Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নাম কটা যাব ৯৮ বছৰীয়া আদৱানীৰ!

    নাম কটা যাব ৯৮ বছৰীয়া আদৱানীৰ!

    নেপালৰ জলপ্ৰলয়ত মৃতকৰ সংখ্যা ১০ হেজাৰৰো অধিকলৈ বৃদ্ধিৰ আশংকা

    ঘৰৰ পৰা আটক ইমৰাণ খানৰ ভগ্নী! ২৭ তাৰিখে পিটিআইৰ নিৰ্ধাৰিত অনুষ্ঠানৰ পূৰ্বে পাকিস্তানত কঠোৰ অভিযান।

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    সন্ধান ওলাল নতুন প্ৰজাতিৰ মেকুৰীৰ 

    সন্ধান ওলাল নতুন প্ৰজাতিৰ মেকুৰীৰ 

    এছিয়াডৰ লবীত শুবলগীয়া হোৱা খেলুৱৈক থাকিবলৈ অলপ ঠাই দিয়ক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

নেপালৰ জলপ্ৰলয়ত মৃতকৰ সংখ্যা ১০ হেজাৰৰো অধিকলৈ বৃদ্ধিৰ আশংকা

publisher by publisher
September 21, 2026
in International, News
Reading Time: 1 min read
0
নেপালৰ জলপ্ৰলয়ত মৃতকৰ সংখ্যা ১০ হেজাৰৰো অধিকলৈ বৃদ্ধিৰ আশংকা
0
SHARES
4
VIEWS
ShareShareShareShare

RelatedPosts

নাম কটা যাব ৯৮ বছৰীয়া আদৱানীৰ!

দিনটোৰ ৰাশিফল

Dainik Agradoot Today’s Edition: 21 Sept 2026

Nepal: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: নেপালৰ যোৱা মাহৰ জলপ্ৰলয়ত মৃতকৰ সংখ্যা ১০ হেজাৰৰো অধিকলৈ বৃদ্ধিৰ আশংকা আছে। স্বয়ং দেশখনৰ বিত্তমন্ত্রী স্বর্মিন বাগেলে এই আশংকা প্রকাশ কৰিছে। শনিবাৰে নতুন দিল্লীত নেপালী বিত্তমন্ত্রীজনে উন্নয়নশীল দেশসমূহৰ গৱেষণা আৰু তথ্য ব্যৱস্থা (আৰআইএছ) শীর্ষক এক আলোচনাচক্রত অংশ লৈ দেশখনৰ শেহতীয়া এই ভয়াৱহ প্রাকৃতিক দুৰ্যোগৰ ক্ষয়-ক্ষতিৰ বিষয়ে ব্যাখ্যা কৰে।

ADVERTISEMENT

১১ বছৰ পূর্বে কমেও ন হেজাৰ মানুহ মৃত্যুমুখত পৰা ২০১৫ৰ দেশখনৰ ভয়াৱহ ভূমিকম্পৰ স্মৃতি সোঁৱৰণ কৰি বিত্তমন্ত্রী ৱাগেলে আশংকা কৰে যে শেহতীয়া এনে জলপ্রলয়তো এনে বৃহৎ সংখ্যক লোকৰ প্ৰাণহানিৰ আশংকা আছে। তিব্বতৰ পৰ্বতৰ পৰা নামি অহা ভোটেকোশী আৰু ত্রিশূলী নৈয়ে সৃষ্টি কৰা এই ভয়াৱহ আকস্মিক বানে বিস্তৰ বোকা-মাটিও কঢ়িয়াই আনে।

এই বোকা-মাটিয়ে পুতি পেলোৱা স্থানসমূহত বর্তমানেও উদ্ধাৰ অভিযান অব্যাহত আছে বুলি সদৰী কৰে। এই উদ্ধাৰ অভিযানৰ সময়ত আজিলৈকে ১,৪১১ জনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। চৰকাৰীভাৱে এতিয়াও কমেও ছহেজাৰ লোক সন্ধানহীন হৈ আছে বুলি নিশ্চিত কৰা হৈছে।

