Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উৎসৱৰ বতৰত পুনৰ দুঃসংবাদ, নায়াৰা এনার্জিৰ পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধি

    গান্ধী জয়ন্তীৰ দিনটোতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ স্বচ্ছতা অভিযান

    ৰাছিয়াৰ সেনাবাহিনীত এতিয়াও কৰ্মৰত ৫৫ ভাৰতীয়

    নেছলেৰ দুগ্ধজাত পণ্যত নিম্নমানৰ অভিযোগ, বিক্ৰী বন্ধৰ নিৰ্দেশ কেন্দ্ৰৰ

    তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী

    ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

ফ্লাইডুবাইৰ ভাৰতীয় পাইলট কেপ্টেইন স্মিতক ইজৰাইলৰ স্বাধীনতা দিৱসলৈ আমন্ত্ৰণ

publisher by publisher
October 4, 2026
in International, News
Reading Time: 1 min read
0
ফ্লাইডুবাইৰ ভাৰতীয় পাইলট কেপ্টেইন স্মিতক ইজৰাইলৰ স্বাধীনতা দিৱসলৈ আমন্ত্ৰণ
0
SHARES
0
VIEWS
ShareShareShareShare

RelatedPosts

উৎসৱৰ বতৰত পুনৰ দুঃসংবাদ, নায়াৰা এনার্জিৰ পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধি

গান্ধী জয়ন্তীৰ দিনটোতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ স্বচ্ছতা অভিযান

ৰাছিয়াৰ সেনাবাহিনীত এতিয়াও কৰ্মৰত ৫৫ ভাৰতীয়

CaptainSmit :দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : ফ্লাইদুবাইৰ বিমানৰ ভাৰতীয় পাইলট কেপ্টেইন স্মিত মচ্ছৰকক ইজৰাইলৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছে দেশখনৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে।শনিবাৰে স্মিতৰ স’তে কথা পাতে নেতানিয়াহুৱে।

ADVERTISEMENT

বিমানৰ ককপিটত সংঘটিত ঘটনাৰ বিষয়ে তেওঁৰ পৰা বিস্তৃতভাৱে শুনাৰ পাছত আবেগিক হৈ পৰে ইজৰাইলৰ প্ৰধানমন্ত্ৰীগৰাকী। ইয়াৰ পাছতে তেওঁ স্মিতৰ লগতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো নিজ দেশলৈ আমন্ত্ৰণ জনায় ।

স্মিতৰ সাহসী পদক্ষেপৰ পূৰ্বেও প্ৰশংসা কৰিছিল নেতানিয়াহুৱে। শনিবাৰে পুনৰ তেওঁক ‘হিৰো’ বুলি অভিহিত কৰে ইজৰাইলৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। ঘটনাৰ বিষয়ে শুনি নেতানিয়াহুৱে স্মিতক কয়, ‘‘আপুনি ইজৰাইলৰ হিৰো, ভাৰতৰ হিৰো আৰু সমগ্ৰ বিশ্বৰ হিৰো।’’

ইয়াৰ পাছতে আনুষ্ঠানিকভাৱে স্মিতক আমন্ত্ৰণ জনায় নেতানিয়াহুৱে। ইজৰাইলৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে জনোৱা মতে, স্বাধীনতা দিৱসত তেওঁৰ দেশে প্ৰদান কৰা সৰ্বোচ্চ সন্মান অহা বছৰ নৰেন্দ্ৰ মোদী আৰু কেপ্টেইন স্মিতক দিয়া হ’ব। তেওঁলোকক অনুষ্ঠানত পৰম্পৰাগত মশাল জ্বলোৱাৰ সুযোগ দিয়া হ’ব।

ইজৰাইলৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত প্ৰতি বছৰে ১২খন মশাল জ্বলোৱা হয়। সাধাৰণতে দেশ আৰু সমাজলৈ অসাধাৰণ অৱদান আগবঢ়োৱা ইজৰাইলৰ নাগৰিক বা বাসিন্দাসকলক এই সন্মান প্ৰদান কৰা হয়।

এইবাৰ ব্যতিক্ৰমীভাৱে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ফ্লাইডুবাইৰ ভাৰতীয় পাইলট কেপ্টেইন স্মিত মচ্ছৰককো অহা বছৰৰ অনুষ্ঠানত মশাল জ্বলাবলৈ আমন্ত্ৰণ জনাইছে নেতানিয়াহুৱে। অৱশ্যে নিৰ্দিষ্ট নিৰ্বাচনী প্ৰক্ৰিয়াৰ জৰিয়তে কোনে মশাল জ্বলোৱাৰ সুযোগ লাভ কৰিব, সেয়া নিৰ্ধাৰণ কৰা হয়। ২০২৭ চনৰ মে’ মাহত ইজৰাইলে স্বাধীনতা দিৱস পালন কৰিব।

