainment

৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

publisher by publisher
September 13, 2026
in Entertainment, News
Reading Time: 1 min read
0
৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে
0
SHARES
0
VIEWS
ShareShareShareShare

RelatedPosts

সংৰক্ষণৰ অভাৱত তৰপে তৰপে খহিছে দ-পৰ্বতীয়াৰ শৈলদ্বাৰ

অনুপস্থিত ট্রাম্পেই ব্রিক্‌ছৰ মধ্যমণি

ভাৰতৰ পতাকাযুক্ত জাহাজ আক্রান্ত, কথমপি প্ৰাণৰক্ষা ১৩ ভাৰতীয়ৰ

AnilKapoorFitness: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: বয়স এতিয়া ৬৯ বছৰ; কিন্তু অভিনেতা অনিল কাপুৰক দেখিলে বয়সৰ হিচাপ মিলোৱাটো কঠিন। এই বয়সতো প্রবীণ অভিনেতাজনে যিকোনো একচন দৃশ্যত সমানে অভিনয় কৰি গৈছে। এতিয়াও নিয়মিত শৰীৰচৰ্চা, নিয়ন্ত্রিত জীৱন-যাপন আৰু কামৰ ক্ষেত্ৰত এনে ধৰণৰ এনার্জি; সকলো মিলাই তেওঁ বলিউদৰ অন্যতম ফিট তাৰকা।

ADVERTISEMENT

অনিল কাপুৰৰ এই ফিটনেছৰ ৰহস্য আচলতে কোনো যাদু নহয়, বৰঞ্চ দীর্ঘদিনৰ শৃংখলিত জীৱন-যাপন আৰু নিয়মিত পৰিশ্ৰম।

অনিল কাপুৰৰ ফিটনেছ কটিনত আছে জিম, বেইট ট্রেইনিঙৰ সমান্তৰালকৈ কার্ডিঅ’। চাইক্লিং, জগিং তথা অন্যান্য কার্ডিঅ’ভাস্কুলাৰ ব্যায়ামো তেওঁৰ কটিনৰ অংশ। জনা যায় যে অনিল কাপুৰে প্ৰতিদিনে প্রায় দুইৰ পৰা তিনি ঘণ্টা পর্যন্ত শৰীৰচৰ্চাত সময় দিয়ে।

অৱশ্যে তেওঁৰ ওচৰত কেৱল কঠিন ৱৰ্কআউটেই গুৰুত্বপূৰ্ণ নহয়, বৰঞ্চ নিয়ম মানি সেইবোৰ চলাই যোৱাটোহে আচল।

সম্প্রতি ৬৯ বছৰ বয়সত তেওঁৰ এটা ৱৰ্কআউটৰ ভিডিঅ’ই সকলোৰে দৃষ্টি আকর্ষণ কৰিছিল। তাত তেওঁক অতি মনোযোগেৰে হাই-ইনটেনচিটি ব্যায়াম কৰা দেখা যায়। সেই প’ষ্টত তেওঁ বুজাব বিচাৰিছিল যে জীৱনত ডাঙৰ ফল পোৱাৰ বাবে ধাৰাবাহিকতাৰ কোনো বিকল্প নাই।

প্রতিদিনে অলপ অলপকৈ কৰা পৰিশ্রমেই শেষত বৃহৎ পৰিৱৰ্তন আনে।কেৱল ব্যায়ামেই নহয়, খাদ্যক কেন্দ্ৰ কৰিও অভিনেতাজন যথেষ্ট সচেতন। ২০২২ত এক সাক্ষাৎকাৰত অনিল কাপুৰে কৈছিল যে শৰীৰচৰ্চাৰ সমান্তৰালকৈ খাদ্যও অতি গুৰুত্বপূর্ণ।

তেওঁ কৈছিল যে খাদ্য কেৱল স্বাদৰ বাবে নহয়; শৰীৰৰ শক্তি, ষ্টেমিনা তথা মানসিক আৰু শাৰীৰিক ক্ষমতা ধৰি ৰখাৰ বাবেও খাব লাগে। অর্থাৎ প্রয়োজন বুজি, পৰিমিত আৰু পুষ্টিকৰ খাদ্য খোৱাই তেওঁৰ ফিটনেছ দৰ্শনৰ অন্যতম অংশ।

অনিল কাপুৰৰ আৰু এক ডাঙৰ অভ্যাস হৈছে ধূমপান আৰু মদ্যপানৰ পৰা দূৰত থকা। তেওঁৰ অভিনেত্রী কন্যা ছোনম কাপুৰেও পিতৃৰ এই নিয়ন্ত্রিত জীৱন-যাপনৰ কথা সদৰী কৰিছিল। অৱশ্যে একাংশ বিশেষজ্ঞৰ মতে, অনিল কাপুৰৰ ৰুটিন হুবহু অনুসৰণ কৰাৰ প্রয়োজন নাই।

বয়স, শাৰীৰিক সক্ষমতা আৰু স্বাস্থ্যৰ পৰিস্থিতি অনুসৰি ব্যায়াম আৰু খাদ্যৰ পৰিকল্পনা কৰা উচিত। এই ক্ষেত্রত নিয়মিত শৰীৰ চৰ্চা আৰু স্বাস্থ্যকৰ জীৱন-যাপনেই দীর্ঘদিন ফিট থকাৰ সবাতোকৈ নিৰাপদ পথ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

সংৰক্ষণৰ অভাৱত তৰপে তৰপে খহিছে দ-পৰ্বতীয়াৰ শৈলদ্বাৰ
Assam

সংৰক্ষণৰ অভাৱত তৰপে তৰপে খহিছে দ-পৰ্বতীয়াৰ শৈলদ্বাৰ

September 13, 2026
অনুপস্থিত ট্রাম্পেই ব্রিক্‌ছৰ মধ্যমণি
International

অনুপস্থিত ট্রাম্পেই ব্রিক্‌ছৰ মধ্যমণি

September 13, 2026
ভাৰতৰ পতাকাযুক্ত জাহাজ আক্রান্ত, কথমপি প্ৰাণৰক্ষা ১৩ ভাৰতীয়ৰ
International

ভাৰতৰ পতাকাযুক্ত জাহাজ আক্রান্ত, কথমপি প্ৰাণৰক্ষা ১৩ ভাৰতীয়ৰ

September 13, 2026
মহাভৈৰৱত দুৰ্ঘটনাত নিহত দৰং কলেজৰ ছাত্ৰ ,
Assam

মহাভৈৰৱত দুৰ্ঘটনাত নিহত দৰং কলেজৰ ছাত্ৰ ,

September 13, 2026
১৫ ছেপ্টেম্বৰত পুনৰ ১৪শ কোটিৰ ঋণ ল’ব অসম চৰকাৰে
Assam

১৫ ছেপ্টেম্বৰত পুনৰ ১৪শ কোটিৰ ঋণ ল’ব অসম চৰকাৰে

September 13, 2026
দক্ষিণ দিল্লীৰ হোটেলত উদ্ধাৰ এয়াৰ ইণ্ডিয়াৰ পাইলটৰ মৃতদেহ
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d