তৎসত্ত্বেও মন্ত্রী ৱাগেলে আশংকা কৰিছে যে এই ভয়ানক বানত মৃতকৰ সংখ্যাই ১০ হেজাৰৰ ঘৰক অতিক্ৰম কৰিব পাৰে। এই সম্পর্কত তেওঁ আৰু কয়, ‘বান কিছু অঞ্চলতে সীমাবদ্ধ আছিল যদিও ইয়াৰ ক্ষয়-ক্ষতি ২০১৫ৰ ভূমিকম্প সদৃশ হৈছে। ব্যাপক প্রাণহানি হৈছে।’

মৃত আৰু সন্ধানহীনসকলৰ মাজত দেশী-বিদেশী পর্যটক, তীর্থযাত্রী, সাধাৰণ লোক আৰু সৰু-বৰ ব্যৱসায়ী আছে বুলিও তেওঁ সদৰী কৰে। আনহাতে, ভাৰতে এই দুৰ্যোগৰ সময়ত আগবঢ়োৱা সহায়ৰ বাবে তেওঁ নৰেন্দ্ৰ মোদী চৰকাৰক ধন্যবাদ জনায়। আনহাতে নেপাল আৰক্ষীৰ মতে যোৱা ২৬ আগষ্টত সৃষ্ট এই ভয়াৱহ আকস্মিক বানত সর্বাধিক সংখ্যক লোক মৃত্যুমুখত পৰিছে চিতাৱান জিলাত।

জিলাখনৰ বিভিন্ন স্থানৰ পৰা এই পর্যন্ত ৩৬৭ জনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। ইয়াৰ পাছতে ৰাছুৱা জিলাৰ পৰা ২৩৬ জনৰ, নাৱালপাৰাছি পূবৰ পৰা ২৩২ জনৰ আৰু নাৱালপাৰাছি পশ্চিমৰ পৰা ২২২ জনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে।

এই জলপ্রলয়ত ত্রিশূলী অৱবাহিকাত কমেও আঠশ মেগাৱাট বিদ্যুৎ উৎপাদন বন্ধ হৈ আছে বুলিও নেপালী বিত্তমন্ত্ৰীয়ে সদৰী কৰে। এই বানত দেশখনৰ কমেও ১৩টা জলবিদ্যুৎ প্রকল্প ক্ষতিগ্রস্ত হয়। এনে পৰিস্থিতিত দেশখনে ভাৰতৰ পৰা বিদ্যুৎ আমদানি কৰিবলৈ বিচাৰিছে। সেই অনুসৰি যোৱা ১৩ ছেপ্টেম্বৰৰ পৰা ভাৰতে নেপালক বিদ্যুৎ যোগান ধৰিবলৈ লৈছে।

এনেদৰে অহা ৩১ ডিচেম্বৰলৈ প্ৰতিদিনে ১৮ ঘণ্টাকৈ ভাৰতে ৬৫৪ মেগাৱাটকৈ নেপালক বিদ্যুৎ যোগান ধৰিব। ভাৰতৰ এই সহায়ক নেপালে আদৰণি জনাইছে। উল্লেখ্য যে পূর্বে নেপালেহে ভাৰতক বিদ্যুৎ বিক্ৰী কৰিছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

নাম কটা যাব ৯৮ বছৰীয়া আদৱানীৰ!
India

নাম কটা যাব ৯৮ বছৰীয়া আদৱানীৰ!

September 21, 2026
ঘৰৰ পৰা আটক ইমৰাণ খানৰ ভগ্নী! ২৭ তাৰিখে পিটিআইৰ নিৰ্ধাৰিত অনুষ্ঠানৰ পূৰ্বে পাকিস্তানত কঠোৰ অভিযান।
International

September 20, 2026
পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই
Entertainment

পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

September 20, 2026
সন্ধান ওলাল নতুন প্ৰজাতিৰ মেকুৰীৰ 
India

সন্ধান ওলাল নতুন প্ৰজাতিৰ মেকুৰীৰ 

September 20, 2026
এছিয়াডৰ লবীত শুবলগীয়া হোৱা খেলুৱৈক থাকিবলৈ অলপ ঠাই দিয়ক
International

এছিয়াডৰ লবীত শুবলগীয়া হোৱা খেলুৱৈক থাকিবলৈ অলপ ঠাই দিয়ক

September 20, 2026
পানীৰ পাইপ মেৰামতি কৰোতে উদ্ধাৰ হোৱা প্ৰাচীন শিলৰ অস্ত্ৰই দিলে সন্ধান

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d