উল্লেখ্য, যোৱা ৩০ ছেপ্টেম্বৰত ফ্লাইডুবাইৰ বিমানখন ডুবাইৰ পৰা তেল আভিভলৈ গৈ আছিল। সেই সময়তে হঠাৎ ককপিটৰ ভিতৰত কেপ্টেইন স্মিতক তেওঁৰ সহকাৰী পাইলটে আক্ৰমণ কৰে। ইয়াৰ ফলত বিমানখন কিছু সময়ৰ বাবে নিয়ন্ত্ৰণৰ বাহিৰলৈ গুচি গৈছিল আৰু ৩৪ হাজাৰ ফুট উচ্চতাৰ পৰা প্ৰায় ১৭ হেজাৰ ফুটলৈ নামি আহিছিল।

পৰিস্থিতিৰ মাজতে যাত্ৰীসকলে ককপিটত প্ৰৱেশ কৰি কোনোপ্ৰকাৰে অভিযুক্তক আটক কৰে আৰু বিমানখন ছৌদি আৰৱত জৰুৰী অৱতৰণ কৰোৱা হয়। ঘটনাটোক ইজৰাইল আৰু তদন্তকাৰী দেশ সংযুক্ত আৰব আমিৰশ্বাহীয়ে সন্ত্ৰাসবাদী আক্ৰমণৰ চেষ্টা বুলি উল্লেখ কৰিছে।

ককপিটৰ ভিতৰত ভাৰতীয় পাইলটগৰাকীয়ে দেখুওৱা উপস্থিত বুদ্ধি আৰু সাহসৰ প্ৰশংসা কৰে নেতানিয়াহুৱে। স্মিতক উদ্দেশ্যি তেওঁ কয়, ‘‘সঁচা কথা ক’বলৈ গ’লে, আপোনাৰ সাহস দেখি মই আচৰিত হৈছোঁ। সেই অসম্ভৱ পৰিস্থিতিত যিধৰণে মূৰ ঠাণ্ডা ৰাখি আপুনি কাম কৰিছে, সেয়া দেখি মই আচৰিত। আপুনি অত্যন্ত সাহসৰ পৰিচয় দিছে। বহু লোকৰ জীৱন ৰক্ষা কৰিছে। মোৰ আৰু মোৰ পত্নীৰ শুভেচ্ছা আপোনাৰ পত্নীলৈও জনাব। মই জানো আপোনাৰ পৰিয়াল আছে। অনুগ্ৰহ কৰি সোনকালে সুস্থ হৈ উঠক। সকলো কথাৰ বাবে আপোনাক ধন্যবাদ।’’

ইয়াৰ পাছতে নেতানিয়াহুৱে কয়, ‘‘কেপ্টেইন স্মিত আৰু প্ৰধানমন্ত্ৰী মোদী মোৰ অতি ভাল বন্ধু। মই তেওঁলোকক উৎসৱৰ মশাল জ্বলোৱাৰ বাবে আমন্ত্ৰণ জনাইছোঁ। এয়া স্বাধীনতা দিৱসত আমি প্ৰদান কৰা সৰ্বোচ্চ সন্মান।’’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

উৎসৱৰ বতৰত পুনৰ দুঃসংবাদ, নায়াৰা এনার্জিৰ পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধি
India

উৎসৱৰ বতৰত পুনৰ দুঃসংবাদ, নায়াৰা এনার্জিৰ পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধি

October 4, 2026
গান্ধী জয়ন্তীৰ দিনটোতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ স্বচ্ছতা অভিযান
Assam

October 3, 2026
ৰাছিয়াৰ সেনাবাহিনীত এতিয়াও কৰ্মৰত ৫৫ ভাৰতীয়
International

ৰাছিয়াৰ সেনাবাহিনীত এতিয়াও কৰ্মৰত ৫৫ ভাৰতীয়

October 3, 2026
নেছলেৰ দুগ্ধজাত পণ্যত নিম্নমানৰ অভিযোগ, বিক্ৰী বন্ধৰ নিৰ্দেশ কেন্দ্ৰৰ
India

নেছলেৰ দুগ্ধজাত পণ্যত নিম্নমানৰ অভিযোগ, বিক্ৰী বন্ধৰ নিৰ্দেশ কেন্দ্ৰৰ

October 3, 2026
তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী
India

তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী

October 3, 2026
ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ
India

ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ

October 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d