Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মাংসৰ বাবে বিক্রী : ২৭শ মেকুৰী চুৰি

    মাংসৰ বাবে বিক্রী : ২৭শ মেকুৰী চুৰি

    পৌৰাণিক আখ্যানৰ পৰা দেশৰ স্বাধীনতা আন্দোলনৰে সংপৃক্ত দশভুজাৰ আৰাধনা

    উন্মনা শৰতৰ বতৰালৈ নৈৰ পাৰত কঁহুৱাই পাৰিছে শুভ্র দলিচা

    ৰাজ্যত মাষ্টাৰ ৰোল-কেজুৱেল-স্থায়ী দৰমহাত কৰ্মচাৰীৰ নিযুক্তি বন্ধ হ’ল

    অসমত মই যিমান আদৰ-সন্মান পাইছো সেয়া চাগে বেলেগত আনে পোৱা নাই!

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ৰাজ্যত মাষ্টাৰ ৰোল-কেজুৱেল-স্থায়ী দৰমহাত কৰ্মচাৰীৰ নিযুক্তি বন্ধ হ’ল

publisher by publisher
October 8, 2026
in Assam, News
Reading Time: 1 min read
0
ৰাজ্যত মাষ্টাৰ ৰোল-কেজুৱেল-স্থায়ী দৰমহাত কৰ্মচাৰীৰ নিযুক্তি বন্ধ হ’ল
0
SHARES
4
VIEWS
ShareShareShareShare

RelatedPosts

মাংসৰ বাবে বিক্রী : ২৭শ মেকুৰী চুৰি

পৌৰাণিক আখ্যানৰ পৰা দেশৰ স্বাধীনতা আন্দোলনৰে সংপৃক্ত দশভুজাৰ আৰাধনা

উন্মনা শৰতৰ বতৰালৈ নৈৰ পাৰত কঁহুৱাই পাৰিছে শুভ্র দলিচা

GovernmentEmployees : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক :  অসম চৰকাৰৰ কোনো প্রশাসনিক বিভাগে এতিয়াৰে পৰা মাষ্টাৰ ৰোল, কেজুৱেল আৰু স্থায়ী দৰমহাত কৰ্মচাৰী নিয়োগ কৰিব নোৱাৰিব। চৰকাৰৰ বিত্ত বিভাগে জাৰি কৰা এক কাৰ্যকৰী নির্দেশনাৰ জৰিয়তে এই কথা স্পষ্ট কৰি দিয়া হৈছে।

ADVERTISEMENT

অগত্যা কোনো বিভাগে নিয়োগ কৰিবলগীয়া হ’লেও নিয়োজিতসকলৰ দৰমহাৰ পুঁজি বিচাৰি দাখিল কৰা প্ৰস্তাৱ বিত্ত বিভাগে গ্রহণ নকৰে। নির্দেশনাটোত এই বুলি উল্লেখ কৰা হৈছে যে মাষ্টাৰ ৰোল, কেজুৱেল আৰু স্থায়ী দৰমহাত নিয়োজিত কৰ্মচাৰীসকলৰ ভিতৰৰ যিসকলে নিৰ্ধাৰিত চৰ্ত যোৱা ছেপ্টেম্বৰলৈ পূৰণ কৰিবলৈ সক্ষম হৈছে তেওঁলোকক নিয়মীয়া পদত নিযুক্তি দিয়া নহ’লেও অসম চৰকাৰৰ কৰ্মচাৰীৰ ন্যূনতম দৰমহা গাঁথনি অনুসৰি অৱসৰৰ বয়সলৈ মাননি প্রদান কৰা হ’ব।

উল্লেখ্য যে এই মাননি লাভৰ মূল চৰ্তটো হ’ল কৰ্মচাৰীজন ন্যূনতম ১০ বছৰ একেৰাহে কৰ্মৰত হৈ থকাৰ উপৰি অনুমোদিত পদত নিযুক্তি পোৱা হ’ব নালাগিব। অতিৰিক্তভাৱে বিভাগীয় অনুশাসন ভংগৰ কোনো অভিযোগ সংশ্লিষ্ট কৰ্মচাৰীজনৰ বিৰুদ্ধে থাকিব নালাগিব।

চৰকাৰৰ বিভিন্ন বিভাগে ইতিমধ্যে ২০১৯ ৰ মে’ৰ পৰা যোৱা ছেপ্টেম্বৰলৈ ন্যূনতম দৰমহা গাঁথনি অনুসৰি মাননি বিচাৰি মাষ্টাৰ ৰোল, কেজুৱেল আৰু স্থায়ী দৰমহাৰ কৰ্মচাৰীৰ প্ৰস্তাৱ বিত্ত বিভাগক দাখিল কৰিছে। এই প্ৰস্তাৱবোৰ সম্প্ৰতি পৰীক্ষা কৰি থকা হৈছে। ইয়াৰে উপযুক্তসকলক ন্যূনতম দৰমহা গাঁথনি অনুসৰি মাননি প্রদান কৰা হ’ব।

কিন্তু ইয়াৰ পাছত আৰু সেই সুবিধা নাপাব। গতিকে তেনে কোনো প্রস্তাৱ বিত্ত বিভাগক দাখিল নকৰিবলৈও নিৰ্দেশনাটোৰ জৰিয়তে বিভাগবোৰক অৱগত কৰা হৈছে। উল্লেখ্য যে অসম চৰকাৰৰ প্ৰায় সকলো বিভাগত বৃহৎ সংখ্যক মাষ্টাৰ ৰোল, কেজুৱেল আৰু স্থায়ী দৰমহাত কৰ্মৰত কৰ্মচাৰী আছে।

তেওঁলোকে চাকৰি নিয়মীয়া কৰা আৰু অসম চৰকাৰৰ নিয়মীয়া কৰ্মচাৰীৰ সমহাৰত দৰমহা প্ৰদানৰ দাবী দীর্ঘদিনৰ পৰা উত্থাপন কৰি আহিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

মাংসৰ বাবে বিক্রী : ২৭শ মেকুৰী চুৰি
International

মাংসৰ বাবে বিক্রী : ২৭শ মেকুৰী চুৰি

October 8, 2026
পৌৰাণিক আখ্যানৰ পৰা দেশৰ স্বাধীনতা আন্দোলনৰে সংপৃক্ত দশভুজাৰ আৰাধনা
Assam

পৌৰাণিক আখ্যানৰ পৰা দেশৰ স্বাধীনতা আন্দোলনৰে সংপৃক্ত দশভুজাৰ আৰাধনা

October 8, 2026
উন্মনা শৰতৰ বতৰালৈ নৈৰ পাৰত কঁহুৱাই পাৰিছে শুভ্র দলিচা
Assam

উন্মনা শৰতৰ বতৰালৈ নৈৰ পাৰত কঁহুৱাই পাৰিছে শুভ্র দলিচা

October 8, 2026
অসমত মই যিমান আদৰ-সন্মান পাইছো সেয়া চাগে বেলেগত আনে পোৱা নাই!
Assam

অসমত মই যিমান আদৰ-সন্মান পাইছো সেয়া চাগে বেলেগত আনে পোৱা নাই!

October 8, 2026
নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত
Entertainment

নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

October 8, 2026
মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’
Entertainment

মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

October 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d