Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    প্ৰথমটো জুবিন দিৱসতেই ইতিহাস, নিশালৈকে জুবিনক্ষেত্ৰত নকমিল অনুৰাগীৰ সোঁত

    জুবিনবিহীন এটা বছৰ, এতিয়াও অনুৰাগীৰ মনত জীৱন্ত ‘জুবিন দা’

    জুবিন গাৰ্গৰ পৰাই শিকিছো প্রেম-ভালপোৱা, ইয়াত সকলো এটা পক্ষ

    জুবিনক কি কাৰণত-কি ধৰণে-কি পৰিৱেশত হত্যা কৰা হ’ল সাঁথৰ হৈয়ে ৰ’ল

    মুঠ শুল্ক ১১২ শতাংশ হ’বগৈ! প্রত্যাহ্বানৰ মুখত ভাৰতীয় অর্থনীতি

    জুবিনে বিচৰা অসমেই উজলিল সমাধিত

    জুবিনে বিচৰা অসমেই উজলিল সমাধিত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

এছিয়াডৰ লবীত শুবলগীয়া হোৱা খেলুৱৈক থাকিবলৈ অলপ ঠাই দিয়ক

publisher by publisher
September 20, 2026
in International, News
Reading Time: 1 min read
0
এছিয়াডৰ লবীত শুবলগীয়া হোৱা খেলুৱৈক থাকিবলৈ অলপ ঠাই দিয়ক
0
SHARES
0
VIEWS
ShareShareShareShare

RelatedPosts

পানীৰ পাইপ মেৰামতি কৰোতে উদ্ধাৰ হোৱা প্ৰাচীন শিলৰ অস্ত্ৰই দিলে সন্ধান

জুবিনৰ ফটোৰ কাষত দুটা বগা পাৰ, সামাজিক মাধ্যমত ভাইৰেল বিশেষ দৃশ্য

সোণ ক্রয় কৰোতে এই কথালৈ দৃষ্টি দিয়েনে?

AsianGames2026 : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: দেশৰ প্রতিনিধিৰূপে তেওঁলোক গৈছে পদক জয় কৰিবলৈ। অথচ সেই এথলীটসকলেই শুবলগীয়া হৈছে জাপানৰ প্ৰব্ৰজন বিভাগৰ ছোফা বা হোটেলৰ লবীত। হোটেলৰ কোঠা পাবলৈ খেলুৱৈসকলে পুৱতি নিশা পর্যন্ত অপেক্ষা কৰিবলগীয়া হৈছে। জাপানত এছিয়ান গেমছত খেলিবলৈ গৈ ভাৰতীয় এথলীটসকলে সম্মুখীন হোৱা এনে চৰম দুৰ্যোগ দূৰ কৰাৰ বাবে উদ্যোগ ল’লে মোদী চৰকাৰে।

ADVERTISEMENT

আয়োজক চহৰ আইচি-নাগোয়াৰ ব্যৰ্থতাৰ বাবে দেশৰ ক্রীড়াবিদসকলৰ যাতে চৰম বিপত্তি নঘটে, তাৰ বাবে একাধিক পদক্ষেপ লৈছে কেন্দ্রীয় ক্রীড়া মন্ত্রণালয়ে। অন্ততঃ খেলুৱৈসকলৰ থকা-খোৱা যাতে নিশ্চিত হয়, তাৰ বাবে জাপানত বাস কৰা ভাৰতীয় লোকসকলৰ সহায়ো বিচৰা হৈছে।

এইবাৰৰ এছিয়ান গেমছক ‘নিকৃষ্টতম’ আখ্যা দিছে দক্ষিণ কোৰিয়াই। আয়োজকৰ চূড়ান্ত অব্যৱস্থা তথা বিশৃংখলাৰ বাবে অনেক হাৰাশাস্তি হৈছে ইতিমধ্যে জাপানত উপস্থিত হোৱা বিভিন্ন দেশৰ এথলীটসকলৰ। অধিকাংশ এথলীটেই থাকিবলৈ কোঠা পোৱা নাই। ক’ৰবাত মাত্র এনিশাৰ বাবে হোটেলৰ কোঠা দিয়া হৈছে এথলীটসকলক।

প্রতিযোগিতাৰ পূর্বে দলসমূহে ক’ত অনুশীলন কৰিব, সেয়াও বহুতে গম পোৱা নাই। ভাৰতৰ এথলীটসকলৰ অর্ধেকে এতিয়াও জাপানত উপস্থিত হোৱা নাই, তাতো এই সমস্যাই দেখা দিছে।

বিগত প্রায় পাঁচদিন ধৰি এই বেমেজালি অব্যাহত থকা সত্ত্বেও আয়োজকৰ তৰফৰ পৰা সমস্যা সমাধানৰ সামান্য চেষ্টাও দৃষ্টিগোচৰ হোৱা নাই। বাধ্য হৈয়েই কেন্দ্ৰৰ সহায় বিচাৰিছিল ভাৰতীয় দলৰ চীফ দ্য মিছন আৰু অন্যান্য খেলৰ কর্তৃপক্ষই।

শুকুৰবাৰে জাপানত উপস্থিত হয় কেন্দ্রীয় ক্রীড়ামন্ত্রী মনছুখ মাণ্ডবীয়। এছিয়ান গেমছৰ আয়োজন কৰা চহৰ আইচি-নাগোয়াত কমেও দুহেজাৰ ভাৰতীয়ই বসবাস কৰে। তেওঁলোকলৈ আহ্বান জনাইছে কেন্দ্রীয় ক্রীড়ামন্ত্রীয়ে। ভাৰতীয় এথলীটসকলৰ বাবে যাতে তেওঁলোকৰ ঘৰৰ দুৱাৰ মুকলি কৰি দিয়ে।

প্রাপ্ত তথ্য অনুসৰি, এই মুহূৰ্তত এথলীটসকলৰ বাবে ১৫টা ঘৰ সাজু কৰি ৰখা হৈছে। তদুপৰি বিমানবন্দৰত থাকিব দুজন চীফ দ্য মিছন। তেওঁলোকে প্ৰব্ৰজনৰ প্রক্রিয়াত সহযোগ কৰিব। এথলীটসকলৰ বাবে বাছো ভাড়া কৰিছে কেন্দ্ৰীয় ক্রীড়া মন্ত্রণালয়ে, যাতে আয়োজকে প্ৰেৰণ কৰা গাড়ীৰ ওপৰত ভৰসা কৰি থাকিব নালাগে। এছিয়ান গেমছৰ ৱেলকাম চেণ্টাৰতো একাধিক বিষয়াক নিয়োজিত কৰা হৈছে যাতে সুস্থভাবে পঞ্জীয়ন প্রক্রিয়া সম্পন্ন হয়।

তাৰ পাছতো যদি এথলীটসকলে থকাৰ ঠাই লগে লগে নাপায়, তেতিয়া বিশ্রাম লোৱাৰ বাবে তেওঁলোকক সাধাৰণ জনতাৰ ঘৰলৈ প্ৰেৰণ কৰা হ’ব। ধাৰণা কৰা হৈছে যে আইচি-নাগোয়াত হোটেলৰ সংখ্যা অতি কম বাবেই থকাৰ সংকটৰ সৃষ্টি হৈছে।

আয়োজকে পৃথক গেমছ ভিলেজৰ ব্যৱস্থা কৰা নাই। ফলত হোটেলৰ উপৰি জাহাজ, শিক্ষানুষ্ঠান আদিত এথলীটক ৰখাৰ ব্যৱস্থা কৰিছে। আনকি কোনো কোনো খেলৰ এথলীটে তম্বু তৰি পতা শিবিৰতো থাকিবলগীয়া হৈছে। সেয়ে ভাৰতীয় লোকৰ ঘৰৰ ওপৰতে ভৰসা কৰিবলগীয়া হৈছে।

এনে চৰম বেমেজালিৰ বাবেই যথাযথ আন্তঃগাঁথনি নথকা সত্ত্বেও জাপানৰ এই চহৰখনক কিয় ইমান ডাঙৰ প্ৰতিযোগিতা আয়োজনৰ দায়িত্ব দিয়া হ’ল বুলিও প্রশ্ন উঠিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

পানীৰ পাইপ মেৰামতি কৰোতে উদ্ধাৰ হোৱা প্ৰাচীন শিলৰ অস্ত্ৰই দিলে সন্ধান
India

পানীৰ পাইপ মেৰামতি কৰোতে উদ্ধাৰ হোৱা প্ৰাচীন শিলৰ অস্ত্ৰই দিলে সন্ধান

September 20, 2026
জুবিনৰ ফটোৰ কাষত দুটা বগা পাৰ, সামাজিক মাধ্যমত ভাইৰেল বিশেষ দৃশ্য
Assam

জুবিনৰ ফটোৰ কাষত দুটা বগা পাৰ, সামাজিক মাধ্যমত ভাইৰেল বিশেষ দৃশ্য

September 20, 2026
সোণ ক্রয় কৰোতে এই কথালৈ দৃষ্টি দিয়েনে?
India

সোণ ক্রয় কৰোতে এই কথালৈ দৃষ্টি দিয়েনে?

September 20, 2026
জুবিন দিৱসৰ দিনাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি, ‘জয় জুবিন দা’ ধ্বনিত মুখৰ জুবিনক্ষেত্ৰ
Assam

জুবিন দিৱসৰ দিনাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি, ‘জয় জুবিন দা’ ধ্বনিত মুখৰ জুবিনক্ষেত্ৰ

September 20, 2026
প্ৰথমটো জুবিন দিৱসতেই ইতিহাস, নিশালৈকে জুবিনক্ষেত্ৰত নকমিল অনুৰাগীৰ সোঁত
Assam

প্ৰথমটো জুবিন দিৱসতেই ইতিহাস, নিশালৈকে জুবিনক্ষেত্ৰত নকমিল অনুৰাগীৰ সোঁত

September 20, 2026
জুবিনবিহীন এটা বছৰ, এতিয়াও অনুৰাগীৰ মনত জীৱন্ত ‘জুবিন দা’
Assam

জুবিনবিহীন এটা বছৰ, এতিয়াও অনুৰাগীৰ মনত জীৱন্ত ‘জুবিন দা’

September 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d